Shuru
Apke Nagar Ki App…
নগাঁৱত হোটেল মেনেজমেণ্টৰ পাঠ্যক্ৰম ক'ত আছে, আহক চাওঁ আমাৰ এই বিশেষ প্ৰতিবেদন মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অত্যন্ত ভাল খবৰ।নগাঁৱৰ Crescent Institute of Hotal Management য়ে লৈ আহিছে এই ভাল খবৰ। অতি কম খৰচতে DIGITAL CLASSROOM, ACৰ লগতে বিনামূলীয়া Wi-Fi ৰ সুবিধা থকা উন্নত মানদণ্ডৰ শিক্ষানুষ্ঠান Crescent Institute of Hotel Managementত এই পাঠ্যক্ৰমৰ বাবে কতৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ ডাইল কৰক 9864942221 এই নম্বৰত।
ৰূপহী অসম দৈনিক

More news from অসম and nearby areas
- চামগুৰিৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী চুপাৰৰ খুন্দাত গুৰুতৰভাৱে আহত দুজন লোক,ইয়াৰে এজন শিশু। আহত লোক দুজনে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ ধৰোঁতেই সংঘটিত হয় দুৰ্ঘটনাটো। দুয়োকে অতি সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চুপাৰ খনে।1
- মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অত্যন্ত ভাল খবৰ।নগাঁৱৰ Crescent Institute of Hotal Management য়ে লৈ আহিছে এই ভাল খবৰ। অতি কম খৰচতে DIGITAL CLASSROOM, ACৰ লগতে বিনামূলীয়া Wi-Fi ৰ সুবিধা থকা উন্নত মানদণ্ডৰ শিক্ষানুষ্ঠান Crescent Institute of Hotel Managementত এই পাঠ্যক্ৰমৰ বাবে কতৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ ডাইল কৰক 9864942221 এই নম্বৰত।1
- ৰূপহীহাটৰ লাইলুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন নিহত হোৱা ব্যক্তি জনৰ নাম মহম্মদ আলী বুলি জানিব পৰা গৈছে লৰিৰমুখৰ পৰা লাইলুৰি অভিমুখে গৈ থকা মটৰ চাইকেল বাহনে পথেৰে খোজ কাঢ়ি গৈ তথা অৱস্থাত ৬০ উৰ্ধৰ এজন পথচাৰিক খুন্দিয়াওৱাৰ ফলতেই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা টো দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ হৈছে AS02AU6819 ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ লোক দুজনক কাৱৈমাৰী FRU চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে এজনক মৃত বুলি ঘোষণা কৰে1
- টকা নিদিলে কাম নকৰে দগাওঁ প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৰকাৰী কৰ্মচাৰীয়ে । #CMOASSAM #NagaonDistrictAdministration #NewsUpdate #HimantaBiswaSarma #police #Juria #nagaon_assam #doctor #dagaon #health1
- Post by Tezpur Barta1
- #BigBreaking কেবৰ ভিতৰতে মহিলা যাত্ৰীৰ অদ্ভূত কাণ্ড: মদ্যপান কৰি বাহনৰ ভিতৰতে প্ৰস্ৰাৱ কৰাৰ অভিযোগ।" 📌বাইদেউ মোৰ গাড়ীত প্ৰস্ৰাৱ কৰিলে কিয়?'— ওলোটাই চালককহে ধমক দিলে মদ্যপায়ী মহিলাই।" #virelvideofb #trandingvideo #cureentnews1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলিত অনুষ্ঠিত হৈছে ৩৩ সংখ্যক পূৱ ঢেকীয়াজুলি ৰঙালী বিহু সন্মিলন ৷ উক্ত ৰঙালী বিহু সন্মিলনৰ সামগ্ৰিক পৰিবেশ1