ৰাইজৰ প্ৰিয় নেতা তথা বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীক অন্তিম বিদায়। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ল শেষকৃত্য। ৰাইজৰ প্ৰিয় নেতা তথা বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীক অন্তিম বিদায়। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ল শেষকৃত্য। তামুলপুৰ, ২৭ আগষ্ট বিটিচিৰ ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ তথা বিটিচিৰ উপাধ্যক্ষ, প্ৰাক্তন এবছু নেতা বিজিৎ গৌৰা নাৰ্জাৰীৰ (৫১) আকস্মিক মৃত্যুত সমগ্ৰ তামুলপুৰ তথা বিটিচি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। কালি নিশা তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত নেতাগৰাকীৰ মৃত্যু হোৱাত আজি সহস্ৰাধিক গুণমুগ্ধ, দলীয় নেতা-কৰ্মী, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু শুভাকাংক্ষীৰ উপস্থিতিত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। ঘটনাৰ পিছত আৰক্ষীৰ উপস্থিতিত আজি পুৱা বাক্সা জিলা সদৰ মুছলপুৰত নেতাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰ পিছতে নশ্বৰ দেহ বিটিচিৰ সচিবালয়লৈ নিয়া হয়। তাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলে প্ৰয়াত নেতাগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত নশ্বৰ দেহ তামুলপুৰ জিলা বিজেপি কাৰ্যালয়লৈ নিয়া হয়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত জিলা বিজেপিৰ সভাপতি ৰাজেশ বড়োকে ধৰি দলীয় নেতা-কৰ্মীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰৱৰ্তী সময়ত তামুলপুৰ জিলা ইউপিপিএল আৰু বিপিএফৰ কাৰ্যালয়তো ক্ৰমে দলীয় নেতা-কৰ্মীসকলে প্ৰয়াত নেতা গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে। কুমাৰীকাটা অঞ্চলৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজেও অন্তিম যাত্ৰাৰ পথত বিজিৎ গৌৰা নাৰ্জাৰীৰ নশ্বৰ দেহত শ্ৰদ্ধা নিবেদন কৰে। পিছত নশ্বৰদেহ তেওঁৰ নিজ গাঁও চেঁচাপানীৰ বাসগৃহলৈ নিয়া হয়। গাঁওবাসী, পৰিয়াল আৰু আত্মীয়-স্বজনৰ সহযোগত ব্ৰহ্ম ধৰ্মীয় নীতি-নিয়ম অনুসৰি শেষকৃত্যৰ প্ৰস্তুতি সম্পন্ন কৰা হয়। চেঁচাপানী ৰাজহুৱা খেলপথাৰত আয়োজন কৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ইণ্ডো-ভূটান ফ্ৰেইণ্ডশ্বিপ মেলাৰ নেতৃত্ব, বিধায়ক, কাৰ্যবাহী সদস্য, প্ৰাক্তন বিধায়কসহ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু সহস্ৰাধিক গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় নেতাগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিজিৎ গৌৰা নাৰ্জাৰীয়ে ২০০০ চনৰ পৰা ২০০৪ চনলৈ তেতিয়াৰ নলবাৰী জিলা বড়ো ছাত্ৰ সন্থাৰ অধীনত কুমাৰীকাটা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে দায়িত্ব পালন কৰাৰ লগতে পৰৱৰ্তী সময়ত নলবাৰী জিলা এবছুৰ অন্যতম সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল। ২০০৫ চনৰ বিটিচি নিৰ্বাচনৰ পিছত তেওঁ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফত যোগদান কৰে। ২০১০ চনৰ বিটিচি নিৰ্বাচনৰ পিছত ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিটো খালি হোৱাত বিপিএফৰ প্ৰাৰ্থী হিচাপে উপ-নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজিৎ গৌৰা নাৰ্জাৰী এমচিএলএ হিচাপে নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত একেৰাহে তিনিবাৰ দলটোৰ প্ৰতীকৰ অধীনত পাৰিষদ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কাৰ্যবাহী সদস্য হিচাপেও দায়িত্ব পালন কৰিছিল। বিপিএফৰ পাৰিষদ হৈ থকাৰ সময়তে তেওঁ বিজেপিত যোগদান কৰে আৰু ২০২৫ চনৰ বিটিচি নিৰ্বাচনত পুনৰ পাৰিষদ হিচাপে নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত বিটিচি পাৰিষদৰ উপাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰি মৃত্যুৰ সময়লৈকে এই পদত কাৰ্যনিৰ্বাহ কৰি আছিল। প্ৰয়াত নেতা গৰাকীৰ মৃত্যুত বিটিচি প্ৰশাসনে ২৭ আৰু ২৮ আগষ্টত দুদিনৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰে। তেওঁৰ মৃত্যুত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, সাংসদ, কেবিনেট মন্ত্ৰীসকল, অসমৰ বিধায়ক, বিটিচিৰ অধ্যক্ষ, সচিবালয়ৰ বিষয়া কৰ্মচাৰী, কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি আবেলি চেঁচাপানীত অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তামুলপুৰ জিলাৰ জিলা আয়ুক্ত চিমি কৰন, আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিধায়ক থানেশ্বৰ বসুমতাৰী, মনেশ্বৰ ব্ৰহ্ম, বিকন ডেকা, কাৰ্যবাহী সদস্য গণেশ কছাৰী, মহেশ্বৰ বসুমতাৰী, লক্ষ্মী দাস, একাংশ এমচিএলএ, প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰী, চণ্ডী বসুমতাৰী, জলেন দৈমাৰী আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মী উপস্থিত থাকে। ইফালে, বড়োলেণ্ড সাংবাদিক সন্থা, তামুলপুৰ জিলা সাংবাদিক সন্থা, তামুলপুৰ প্ৰেছ ক্লাৱ, বাৰ্তাজীৱী সংঘ, বড়ো সাহিত্য সভা, আছু, আৰছু, এবছু, আটছা, এছু, আক্ৰাছু, এবিএমছু, তামুলপুৰ জিলা ক্ৰীড়া সন্থা, জিলা ক্ৰিকেট সন্থা, মহকুমা ট্ৰাক মালিক সন্থা, পতঞ্জলি যোগপীঠ আদি বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বী আৰু শিক্ষক-শিক্ষয়িত্ৰীসহ স্থানীয় বিভিন্ন দল-সংগঠনে নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিজিৎ গৌৰা নাৰ্জাৰীৰ মৃত্যুক এক অতি বেদনাদায়ক আৰু অনাকাংক্ষিত ঘটনা বুলি অভিহিত কৰি কয় যে তেওঁৰ মৃত্যুৱে অঞ্চলটোৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত যথেষ্ট ক্ষতি কৰিলে। অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়েও নাৰ্জাৰীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁ প্ৰয়াত নেতাগৰাকীক ভাতৃসদৃশ বুলি উল্লেখ কৰি এইদৰে অকালতে আঁতৰি যাব বুলি কেতিয়াও ভবা নাছিল বুলি মন্তব্য কৰে। ইপিনে বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে মৃত্যুৰ সময়লৈকে তামুলপুৰ জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল। মৃত্যুৰ সময়ত পত্নী, এগৰাকী কন্যা, ভাতৃ ভগ্নীৰ লগতে এখন সুখৰ সংসাৰ ইহসংসাৰত এৰি থৈ যায়। উল্লেখ্য যে বিজিৎ গৌৰা নাৰ্জাৰীৰ মৃত্যুৰ প্ৰকৃত কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে। ঘটনা সংঘটিত হোৱাৰ পিছতে তামুলপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু তদন্তৰ পৰৱৰ্তী অগ্ৰগতিৰ পিছতহে মৃত্যুৰ সম্পূৰ্ণ কাৰণ স্পষ্ট হ’ব।

- ৰাইজৰ প্ৰিয় নেতা তথা বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীক অন্তিম বিদায়। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ল শেষকৃত্য। ৰাইজৰ প্ৰিয় নেতা তথা বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীক অন্তিম বিদায়। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ল শেষকৃত্য। তামুলপুৰ, ২৭ আগষ্ট বিটিচিৰ ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ তথা বিটিচিৰ উপাধ্যক্ষ, প্ৰাক্তন এবছু নেতা বিজিৎ গৌৰা নাৰ্জাৰীৰ (৫১) আকস্মিক মৃত্যুত সমগ্ৰ তামুলপুৰ তথা বিটিচি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। কালি নিশা তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত নেতাগৰাকীৰ মৃত্যু হোৱাত আজি সহস্ৰাধিক গুণমুগ্ধ, দলীয় নেতা-কৰ্মী, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু শুভাকাংক্ষীৰ উপস্থিতিত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। ঘটনাৰ পিছত আৰক্ষীৰ উপস্থিতিত আজি পুৱা বাক্সা জিলা সদৰ মুছলপুৰত নেতাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰ পিছতে নশ্বৰ দেহ বিটিচিৰ সচিবালয়লৈ নিয়া হয়। তাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলে প্ৰয়াত নেতাগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত নশ্বৰ দেহ তামুলপুৰ জিলা বিজেপি কাৰ্যালয়লৈ নিয়া হয়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত জিলা বিজেপিৰ সভাপতি ৰাজেশ বড়োকে ধৰি দলীয় নেতা-কৰ্মীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰৱৰ্তী সময়ত তামুলপুৰ জিলা ইউপিপিএল আৰু বিপিএফৰ কাৰ্যালয়তো ক্ৰমে দলীয় নেতা-কৰ্মীসকলে প্ৰয়াত নেতা গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে। কুমাৰীকাটা অঞ্চলৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজেও অন্তিম যাত্ৰাৰ পথত বিজিৎ গৌৰা নাৰ্জাৰীৰ নশ্বৰ দেহত শ্ৰদ্ধা নিবেদন কৰে। পিছত নশ্বৰদেহ তেওঁৰ নিজ গাঁও চেঁচাপানীৰ বাসগৃহলৈ নিয়া হয়। গাঁওবাসী, পৰিয়াল আৰু আত্মীয়-স্বজনৰ সহযোগত ব্ৰহ্ম ধৰ্মীয় নীতি-নিয়ম অনুসৰি শেষকৃত্যৰ প্ৰস্তুতি সম্পন্ন কৰা হয়। চেঁচাপানী ৰাজহুৱা খেলপথাৰত আয়োজন কৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ইণ্ডো-ভূটান ফ্ৰেইণ্ডশ্বিপ মেলাৰ নেতৃত্ব, বিধায়ক, কাৰ্যবাহী সদস্য, প্ৰাক্তন বিধায়কসহ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু সহস্ৰাধিক গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে প্ৰিয় নেতাগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিজিৎ গৌৰা নাৰ্জাৰীয়ে ২০০০ চনৰ পৰা ২০০৪ চনলৈ তেতিয়াৰ নলবাৰী জিলা বড়ো ছাত্ৰ সন্থাৰ অধীনত কুমাৰীকাটা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে দায়িত্ব পালন কৰাৰ লগতে পৰৱৰ্তী সময়ত নলবাৰী জিলা এবছুৰ অন্যতম সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল। ২০০৫ চনৰ বিটিচি নিৰ্বাচনৰ পিছত তেওঁ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফত যোগদান কৰে। ২০১০ চনৰ বিটিচি নিৰ্বাচনৰ পিছত ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিটো খালি হোৱাত বিপিএফৰ প্ৰাৰ্থী হিচাপে উপ-নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজিৎ গৌৰা নাৰ্জাৰী এমচিএলএ হিচাপে নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত একেৰাহে তিনিবাৰ দলটোৰ প্ৰতীকৰ অধীনত পাৰিষদ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কাৰ্যবাহী সদস্য হিচাপেও দায়িত্ব পালন কৰিছিল। বিপিএফৰ পাৰিষদ হৈ থকাৰ সময়তে তেওঁ বিজেপিত যোগদান কৰে আৰু ২০২৫ চনৰ বিটিচি নিৰ্বাচনত পুনৰ পাৰিষদ হিচাপে নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত বিটিচি পাৰিষদৰ উপাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰি মৃত্যুৰ সময়লৈকে এই পদত কাৰ্যনিৰ্বাহ কৰি আছিল। প্ৰয়াত নেতা গৰাকীৰ মৃত্যুত বিটিচি প্ৰশাসনে ২৭ আৰু ২৮ আগষ্টত দুদিনৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰে। তেওঁৰ মৃত্যুত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, সাংসদ, কেবিনেট মন্ত্ৰীসকল, অসমৰ বিধায়ক, বিটিচিৰ অধ্যক্ষ, সচিবালয়ৰ বিষয়া কৰ্মচাৰী, কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি আবেলি চেঁচাপানীত অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তামুলপুৰ জিলাৰ জিলা আয়ুক্ত চিমি কৰন, আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিধায়ক থানেশ্বৰ বসুমতাৰী, মনেশ্বৰ ব্ৰহ্ম, বিকন ডেকা, কাৰ্যবাহী সদস্য গণেশ কছাৰী, মহেশ্বৰ বসুমতাৰী, লক্ষ্মী দাস, একাংশ এমচিএলএ, প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰী, চণ্ডী বসুমতাৰী, জলেন দৈমাৰী আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মী উপস্থিত থাকে। ইফালে, বড়োলেণ্ড সাংবাদিক সন্থা, তামুলপুৰ জিলা সাংবাদিক সন্থা, তামুলপুৰ প্ৰেছ ক্লাৱ, বাৰ্তাজীৱী সংঘ, বড়ো সাহিত্য সভা, আছু, আৰছু, এবছু, আটছা, এছু, আক্ৰাছু, এবিএমছু, তামুলপুৰ জিলা ক্ৰীড়া সন্থা, জিলা ক্ৰিকেট সন্থা, মহকুমা ট্ৰাক মালিক সন্থা, পতঞ্জলি যোগপীঠ আদি বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বী আৰু শিক্ষক-শিক্ষয়িত্ৰীসহ স্থানীয় বিভিন্ন দল-সংগঠনে নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিজিৎ গৌৰা নাৰ্জাৰীৰ মৃত্যুক এক অতি বেদনাদায়ক আৰু অনাকাংক্ষিত ঘটনা বুলি অভিহিত কৰি কয় যে তেওঁৰ মৃত্যুৱে অঞ্চলটোৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত যথেষ্ট ক্ষতি কৰিলে। অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়েও নাৰ্জাৰীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁ প্ৰয়াত নেতাগৰাকীক ভাতৃসদৃশ বুলি উল্লেখ কৰি এইদৰে অকালতে আঁতৰি যাব বুলি কেতিয়াও ভবা নাছিল বুলি মন্তব্য কৰে। ইপিনে বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে মৃত্যুৰ সময়লৈকে তামুলপুৰ জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল। মৃত্যুৰ সময়ত পত্নী, এগৰাকী কন্যা, ভাতৃ ভগ্নীৰ লগতে এখন সুখৰ সংসাৰ ইহসংসাৰত এৰি থৈ যায়। উল্লেখ্য যে বিজিৎ গৌৰা নাৰ্জাৰীৰ মৃত্যুৰ প্ৰকৃত কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে। ঘটনা সংঘটিত হোৱাৰ পিছতে তামুলপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু তদন্তৰ পৰৱৰ্তী অগ্ৰগতিৰ পিছতহে মৃত্যুৰ সম্পূৰ্ণ কাৰণ স্পষ্ট হ’ব।1
- ৰঙিয়াৰ বড়িগোগত কৃষ্টি বিকাশ যুৱক সঙ্ঘৰ উদ্যোগত আমন্ত্ৰিত ৰাজমুকুট থিয়েটাৰৰ টিকট উন্মোচনী সভা সম্পন্ন ৰঙিয়াৰ বড়িগোগৰ কৃষ্টি বিকাশ যুৱক সঙ্ঘৰ উদ্যোগত আমন্ত্ৰণ কৰা অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ৰাজমুকুট থিয়েটাৰৰ টিকট উন্মোচনী সভা আজি অনুষ্ঠিত কৰা হয়। স্থানীয় বড়িগোগ গাওঁ পঞ্চায়তৰ খেলপথাৰত অহা ৩ আৰু ৪ ছেপ্টেম্বৰত নাট প্ৰদৰ্শন কৰিব নাট্য দলটোৱে। থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি অক্ষয় কলিতাৰ সভাপতিত্বত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বড়িগোগ হাইস্কুলৰ প্ৰধান শিক্ষক আফজাল আহমেদে অংশগ্ৰহণ কৰি আনুষ্ঠানিকভাৱে টিকট উন্মোচন কৰে। পৰিচালনা সমিতিৰ সম্পাদক বীৰেন কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানটিত বড়িগোগ গাওঁ পঞ্চায়তৰ সভাপতি দিপাংকৰ শৰ্মা, সচিব প্ৰাণজিৎ ভূঞাৰ লগতে শিক্ষক চুৰেন কলিতা,দিলীপ চৌধুৰীয়ে অংশগ্ৰহণ কৰে। একেখন মঞ্চতে কোষাধ্যক্ষ যোগেন কলিতা, ৰিংকু ঠাকুৰীয়া প্ৰমুখ্যে উদ্যোক্তা সমিতিৰ আন কেবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। নাট্যদলটোৰ অভিজিৎ ভট্টাচাৰ্য ৰচিত মহাযুদ্ধৰ খলনায়িকা , মনালিছাৰ চিৎকাৰ নাট দুখনে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে।1
- আজিৰে পৰা দৌলাশাল কানাই ব'লাই আদি থান সত্ৰত তিনিদিনীয়া ভাগৱত পাঠ1
- মৰণোত্তৰ পৰীক্ষাৰ অন্তত কোকৰাঝাৰলৈ নিয়া হ'ল কালি মৃত্যুক আকোঁৱালি লোৱা বিজিৎ গৌৰা নাৰ্জাৰীৰ নশ্বৰ দেহ ।মুছলপুৰত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গা, মনোনীত পাৰিষদ ৰিদীপ কুমাৰ ডেকা সহিতে অজস্ৰ গুণমুগ্ধৰ। মৰণোত্তৰ পৰীক্ষাৰ অন্তত কোকৰাঝাৰলৈ নিয়া হ'ল কালি মৃত্যুক আকোঁৱালি লোৱা বিজিৎ গৌৰা নাৰ্জাৰীৰ নশ্বৰ দেহ ।মুছলপুৰত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গা, মনোনীত পাৰিষদ ৰিদীপ কুমাৰ ডেকা সহিতে অজস্ৰ গুণমুগ্ধৰ।1
- SBN নেটৱৰ্কৰ বিৰুদ্ধে STFৰ অভিযান, হাইলাকান্দিত গ্ৰেপ্তাৰ এজন ISI-লিংকড শাহজাদ ভাট্টি নেটৱৰ্কৰ জড়িত সদস্যক গ্ৰেপ্তাৰ অসমত ৩০ জুলাইত এই সংগঠনটোৰ বিৰুদ্ধে চলাইছিল অভিযান অভিযানত গ্ৰেপ্তাৰ হৈছিল সংগঠনটোৰ ৩ দুৰ্ধৰ্ষ সদস্য ২৫ আগষ্টত পুনৰ হাইলাকান্দিত চলিল STFৰ অভিযান অভিযানত গ্ৰেপ্তাৰ ফজল ইছলাম বৰভুঞা নামৰ আন এজন সদস্য পাকিস্তানৰ ছাহজ্জাদ ভাট্টী নেটৱৰ্ক নামৰ জেহাদী সংগঠনৰ লগত জড়িত আছিল ফজল STF থানাত ৬/২৬ নম্বৰত গোচৰ ৰুজু কৰি ৰাজ্যৰ বহু স্থানত অভিযান চলাইছিল ধুবুৰী, চিৰাং আৰু বৰপেটা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল নেটৱৰ্কটোৰ হৈ কাম কৰা বহু ৩ জেহাদীক ম'বাইল ফোনকে ধৰি বহু আপত্তিজনক তথ্য জব্দ কৰিছে জেহাদী কেইটাৰ পৰা Instagram WhatsApp ৰ জৰিয়তে যোগাযোগ কৰিছিল জেহাদী কেইটাক নতুন সদস্য ভৰ্তিৰ বাবে যো-জা চলাইছিল জেহাদী কেইটাই পুনৰ SBN সদস্য ৰ বিৰুদ্ধে পুনৰ অভিযান চলাব STF য়ে ভাৰত বিৰোধী সংগঠনৰ পৰা ধন আৰোহন কৰে SBN য়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সৈতে যোগাযোগ কৰা ভাৰতবৰ্ষত ২০০ ৰো অধিক SBN ৰ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে ফজল ইছলাম পেচাত এজন ট্ৰাক ড্ৰাইভাৰ বেংগালুৰুত ট্ৰাক ড্ৰাইভাৰ হিচাপে থাকোতেই SBN ৰ সদস্য হৈছিল ফজল1
- নাজিৰাত চোলা মণ্ডল ইনভেষ্টমেণ্ট ফাইনেন্স কোম্পানীৰ ফালৰ পৰা বান সাহায্য বিতৰণ শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত বান সাহায্য বিতৰণ কৰি আজি নাজিৰাৰ হুলাংকাটনীত বান পীড়িত ৰাইজৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। চোলা ফাইনেন্স কোম্পানীৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(CSR) ৰ ফালৰ পৰা ৫০লাখ টকাৰ এটা পেকেজ পাই ১২৫০ পৰিয়ালৰ মূখত হাঁহি বিৰিঙাই তুলিবৰ কাৰণে প্ৰয়াস কৰিছে। চোলা মণ্ডল ইনভেষ্টমেণ্ট ফাইনেন্স কোম্পানী এটা সমাজৰ লগত জড়িত থকা এটা কোম্পানী যেতিয়াই ৰাইজৰ মাজলৈ দূৰ্যোগ আহে ফাইনেন্স কোম্পানী হিচাপে সদায় থাকে। ৰাইজে যিমান দিছে কোম্পানীয়েও তাৰ বাবদ ৰাইজক যিমান পাৰি সহায় কৰি যাবলৈ যত্ন কৰি আহিছে বুলি সংবাদ মাধ্যমৰ আগত কয়।1
- শিহৰণকাৰী দৃশ্য নেপালত ! প্ৰকৃতিৰ ভয়াবহ ৰুপ ! ঈশ্বৰক প্ৰাৰ্থনা জনাইছো পৃথিৱী শান্ত কৰা ।1
- বিটিচিৰ উপাধ্যক্ষ তথা ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ চাৰিবাৰৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীৰ কুমাৰীকাটাস্থিত বাসগৃহত সংঘটিত আকস্মিক আত্মহননৰ ঘটনাই সমগ্ৰ বিটিচিত গভীৰ শোকৰ ছাঁ পেলাই ৰখাৰ সময়তে আজি তামুলপুৰ জিলা বিজেপি কাৰ্যালয়ত প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহত দলীয়ভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিটিচিৰ উপাধ্যক্ষ তথা ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ চাৰিবাৰৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীৰ কুমাৰীকাটাস্থিত বাসগৃহত সংঘটিত আকস্মিক আত্মহননৰ ঘটনাই সমগ্ৰ বিটিচিত গভীৰ শোকৰ ছাঁ পেলাই ৰখাৰ সময়তে আজি তামুলপুৰ জিলা বিজেপি কাৰ্যালয়ত প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহত দলীয়ভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়; দলীয় কাৰ্যালয়ত অনুষ্ঠিত এই শোকাকুল অনুষ্ঠানত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাসৰ লগতে জিলা বিজেপিৰ বহুসংখ্যক জ্যেষ্ঠ নেতা-কৰ্মী আৰু অগণন গুণমুগ্ধই উপস্থিত থাকি প্ৰয়াত নাৰ্জাৰীক পুস্পাঞ্জলি অৰ্পণ কৰি তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে, য'ত সাংসদ দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত শোক প্ৰকাশ কৰি প্ৰয়াত নাৰ্জাৰীৰ এনে অকাল বিয়োগে অঞ্চলটোৰ ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰখনত এক অপূৰণীয় ক্ষতি মাতি আনিলে বুলি মন্তব্য প্ৰকাশ কৰে।1