Shuru
Apke Nagar Ki App…
Dharfor।। Meer deep।।ধৰফৰ।।মীৰদ্বীপ।। নাহৰকটীয়া চাচনি
Anjuma
Dharfor।। Meer deep।।ধৰফৰ।।মীৰদ্বীপ।। নাহৰকটীয়া চাচনি
More news from Tinsukia and nearby areas
- :- তিনিচুকীয়াৰ ৰাণীঘাটৰ বনভোজ স্থলীত জনসোঁত :- জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰে তিনিচুকীয়াৰ বিভিন্ন স্থানত বনভোজ খাবলৈ ৰাইজে ঢাপলি মেলিছে সমান্তৰাল কৈ তিনিচুকীয়াৰ ৰাণী ঘাটত বিভিন্ন স্থানৰ পৰা জন সোঁত বৈছে । :- বনভোজ স্থলীত আহি উপস্থিত হোৱা পৰিলক্ষিত হয় ভাৰতীয় জনতা পাৰ্টীৰ গুইজান পঞ্চায়টৰ লোক সকল ,তেওঁলোক ও প্ৰত্যেক বছৰে বনভোজ খাবলৈ যায় এইবাৰ ৰাণী ঘটলৈ আহিছে বনভোজ খাবলৈ ।বনভোজ স্থলীত ৰাইজৰ মাজত পাৰ ভঙা উচ্চাহ - উদ্দীপনাৰ ।:- নচাই নাচিছে , বনুৱাই বনাইছে আৰু খুৱাই খাইছে লগতে চেল্ফি তুলাই চেল্ফি তুলিছে ।চৌপাখে সকলোৱে আত্মীয় কুটুম ,বন্ধু বান্ধবীৰ সৈতে বছৰৰ প্ৰথম দেওবাৰে এসাজ মাছে মগহে উদৰ পুৰাই খাইছে ।উল্লেখযোগ্য যে, ৰাণীঘাটত নৌকা যাত্ৰা ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । :-বনভোজ স্থলীত আমি লগ পাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক সঞ্জয় দাস ক তেখেতে এনেদৰে কয়।1
- তিনিচুকীয়া ব্রাক্ষ্মণ সভাৰ উদ্যোগত পৰশুৰাম কুণ্ড তীৰ্থ যাত্ৰীৰ সেৱা শিবিৰ অনুষ্ঠিত ।1
- চাবুৱাত ৰাজহুৱা সভা ও সংবাদমেল সম্বোধন কৰি কবিতা ইলেক্ট্ৰনিকছৰ স্বত্বাধিকাৰী হৰিচৰণ বৰ্মাই চাবুৱাৰ বায়ু সেনাবাহিনী এম ই এছ বিদ্যুত উপকেন্দ্ৰত দুই অস্থায়ী কৰ্মচাৰী দুৰ্ঘটনা পতিত হৈ মৃত্যু ব্যক্তি ক্ষতিপূৰণ প্ৰদানত বাধা হোৱা কথা ৰাজহুৱা কৰা পাছতে ৷ শ্ৰমিক নেতা সুভাষ সিংৰ নাম সাঙোৰ খাইছে সমগ্ৰ বিষয়টোত ৷ মৃত পৰিয়ালৰ পৰা কমিচন লোৱা অভিযোগৰ আঙুলি শ্ৰমিক নেতা সুভাষ সিংৰ বিৰুদ্ধে ৷ পূৰ্বে প্ৰণৱ দত্ত নামৰ শ্ৰমিক জন সেনা চাউনিত দুৰ্ঘটনাত মৃত্যু হোৱাত ৫০লাখ টকা ক্ষতিপূৰণ বিচাৰি আন্দোলন কৰিছিল সুভাষ সিং য়ে ; পৰবৰ্তী সময়ত ঠিকাদাৰ প্ৰতিষ্ঠানৰ লগত মিতিৰালি কৰি মৃতকৰ পৰিয়ালৰ লগত ক্ষতিপূৰণৰ দৰ দাম কৰা অভিযোগ সুভাষ সিং ৰ বিৰুদ্ধে ৷ চাবুৱা দল সংগঠনৰ সকীয়নি সুভাষ সিং ক ৷1
- ভিডিও টা বেশি বেশি শেয়ার 1k.সাবস্ক্রাইব করেন | আমাৰ তিনিচুকীয়া মহমাৰা গাওঁ পঞ্চায়তৰ মহমাৰী পথাৰ1
- 18 ம் நூற்றாண்டு மதுரை மாநகரம் அப்போதைய வரைபடம் ( Map )1
- ninja farted1
- countries and their war flags (part 2)1