logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নিশা গোৰেশ্বৰ বিধান সভাৰ কাউলীত বিপিএফৰ যোগদান কাৰ্যসূচী। BPF দলৰ কেন্দ্ৰীয় উপ সভাপতি ইমানুৱেল মুছাহাৰীৰ নেতৃত্বত BPF দলত যোগদান বিগত পৰিষদীয় নিৰ্বাচনৰ নাগ্ৰিজুলী সমষ্টিৰ UPPL ৰ প্ৰাৰ্থী ৰবীনবালা বিশ্বাসৰ। নিশা গোৰেশ্বৰ বিধান সভাৰ কাউলীত বিপিএফৰ যোগদান কাৰ্যসূচী। BPF দলৰ কেন্দ্ৰীয় উপ সভাপতি ইমানুৱেল মুছাহাৰীৰ নেতৃত্বত BPF দলত যোগদান বিগত পৰিষদীয় নিৰ্বাচনৰ নাগ্ৰিজুলী সমষ্টিৰ UPPL ৰ প্ৰাৰ্থী ৰবীনবালা বিশ্বাসৰ। প্ৰায় ডেৰ শতাধিক লোকে আনুষ্ঠানিক ভাবে যোগদান কৰে BPF দলত। এই যোগদানৰ দ্বাৰা আগন্তুক দিনত দলটোক অধিক শক্তিশালী কৰিব বুলি মন্ত্যৱ প্ৰাক্তন বিধায়ক তথা BPF ৰ জ্যেষ্ঠ নেতা ইমানুৱেল মুছাহাৰীৰ।ইপিনে যোগদান সভাতে আগন্তুক নিৰ্বাচনৰ বাবে তামুলপুৰত NDA ৰ প্ৰাৰ্থী ৯৯ শতাংশ ইমানুৱেল মুছাহাৰী বুলি মন্ত্যৱ BPF দলৰ কেন্দ্ৰই সম্পাদক তথা জ্যেষ্ঠ নেতা জগদীশ সৰকাৰৰ

9 hrs ago
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
9 hrs ago

নিশা গোৰেশ্বৰ বিধান সভাৰ কাউলীত বিপিএফৰ যোগদান কাৰ্যসূচী। BPF দলৰ কেন্দ্ৰীয় উপ সভাপতি ইমানুৱেল মুছাহাৰীৰ নেতৃত্বত BPF দলত যোগদান বিগত পৰিষদীয় নিৰ্বাচনৰ নাগ্ৰিজুলী সমষ্টিৰ UPPL ৰ প্ৰাৰ্থী ৰবীনবালা বিশ্বাসৰ। নিশা গোৰেশ্বৰ বিধান সভাৰ কাউলীত বিপিএফৰ যোগদান কাৰ্যসূচী। BPF দলৰ কেন্দ্ৰীয় উপ সভাপতি ইমানুৱেল মুছাহাৰীৰ নেতৃত্বত BPF দলত যোগদান বিগত পৰিষদীয় নিৰ্বাচনৰ নাগ্ৰিজুলী সমষ্টিৰ UPPL ৰ প্ৰাৰ্থী ৰবীনবালা বিশ্বাসৰ। প্ৰায় ডেৰ শতাধিক লোকে আনুষ্ঠানিক ভাবে যোগদান কৰে BPF দলত। এই যোগদানৰ দ্বাৰা আগন্তুক দিনত দলটোক অধিক শক্তিশালী কৰিব বুলি মন্ত্যৱ প্ৰাক্তন বিধায়ক তথা BPF ৰ জ্যেষ্ঠ নেতা ইমানুৱেল মুছাহাৰীৰ।ইপিনে যোগদান সভাতে আগন্তুক নিৰ্বাচনৰ বাবে তামুলপুৰত NDA ৰ প্ৰাৰ্থী ৯৯ শতাংশ ইমানুৱেল মুছাহাৰী বুলি মন্ত্যৱ BPF দলৰ কেন্দ্ৰই সম্পাদক তথা জ্যেষ্ঠ নেতা জগদীশ সৰকাৰৰ

More news from Kamrup Metro and nearby areas
  • 📌দ্বীপেন বড়োয়ে BPFৰ একো ক্ষতি কৰিব নোৱাৰে” — হাগ্ৰামা মহিলাৰীৰ সোজা চেলেঞ্জ! 📌ABSUৰ সভাপতি দ্বীপেন বড়োক লৈ হাগ্ৰামা মহিলাৰীৰ তীব্ৰ মন্তব্য 📌কংগ্ৰেছ, বিজেপি বা UPPLলৈ যাওক… BPFক একো নহয়!” — হাগ্ৰামা মহিলাৰী #HagramaMohilary #DipenBoro #ABSU #BPF #BodolandPolitics #AssamPolitics #UPPL #Congress #BJPAssam #NewsAssam #AssamNews #ViralNews
    1
    📌দ্বীপেন বড়োয়ে BPFৰ একো ক্ষতি কৰিব নোৱাৰে” — হাগ্ৰামা মহিলাৰীৰ সোজা চেলেঞ্জ!
📌ABSUৰ সভাপতি দ্বীপেন বড়োক লৈ হাগ্ৰামা মহিলাৰীৰ তীব্ৰ মন্তব্য
📌কংগ্ৰেছ, বিজেপি বা UPPLলৈ যাওক… BPFক একো নহয়!” — হাগ্ৰামা মহিলাৰী
#HagramaMohilary
#DipenBoro
#ABSU
#BPF
#BodolandPolitics
#AssamPolitics
#UPPL
#Congress
#BJPAssam
#NewsAssam
#AssamNews
#ViralNews
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    11 hrs ago
  • Post by Shariful Islam
    1
    Post by Shariful Islam
    user_Shariful Islam
    Shariful Islam
    Wedding service বৰপেটা, বৰপেটা, অসম•
    22 hrs ago
  • কলগাছিয়াৰ টাপেশ্বৰাত ৰাস্তা নিৰ্মাণৰ কাম উদ্বোধন বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ। তাপেশ্বৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত অৰুণোদয় হাইস্কুলৰ পৰা লাকী বজাৰ (গৰম বজাৰ) লৈ যোৱা ৰাস্তাৰ SOPD-G ২০২৫-২৬ ৰ অধীনত কামৰ শুভ উদ্বোধন কৰে বিধায়ক হাফিজ ৰফিকুল ইছলামে আৰু উক্ত সভাত উপস্থিত থাকে তাপেশ্বৰা গাওঁ পঞ্চায়তৰ সভাপতি ছাইফুল ইছলামৰ লগতে গণ্য মান্য ব্যক্তি সকল।
    1
    কলগাছিয়াৰ টাপেশ্বৰাত ৰাস্তা নিৰ্মাণৰ কাম উদ্বোধন বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ। তাপেশ্বৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত অৰুণোদয় হাইস্কুলৰ পৰা লাকী বজাৰ (গৰম বজাৰ) লৈ যোৱা ৰাস্তাৰ SOPD-G ২০২৫-২৬ ৰ অধীনত কামৰ শুভ উদ্বোধন কৰে বিধায়ক হাফিজ ৰফিকুল ইছলামে আৰু উক্ত সভাত উপস্থিত থাকে তাপেশ্বৰা গাওঁ পঞ্চায়তৰ সভাপতি ছাইফুল ইছলামৰ লগতে গণ্য মান্য ব্যক্তি সকল।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    9 hrs ago
  • অহা ২৪ মার্চত নলবাৰীৰ বগুৰীহাটীত উন্মোচন হ'ব দীপিকা দেৱী(ৰুমী)ৰ জীৱনৰ প্ৰথম কাব্যপুথি 'সপোনৰ ঠিকনা বিচাৰি'।
    1
    অহা ২৪ মার্চত নলবাৰীৰ বগুৰীহাটীত উন্মোচন হ'ব দীপিকা দেৱী(ৰুমী)ৰ জীৱনৰ প্ৰথম কাব্যপুথি 'সপোনৰ ঠিকনা বিচাৰি'।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    4 hrs ago
  • -মৰিগাঁৱত দ্বিতীয় দিনা কৃষক মেলা আৰু কৃষি সামগ্ৰী প্ৰদৰ্শনী অনুষ্ঠান* -মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত CSS_ ATMA আচনিৰ অধীনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৃষক মেলাৰ আজি দ্বিতীয় দিন।* কৃষক মেলাত কৃষক সকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ যাতে বজাৰত উচিত মূল্য পাই তাৰ বাবে এক প্ৰশিক্ষণৰো ব্যবস্থা কৰা হয়। থলুৱা কৃষক সকলে যাতে ডিজিটেল মাৰ্কেটিং কৰিব পাৰে তাৰ বাবে এক ডিজিটেল এপৰ ব্যবস্থা কৰে কৃষি বিভাগে।* *জিলা কৃষি বিষয়া দিব্যজ্যোতি হাজৰিকা আৰু কৃষক মানস কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়
    1
    -মৰিগাঁৱত দ্বিতীয় দিনা কৃষক মেলা আৰু কৃষি সামগ্ৰী প্ৰদৰ্শনী অনুষ্ঠান*
-মৰিগাঁও জিলা কৃষি বিভাগৰ  উদ্যোগত CSS_ ATMA আচনিৰ  অধীনত  দুদিনীয়া  কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৃষক  মেলাৰ আজি দ্বিতীয় দিন।*
কৃষক মেলাত কৃষক সকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ যাতে বজাৰত উচিত মূল্য পাই তাৰ বাবে এক প্ৰশিক্ষণৰো ব্যবস্থা কৰা হয়। থলুৱা কৃষক সকলে যাতে ডিজিটেল মাৰ্কেটিং কৰিব পাৰে তাৰ বাবে এক ডিজিটেল এপৰ ব্যবস্থা কৰে কৃষি বিভাগে।*
*জিলা কৃষি বিষয়া দিব্যজ্যোতি হাজৰিকা আৰু কৃষক মানস কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    11 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষে চকী এলেকাৰ ধলগুৰি প্ৰাথমিক বিদ্যালয়ত নিশা সংঘটিত হ’ল চুৰিকাণ্ড ৷ আজি পুৱা বিদ্যালয় খোলাৰ পিছতে উক্ত চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ তৰফৰ পৰা জানিবলৈ দিয়ামতে চুৰৰ দলে মুল গেটৰ লগতে কেইবাখনো কোঠাৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি উক্ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত কৰে ৷
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষে চকী এলেকাৰ ধলগুৰি প্ৰাথমিক বিদ্যালয়ত নিশা সংঘটিত হ’ল চুৰিকাণ্ড ৷ আজি পুৱা বিদ্যালয় খোলাৰ পিছতে উক্ত চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ তৰফৰ পৰা জানিবলৈ দিয়ামতে চুৰৰ দলে মুল গেটৰ লগতে কেইবাখনো কোঠাৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি উক্ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত কৰে ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    13 hrs ago
  • নিশা গোৰেশ্বৰ বিধান সভাৰ কাউলীত বিপিএফৰ যোগদান কাৰ্যসূচী। BPF দলৰ কেন্দ্ৰীয় উপ সভাপতি ইমানুৱেল মুছাহাৰীৰ নেতৃত্বত BPF দলত যোগদান বিগত পৰিষদীয় নিৰ্বাচনৰ নাগ্ৰিজুলী সমষ্টিৰ UPPL ৰ প্ৰাৰ্থী ৰবীনবালা বিশ্বাসৰ। প্ৰায় ডেৰ শতাধিক লোকে আনুষ্ঠানিক ভাবে যোগদান কৰে BPF দলত। এই যোগদানৰ দ্বাৰা আগন্তুক দিনত দলটোক অধিক শক্তিশালী কৰিব বুলি মন্ত্যৱ প্ৰাক্তন বিধায়ক তথা BPF ৰ জ্যেষ্ঠ নেতা ইমানুৱেল মুছাহাৰীৰ।ইপিনে যোগদান সভাতে আগন্তুক নিৰ্বাচনৰ বাবে তামুলপুৰত NDA ৰ প্ৰাৰ্থী ৯৯ শতাংশ ইমানুৱেল মুছাহাৰী বুলি মন্ত্যৱ BPF দলৰ কেন্দ্ৰই সম্পাদক তথা জ্যেষ্ঠ নেতা জগদীশ সৰকাৰৰ
    2
    নিশা গোৰেশ্বৰ বিধান সভাৰ কাউলীত বিপিএফৰ যোগদান কাৰ্যসূচী। BPF দলৰ কেন্দ্ৰীয় উপ সভাপতি ইমানুৱেল মুছাহাৰীৰ নেতৃত্বত BPF দলত যোগদান বিগত পৰিষদীয় নিৰ্বাচনৰ নাগ্ৰিজুলী সমষ্টিৰ UPPL ৰ প্ৰাৰ্থী ৰবীনবালা বিশ্বাসৰ। প্ৰায় ডেৰ শতাধিক লোকে আনুষ্ঠানিক ভাবে যোগদান কৰে BPF দলত। এই যোগদানৰ দ্বাৰা আগন্তুক দিনত দলটোক অধিক শক্তিশালী কৰিব বুলি মন্ত্যৱ প্ৰাক্তন বিধায়ক তথা BPF ৰ জ্যেষ্ঠ নেতা ইমানুৱেল মুছাহাৰীৰ।ইপিনে যোগদান সভাতে আগন্তুক নিৰ্বাচনৰ বাবে তামুলপুৰত NDA ৰ প্ৰাৰ্থী ৯৯ শতাংশ ইমানুৱেল মুছাহাৰী বুলি মন্ত্যৱ BPF দলৰ কেন্দ্ৰই সম্পাদক তথা জ্যেষ্ঠ নেতা জগদীশ সৰকাৰৰ
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    9 hrs ago
  • 📌বৰপেটা মেডিকেল কলেজৰ নাম বিতৰ্ক! ফখৰুদ্দিন আলী আহমেদৰ নাম বাদত শ্বেৰমান আলীৰ নাতিশীতোষ্ণ প্ৰতিক্ৰিয়া 📌 ফখৰুদ্দিন আলী আহমেদৰ নাম বাদ! কি ক’লে বিধায়ক শ্বেৰমান আলীয়ে? 📌 বৰপেটা মেডিকেল কলেজৰ নামক লৈ নতুন বিতৰ্ক, শ্বেৰমান আলীৰ গুৰুত্বপূৰ্ণ মন্তব্য #BarpetaMedicalCollege #ShermanAli #AssamPolitics #AssamNews #FakhruddinAliAhmed #HimantaBiswaSarma #BreakingNewsAssam #NewsAssam #ViralNews #Assam
    1
    📌বৰপেটা মেডিকেল কলেজৰ নাম বিতৰ্ক! ফখৰুদ্দিন আলী আহমেদৰ নাম বাদত শ্বেৰমান আলীৰ নাতিশীতোষ্ণ প্ৰতিক্ৰিয়া
📌 ফখৰুদ্দিন আলী আহমেদৰ নাম বাদ! কি ক’লে বিধায়ক শ্বেৰমান আলীয়ে?
📌 বৰপেটা মেডিকেল কলেজৰ নামক লৈ নতুন বিতৰ্ক, শ্বেৰমান আলীৰ গুৰুত্বপূৰ্ণ মন্তব্য
#BarpetaMedicalCollege
#ShermanAli
#AssamPolitics
#AssamNews
#FakhruddinAliAhmed
#HimantaBiswaSarma
#BreakingNewsAssam
#NewsAssam
#ViralNews
#Assam
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    11 hrs ago
  • ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি কৰা সন্দৰ্ভত অধিবক্তা নুৰজামালৰ মন্তব্যঃ #Barpetakhabar #বৰপেটাখবৰ #NewsUpdate
    1
    ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি কৰা সন্দৰ্ভত অধিবক্তা নুৰজামালৰ মন্তব্যঃ
#Barpetakhabar #বৰপেটাখবৰ #NewsUpdate
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.