Shuru
Apke Nagar Ki App…
ৰঙিয়া ৰেল জংচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আজি আটক কৰিবলৈ সক্ষম হয় ৰেল আৰক্ষী। গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত আৰক্ষীয়ে শান্তনু কুমাৰ নামৰ যুৱক জনক তালাচি চলাই তিনিটা পেকেটত থকা নিষিদ্ধ হেৰ'ইন জব্দ কৰে। ধৃত যুৱকজনে ৰেলেৰে বদৰপুৰৰ পৰা বিহাৰলৈ ড্ৰাগছখিনি সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ হাতত আটক হয় ।জব্দকৃত ড্ৰাগছ খিনিৰ মূল্য দহ লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে।
BHASKAR KALITA

More news from অসম and nearby areas
- ৰঙিয়াত অৰুনোদয় ৩.০ আঁচনিৰ ধন বিতৰণ অনুষ্ঠান প্ৰত্যক্ষ কৰিলে কেবা সহস্ৰাধিক মহিলাই ।অৰুণোদয় আঁচনিৰ অধীনত ৯ হাজাৰ টকা লাভ কৰি উৎফুল্লিত হিতাধিকাৰী । ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰৰ তত্বাৱধানত নৱনিৰ্মিত সংহত সমজিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগণত পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰে অৰুণোদয়ৰ ধন বিতৰণৰ কেন্দ্ৰীয় কাৰ্যসূচী । ৰঙিয়া নগৰৰ কেবা সহস্ৰাধিক মহিলাই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ব্যাপক ভিৰ কৰা পৰিলক্ষিত হয়।1
- मज़दूर दवे कुचले लोगो कि मदद करना मेरी पहली प्राथमिकता1
- 📌বাক্সাৰ শালবাৰীৰ বাৰাপেটাত সৰ্প দংশনত এজনৰ কৰুণ মৃত্যু। 📌সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।1
- 😭😭1
- Post by Altaf Hussain1
- বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি। এতিয়াৰে পৰা বৰপেটা মেডিকেল কলেজ এণ্ড হাস্পতাল বুলি নামকৰণ । দীৰ্ঘদিনৰ অন্তত আজি সলনি হ'ল নাম আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে।1
- Post by Shariful Islam1
- বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী পথাৰ গাঁৱত তীব্ৰ গৰাখহনীয়াৰ কবলত গাঁওখন । হাজাৰ হাজাৰ পৰিয়ালে এৰিব লগা হৈছে ঘৰ আৰু কেতি পথাৰ ।1