Shuru
Apke Nagar Ki App…
Best Picnic Spot in Assam | Chikarighat | চিকাৰীঘাট দেৰগাঁও
Samsul Haque
Best Picnic Spot in Assam | Chikarighat | চিকাৰীঘাট দেৰগাঁও
More news from Golaghat and nearby areas
- গোলাঘাট জিলাৰ অৰণ্যম ট্ৰাষ্টৰ উদ্যোগত আয়োজিত চতুৰ্থ বাৰ্ষিক সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ স্মৃতিগ্ৰন্থ উন্মোচন। 'ভাওনা' শীৰ্ষক স্মৃতিগ্ৰন্থৰ লগতে পৰশমণি শইকীয়াৰ গ্ৰন্থ 'মৌনতাৰ বিস্ফোৰণ' উন্মোচন নিউজ লাইভৰ কাৰ্যবাহী সম্পাদক লুইত নীল ডনৰ।1
- #ইচলাম ধৰ্মৰ এগৰাকী অসমীয়া বোৱাৰী #য়াচমিন_চুলতালা_ৰহমানে গত বৰ্ষৰ দৰে এই বৰ্ষতো #গোলাঘাট জিলা শাখাক প্ৰতিনিধিত্ব কৰি #বকলীয়াঘাট যোৱা নবেম্বৰ মাহত অনুষ্ঠিত হোৱা #শ্ৰীমন্ত_শঙ্কৰদেৱ_সঙ্ঘৰ ৩১ সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আইমাতৃ সমাৰোহৰ আইমাতৃ শাখাৰ #বৰগীত প্ৰতিযোগিতাত #তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হ’ল৷ য়াচমিন #জিকিৰকে মুখ্য কৰি অসমীয়া #লোকসঙ্গীতৰ এগৰাকী সু-গায়িকা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, #দেৰগাওঁ_শঙ্কৰী_কলা_কৃষ্টি_কেন্দ্ৰৰ গায়ন বিষয়ৰ এগৰাকী ছাত্ৰী৷ য়াচমিনে ইতিমধ্যেই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ শঙ্কৰী সঙ্গীত পৰীক্ষা পৰিষদত গায়ন বিষয়ৰ তৃতীয় বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে৷1
- মৰঙিৰ 39নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দৈগ্ৰোঙত গোলাঘাট জিলা প্ৰশাসনৰ উচ্চেদ অভিযান1
- নাট : গৰুড়ৰ অমৃত হৰণ , বিনতাৰ দাসত্ব মোছন । দল : "সাৰঙ্গপাণি শিল্পী সমাজ" শালিকীহাট , গোলাঘাট । স্থান : অৰণ্যম ট্ৰাষ্টৰ উদ্যোগত আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত আয়োজন কৰা সদৌ অসম ভাওনা প্ৰতিযোগিতা , চিনাতলী ।1
- এটি সমবেত সংগীতেৰে আৰম্ভ হ'ল দক্ষিণ গোলাঘাট আঞ্চলিক মইনা পাৰিজাতৰ পৰিষদ সভা1
- দিনটো কাম আৰু কাম ,, ৰাস্তাত Accident পালো "? পথাৰত দিনটো কামত ,। গোলাঘাট টো বেছি মাৰি lood কৰিবৰ আহিলো ? video টো সম্পূৰ্ণ কে চাব আৰু like comment share Follow কৰি দিব ধন্যবাদ1
- শিশু ভাওনা গোলাঘাট (টেঙা নি)1
- 😂😂😂😂❤❤❤1
- সৰুপথাৰ সমজিলা সামসিক নতুন চিকিৎসালয় মুকলি কৰা সময়ত ভিদিয় ২০২৪1