logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বাক্সাৰ শালবাৰীৰ বাৰাপেটাত ​সৰ্প দংশনত এজনৰ কৰুণ মৃত্যু 📌বাক্সাৰ শালবাৰীৰ বাৰাপেটাত ​সৰ্প দংশনত এজনৰ কৰুণ মৃত্যু। 📌সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।

6 hrs ago
user_BAKSA LIVEE 24 Digital
BAKSA LIVEE 24 Digital
জালাহ (পি টি), বাক্সা, অসম•
6 hrs ago

বাক্সাৰ শালবাৰীৰ বাৰাপেটাত ​সৰ্প দংশনত এজনৰ কৰুণ মৃত্যু 📌বাক্সাৰ শালবাৰীৰ বাৰাপেটাত ​সৰ্প দংশনত এজনৰ কৰুণ মৃত্যু। 📌সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।

More news from অসম and nearby areas
  • 📌বাক্সাৰ শালবাৰীৰ বাৰাপেটাত ​সৰ্প দংশনত এজনৰ কৰুণ মৃত্যু। 📌সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।
    1
    📌বাক্সাৰ শালবাৰীৰ বাৰাপেটাত ​সৰ্প দংশনত এজনৰ কৰুণ মৃত্যু।
📌সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।
    user_BAKSA LIVEE 24 Digital
    BAKSA LIVEE 24 Digital
    জালাহ (পি টি), বাক্সা, অসম•
    6 hrs ago
  • मज़दूर दवे कुचले लोगो कि मदद करना मेरी पहली प्राथमिकता
    1
    मज़दूर दवे कुचले लोगो कि मदद करना मेरी पहली प्राथमिकता
    user_Misty Helping Foundation
    Misty Helping Foundation
    Voice of people Bajali (Pt), Assam•
    6 hrs ago
  • 😭😭
    1
    😭😭
    user_SAKINUR BHAI
    SAKINUR BHAI
    Artist বজালী, বজালী, অসম•
    14 hrs ago
  • Post by Altaf Hussain
    1
    Post by Altaf Hussain
    user_Altaf Hussain
    Altaf Hussain
    Bajali (Pt), Assam•
    19 hrs ago
  • বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি। এতিয়াৰে পৰা বৰপেটা মেডিকেল কলেজ এণ্ড হাস্পতাল বুলি নামকৰণ । দীৰ্ঘদিনৰ অন্তত আজি সলনি হ'ল নাম আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে।
    1
    বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি। এতিয়াৰে পৰা বৰপেটা মেডিকেল কলেজ এণ্ড হাস্পতাল বুলি নামকৰণ ।
দীৰ্ঘদিনৰ অন্তত আজি সলনি হ'ল নাম আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    4 hrs ago
  • Post by Shariful Islam
    1
    Post by Shariful Islam
    user_Shariful Islam
    Shariful Islam
    Wedding service বৰপেটা, বৰপেটা, অসম•
    4 hrs ago
  • ৰঙিয়াত অৰুনোদয় ৩.০ আঁচনিৰ ধন বিতৰণ অনুষ্ঠান প্ৰত্যক্ষ কৰিলে কেবা সহস্ৰাধিক মহিলাই ।অৰুণোদয় আঁচনিৰ অধীনত ৯ হাজাৰ টকা লাভ কৰি উৎফুল্লিত হিতাধিকাৰী । ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰৰ তত্বাৱধানত নৱনিৰ্মিত সংহত সমজিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগণত পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰে অৰুণোদয়ৰ ধন বিতৰণৰ কেন্দ্ৰীয় কাৰ্যসূচী । ৰঙিয়া নগৰৰ কেবা সহস্ৰাধিক মহিলাই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ব্যাপক ভিৰ কৰা পৰিলক্ষিত হয়।
    1
    ৰঙিয়াত অৰুনোদয় ৩.০ আঁচনিৰ ধন বিতৰণ অনুষ্ঠান প্ৰত্যক্ষ কৰিলে কেবা সহস্ৰাধিক মহিলাই ।অৰুণোদয় আঁচনিৰ অধীনত ৯ হাজাৰ টকা লাভ কৰি উৎফুল্লিত হিতাধিকাৰী । ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰৰ তত্বাৱধানত নৱনিৰ্মিত সংহত সমজিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগণত পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰে অৰুণোদয়ৰ ধন বিতৰণৰ কেন্দ্ৰীয় কাৰ্যসূচী । ৰঙিয়া নগৰৰ কেবা সহস্ৰাধিক মহিলাই  অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ব্যাপক ভিৰ কৰা পৰিলক্ষিত হয়।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    4 hrs ago
  • বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী পথাৰ গাঁৱত তীব্ৰ গৰাখহনীয়াৰ কবলত গাঁওখন । হাজাৰ হাজাৰ পৰিয়ালে এৰিব লগা হৈছে ঘৰ আৰু কেতি পথাৰ ।
    1
    বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী পথাৰ গাঁৱত তীব্ৰ গৰাখহনীয়াৰ কবলত গাঁওখন । হাজাৰ হাজাৰ পৰিয়ালে এৰিব লগা হৈছে ঘৰ আৰু কেতি পথাৰ ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.