logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কলগাছিয়া আৰক্ষীৰ বৃহৎ সফলতা। কুখ্যাত ড্ৰাগছ মাফিয়া আটক। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কাউৰঝাহী গাওঁৰ পৰা গোপন সূত্ৰৰ পম খেদি কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ হালৈৰ নেতৃত্বত এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক আটক কৰে। কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ হালৈয়ে জানিবলৈ দিয়া মতে কাউৰঝাহী গাঁৱৰ মকৰম আলীৰ ঘৰত আৰক্ষীয়ে অতৰ্কিতে তালাচী চলাই চাৰিটা চাবোনৰ বাকচ ভৰ্তি সন্দেহযুক্ত ৪২.৩৪ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে ৮,৬৮০ টকা নগদ ধন, AS- 15 W- 9082 নম্বৰৰ এখন ৰ'য়েল এণ্ডফিল হাণ্টাৰ বাইক, এখন AS- 15 K- 8187 নম্বৰৰ কলা আৰু ৰঙা ৰঙৰ বাজাজ পালছাৰ বাইক, এখন নম্বৰ বিহীন টি ভি এছ স্কুটি আৰু এখন মোবাইল ফোন সহ মকৰম আলীৰ পুত্ৰ মাইনুদ্দিন (৩৩) ক আটক কৰে। জানিব পৰা মতে মাইনুদ্দিনে ইয়াৰ পূৰ্বেও ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত থকাৰ অভিযোগত অভিযুক্ত হৈ কেইবাবাৰো জেল হাজোতলৈ গৈছিল । স্থানীয় ৰাইজে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰি ড্ৰাগছ ব্যৱসায়ী মাইনুদ্দিনৰ কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে। ইতিমধ্যে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই এন ডি পি এছ ধাৰাত কেচ ৰুজু কৰি কুখ্যাত ড্ৰাগছ মাফিয়া মাইনুদ্দিনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰিছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আৰক্ষী বিষয়া হিতেশ হালৈয়ে কয় যে অতি শীঘ্ৰে কলগাছিয়া অঞ্চলত চলি থকা অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ লগতে জুৱা মদ, ভাং, ড্ৰাগছ আদি বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় ৰাইজৰ সহযোগিতা কামনা কৰিছে। আৰক্ষী বিষয়া হিতেশ হালৈৰ ভূমিকাত কলগাছিয়া অঞ্চলৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।

1 hr ago
user_RECENT TIME
RECENT TIME
Media Consultant কলগাছিয়া, বৰপেটা, অসম•
1 hr ago
7c13e9fc-9503-4f60-9857-fc35e3912bd9

More news from অসম and nearby areas
  • পহিলা বহাগৰ দিনটোত কামৰূপৰ বকো আঞ্চলিক ৰঙালী বিহুৰ মঞ্চৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ , কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ লগতে সংগীতজগতৰ পৰা হেৰায় যোৱা সকলো শিল্পীক সোঁৱৰিলে অসমৰ দৰদী কণ্ঠশিল্পী তৰালী শৰ্মাই । সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ পূৰ্বে প্ৰয়াত পিতৃৰ লগতে হেৰাই যোৱা শিল্পী সকলক সোঁৱৰণ কৰে কণ্ঠশিল্পী তৰালী শৰ্মাই ।
    1
    পহিলা বহাগৰ দিনটোত কামৰূপৰ বকো আঞ্চলিক ৰঙালী বিহুৰ মঞ্চৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ , কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ লগতে সংগীতজগতৰ পৰা হেৰায় যোৱা সকলো শিল্পীক সোঁৱৰিলে অসমৰ দৰদী কণ্ঠশিল্পী তৰালী শৰ্মাই । সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ পূৰ্বে প্ৰয়াত পিতৃৰ লগতে হেৰাই যোৱা শিল্পী সকলক সোঁৱৰণ কৰে কণ্ঠশিল্পী তৰালী শৰ্মাই ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    9 hrs ago
  • ৰংজালী বৈছাগু উৎসৱ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীতৰে মুখৰিত হৈ উঠিছে তামুলপুৰ জিলা বগাঔজাৰগুৰীত।
    1
    ৰংজালী বৈছাগু উৎসৱ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীতৰে  মুখৰিত হৈ উঠিছে তামুলপুৰ জিলা বগাঔজাৰগুৰীত।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    22 hrs ago
  • 📌বিহুৰ অনুষ্ঠানত জুবিন গাৰ্গৰ গীত বিকৃত কৰি গোৱাক লৈ আছুৰ সভাপতি উৎপল শৰ্মাৰ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ৷ 📌নিজৰ শৈলীৰে গীত পৰিৱেশন কৰিবলৈ গৈ জুবিন গাৰ্গৰ গান, সৃষ্টি সমূহক বিকৃত কৰাৰ মৰসাহ আৰু ধৃষ্টতা কোনেও কৰিব নালাগে। মৰ্মিতা মিত্ৰৰ এয়াই শেষ ধৃষ্টতা হওক-উৎপল শৰ্মা৷
    1
    📌বিহুৰ অনুষ্ঠানত জুবিন গাৰ্গৰ গীত বিকৃত কৰি গোৱাক লৈ আছুৰ সভাপতি উৎপল শৰ্মাৰ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ৷
📌নিজৰ শৈলীৰে গীত পৰিৱেশন কৰিবলৈ গৈ জুবিন গাৰ্গৰ গান, সৃষ্টি সমূহক বিকৃত কৰাৰ মৰসাহ আৰু ধৃষ্টতা কোনেও কৰিব নালাগে। মৰ্মিতা মিত্ৰৰ এয়াই শেষ ধৃষ্টতা হওক-উৎপল শৰ্মা৷
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    45 min ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    5 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নতুন চিৰাজুলিস্থিত ও,পি কানৈ মধ্য ইংৰাজী বিদ্যালয়ত যোৱা নিশা সংঘটিত হ’ল চুৰিকাণ্ড
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নতুন চিৰাজুলিস্থিত ও,পি কানৈ মধ্য ইংৰাজী বিদ্যালয়ত যোৱা নিশা সংঘটিত হ’ল চুৰিকাণ্ড
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    3 hrs ago
  • ৰূপহীহাটৰ তাৰাবাৰি বজাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড । অগ্নিকাণ্ডত ৭টা দোকানৰ লগতে ৪টা বাইক জুইত ভস্মীভূত হয় । এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনাস্থলিত অগ্নিনিৰ্বাপক বাহিনী আহি জুই নোমাবলৈ সক্ষম হয়।
    1
    ৰূপহীহাটৰ তাৰাবাৰি বজাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড ।
অগ্নিকাণ্ডত ৭টা দোকানৰ লগতে ৪টা বাইক জুইত ভস্মীভূত হয় ।
এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
ঘটনাস্থলিত অগ্নিনিৰ্বাপক বাহিনী আহি জুই নোমাবলৈ সক্ষম হয়।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    5 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত ছাগলী চোৰৰ সন্দেহত এগৰাকী যুৱকক আটক কৰি উত্তমমাধ্যম দিলে ৰাইজে ৷ যুৱকজনক উত্তমমাধ্যম দি পিছলৈ ঢেকীয়াজুলি আৰক্ষীক গতালে ক্ষোভিত ৰাইজে
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত ছাগলী চোৰৰ সন্দেহত এগৰাকী যুৱকক আটক কৰি উত্তমমাধ্যম দিলে ৰাইজে ৷ যুৱকজনক উত্তমমাধ্যম দি পিছলৈ ঢেকীয়াজুলি আৰক্ষীক গতালে ক্ষোভিত ৰাইজে
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    22 hrs ago
  • ইংৰাজী, অসমীয়া, গণিত, সাধাৰণ বিজ্ঞান, সমাজবিজ্ঞান আৰু আই,টি আদি প্ৰতিটো বিষয়তে নব্বৈ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ফাৰজানা তাচনিম নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ তাৰাবাৰীৰ অৱসৰ প্ৰাপ্ত শিক্ষক উবাইদুল্লাহৰ কণ্যা ফাৰজানা তাচনিমে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা। আমাৰ সাংবাদিকে প্ৰাঞ্জল শইকীয়াই এই কৃতি ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এই প্ৰতিবেদন যুগুত কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।
    1
    ইংৰাজী, অসমীয়া, গণিত, সাধাৰণ বিজ্ঞান, সমাজবিজ্ঞান আৰু আই,টি আদি প্ৰতিটো বিষয়তে নব্বৈ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ফাৰজানা তাচনিম নামৰ এগৰাকী ছাত্ৰীয়ে।
ৰূপহীহাটৰ তাৰাবাৰীৰ অৱসৰ প্ৰাপ্ত  শিক্ষক উবাইদুল্লাহৰ কণ্যা ফাৰজানা তাচনিমে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা। আমাৰ সাংবাদিকে প্ৰাঞ্জল শইকীয়াই এই কৃতি ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এই প্ৰতিবেদন যুগুত কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.