logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কাৰিকৰী বিজুতিৰ বাবে হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰি উভতি গ'ল এ আই ইউ ডি এফ প্ৰধান বদৰ উদ্দিন আজমল কাৰিকৰী বিজুতিৰ বাবে হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰি উভতি গ'ল এ আই ইউ ডি এফ প্ৰধান বদৰ উদ্দিন আজমল

3 hrs ago
user_D Talks Ne
D Talks Ne
Local News Reporter Rupahi, Nagaon•
3 hrs ago

কাৰিকৰী বিজুতিৰ বাবে হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰি উভতি গ'ল এ আই ইউ ডি এফ প্ৰধান বদৰ উদ্দিন আজমল কাৰিকৰী বিজুতিৰ বাবে হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰি উভতি গ'ল এ আই ইউ ডি এফ প্ৰধান বদৰ উদ্দিন আজমল

More news from অসম and nearby areas
  • চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল। তাৰ কাৰণ ব্যাখ্যা কৰিলে এ আই ইউ ডি এফৰ একালৰ কৰ্মী সকলে। এ আই ইউ ডি এফৰ ধিং বিধায়ক আমিনুল ইছলাম কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা বিজেপি ৰ হৈ কাম কৰি আছে বুলি অভিযোগ আনে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ এ আই ইউ ডি এফত যোগদান কৰাৰ পিছত বহুতো পুৰণি কৰ্মকৰ্তা দল এৰি কংগ্ৰছত যোগদান কৰে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ ৰূপহী হাটৰ বিধায়ক ২০০৬ চনৰ পৰা ২০১১ চনলৈ আছিল। সেইটো সময়ত ৰাইজৰ কি কাম কৰিছিল তাৰ বিৱৰণ উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত। ৰাজ্যসভাত ভোট কাক দিছিল ৰাইজৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল তাকো উল্লেখ কৰে কৰ্মী সকলে। নেতা জন ৰাইজৰ কেনেকুৱা বিশ্বাস যোগ্য হয় তাৰ কথা দাঙি দৰে পুৰণি কৰ্মী সকলে।
    1
    চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল। 
তাৰ কাৰণ ব্যাখ্যা কৰিলে এ আই ইউ ডি এফৰ একালৰ কৰ্মী সকলে। 
এ আই ইউ ডি এফৰ ধিং বিধায়ক আমিনুল ইছলাম কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা বিজেপি ৰ হৈ কাম কৰি আছে বুলি অভিযোগ আনে।  
প্ৰাক্তন বিধায়ক আব্দুল আজিজ এ আই ইউ ডি এফত যোগদান কৰাৰ পিছত বহুতো পুৰণি কৰ্মকৰ্তা  দল এৰি কংগ্ৰছত যোগদান কৰে।  
প্ৰাক্তন বিধায়ক আব্দুল আজিজ ৰূপহী হাটৰ বিধায়ক ২০০৬ চনৰ পৰা ২০১১ চনলৈ আছিল। 
সেইটো সময়ত ৰাইজৰ কি  কাম কৰিছিল তাৰ বিৱৰণ উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত।
ৰাজ্যসভাত ভোট কাক দিছিল ৰাইজৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল তাকো উল্লেখ কৰে কৰ্মী সকলে। 
নেতা জন ৰাইজৰ কেনেকুৱা বিশ্বাস যোগ্য হয় তাৰ কথা দাঙি দৰে পুৰণি কৰ্মী সকলে।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    20 min ago
  • কাৰিকৰী বিজুতিৰ বাবে হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰি উভতি গ'ল এ আই ইউ ডি এফ প্ৰধান বদৰ উদ্দিন আজমল
    1
    কাৰিকৰী বিজুতিৰ বাবে হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰি উভতি গ'ল এ আই ইউ ডি এফ প্ৰধান বদৰ উদ্দিন আজমল
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    3 hrs ago
  • *ধিং সমষ্টিত এআইইউডিএফৰ প্ৰচাৰ তীব্ৰ, শতাধিক কংগ্ৰেছ কৰ্মীৰ যোগদান।* নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী মতিউৰ ৰহমানে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে। তেওঁ দিনে-নিশাই সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ৰাইজৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে। মঙলবাৰে কটহগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰৌমাৰীত ৰহমানে এটি নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত বহু লোকৰ সমাগম ঘটে। ইফালে, কটহগুৰি পঞ্চায়তৰ শতাধিক কংগ্ৰেছৰ সক্ৰিয় কৰ্মীয়ে এআইইউডিএফৰ নীতি আৰু আদৰ্শত আস্থা প্ৰকাশ কৰি আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে। নতুনকৈ যোগদান কৰা কৰ্মীসকলক মতিউৰ ৰহমানে ফুলাম গামোছা আৰু দলীয় গামোছাৰে সন্মান জনায়। সভাত ভাষণ প্ৰদান কৰি ৰহমানে সকলো কৰ্মীক দলৰ শক্তি বৃদ্ধিৰ বাবে একত্ৰিতভাৱে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ৰাইজৰ সহযোগত এইবাৰ এআইইউডিএফে সমষ্টিটোত উন্নয়নৰ নতুন অধ্যায় সূচনা কৰিব।
    1
    *ধিং সমষ্টিত এআইইউডিএফৰ প্ৰচাৰ তীব্ৰ, শতাধিক কংগ্ৰেছ কৰ্মীৰ যোগদান।*
নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী মতিউৰ ৰহমানে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে। তেওঁ দিনে-নিশাই সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ৰাইজৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে।
মঙলবাৰে কটহগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰৌমাৰীত ৰহমানে এটি নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত বহু লোকৰ সমাগম ঘটে।
ইফালে, কটহগুৰি পঞ্চায়তৰ শতাধিক কংগ্ৰেছৰ সক্ৰিয় কৰ্মীয়ে এআইইউডিএফৰ নীতি আৰু আদৰ্শত আস্থা প্ৰকাশ কৰি আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে। নতুনকৈ যোগদান কৰা কৰ্মীসকলক মতিউৰ ৰহমানে ফুলাম গামোছা আৰু দলীয় গামোছাৰে সন্মান জনায়।
সভাত ভাষণ প্ৰদান কৰি ৰহমানে সকলো কৰ্মীক দলৰ শক্তি বৃদ্ধিৰ বাবে একত্ৰিতভাৱে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ৰাইজৰ সহযোগত এইবাৰ এআইইউডিএফে সমষ্টিটোত উন্নয়নৰ নতুন অধ্যায় সূচনা কৰিব।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    3 hrs ago
  • আজমলৰ নিৰ্বাচনী সভাত অথন্তৰ। প্ৰায় ২০ মিনিট সময় আকাশতে উৰি থাকিল হেলিকপ্টাৰ। অৱতৰণ কৰিব নোৱাৰি কাৱৈমাৰীৰ সভা স্থলীৰ পৰা আঁতৰি গৈছে আজমলৰ হেলিকপ্টাৰ। বৰ্তমানেও জানিব পৰা মতে যান্ত্ৰিক বিজুতিৰ বাবে অৱতৰণ কৰিব পৰা নাই হেলিকপ্টাৰ। চামগুৰিৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা AIUDF ৰ সভাত অংশগ্ৰহণ কৰাৰ কথা আছিল আজমলৰ।
    1
    আজমলৰ নিৰ্বাচনী সভাত অথন্তৰ।
প্ৰায় ২০ মিনিট সময় আকাশতে উৰি থাকিল হেলিকপ্টাৰ।
অৱতৰণ কৰিব নোৱাৰি কাৱৈমাৰীৰ সভা স্থলীৰ পৰা আঁতৰি গৈছে আজমলৰ হেলিকপ্টাৰ।
বৰ্তমানেও জানিব পৰা মতে যান্ত্ৰিক বিজুতিৰ বাবে অৱতৰণ কৰিব পৰা নাই হেলিকপ্টাৰ। 
চামগুৰিৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা AIUDF ৰ সভাত অংশগ্ৰহণ কৰাৰ কথা আছিল আজমলৰ।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
  • gorma re rasta
    2
    gorma re rasta
    user_ANSARUL Islam
    ANSARUL Islam
    মিকিৰভেটা, মৰিগাঁও, অসম•
    4 hrs ago
  • mikir para Assam indane oil jamuna valley indane gramin vitrak people crowd
    1
    mikir para Assam indane oil jamuna valley indane gramin vitrak people crowd
    user_Iahhia Ahmedya
    Iahhia Ahmedya
    Voice of people ডবকা, হোজাই, অসম•
    11 hrs ago
  • Post by Dhiren Medhi
    1
    Post by Dhiren Medhi
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
  • *চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল* চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী গৰমৰ মাজতে আজি এ আই ইউ ডি এফ (AIUDF) দলৰ এক বিশেষ প্ৰচাৰ সভাই আমোদজনক মোৰ লয়। সমষ্টিটোৰ দলীয় প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু এক নাটকীয় পৰিস্থিতিত তেওঁৰ হেলিকপ্টাৰখন আকাশৰ পৰাই পুনৰ উভতি যায়। আজি দিনৰ ভাগত চামগুৰিৰ কাৱৈমাৰীৰ সভাখনত হাজাৰ হাজাৰ সমৰ্থক বদৰুদ্দিন আজমলৰ ভাষণ শুনিবলৈ অপেক্ষা কৰি আছিল। প্ৰাৰ্থী আব্দুল আজিজৰ হৈ শক্তি প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে এই বৃহৎ সভাখনৰ আয়োজন কৰা হৈছিল। খবৰ অনুসৰি, আজমলৰ হেলিকপ্টাৰখন সভাৰ স্থানলৈ বুলি ৰাওনা হৈছিল যদিও অৱতৰণ নকৰাকৈয়ে তেওঁ পুনৰ আকাশ মাৰ্গেৰে উভতি যায়। আজমলৰ আগমনক লৈ উৎসাহিত হৈ থকা এ আই ইউ ডি এফৰ কৰ্মী আৰু সমৰ্থক সকলৰ মাজত এই ঘটনাই বিৰক্তি আৰু হতাশাই বিৰাজ কৰিছে। সভাৰ স্থলীত উপস্থিত থকা বহু লোকে আশা কৰিছিল যে আজমলে তেওঁলোকৰ অঞ্চলটোৰ বাবে বিশেষ কিবা ঘোষণা কৰিব, কিন্তু হেলিকপ্টাৰ উভতি যোৱাৰ খবৰে জনসাধাৰণক আচৰিত কৰি তোলে। অৱশ্যে আজমলৰ হেলিকপ্টাৰখন কি কাৰণত অৱতৰণ নকৰাকৈ উভতি গ’ল, সেই বিষয়ে এতিয়ালৈকে দলীয় কৰ্তৃপক্ষৰ পৰা কোনো স্পষ্ট চৰকাৰী বিবৃতি প্ৰকাশ পোৱা নাই। কিছুমানৰ মতে কাৰিকৰী অসুবিধা বা বতৰৰ সমস্যা হ’ব পাৰে, আনহাতে আন একাংশই ইয়াক এক ৰাজনৈতিক কৌশল বুলিও চৰ্চা কৰিছে। প্ৰাৰ্থী আব্দুল আজিজৰ বাবে এয়া এক মোক্ষম আঘাত বুলি ধাৰণা কৰা হৈছে। নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দলীয় মুৰব্বীজনৰ অনুপস্থিতিয়ে প্ৰচাৰ অভিযানত কেনে প্ৰভাৱ পেলাব, সেয়া লক্ষণীয় হ’ব।
    1
    *চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল*
চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী গৰমৰ মাজতে আজি এ আই ইউ ডি এফ (AIUDF) দলৰ এক বিশেষ প্ৰচাৰ সভাই আমোদজনক মোৰ লয়।
সমষ্টিটোৰ দলীয় প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু এক নাটকীয় পৰিস্থিতিত তেওঁৰ হেলিকপ্টাৰখন আকাশৰ পৰাই পুনৰ উভতি যায়।
আজি দিনৰ ভাগত চামগুৰিৰ কাৱৈমাৰীৰ সভাখনত হাজাৰ হাজাৰ সমৰ্থক বদৰুদ্দিন আজমলৰ ভাষণ শুনিবলৈ অপেক্ষা কৰি আছিল। 
প্ৰাৰ্থী আব্দুল আজিজৰ হৈ শক্তি প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে এই বৃহৎ সভাখনৰ আয়োজন কৰা হৈছিল। খবৰ অনুসৰি, আজমলৰ
হেলিকপ্টাৰখন সভাৰ স্থানলৈ বুলি ৰাওনা হৈছিল যদিও অৱতৰণ নকৰাকৈয়ে তেওঁ পুনৰ আকাশ মাৰ্গেৰে উভতি যায়।
আজমলৰ আগমনক লৈ উৎসাহিত হৈ থকা এ আই ইউ ডি এফৰ কৰ্মী আৰু সমৰ্থক সকলৰ মাজত এই ঘটনাই বিৰক্তি আৰু হতাশাই বিৰাজ কৰিছে। 
সভাৰ স্থলীত উপস্থিত থকা বহু লোকে আশা কৰিছিল যে আজমলে তেওঁলোকৰ অঞ্চলটোৰ বাবে বিশেষ কিবা ঘোষণা কৰিব, 
কিন্তু হেলিকপ্টাৰ উভতি যোৱাৰ খবৰে জনসাধাৰণক আচৰিত কৰি তোলে।
অৱশ্যে আজমলৰ হেলিকপ্টাৰখন কি কাৰণত অৱতৰণ নকৰাকৈ উভতি গ’ল, সেই বিষয়ে এতিয়ালৈকে দলীয় কৰ্তৃপক্ষৰ পৰা কোনো স্পষ্ট চৰকাৰী বিবৃতি প্ৰকাশ পোৱা নাই। 
কিছুমানৰ মতে কাৰিকৰী অসুবিধা বা বতৰৰ সমস্যা হ’ব পাৰে, আনহাতে আন একাংশই ইয়াক এক ৰাজনৈতিক কৌশল বুলিও চৰ্চা কৰিছে।
প্ৰাৰ্থী আব্দুল আজিজৰ বাবে এয়া এক মোক্ষম আঘাত বুলি ধাৰণা কৰা হৈছে। নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দলীয় মুৰব্বীজনৰ অনুপস্থিতিয়ে প্ৰচাৰ অভিযানত কেনে প্ৰভাৱ পেলাব, সেয়া লক্ষণীয় হ’ব।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.