logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

6 hrs ago
user_Imdad hussain
Imdad hussain
Mechanic চুমুকেডিমা, চুমৌকেডিমা, নাগালেণ্ড•
6 hrs ago

More news from নাগালেণ্ড and nearby areas
  • Post by Imdad hussain
    1
    Post by Imdad hussain
    user_Imdad hussain
    Imdad hussain
    Mechanic চুমুকেডিমা, চুমৌকেডিমা, নাগালেণ্ড•
    6 hrs ago
  • পিতৃ-মাতৃৰ বাৰ্ষিক শ্ৰাদ্ধৰ দিনাই দুখন এম্বুলেঞ্চ প্ৰদান Cover Topics :- amrit buragohain ambulance news amrit buragohain ambulance news today amrit buragohain ambulance news 2026 amrit buragohain news 2026 amrit buragohain news today amrit buragohain latest news amrit buragohain new news barpathar news today barpathar news live barpathar latest news barpathar news
    1
    পিতৃ-মাতৃৰ বাৰ্ষিক শ্ৰাদ্ধৰ দিনাই দুখন এম্বুলেঞ্চ প্ৰদান
Cover Topics :-
amrit buragohain ambulance news 
amrit buragohain ambulance news today
amrit buragohain ambulance news 2026
amrit buragohain news 2026
amrit buragohain news today
amrit buragohain latest news
amrit buragohain new news
barpathar news today
barpathar news live
barpathar latest news 
barpathar news
    user_সৰুপথাৰ Live
    সৰুপথাৰ Live
    সৰুপথাৰ, গোলাঘাট, অসম•
    6 hrs ago
  • হয় এই দৃশ্য নুমলীগড় নগৰাঞ্চলৰ কুঞ্জকাননৰ। কুঞ্জকাননত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ আজি অন্ত পৰে। নুমলীগড় নগৰাঞ্চল বাসিন্দা সকলে প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰে বসন্ত উৎসৱ।সাংস্কৃতিক সন্ধ্যাত অনুষ্ঠান পৰিৱেশন কৰে লতাশিল বিহু সম্ৰাজ্ঞী ২০২৬ সংগীতা ৰাভা, অসমৰ জনপ্ৰিয় হুচৰি দল চৰাইদেউ হুচৰি দলৰ।
    2
    হয় এই দৃশ্য নুমলীগড় নগৰাঞ্চলৰ কুঞ্জকাননৰ। কুঞ্জকাননত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ আজি অন্ত পৰে। নুমলীগড় নগৰাঞ্চল বাসিন্দা সকলে প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰে বসন্ত উৎসৱ।সাংস্কৃতিক সন্ধ্যাত অনুষ্ঠান পৰিৱেশন কৰে লতাশিল বিহু সম্ৰাজ্ঞী ২০২৬ সংগীতা ৰাভা, অসমৰ জনপ্ৰিয় হুচৰি দল চৰাইদেউ হুচৰি দলৰ।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    20 hrs ago
  • চামগুৰিৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী চুপাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুজন লোক,ইয়াৰে এজন শিশু। আহত লোক দুজনে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ ধৰোঁতেই সংঘটিত হয় দুৰ্ঘটনাটো। দুয়োকে অতি সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চুপাৰ খনে।
    1
    চামগুৰিৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী চুপাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুজন লোক,ইয়াৰে এজন শিশু।
আহত লোক দুজনে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ ধৰোঁতেই সংঘটিত হয় দুৰ্ঘটনাটো।
দুয়োকে অতি সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চুপাৰ খনে।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    8 hrs ago
  • মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অত্যন্ত ভাল খবৰ।নগাঁৱৰ Crescent Institute of Hotal Management য়ে লৈ আহিছে এই ভাল খবৰ। অতি কম খৰচতে DIGITAL CLASSROOM, ACৰ লগতে বিনামূলীয়া Wi-Fi ৰ সুবিধা থকা উন্নত মানদণ্ডৰ শিক্ষানুষ্ঠান Crescent Institute of Hotel Managementত এই পাঠ্যক্ৰমৰ বাবে কতৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ ডাইল কৰক 9864942221 এই নম্বৰত।
    1
    মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অত্যন্ত ভাল খবৰ।নগাঁৱৰ Crescent Institute of Hotal Management য়ে লৈ আহিছে এই ভাল খবৰ।
অতি কম খৰচতে DIGITAL CLASSROOM, ACৰ লগতে বিনামূলীয়া Wi-Fi ৰ সুবিধা থকা উন্নত মানদণ্ডৰ শিক্ষানুষ্ঠান Crescent Institute of Hotel Managementত এই পাঠ্যক্ৰমৰ বাবে কতৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ ডাইল কৰক 9864942221 এই নম্বৰত।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
  • ৰূপহীহাটৰ লাইলুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন নিহত হোৱা ব্যক্তি জনৰ নাম মহম্মদ আলী বুলি জানিব পৰা গৈছে লৰিৰমুখৰ পৰা লাইলুৰি অভিমুখে গৈ থকা মটৰ চাইকেল বাহনে পথেৰে খোজ কাঢ়ি গৈ তথা অৱস্থাত ৬০ উৰ্ধৰ এজন পথচাৰিক খুন্দিয়াওৱাৰ ফলতেই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা টো দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ হৈছে AS02AU6819 ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ লোক দুজনক কাৱৈমাৰী FRU চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে এজনক মৃত বুলি ঘোষণা কৰে
    1
    ৰূপহীহাটৰ লাইলুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন 
নিহত হোৱা ব্যক্তি জনৰ নাম মহম্মদ আলী বুলি জানিব পৰা গৈছে 
লৰিৰমুখৰ পৰা  লাইলুৰি অভিমুখে গৈ থকা মটৰ চাইকেল বাহনে পথেৰে খোজ কাঢ়ি গৈ তথা অৱস্থাত ৬০ উৰ্ধৰ এজন পথচাৰিক খুন্দিয়াওৱাৰ ফলতেই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা টো  
দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ হৈছে AS02AU6819
ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ লোক দুজনক কাৱৈমাৰী FRU চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে এজনক মৃত বুলি ঘোষণা কৰে
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    15 hrs ago
  • টকা নিদিলে কাম নকৰে দগাওঁ প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৰকাৰী কৰ্মচাৰীয়ে । #CMOASSAM #NagaonDistrictAdministration #NewsUpdate #HimantaBiswaSarma #police #Juria #nagaon_assam #doctor #dagaon #health
    1
    টকা নিদিলে কাম নকৰে দগাওঁ প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ  চৰকাৰী কৰ্মচাৰীয়ে ।
#CMOASSAM #NagaonDistrictAdministration #NewsUpdate #HimantaBiswaSarma #police #Juria #nagaon_assam #doctor #dagaon #health
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    19 hrs ago
  • Post by Imdad hussain
    1
    Post by Imdad hussain
    user_Imdad hussain
    Imdad hussain
    Mechanic চুমুকেডিমা, চুমৌকেডিমা, নাগালেণ্ড•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.