Shuru
Apke Nagar Ki App…
চিকিৎসালৈ লৈ যোৱাৰ পথত নিহত এজন আৰু গুৰুতৰ বাবে আহত বাইক আৰোহী ৰূপহীহাটৰ লাইলুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন নিহত হোৱা ব্যক্তি জনৰ নাম মহম্মদ আলী বুলি জানিব পৰা গৈছে লৰিৰমুখৰ পৰা লাইলুৰি অভিমুখে গৈ থকা মটৰ চাইকেল বাহনে পথেৰে খোজ কাঢ়ি গৈ তথা অৱস্থাত ৬০ উৰ্ধৰ এজন পথচাৰিক খুন্দিয়াওৱাৰ ফলতেই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা টো দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ হৈছে AS02AU6819 ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ লোক দুজনক কাৱৈমাৰী FRU চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে এজনক মৃত বুলি ঘোষণা কৰে
Daily Time
চিকিৎসালৈ লৈ যোৱাৰ পথত নিহত এজন আৰু গুৰুতৰ বাবে আহত বাইক আৰোহী ৰূপহীহাটৰ লাইলুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন নিহত হোৱা ব্যক্তি জনৰ নাম মহম্মদ আলী বুলি জানিব পৰা গৈছে লৰিৰমুখৰ পৰা লাইলুৰি অভিমুখে গৈ থকা মটৰ চাইকেল বাহনে পথেৰে খোজ কাঢ়ি গৈ তথা অৱস্থাত ৬০ উৰ্ধৰ এজন পথচাৰিক খুন্দিয়াওৱাৰ ফলতেই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা টো দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ হৈছে AS02AU6819 ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ লোক দুজনক কাৱৈমাৰী FRU চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে এজনক মৃত বুলি ঘোষণা কৰে
More news from অসম and nearby areas
- ৰূপহীহাটৰ লাইলুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন নিহত হোৱা ব্যক্তি জনৰ নাম মহম্মদ আলী বুলি জানিব পৰা গৈছে লৰিৰমুখৰ পৰা লাইলুৰি অভিমুখে গৈ থকা মটৰ চাইকেল বাহনে পথেৰে খোজ কাঢ়ি গৈ তথা অৱস্থাত ৬০ উৰ্ধৰ এজন পথচাৰিক খুন্দিয়াওৱাৰ ফলতেই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা টো দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ হৈছে AS02AU6819 ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ লোক দুজনক কাৱৈমাৰী FRU চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে এজনক মৃত বুলি ঘোষণা কৰে1
- টকা নিদিলে কাম নকৰে দগাওঁ প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৰকাৰী কৰ্মচাৰীয়ে । #CMOASSAM #NagaonDistrictAdministration #NewsUpdate #HimantaBiswaSarma #police #Juria #nagaon_assam #doctor #dagaon #health1
- স্থানীয় উদীয়মান শিক্ষিত যুৱকৰ সম্ভৰ্ধনা জ্ঞাপন। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উৎফুল্লিত অঞ্চলবাসী। ইংৰাজী মাধ্যমৰ CBSC পাঠ্যক্ৰমত প্ৰথমবাৰতেই প্ৰথম আৰু দ্বিতীয় বিভাগত ১০০ শতাংশ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কাছখাইতী স্থিত লাওখোৱা আদৰ্শ বিদ্যালয়ে দেখুৱা ভাল ফলাফল স্থানীয় শিক্ষিত উদীয়মান যুৱকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে জনাই সম্বৰ্ধনা। ইংৰাজী মাধ্যমৰ প্ৰভাৱ নথকা অঞ্চলত CBSC ৰ দ্বৰে পাঠ্যক্ৰমত প্ৰথমবাৰতেই ৮১% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাত ৯গৰাকীয়ে প্ৰথম বিভাগত ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত বিদ্যালয় শিক্ষক সকলক শলাগ আৰু প্ৰশংসা পত্ৰৰে আদৰণি জনাই উদীয়মান পাঁচ যুৱকে লগতে স্থানীয় CRCC মুশফিকুৰ ৰহমানে ৮১শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ইক্ৰামূল হুছেইনক কিছু নগদ ধনেৰে পুৰস্কৃত কৰে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলিত অনুষ্ঠিত হৈছে ৩৩ সংখ্যক পূৱ ঢেকীয়াজুলি ৰঙালী বিহু সন্মিলন ৷ উক্ত ৰঙালী বিহু সন্মিলনৰ সামগ্ৰিক পৰিবেশ1
- Post by Mahesh kumar das1
- Post by অঞ্জন শইকীয়া1
- Post by Esahoque ali1
- স্থানীয় উদীয়মান শিক্ষিত যুৱকৰ সম্ভৰ্ধনা জ্ঞাপন। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উৎফুল্লিত অঞ্চলবাসী। ইংৰাজী মাধ্যমৰ CBSC পাঠ্যক্ৰমত প্ৰথমবাৰতেই প্ৰথম আৰু দ্বিতীয় বিভাগত ১০০ শতাংশ ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কাছখাইতী স্থিত লাওখোৱা আদৰ্শ বিদ্যালয়ে দেখুৱা ভাল ফলাফল স্থানীয় শিক্ষিত উদীয়মান যুৱকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে জনাই সম্বৰ্ধনা। ইংৰাজী মাধ্যমৰ প্ৰভাৱ নথকা অঞ্চলত CBSC ৰ দ্বৰে পাঠ্যক্ৰমত প্ৰথমবাৰতেই ৮১% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাত ৯গৰাকীয়ে প্ৰথম বিভাগত ৭ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত বিদ্যালয় শিক্ষক সকলক শলাগ আৰু প্ৰশংসা পত্ৰৰে আদৰণি জনাই উদীয়মান পাঁচ যুৱকে লগতে স্থানীয় CRCC মুশফিকুৰ ৰহমানে ৮১শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ ইক্ৰামূল হুছেইনক কিছু নগদ ধনেৰে পুৰস্কৃত কৰে1