Shuru
Apke Nagar Ki App…
Najiron bibi village Boalkamuri Pt 3 . orunadoi pua nay Gp Dubachuri
Taser Ali
Najiron bibi village Boalkamuri Pt 3 . orunadoi pua nay Gp Dubachuri
More news from অসম and nearby areas
- এই প্ৰশিক্ষণ কেন্দ্ৰটোৱে বিশেষকৈ গ্ৰাম্য মহিলাসকলক স্বনির্ভৰ হোৱাৰ পথত আগুৱাই নিয়াৰ উদ্দেশ্যে আৰম্ভ কৰিছে। উদ্বোধনী অনুষ্ঠানত স্থানীয় গণ্যমান্য ব্যক্তি আৰু সমাজকৰ্মীসকলে অংশগ্ৰহণ কৰি এই পদক্ষেপক আদৰণি জনায়। তেওঁলোকে কয় যে এনে প্ৰশিক্ষণ কেন্দ্ৰই অঞ্চলটোৰ মহিলাসকলক দক্ষতা উন্নয়ন আৰু আত্মনির্ভৰশীল হোৱাত সহায় কৰিব। সজল ফাউণ্ডেশ্যনৰ এই পদক্ষেপে তামাৰহাট অঞ্চলত সামাজিক আৰু আৰ্থিক উন্নয়ন আনিবলৈ এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। #SajalFoundation #Tamarhat #UzanPetla #SkillDevelopment #WomenEmpowerment #Assam1
- এআইইউডিএফ সমৰ্থিত পঞ্চায়ত গঠন হোৱাৰ বাবে বিজেপি বুথ সভাপতি আৰু মুখ্য অতিথিক গুৰুত্ব নিদিয়াৰ অভিযোগ। হাওৰাৰপাৰ গাওঁ পঞ্চয়তত সচিব বিদ্যুত কুণ্ডুৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ। এআইইউডিএফ কৰ্মীৰ মতে পঞ্চয়তত সচিব বিদ্যুত কুণ্ডুয়ে উঠা বহা কৰাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। মুখ্যমন্ত্ৰীৰ চৰকাৰী কাৰ্যসূচী চলি থকাৰ সময়তে মহিলা হিতাধিকাৰী সকলে উক্ত স্থান ত্যাগ কৰে। অভিযোগ মতে, এআইইউডিএফ সমৰ্থিত পঞ্চায়ত গঠন হোৱাৰ বাবে উক্ত পঞ্চায়তৰ বিজেপি বুথ সভাপতি আৰু অইন অইন কৰ্মকৰ্তা সকলে পঞ্চায়তখনৰ অৰ্ন্তগত বিভিন্ন অঞ্চলৰ পৰা মহিলা হিতাধিকাৰী সকলক হাওৰাৰপাৰ গাওঁ পঞ্চয়তত মুখ্যমন্ত্ৰীৰ অৰুনোদই ৩.০ ৰ ধনৰাশি বিতৰণৰ ভাৰ্চুৱেল কাৰ্যসূচী দেখিবলৈ লৈ আনিছে । কিন্তু পঞ্চায়তখনৰ সচিব বিদ্যুত কুণ্ডুয়ে মহিলা হিতাধিকাৰী সকলৰ বাবে বহিবলৈ পৰ্যাপ্ত পৰিমাণৰ চকীৰ ব্যৱস্থা নথকা সৰু দুটা কক্ষত মহিলা সকলক বহিবলৈ দিয়াৰ ফলত মহিলা হিতাধিকাৰী মহিলা সকলৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। চৰকাৰী কাৰ্যসূচীত হাওৰাৰপাৰ গাওঁ পঞ্চায়তৰ সচিব বিদ্যুত কুণ্ডুৰ ৰাজনৈতিক দল সমৰ্থন কৰি হিতাধিকাৰী মহিলা সকলৰ লগত কৰা এনে আচৰণ কৰা কাৰ্যক ধিক্কাৰ দিয়ে উক্ত অঞ্চলৰ সাধাৰণ ৰাইজে। পঞ্চায়তৰ সচিব বিদ্যুত কুণ্ডুৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।1
- আগিয়া থানাৰ অন্তৰ্গত মাকৰি হাধলাপাৰাত চলি আছে অবৈধ জুৱা খেল। খবৰ অনুসৰি নুৰ আৰু বৃদ্ধি আৰু ছামান আলীৰ নেতৃত্বত চলি আছে এই অবৈধ জুৱা খেল।1
- হাওৰাৰপাৰ গাওঁ পঞ্চয়তত সচিব বিদ্যুত কুণ্ডুৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ। এআইইউডিএফ কৰ্মীৰ মতে পঞ্চয়তত সচিব বিদ্যুত কুণ্ডুয়ে উঠা বহা কৰাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। মুখ্যমন্ত্ৰীৰ চৰকাৰী কাৰ্যসূচী চলি থকাৰ সময়তে মহিলা হিতাধিকাৰী সকলে উক্ত স্থান ত্যাগ কৰে। অভিযোগ মতে, এআইইউডিএফ সমৰ্থিত পঞ্চায়ত গঠন হোৱাৰ বাবে উক্ত পঞ্চায়তৰ বিজেপি বুথ সভাপতি আৰু অইন অইন কৰ্মকৰ্তা সকলে পঞ্চায়তখনৰ অৰ্ন্তগত বিভিন্ন অঞ্চলৰ পৰা মহিলা হিতাধিকাৰী সকলক হাওৰাৰপাৰ গাওঁ পঞ্চয়তত মুখ্যমন্ত্ৰীৰ অৰুনোদই ৩.০ ৰ ধনৰাশি বিতৰণৰ ভাৰ্চুৱেল কাৰ্যসূচী দেখিবলৈ লৈ আনিছে । কিন্তু পঞ্চায়তখনৰ সচিব বিদ্যুত কুণ্ডুয়ে মহিলা হিতাধিকাৰী সকলৰ বাবে বহিবলৈ পৰ্যাপ্ত পৰিমাণৰ চকীৰ ব্যৱস্থা নথকা সৰু দুটা কক্ষত মহিলা সকলক বহিবলৈ দিয়াৰ ফলত মহিলা হিতাধিকাৰী মহিলা সকলৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। চৰকাৰী কাৰ্যসূচীত হাওৰাৰপাৰ গাওঁ পঞ্চায়তৰ সচিব বিদ্যুত কুণ্ডুৰ ৰাজনৈতিক দল সমৰ্থন কৰি হিতাধিকাৰী মহিলা সকলৰ লগত কৰা এনে আচৰণ কৰা কাৰ্যক ধিক্কাৰ দিয়ে উক্ত অঞ্চলৰ সাধাৰণ ৰাইজে। পঞ্চায়তৰ সচিব বিদ্যুত কুণ্ডুৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।1
- বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাঁৱৰ মিনাৰুল ইছলাম নামৰ এজন লোকৰ ডেম্পৰ পৰা মঙ্গলবাৰে নিশাৰ ভাগত ২০ টাকৈ ভঙা বাইকৰ সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। উল্লেখযোগ্য যে, বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত শৌলমাৰীৰ পৰা বাইক চোৰক আটক কৰি সেই সূত্ৰে হালধীয়াৰ পৰা উদ্ধাৰ কৰে চুৰি হোৱা বাইক সমূহ। ডেম্পত প্ৰায় ২০ টাকৈ চুৰি বাইকৰ সামগ্ৰী উদ্ধাৰ কৰে। ফলত তিনিজনক গ্ৰেপ্তাৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কিন্তু ডেম্পৰ মালিক মিনাৰুলৰ ইছলাম পলাতক হৈ আছে।1
- 👉🏻 বিদ্যালয়ৰ বেদখল হোৱা মাটি উচ্ছেদ কৰাৰ দাবীত বৰপেটা জিলা আয়ুক্তক আবেদন। 👉🏻 কলগাছিয়া হাইস্কুলৰ মাটি বেদখল মুক্ত কৰাৰ দাবীত জিলা আয়ুক্তক ৰাইজৰ আবেদন। 👉🏻 উল্লেখ্য যে, পূৰ্বৰ কলগাছিয়া ছোৱালী হাই স্কুল বৰ্তমানৰ কলগাছিয়া হাই স্কুলৰ নামত চৰকাৰে ৫ বিঘা মাটি আবন্টন দিছিল। 👉🏻 ইয়াৰে, আধা বিঘা মাটিত বিদ্যালয় চলাৰ বিপৰীতে বাকী মাটি বেদখল হোৱাৰ অভিযোগ ৰাইজৰ। 👉🏻 ধনৰ বিনিময়ত একাংশক বিদ্যালয়ৰ মাটি গতাই দিয়াৰ অভিযোগ প্ৰধান শিক্ষক খন্দকাৰ আনোৱাৰ হুছেইনৰ বিৰুদ্ধে। 👉🏻 বিদ্যালয়ৰ মাটি বেদখল কৰি গঢ়ি তুলিছে ব্যাক্তিগত বিদ্যালয়, বিল্ডিং, সীমাৰ দেৱাল। 👉🏻 ইয়াৰ পূৰ্বেও, বেদখল হোৱা মাটি উচ্ছেদ কৰাৰ বাবে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিছিল যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। 👉🏻 যাৰ বাবে পুণৰ কলগাছিয়া হাই স্কুলৰ নামত থকা ভূমি বেদখলমুক্ত কৰিবলৈ দাবী জনায় ৰাইজে।1
- বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি। এতিয়াৰে পৰা বৰপেটা মেডিকেল কলেজ এণ্ড হাস্পতাল বুলি নামকৰণ । দীৰ্ঘদিনৰ অন্তত আজি সলনি হ'ল নাম আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে।1
- ধুবুৰীত আজি উদ্বোধন কৰা হয় ইউ জি “এ কে আৰ এছ ইউ”ৰ কমিউনিকেচন এণ্ড আই টি কাৰ্যালয়1