চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল। তাৰ কাৰণ ব্যাখ্যা কৰিলে এ আই ইউ ডি এফৰ একালৰ কৰ্মী সকলে। এ আই ইউ ডি এফৰ ধিং বিধায়ক আমিনুল ইছলাম কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা বিজেপি ৰ হৈ কাম কৰি আছে বুলি অভিযোগ আনে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ এ আই ইউ ডি এফত যোগদান কৰাৰ পিছত বহুতো পুৰণি কৰ্মকৰ্তা দল এৰি কংগ্ৰছত যোগদান কৰে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ ৰূপহী হাটৰ বিধায়ক ২০০৬ চনৰ পৰা ২০১১ চনলৈ আছিল। সেইটো সময়ত ৰাইজৰ কি কাম কৰিছিল তাৰ বিৱৰণ উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত। ৰাজ্যসভাত ভোট কাক দিছিল ৰাইজৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল তাকো উল্লেখ কৰে কৰ্মী সকলে। নেতা জন ৰাইজৰ কেনেকুৱা বিশ্বাস যোগ্য হয় তাৰ কথা দাঙি দৰে পুৰণি কৰ্মী সকলে। চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল। তাৰ কাৰণ ব্যাখ্যা কৰিলে এ আই ইউ ডি এফৰ একালৰ কৰ্মী সকলে। এ আই ইউ ডি এফৰ ধিং বিধায়ক আমিনুল ইছলাম কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা বিজেপি ৰ হৈ কাম কৰি আছে বুলি অভিযোগ আনে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ এ আই ইউ ডি এফত যোগদান কৰাৰ পিছত বহুতো পুৰণি কৰ্মকৰ্তা দল এৰি কংগ্ৰছত যোগদান কৰে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ ৰূপহী হাটৰ বিধায়ক ২০০৬ চনৰ পৰা ২০১১ চনলৈ আছিল। সেইটো সময়ত ৰাইজৰ কি কাম কৰিছিল তাৰ বিৱৰণ উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত। ৰাজ্যসভাত ভোট কাক দিছিল ৰাইজৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল তাকো উল্লেখ কৰে কৰ্মী সকলে। নেতা জন ৰাইজৰ কেনেকুৱা বিশ্বাস যোগ্য হয় তাৰ কথা দাঙি দৰে পুৰণি কৰ্মী সকলে।

- চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী গৰমৰ মাজতে আজি এ আই ইউ ডি এফ (AIUDF) দলৰ এক বিশেষ প্ৰচাৰ সভাই আমোদজনক মোৰ লয়। সমষ্টিটোৰ দলীয় প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু এক নাটকীয় পৰিস্থিতিত তেওঁৰ হেলিকপ্টাৰখন আকাশৰ পৰাই পুনৰ উভতি যায়।1
- চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল। তাৰ কাৰণ ব্যাখ্যা কৰিলে এ আই ইউ ডি এফৰ একালৰ কৰ্মী সকলে। এ আই ইউ ডি এফৰ ধিং বিধায়ক আমিনুল ইছলাম কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা বিজেপি ৰ হৈ কাম কৰি আছে বুলি অভিযোগ আনে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ এ আই ইউ ডি এফত যোগদান কৰাৰ পিছত বহুতো পুৰণি কৰ্মকৰ্তা দল এৰি কংগ্ৰছত যোগদান কৰে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ ৰূপহী হাটৰ বিধায়ক ২০০৬ চনৰ পৰা ২০১১ চনলৈ আছিল। সেইটো সময়ত ৰাইজৰ কি কাম কৰিছিল তাৰ বিৱৰণ উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত। ৰাজ্যসভাত ভোট কাক দিছিল ৰাইজৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল তাকো উল্লেখ কৰে কৰ্মী সকলে। নেতা জন ৰাইজৰ কেনেকুৱা বিশ্বাস যোগ্য হয় তাৰ কথা দাঙি দৰে পুৰণি কৰ্মী সকলে।1
- কাৰিকৰী বিজুতিৰ বাবে হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰি উভতি গ'ল এ আই ইউ ডি এফ প্ৰধান বদৰ উদ্দিন আজমল1
- *ধিং সমষ্টিত এআইইউডিএফৰ প্ৰচাৰ তীব্ৰ, শতাধিক কংগ্ৰেছ কৰ্মীৰ যোগদান।* নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী মতিউৰ ৰহমানে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে। তেওঁ দিনে-নিশাই সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ৰাইজৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে। মঙলবাৰে কটহগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰৌমাৰীত ৰহমানে এটি নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত বহু লোকৰ সমাগম ঘটে। ইফালে, কটহগুৰি পঞ্চায়তৰ শতাধিক কংগ্ৰেছৰ সক্ৰিয় কৰ্মীয়ে এআইইউডিএফৰ নীতি আৰু আদৰ্শত আস্থা প্ৰকাশ কৰি আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে। নতুনকৈ যোগদান কৰা কৰ্মীসকলক মতিউৰ ৰহমানে ফুলাম গামোছা আৰু দলীয় গামোছাৰে সন্মান জনায়। সভাত ভাষণ প্ৰদান কৰি ৰহমানে সকলো কৰ্মীক দলৰ শক্তি বৃদ্ধিৰ বাবে একত্ৰিতভাৱে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ৰাইজৰ সহযোগত এইবাৰ এআইইউডিএফে সমষ্টিটোত উন্নয়নৰ নতুন অধ্যায় সূচনা কৰিব।1
- আজমলৰ নিৰ্বাচনী সভাত অথন্তৰ। প্ৰায় ২০ মিনিট সময় আকাশতে উৰি থাকিল হেলিকপ্টাৰ। অৱতৰণ কৰিব নোৱাৰি কাৱৈমাৰীৰ সভা স্থলীৰ পৰা আঁতৰি গৈছে আজমলৰ হেলিকপ্টাৰ। বৰ্তমানেও জানিব পৰা মতে যান্ত্ৰিক বিজুতিৰ বাবে অৱতৰণ কৰিব পৰা নাই হেলিকপ্টাৰ। চামগুৰিৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা AIUDF ৰ সভাত অংশগ্ৰহণ কৰাৰ কথা আছিল আজমলৰ।1
- gorma re rasta2
- mikir para Assam indane oil jamuna valley indane gramin vitrak people crowd1
- চামগুৰি সমষ্টিৰ কাৱৈমাৰীত AIUDF দলৰ সভাত আজমলৰ হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰাত দলীয় সমৰ্থকৰ ক্ষোভ।1