logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৰিগাওঁ বৰঙাবাৰীত শ্ৰীশ্ৰী ৰামআতা সত্ৰৰ মণিকূট আৰু কীৰ্তনঘৰ প্ৰতিষ্ঠা উৎসৱ উদযাপন* মৰিগাঁও জিলাৰ বৰঙাবাৰীত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ৰামআতা সত্ৰত মণিকূট আৰু কীৰ্তনঘৰ প্ৰতিষ্ঠা উৎসৱ আজিৰে পৰা আৰম্ভ হয়। ১৭২৬ খ্ৰীষ্টাব্দত গুৰুজনাৰ শিষ্য শ্ৰীশ্ৰী ৰামআতাই প্ৰতিষ্ঠা কৰা এই সত্ৰখনৰ ৩০০ বছৰীয়া পৰিক্ৰমা সম্পূৰ্ণ হোৱাৰ উপলক্ষে এই বিশেষ উৎসৱৰ আয়োজন কৰা হয়।* *দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা সত্ৰখন চৰকাৰ আৰু ভক্ত-বৈষ্ণৱ ৰাইজৰ সহযোগত পুনৰ নিৰ্মাণ কৰি নৱ ৰূপত সজাই তোলা হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰতিষ্ঠা উৎসৱৰ আজি প্ৰথম দিনটোত পুৱা জল যাত্ৰা অনুষ্ঠিত হয়। তাৰ পিছতে সত্ৰাধিকাৰ যজ্ঞদেৱ মহন্তই গুৰু আসন প্ৰতিষ্ঠা কৰে আৰু নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কীৰ্তনঘৰ উদ্বোধন কৰে।* *ইয়াৰ পিছতে কীৰ্তন পাঠ,খোল প্ৰসংগ আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। ভক্তসকলে নাম-কীৰ্তনত অংশ লৈ সমগ্ৰ অঞ্চলটো ভক্তিময় কৰি তোলে। নিশালৈ অংকীয়া ভাওনা “ৰাম বিজয়” নাট মঞ্চস্থ হ’ব।* *আয়োজক সমিতিয়ে জনোৱা মতে, এই তিনিদিনীয়া অনুষ্ঠানত জিলাবাসী আৰু অঞ্চলবাসীৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছে*

3 hrs ago
user_Mahesh kumar das
Mahesh kumar das
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
3 hrs ago

মৰিগাওঁ বৰঙাবাৰীত শ্ৰীশ্ৰী ৰামআতা সত্ৰৰ মণিকূট আৰু কীৰ্তনঘৰ প্ৰতিষ্ঠা উৎসৱ উদযাপন* মৰিগাঁও জিলাৰ বৰঙাবাৰীত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ৰামআতা সত্ৰত মণিকূট আৰু কীৰ্তনঘৰ প্ৰতিষ্ঠা উৎসৱ আজিৰে পৰা আৰম্ভ হয়। ১৭২৬ খ্ৰীষ্টাব্দত গুৰুজনাৰ শিষ্য শ্ৰীশ্ৰী ৰামআতাই প্ৰতিষ্ঠা কৰা এই সত্ৰখনৰ ৩০০ বছৰীয়া পৰিক্ৰমা সম্পূৰ্ণ হোৱাৰ উপলক্ষে এই বিশেষ উৎসৱৰ আয়োজন কৰা হয়।* *দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা সত্ৰখন চৰকাৰ আৰু ভক্ত-বৈষ্ণৱ ৰাইজৰ সহযোগত পুনৰ নিৰ্মাণ কৰি নৱ ৰূপত সজাই তোলা হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰতিষ্ঠা উৎসৱৰ আজি প্ৰথম দিনটোত পুৱা জল যাত্ৰা অনুষ্ঠিত হয়। তাৰ পিছতে সত্ৰাধিকাৰ যজ্ঞদেৱ মহন্তই গুৰু আসন প্ৰতিষ্ঠা কৰে আৰু নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কীৰ্তনঘৰ উদ্বোধন কৰে।* *ইয়াৰ পিছতে কীৰ্তন পাঠ,খোল প্ৰসংগ আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। ভক্তসকলে নাম-কীৰ্তনত অংশ লৈ সমগ্ৰ অঞ্চলটো ভক্তিময় কৰি তোলে। নিশালৈ অংকীয়া ভাওনা “ৰাম বিজয়” নাট মঞ্চস্থ হ’ব।* *আয়োজক সমিতিয়ে জনোৱা মতে, এই তিনিদিনীয়া অনুষ্ঠানত জিলাবাসী আৰু অঞ্চলবাসীৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছে*

More news from অসম and nearby areas
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    29 min ago
  • বৰঙাবাৰীত শ্ৰীশ্ৰী ৰামআতা সত্ৰৰ মণিকূট আৰু কীৰ্তনঘৰ প্ৰতিষ্ঠা উৎসৱ উদযাপন মৰিগাঁও জিলাৰ বৰঙাবাৰীত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ৰামআতা সত্ৰত মণিকূট আৰু কীৰ্তনঘৰ প্ৰতিষ্ঠা উৎসৱ আজিৰে পৰা আৰম্ভ হয়। ১৭২৬ খ্ৰীষ্টাব্দত গুৰুজনাৰ শিষ্য শ্ৰীশ্ৰী ৰামআতাই প্ৰতিষ্ঠা কৰা এই সত্ৰখনৰ ৩০০ বছৰীয়া পৰিক্ৰমা সম্পূৰ্ণ হোৱাৰ উপলক্ষে এই বিশেষ উৎসৱৰ আয়োজন কৰা হয়।* *দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা সত্ৰখন চৰকাৰ আৰু ভক্ত-বৈষ্ণৱ ৰাইজৰ সহযোগত পুনৰ নিৰ্মাণ কৰি নৱ ৰূপত সজাই তোলা হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰতিষ্ঠা উৎসৱৰ আজি প্ৰথম দিনটোত পুৱা জল যাত্ৰা অনুষ্ঠিত হয়। তাৰ পিছতে সত্ৰাধিকাৰ যজ্ঞদেৱ মহন্তই গুৰু আসন প্ৰতিষ্ঠা কৰে আৰু নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কীৰ্তনঘৰ উদ্বোধন কৰে।* *ইয়াৰ পিছতে কীৰ্তন পাঠ,খোল প্ৰসংগ আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। ভক্তসকলে নাম-কীৰ্তনত অংশ লৈ সমগ্ৰ অঞ্চলটো ভক্তিময় কৰি তোলে। নিশালৈ অংকীয়া ভাওনা “ৰাম বিজয়” নাট মঞ্চস্থ হ’ব।* *আয়োজক সমিতিয়ে জনোৱা মতে, এই তিনিদিনীয়া অনুষ্ঠানত জিলাবাসী আৰু অঞ্চলবাসীৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছে* মৰিগাঁও পৰা ধীৰেন মেধি প্ৰতিবেদন
    1
    বৰঙাবাৰীত শ্ৰীশ্ৰী ৰামআতা সত্ৰৰ মণিকূট আৰু কীৰ্তনঘৰ প্ৰতিষ্ঠা উৎসৱ উদযাপন
মৰিগাঁও জিলাৰ বৰঙাবাৰীত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ৰামআতা সত্ৰত মণিকূট আৰু কীৰ্তনঘৰ প্ৰতিষ্ঠা উৎসৱ আজিৰে পৰা আৰম্ভ হয়। ১৭২৬ খ্ৰীষ্টাব্দত গুৰুজনাৰ শিষ্য শ্ৰীশ্ৰী ৰামআতাই প্ৰতিষ্ঠা কৰা এই সত্ৰখনৰ ৩০০ বছৰীয়া পৰিক্ৰমা সম্পূৰ্ণ হোৱাৰ উপলক্ষে এই বিশেষ উৎসৱৰ আয়োজন কৰা হয়।*
*দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা সত্ৰখন চৰকাৰ আৰু ভক্ত-বৈষ্ণৱ ৰাইজৰ সহযোগত পুনৰ নিৰ্মাণ কৰি নৱ ৰূপত সজাই তোলা হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰতিষ্ঠা উৎসৱৰ আজি প্ৰথম দিনটোত পুৱা জল যাত্ৰা অনুষ্ঠিত হয়। তাৰ পিছতে সত্ৰাধিকাৰ যজ্ঞদেৱ মহন্তই গুৰু আসন প্ৰতিষ্ঠা কৰে আৰু নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কীৰ্তনঘৰ উদ্বোধন কৰে।*
*ইয়াৰ পিছতে কীৰ্তন পাঠ,খোল প্ৰসংগ আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। ভক্তসকলে নাম-কীৰ্তনত অংশ লৈ সমগ্ৰ অঞ্চলটো ভক্তিময় কৰি তোলে। নিশালৈ অংকীয়া ভাওনা “ৰাম বিজয়” নাট মঞ্চস্থ হ’ব।*
*আয়োজক সমিতিয়ে জনোৱা মতে, এই তিনিদিনীয়া অনুষ্ঠানত জিলাবাসী আৰু অঞ্চলবাসীৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছে*
মৰিগাঁও পৰা ধীৰেন মেধি প্ৰতিবেদন
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    3 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    4 hrs ago
  • ব্যতিক্ৰমী কাৰ্যসূচীৰে নগাঁও জিলা আয়ুক্তৰ মে' দিৱস উদযাপন, কৃষক-শ্ৰমিকক সম্বৰ্দ্ধনা। আন্তৰাষ্ট্ৰীয় মে' দিৱসৰ দিনটো আজি নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অতি ব্যতিক্ৰমীভাবে উদযাপন কৰে। তেওঁ দিনটো কৃষক-শ্ৰমিকসকলৰ মাজত অতিবাহিত কৰাৰ লগতে তেওঁলোকক ফুলাম গামোচাৰে শুভেচ্ছাও জ্ঞাপন কৰে। আজি পুৱা শ্ৰম বিভাগৰ জৰিয়তে কেবাটাও শ্ৰমিক সংগঠনৰ সদস্যক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষলৈ মতাই আনি তেওঁলোকৰ সৈতে মে' দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰে। আয়ুক্ত গৰাকীয়ে দেশৰ উন্নয়নত শ্ৰমিক সকলৰ অপৰিহাৰ্য বৰঙণিৰ কথাও উল্লেখ কৰি সকলোৱে একেলগে হাতে হাত ধৰি আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে। তেওঁ এই প্ৰসঙ্গত সকলোৰে সৈতে ড: ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" গীতটি গাই অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত উপস্থিত থকা শ্ৰমিকসকলক তেওঁ ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু মে' দিৱসৰ ওলগ জনায়। ইয়াৰ পিছতে তেওঁ শেনচোৱাৰ শ্যামলী কৃষি পামৰ পথাৰলৈ গৈ অঞ্চলটোৰ কেবাজনো প্ৰগতিশীল কৃষককো ফুলাম গামোচাৰে ওলগ জনায়। ইয়াতো জিলা আয়ুক্ত গৰাকীয়ে শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য ব্যাখ্যা কৰি দেশৰ প্ৰগতিৰ কৃষকসকলৰ ভূমিকাৰ আন্তৰিক শলাগ লয়। এই অনুষ্ঠানত জিলা কৃষি বিষয়া নিখিল নাৰায়ন বৰুৱাও উপস্থিত থাকে।
    1
    ব্যতিক্ৰমী কাৰ্যসূচীৰে নগাঁও জিলা আয়ুক্তৰ মে' দিৱস উদযাপন, কৃষক-শ্ৰমিকক সম্বৰ্দ্ধনা।
আন্তৰাষ্ট্ৰীয় মে' দিৱসৰ দিনটো আজি নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অতি ব্যতিক্ৰমীভাবে উদযাপন কৰে। তেওঁ দিনটো কৃষক-শ্ৰমিকসকলৰ মাজত অতিবাহিত কৰাৰ লগতে তেওঁলোকক ফুলাম গামোচাৰে শুভেচ্ছাও জ্ঞাপন কৰে। আজি পুৱা শ্ৰম বিভাগৰ জৰিয়তে কেবাটাও শ্ৰমিক সংগঠনৰ সদস্যক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষলৈ মতাই আনি তেওঁলোকৰ সৈতে মে' দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰে। আয়ুক্ত গৰাকীয়ে দেশৰ উন্নয়নত শ্ৰমিক সকলৰ অপৰিহাৰ্য বৰঙণিৰ কথাও উল্লেখ কৰি সকলোৱে একেলগে হাতে হাত ধৰি আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে। তেওঁ এই প্ৰসঙ্গত সকলোৰে সৈতে ড: ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" গীতটি গাই অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত উপস্থিত থকা শ্ৰমিকসকলক তেওঁ ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু মে' দিৱসৰ ওলগ জনায়। ইয়াৰ পিছতে তেওঁ শেনচোৱাৰ শ্যামলী কৃষি পামৰ পথাৰলৈ গৈ অঞ্চলটোৰ কেবাজনো প্ৰগতিশীল কৃষককো ফুলাম গামোচাৰে ওলগ জনায়। ইয়াতো জিলা আয়ুক্ত গৰাকীয়ে শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য ব্যাখ্যা কৰি দেশৰ প্ৰগতিৰ কৃষকসকলৰ ভূমিকাৰ আন্তৰিক শলাগ লয়। এই অনুষ্ঠানত জিলা কৃষি বিষয়া নিখিল নাৰায়ন বৰুৱাও উপস্থিত থাকে।
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    5 hrs ago
  • মুখ্যমন্ত্ৰীৰ বাবে পৰিয়ালে চাব নোৱাৰে টি ভি? ৰকিবুলৰ ডাঙৰ অভিযোগ! ৰকিবুল হুছেইনৰ সংবাদ মেল
    1
    মুখ্যমন্ত্ৰীৰ বাবে পৰিয়ালে চাব নোৱাৰে টি ভি? ৰকিবুলৰ ডাঙৰ অভিযোগ!
ৰকিবুল হুছেইনৰ সংবাদ মেল
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    15 hrs ago
  • ২০১৩ চনত স্থাপিত এই বিদ্যালয়খনিয়ে শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। নিকা আৰু শান্ত পৰিবেশ, দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা—এই সকলো সুবিধাই বিদ্যালয়খনিক আনৰ পৰা পৃথক কৰি তুলিছে। ইয়াৰ লগতে দূৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত নিদানমূলক পাঠদান আৰু বিনামূলীয়া কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থাও আছে বিদ্যালয় খনিত। শিক্ষাৰ গুণগত মান বজাই ৰাখি এইবাৰো উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিদ্যালয়খনিয়ে উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত বহুতে লৈটাৰ নম্বৰসহ কৃতিত্বৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, আগন্তুক শিক্ষাবৰ্ষৰ বাবে বিদ্যালয়খনিত নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আগ্ৰহী অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে এই সুযোগ গ্ৰহণ কৰিব পাৰে। আহক বিদ্যালয় খনিৰ প্ৰসঙ্গত অধ্যক্ষ ছাহজাহান আলীৰ লগতে শিক্ষক সকলে কি কয় শুনো
    1
    ২০১৩ চনত স্থাপিত এই বিদ্যালয়খনিয়ে শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।
নিকা আৰু শান্ত পৰিবেশ, দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা—এই সকলো সুবিধাই বিদ্যালয়খনিক আনৰ পৰা পৃথক কৰি তুলিছে।
ইয়াৰ লগতে দূৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত নিদানমূলক পাঠদান আৰু বিনামূলীয়া কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থাও আছে বিদ্যালয় খনিত।
শিক্ষাৰ গুণগত মান বজাই ৰাখি এইবাৰো উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিদ্যালয়খনিয়ে উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত বহুতে লৈটাৰ নম্বৰসহ কৃতিত্বৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, আগন্তুক শিক্ষাবৰ্ষৰ বাবে বিদ্যালয়খনিত নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আগ্ৰহী অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে এই সুযোগ গ্ৰহণ কৰিব পাৰে। আহক বিদ্যালয় খনিৰ প্ৰসঙ্গত অধ্যক্ষ ছাহজাহান আলীৰ লগতে শিক্ষক সকলে কি কয় শুনো
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    11 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলশিৰি চাহ বাগিছাত আজি উদ্‌যাপন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ উল্লেখ্য যে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো বেলশিৰি চাহ বাগিছাত উদ্‌যাপন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ আজিৰ উক্ত শ্ৰমিক দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে শ্ৰমিক নেতা জছপাল টপ্ন ৷
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলশিৰি চাহ বাগিছাত আজি উদ্‌যাপন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ উল্লেখ্য যে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো বেলশিৰি চাহ বাগিছাত উদ্‌যাপন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ আজিৰ উক্ত শ্ৰমিক দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে শ্ৰমিক নেতা জছপাল টপ্ন ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    6 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.