logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৰিগাঁওৰ বৰঙাবাৰিত চাৰিদিনীয়া বৰ্নাধ্য কাৰ্যসূচীয়ে শ্ৰী শ্ৰী গোপাল কৃষ্ণ থানৰ বছেৰকীয়া পালনাম৷ আজি বুদ্ধ পূৰ্ণিমা ৷ সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁওৰ বৰঙাবাৰিত চাৰিদিনীয়া বৰ্নাধ্য কাৰ্যসূচীয়ে শ্ৰী শ্ৰী গোপাল কৃষ্ণ থানৰ বছেৰকীয়া পালনাম উৎদযাপন৷আজি প্ৰথম দিনৰ কাৰ্য্যসূচীত পুৱাৰ ভাগত পতাকা উত্তোলনৰে আৰম্ভ হোৱা কাৰ্যসূচীত পতাকা উত্তোলন কৰে সত্ৰাধীকাৰ লুহিত গোস্বামীদেৱে৷ তাৰ পাছতে মৰিগাঁও জিলাৰ বিভিন্ন ঠাইৰ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত আৰম্ভ কৰে বৃহৎ ধৰ্মীয় সোভাযাত্ৰা৷ বিভিন্ন ইতিহাস তথা ধৰ্মীয় প্ৰবাদেৰে ভৰপূৰ শ্ৰী শ্ৰী গোপাল কৃষ্ণ থানৰ বছেৰেকীয়া মহাপালনাম ভাগে ৪০ বছৰত ভৰি দিলে৷ প্ৰৱাদ আছে যে ১৯৫০ চনৰ বৰ ভুইকম্পত সৃষ্টি হৈছিল এটি প্ৰকান্দ গাতৰ ,আৰু তাৰ পাছৰ পৰাই প্ৰতিষ্ঠা হোৱা শ্ৰী শ্ৰী গোপাল কৃষ্ণ থানৰ পূৱ দিশত আজিও সংৰক্ষণৰ অভাৱত পৰিতক্ত অৱস্থাত সেই ঐতিহাসিক পৌৰাণিক পুখুৰীটো৷

2 hrs ago
user_Mahesh kumar das
Mahesh kumar das
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
2 hrs ago

মৰিগাঁওৰ বৰঙাবাৰিত চাৰিদিনীয়া বৰ্নাধ্য কাৰ্যসূচীয়ে শ্ৰী শ্ৰী গোপাল কৃষ্ণ থানৰ বছেৰকীয়া পালনাম৷ আজি বুদ্ধ পূৰ্ণিমা ৷ সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁওৰ বৰঙাবাৰিত চাৰিদিনীয়া বৰ্নাধ্য কাৰ্যসূচীয়ে শ্ৰী শ্ৰী গোপাল কৃষ্ণ থানৰ বছেৰকীয়া পালনাম উৎদযাপন৷আজি প্ৰথম দিনৰ কাৰ্য্যসূচীত পুৱাৰ ভাগত পতাকা উত্তোলনৰে আৰম্ভ হোৱা কাৰ্যসূচীত পতাকা উত্তোলন কৰে সত্ৰাধীকাৰ লুহিত গোস্বামীদেৱে৷ তাৰ পাছতে মৰিগাঁও জিলাৰ বিভিন্ন ঠাইৰ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত আৰম্ভ কৰে বৃহৎ ধৰ্মীয় সোভাযাত্ৰা৷ বিভিন্ন ইতিহাস তথা ধৰ্মীয় প্ৰবাদেৰে ভৰপূৰ শ্ৰী শ্ৰী গোপাল কৃষ্ণ থানৰ বছেৰেকীয়া মহাপালনাম ভাগে ৪০ বছৰত ভৰি দিলে৷ প্ৰৱাদ আছে যে ১৯৫০ চনৰ বৰ ভুইকম্পত সৃষ্টি হৈছিল এটি প্ৰকান্দ গাতৰ ,আৰু তাৰ পাছৰ পৰাই প্ৰতিষ্ঠা হোৱা শ্ৰী শ্ৰী গোপাল কৃষ্ণ থানৰ পূৱ দিশত আজিও সংৰক্ষণৰ অভাৱত পৰিতক্ত অৱস্থাত সেই ঐতিহাসিক পৌৰাণিক পুখুৰীটো৷

More news from অসম and nearby areas
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    17 hrs ago
  • বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত বটদ্ৰৱাত সতী ৰাধিকা মহোৎসৱ উৎযাপন।
    1
    বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত বটদ্ৰৱাত সতী ৰাধিকা মহোৎসৱ উৎযাপন।
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    7 hrs ago
  • নগাঁও জিলাৰ অন্যতম শিক্ষানুষ্ঠান ফালাহ গ্ৰুপ অফ ইনষ্টিটিউট চমুকৈ FGI শিক্ষানুষ্ঠানৰ ছাত্ৰী ,আজাদ নগৰৰ নিবাসী জাকীৰ হুছেইন ভূঞাৰ জেষ্ঠ কন্যা ওৱাসিমা আকতাৰা ভূঞাই বিজ্ঞান শাখাত ৮২.৮% শতাংশ নম্বৰ অৰ্জন কৰি সুখ্যাতিৰে সফলতা লাভ কৰাত পৰিয়ালবৰ্গ তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷ অতি পৰিতাপৰ বিষয় এই যে পৰীক্ষাৰ প্ৰাকক্ষণত প্রায় ছমাহ কাল চিকিৎসাজনীত কাৰণত পঢ়াশুনা কৰিব পৰা নাছিল যদিও যিখিনি সফলতা আৰ্জিলে তাক লৈয়ে পৰিয়াল বৰ্গ সুখী বুলি জানিব দিয়ে।
    1
    নগাঁও জিলাৰ অন্যতম শিক্ষানুষ্ঠান ফালাহ গ্ৰুপ অফ ইনষ্টিটিউট চমুকৈ FGI শিক্ষানুষ্ঠানৰ ছাত্ৰী ,আজাদ নগৰৰ নিবাসী জাকীৰ হুছেইন ভূঞাৰ জেষ্ঠ কন্যা ওৱাসিমা আকতাৰা ভূঞাই বিজ্ঞান শাখাত ৮২.৮%  শতাংশ নম্বৰ অৰ্জন কৰি  সুখ্যাতিৰে সফলতা লাভ কৰাত পৰিয়ালবৰ্গ তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷
অতি পৰিতাপৰ বিষয় এই যে পৰীক্ষাৰ প্ৰাকক্ষণত প্রায় ছমাহ কাল চিকিৎসাজনীত কাৰণত পঢ়াশুনা কৰিব পৰা নাছিল যদিও যিখিনি সফলতা আৰ্জিলে তাক লৈয়ে পৰিয়াল বৰ্গ সুখী বুলি জানিব দিয়ে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    15 hrs ago
  • ঢেকীয়াজুলিৰ গাধাজুলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জমা হ’ল একাঠু পানী
    1
    ঢেকীয়াজুলিৰ গাধাজুলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জমা হ’ল একাঠু পানী
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    19 hrs ago
  • বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৬ তম মৃত্যুবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য
    1
    বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৬ তম মৃত্যুবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ মন্তব্য
    user_Subal Biswas
    Subal Biswas
    Guwahati, Kamrup Metro•
    4 hrs ago
  • মঠঘৰীয়া দুৰ্ঘটনাৰ পাছতে ছামিমে তে....জ লগা পোচাকযোৰ দলিয়াইছিল নলালৈ । তাৰ পাছতে অন্য গাড়ী মাতি পলাই গৈছিল ছামিম গুৱাহাটীৰ পৰা।
    1
    মঠঘৰীয়া দুৰ্ঘটনাৰ পাছতে ছামিমে তে....জ লগা পোচাকযোৰ দলিয়াইছিল নলালৈ । তাৰ পাছতে অন্য গাড়ী মাতি পলাই গৈছিল ছামিম গুৱাহাটীৰ পৰা।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    5 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    5 hrs ago
  • বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত বটদ্ৰৱাত সতী ৰাধিকা মহোৎসৱ উৎযাপন। সতী ৰাধিকাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপনৰ দাবী,অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসৰ । সঞ্জীৱ দাসে কয় যে কৈৱৰ্ত কুলৰ মহীয়সী আই সতী ৰাধিকাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে দাসে আইগৰাকীৰ নামত শীঘ্ৰে এখন বিশ্ববিদ্যালয় স্থাপনৰ দাবী জনাইছে চৰকাৰক।একেটা দাবী গৱেষক জুৰী শইকীয়াও উত্থাপন কৰে। গামোচা উত্তোলন, সদৌ অসম ভিত্তিত সতী ৰাধিকা সন্দৰ্ভত থিতাতে লিখা ৰচনা, চিত্রাংকন প্রতিযোগিতা, খোল প্রসঙ্গ, নাম প্রসঙ্গ আৰু শ’লগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তই সভাপতিত্ব কৰা মুখ্য কাৰ্যসূচী ধর্মালোচনী সভা অনুষ্ঠিত হয়৷ সভাত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰচাৰক জগত বণিয়া৷ বিশিষ্ট অতিথিহিচাপে উপস্থিত থাকে গৱেষক জুৰী শইকীয়া৷ ইফালে সন্ধিয়া নগাঁৱৰ পাঞ্চজন্য শিল্পী সমাজে গুৰুজনাৰ বিৰচিত অংকীয়া নাট ‘পাৰিজাত হৰণ’ পৰিবেশন কৰিব৷
    1
    বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত বটদ্ৰৱাত সতী ৰাধিকা মহোৎসৱ উৎযাপন।
সতী ৰাধিকাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপনৰ দাবী,অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসৰ ।
সঞ্জীৱ দাসে কয় যে কৈৱৰ্ত কুলৰ মহীয়সী আই সতী ৰাধিকাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে দাসে আইগৰাকীৰ নামত শীঘ্ৰে এখন বিশ্ববিদ্যালয় স্থাপনৰ দাবী জনাইছে চৰকাৰক।একেটা দাবী গৱেষক জুৰী শইকীয়াও উত্থাপন কৰে।
গামোচা উত্তোলন, সদৌ অসম ভিত্তিত সতী ৰাধিকা সন্দৰ্ভত থিতাতে লিখা ৰচনা, চিত্রাংকন প্রতিযোগিতা, খোল প্রসঙ্গ, নাম প্রসঙ্গ আৰু শ’লগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তই সভাপতিত্ব কৰা মুখ্য কাৰ্যসূচী ধর্মালোচনী সভা অনুষ্ঠিত হয়৷
সভাত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰচাৰক জগত বণিয়া৷
বিশিষ্ট অতিথিহিচাপে উপস্থিত থাকে গৱেষক জুৰী শইকীয়া৷ 
ইফালে সন্ধিয়া নগাঁৱৰ পাঞ্চজন্য শিল্পী সমাজে গুৰুজনাৰ বিৰচিত অংকীয়া নাট ‘পাৰিজাত হৰণ’ পৰিবেশন কৰিব৷
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    7 hrs ago
  • নগাঁৱৰ ব্যক্তিগত খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিষ্ঠা কালৰে পৰা গণিত আৰু পৰিসংখ্যা বিষয়ত পাঠদান কৰি অহা শিক্ষা প্ৰতিষ্ঠান খনিৰ অন্যতম শিক্ষক দেৱজিৎ দাস। ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ধাৰাবাহিক সাফল্যৰ আঁৰৰ অন্যতম এগৰাকী শিক্ষক দেৱজিৎ দাসৰ বাসগৃহত উপস্থিত হৈ এক আছুতীয়া সাক্ষাৎকাৰত মিলিত হৈছিলো। আহক আমি আলোচনাৰ মাজলৈ যাওঁ।
    1
    নগাঁৱৰ ব্যক্তিগত খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিষ্ঠা কালৰে পৰা  গণিত আৰু পৰিসংখ্যা বিষয়ত পাঠদান কৰি অহা শিক্ষা প্ৰতিষ্ঠান খনিৰ অন্যতম শিক্ষক দেৱজিৎ দাস। ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ধাৰাবাহিক সাফল্যৰ আঁৰৰ অন্যতম এগৰাকী শিক্ষক দেৱজিৎ দাসৰ বাসগৃহত উপস্থিত হৈ এক আছুতীয়া সাক্ষাৎকাৰত মিলিত হৈছিলো। আহক আমি আলোচনাৰ মাজলৈ যাওঁ।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    17 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.