logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Day 1 chick's 🐥 in new broiler farm kathlijar ||पहलेदिन के चूजों की देखभाल#shortfeed​#india​#broiler ১০০০ লোকেল মুৰ্গীত লাভালাভ/1000 nos. Broiler chicken farming profit and feed cost/Free range How much profit does a chicken make/1000 broiler murgi farming se kitna profit/how much profit from 1000 broiler/is broiler farming profitable/how much feed a chicken eat till 1 kg/monthly income from 1000 broiler farm/desi murgi palan/local kukura palan/poultry farm income per month/poultry chicken farm profit calculation chicken 1kg in 30 days/how many days takes a broiler to get 1 Kg/poultry farming video/can i earn money from broiler farming/is broiler farming profitable business/broiler chicken farming/sonali chicken farming/1000 broiler farming benefit and feed cost/assam farmer video/without commercial food broiler murgi farming/without broiler dana broiler farming/free range broiler farming profit and feed cost/can i feed rice and paddy to broiler chicken Day 1 to sell broiler chicken farming guide How to cultivate kaji nemu in New Broiler Farm Kathlijar in Assam Is new broiler farm kathlijar profitable business in Assam How to make a 1000 nos. Capacity of broiler farm in low cost 1000 capacity broiler farm bonabole kiman toka lage Company broiler farm koriboloi ki ki lage Manual litter racker Litter racking machine #1700​broilerchickenfarmingprofit #Benefitsofbroilerfarming​ #Last​batchprofit #Oneyearprofits​ #Litter​racker #Manual​litterrackingmachine #Racking​machine #Overflow​ #Autodrinkeroverflow​ #Auto​drinkeradjust #broiler​farmingprofits #Profits​ofbroilerfarming #Company​broilerfarmingprofits #Chicksbroodingmanagement​ #Winterchicksbrooding​ #hailstone​ #Strom​inAssam #Hailstone​in2025Assam #natural​disasters #day6​chicksbrooding #Gas​brooder #Chiranjit​vlog2.0 #Broilerliftingdone​ #Freerangelocalchickenfarming​ #Assamfarming​ #Desimurgi​ #Localkukura​ #Open​arealocalchickenfarm #Sidenet​forpoultryfarming #Broilerdisease​ treatment #Chickendisease​ #CRDmedicine​ #Poultryfarmmanagment

18 hrs ago
user_Shariful Islam
Shariful Islam
Wedding service বৰপেটা, বৰপেটা, অসম•
18 hrs ago

Day 1 chick's 🐥 in new broiler farm kathlijar ||पहलेदिन के चूजों की देखभाल#shortfeed​#india​#broiler ১০০০ লোকেল মুৰ্গীত লাভালাভ/1000 nos. Broiler chicken farming profit and feed cost/Free range How much profit does a chicken make/1000 broiler murgi farming se kitna profit/how much profit from 1000 broiler/is broiler farming profitable/how much feed a chicken eat till 1 kg/monthly income from 1000 broiler farm/desi murgi palan/local kukura palan/poultry farm income per month/poultry chicken farm profit calculation chicken 1kg in 30 days/how many days takes a broiler to get 1 Kg/poultry farming video/can i earn money from broiler farming/is broiler farming

4f51809a-a64c-426b-b3ee-4651e1607667

profitable business/broiler chicken farming/sonali chicken farming/1000 broiler farming benefit and feed cost/assam farmer video/without commercial food broiler murgi farming/without broiler dana broiler farming/free range broiler farming profit and feed cost/can i feed rice and paddy to broiler chicken Day 1 to sell broiler chicken farming guide How to cultivate kaji nemu in New Broiler Farm Kathlijar in Assam Is new broiler farm kathlijar profitable business in Assam How to make a 1000 nos. Capacity of broiler farm in low cost 1000 capacity broiler farm bonabole kiman toka lage Company broiler farm koriboloi ki ki lage Manual litter racker Litter racking machine #1700​broilerchickenfarmingprofit #Benefitsofbroilerfarming​ #Last​batchprofit #Oneyearprofits​ #Litter​racker #Manual​litterrackingmachine #Racking​machine #Overflow​ #Autodrinkeroverflow​ #Auto​drinkeradjust #broiler​farmingprofits #Profits​ofbroilerfarming #Company​broilerfarmingprofits #Chicksbroodingmanagement​ #Winterchicksbrooding​ #hailstone​ #Strom​inAssam #Hailstone​in2025Assam #natural​disasters #day6​chicksbrooding #Gas​brooder #Chiranjit​vlog2.0 #Broilerliftingdone​ #Freerangelocalchickenfarming​ #Assamfarming​ #Desimurgi​ #Localkukura​ #Open​arealocalchickenfarm #Sidenet​forpoultryfarming #Broilerdisease​ treatment #Chickendisease​ #CRDmedicine​ #Poultryfarmmanagment

More news from অসম and nearby areas
  • কলগাছিয়াৰ দুই কন্টেনক্ৰেটৰৰ ফোন আলাপ ভাইৰাল। দুই বন্ধুৰ মাজত শত্ৰুতা । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে কলগাছিয়াত হেল্পলাইন ফাউণ্ডেশ্যনৰ উদ্যোগত লটাৰী খেল পাতিছিল। তাৰ টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে সম্পাদক তথা এজন কন্টেনক্ৰেটৰৰ বিৰুদ্ধে। সেইলৈ বিৰুপ মন্তব্য কৰিছিল ইনজামামুল হকে। পিছত আইনৰ আশ্ৰয় লোৱাৰ ভাবুকি দিছিল মমিনে। তাৰ পিছত এই কাণ্ড...
    1
    কলগাছিয়াৰ দুই কন্টেনক্ৰেটৰৰ ফোন আলাপ ভাইৰাল। দুই বন্ধুৰ মাজত শত্ৰুতা । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে কলগাছিয়াত হেল্পলাইন ফাউণ্ডেশ্যনৰ উদ্যোগত লটাৰী খেল পাতিছিল। তাৰ টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে সম্পাদক তথা এজন কন্টেনক্ৰেটৰৰ বিৰুদ্ধে। সেইলৈ বিৰুপ মন্তব্য কৰিছিল ইনজামামুল হকে। পিছত আইনৰ আশ্ৰয় লোৱাৰ ভাবুকি দিছিল মমিনে। তাৰ পিছত এই কাণ্ড...
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    9 hrs ago
  • 🚨দিছপুৰত হ'ব NDAৰ চৰকাৰ। 🚨২০ মাৰ্চৰ পূৰ্বে BTCৰ সকলো আসনৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ব প্ৰাৰ্থীৰ তালিকা। 🚨সংখ্যালঘু অধ্যুষিত পৰ্বতঝোৰাত ইফতাৰত অংশ লৈ মন্তব্য হাগ্ৰামা মহিলাৰীৰ।
    1
    🚨দিছপুৰত হ'ব NDAৰ চৰকাৰ। 
🚨২০ মাৰ্চৰ পূৰ্বে BTCৰ সকলো আসনৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ব প্ৰাৰ্থীৰ তালিকা।
🚨সংখ্যালঘু অধ্যুষিত পৰ্বতঝোৰাত ইফতাৰত অংশ লৈ মন্তব্য হাগ্ৰামা মহিলাৰীৰ।
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    3 hrs ago
  • ৰঙিয়া ৰাজীৱ ভবণত নিৰ্বাচনী মুখ্য কাৰ্যালয় উদ্বোধন কৰাৰ পিছতে আজি বিৰোধী ঐক্য মঞ্চই অনুষ্ঠিত কৰা সংবাদ মেল সম্বোধন প্ৰাণজিৎ চৌধুৰীৰ। সংবাদ মেলত বিৰোধী ঐক্য মঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ নেতা মজিবুদ্দিন আহমেদেও মন্তব্য আগবঢ়াই।
    1
    ৰঙিয়া ৰাজীৱ ভবণত নিৰ্বাচনী মুখ্য কাৰ্যালয় উদ্বোধন কৰাৰ পিছতে আজি বিৰোধী ঐক্য মঞ্চই অনুষ্ঠিত কৰা সংবাদ মেল সম্বোধন  প্ৰাণজিৎ চৌধুৰীৰ। সংবাদ মেলত বিৰোধী ঐক্য মঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ নেতা মজিবুদ্দিন আহমেদেও মন্তব্য আগবঢ়াই।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    6 hrs ago
  • তামুলপুৰত UPPL-ৰ সংবাদমেল, প্ৰমোদ বড়োৰ প্ৰাৰ্থীত্বক লৈ উৎসাহৰ ঢল তামুলপুৰ, তামুলপুৰ জিলা UPPL কাৰ্যালয়ত আজি UPPL দলে এখন সংবাদমেল আয়োজন কৰে। এই সংবাদমেলত তামুলপুৰ সমষ্টিৰ বাবে UPPL-ৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা প্ৰমোদ বড়োক উষ্ম আদৰণি জনোৱা হয়। সংবাদমেলত দলীয় নেতাসকলে কয় যে, তামুলপুৰ সমষ্টিত প্ৰমোদ বড়ো প্ৰাৰ্থী হোৱাৰ লগে লগে ভোটাৰৰ মাজত এক উৎসাহৰ ঢল দেখা গৈছে। তেওঁলোকৰ মতে, প্ৰমোদ বড়োৰ নেতৃত্বত সমগ্ৰ তামুলপুৰ জিলাত শিক্ষা, যাতায়ত আৰু স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনিৰ উল্লেখযোগ্য উন্নয়ন সাধিত হৈছে। ইয়াৰ উপৰি, UPPL দলে ইতিমধ্যে ঘোষণা কৰা প্ৰাৰ্থীসকলকো অভিনন্দন জনায়। দলীয় সূত্ৰে জানিবলৈ দিয়া মতে, সংবাদমেলত শীঘ্ৰেই দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব। ইপিনে, বিধায়ক জলেন দৈমাৰী য়ে কয় যে, বিগত পাঁচটা বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত BTR অঞ্চলত হোৱা উন্নয়ন স্পষ্টভাৱে দৃশ্যমান হৈছে। তেওঁ লগতে কয় যে, দলটোৱে কেৱল BTR অঞ্চলতেই নহয়, সমগ্ৰ অসমৰ সামগ্ৰিক উন্নয়ন কামনা কৰে।
    1
    তামুলপুৰত UPPL-ৰ সংবাদমেল, প্ৰমোদ বড়োৰ প্ৰাৰ্থীত্বক লৈ উৎসাহৰ ঢল
তামুলপুৰ,
তামুলপুৰ জিলা UPPL কাৰ্যালয়ত আজি UPPL দলে এখন সংবাদমেল আয়োজন কৰে। এই সংবাদমেলত তামুলপুৰ সমষ্টিৰ বাবে UPPL-ৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা প্ৰমোদ বড়োক উষ্ম আদৰণি জনোৱা হয়।
সংবাদমেলত দলীয় নেতাসকলে কয় যে, তামুলপুৰ সমষ্টিত প্ৰমোদ বড়ো প্ৰাৰ্থী হোৱাৰ লগে লগে ভোটাৰৰ মাজত এক উৎসাহৰ ঢল দেখা গৈছে। তেওঁলোকৰ মতে, প্ৰমোদ বড়োৰ নেতৃত্বত সমগ্ৰ তামুলপুৰ জিলাত শিক্ষা, যাতায়ত আৰু স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনিৰ উল্লেখযোগ্য উন্নয়ন সাধিত হৈছে।
ইয়াৰ উপৰি, UPPL দলে ইতিমধ্যে ঘোষণা কৰা প্ৰাৰ্থীসকলকো অভিনন্দন জনায়। দলীয় সূত্ৰে জানিবলৈ দিয়া মতে, সংবাদমেলত শীঘ্ৰেই দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব।
ইপিনে, বিধায়ক জলেন দৈমাৰী য়ে কয় যে, বিগত পাঁচটা বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত BTR অঞ্চলত হোৱা উন্নয়ন স্পষ্টভাৱে দৃশ্যমান হৈছে। তেওঁ লগতে কয় যে, দলটোৱে কেৱল BTR অঞ্চলতেই নহয়, সমগ্ৰ অসমৰ সামগ্ৰিক উন্নয়ন কামনা কৰে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    7 hrs ago
  • গোৱালপাৰা জিলাৰ খলিছাভিটাত সমাগত ঈদ উল ফিতৰ উপলক্ষে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সচেতন মূলক বাৰ্তা
    1
    গোৱালপাৰা জিলাৰ খলিছাভিটাত সমাগত ঈদ উল ফিতৰ উপলক্ষে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সচেতন মূলক বাৰ্তা
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    7 hrs ago
  • 📌 “প্ৰদ্যুৎ বৰদলৈ বিজেপিত! মুখ্যমন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া— ৰাজনীতিত ডাঙৰ পৰিবৰ্তন?” 📌 “বিজেপিত যোগদানৰ পাছত প্ৰদ্যুৎ বৰদলৈক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য!” #PradyutBordoloi #HimantaBiswaSarma #AssamPolitics #BJPAssam #BreakingNews #AssamNews #NewsUpdate #Election2026 #TrendingNow #ViralNews
    1
    📌 “প্ৰদ্যুৎ বৰদলৈ বিজেপিত! মুখ্যমন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া— ৰাজনীতিত ডাঙৰ পৰিবৰ্তন?”
📌 “বিজেপিত যোগদানৰ পাছত প্ৰদ্যুৎ বৰদলৈক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য!”
#PradyutBordoloi
#HimantaBiswaSarma
#AssamPolitics
#BJPAssam
#BreakingNews
#AssamNews
#NewsUpdate
#Election2026
#TrendingNow
#ViralNews
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    9 hrs ago
  • অসম জাতীয় পৰিষদ দলৰ পৰা খোৱাং বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্ব লাভৰ পিছত লুৰীণজ্যোতি গগৈক বিপুল আদৰণি জনালে সমষ্টিবাসীয়ে। . . . . . . . #AssemblyElection2026 #AssamJatiyaParishad #lurinjyotigogoi #Khowang #ABCNewsAssam
    1
    অসম জাতীয় পৰিষদ দলৰ পৰা খোৱাং বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্ব লাভৰ পিছত লুৰীণজ্যোতি গগৈক বিপুল আদৰণি জনালে সমষ্টিবাসীয়ে।
.
.
.
.
.
.
.
#AssemblyElection2026 #AssamJatiyaParishad #lurinjyotigogoi #Khowang #ABCNewsAssam
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    10 hrs ago
  • তামুলপুৰত বিপিএফৰ নিৰ্বাচনী তৎপৰতা: হাগ্ৰামা মহিলাৰীৰ উন্নয়নৰ গেৰাণ্টি আৰু প্ৰমোদ বড়োক তীব্ৰ সমালোচনা চাংগ্ৰাং ব্ৰহ্মৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাৰ লগে লগেই বিটিচি অঞ্চলত ৰাজনৈতিক দলসমূহৰ সাংগঠনিক কুচকাৱাজ বৃদ্ধি পাইছে আৰু ইয়াৰ অংশ হিচাপে আজি তামুলপুৰ জিলাৰ গয়বাৰী ব্লক বিপিএফৰ যুৱ শাখাৰ উদ্যোগত এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিপিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক চাংগ্ৰাং ব্ৰহ্মই হাগ্ৰামা মহিলাৰীৰ স্বপ্নৰ বিটিচি গঢ়াৰ সংকল্প দোহাৰে আৰু বিশেষকৈ দলটোত মহিলাসকলক প্ৰদান কৰা মৰ্যাদাৰ কথা উল্লেখ কৰি বিপিএফৰ পাঁচটা প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীয়ে সম্পূৰ্ণ কৰিবই বুলি দৃঢ়তাৰে ঘোষণা কৰে। ভাষণ প্ৰসংগত তেওঁ হাগ্ৰামা মহিলাৰী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাজত থকা ঘনিষ্ঠতা আৰু তেওঁলোকৰ সু-সমন্বয়ৰ কথা উল্লেখ কৰাৰ বিপৰীতে ৰাজ্যসভাৰ সাংসদ তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক এজন স্বাৰ্থকেন্দ্ৰিক নেতা বুলি আখ্যা দি তীব্ৰ ভাষাৰে কটাক্ষ কৰি কয় যে পৰিষদীয় সদস্যৰ পৰা ৰাজ্যসভাৰ সাংসদ হোৱাৰ পিছত এতিয়া বিধায়ক হোৱাৰ সপোন দেখা প্ৰমোদ বড়োৱে সম্ভৱতঃ অনাগত দিনত পৌৰসভাৰ অধ্যক্ষ আৰু গাঁওবুঢ়াৰ দৰে পদৰ বাবেও প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিব। সংবিধানৰ ১২৫ অনুচ্ছেদ সংশোধন কৰিবলৈ বুলি ৰাজ্যসভালৈ যোৱা প্ৰমোদ বড়োৱে এতিয়া কেৱল ক্ষমতাৰ লালসাত নিম্নখাপৰ ৰাজনীতি কৰা বুলিও তেওঁ সমালোচনা কৰে। ইফালে, শান্তি-সম্প্ৰীতি আৰু একতাৰ ধ্বনিৰে বিটিচিৰ উন্নয়নৰ হকে কাম কৰা বিপিএফৰ বিপৰীতে ইউপিপিএলৰ নেতাসকলে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ টুপি পিন্ধি নাটক কৰা বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে। চাংগ্ৰাং ব্ৰহ্মৰ মতে, ৰাকেশ ব্ৰহ্ম বা প্ৰমোদ বড়োৱে পিন্ধা এই টুপি কেৱল ভোটৰ ৰাজনীতিহে; প্ৰকৃততে তেওঁলোকে জাতি-জনগোষ্ঠীসমূহক ভাগ ভাগ কৰি শাসন কৰিব বিচাৰিছে। আনহাতে, সভাত উপস্থিত থাকি বিপিএফ নেতা জিতেন মুছাহাৰীয়ে প্ৰমোদ বড়োক এগৰাকী 'মিছলীয়া' নেতা আখ্যা দি হাগ্ৰামা মহিলাৰীৰ কথা আৰু কামৰ মিল থকা বুলি মন্তব্য কৰে। তেওঁ কয় যে বিপিএফৰ পাঁচ গেৰাণ্টিয়েই হ’ব বিটিচিৰ উন্নয়নৰ মূল আধাৰ। উক্ত সভাত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দীপক ডেকাৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকি দলীয় কৰ্মীসকলক একগোট হৈ আগন্তুক নিৰ্বাচনত বিপিএফ তথা এনডিএৰ সমৰ্থিত প্ৰাৰ্থীক বিজয়ী কৰি প্ৰমোদ বড়োক উচিত শিক্ষা দিবলৈ আহ্বান জনায়। আনহাতে আজি আবেলি নিজ ডেফেলত বিপিএফ নেতা মুকুত নাৰ্জাৰীৰ সভাপতিত্বত আন এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। ব্লক বিপিএফৰ সাধাৰণ সম্পাদক ডেৰহাছাৰ বড়োই আদৰণি ভাষণ দিয়া সভাত বি এছ ইউৰ সভাপতি সৗগমচাৰ বসুমতাৰী, উপ-সভাপতি খেমচন্দ্ৰ ব্ৰহ্মসহ ৰাজেন বড়ো, মাধৱ দাস, খাম্পা ব্ৰহ্ম, পি এম বিৰ সদস্য বিমলেন্দ্ৰু ব্ৰহ্মসহ বিপিএফ দলৰ শীৰ্ষ নেতাৰ লগতে জিলা আৰু ব্লক সমিতিৰ কেবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে।###
    1
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী তৎপৰতা: হাগ্ৰামা মহিলাৰীৰ উন্নয়নৰ গেৰাণ্টি আৰু প্ৰমোদ বড়োক তীব্ৰ সমালোচনা চাংগ্ৰাং ব্ৰহ্মৰ
আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাৰ লগে লগেই বিটিচি অঞ্চলত ৰাজনৈতিক দলসমূহৰ সাংগঠনিক কুচকাৱাজ বৃদ্ধি পাইছে আৰু ইয়াৰ অংশ হিচাপে আজি তামুলপুৰ জিলাৰ গয়বাৰী ব্লক বিপিএফৰ যুৱ শাখাৰ উদ্যোগত এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিপিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক চাংগ্ৰাং ব্ৰহ্মই হাগ্ৰামা মহিলাৰীৰ স্বপ্নৰ বিটিচি গঢ়াৰ সংকল্প দোহাৰে আৰু বিশেষকৈ দলটোত মহিলাসকলক প্ৰদান কৰা মৰ্যাদাৰ কথা উল্লেখ কৰি বিপিএফৰ পাঁচটা প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীয়ে সম্পূৰ্ণ কৰিবই বুলি দৃঢ়তাৰে ঘোষণা কৰে। ভাষণ প্ৰসংগত তেওঁ হাগ্ৰামা মহিলাৰী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাজত থকা ঘনিষ্ঠতা আৰু তেওঁলোকৰ সু-সমন্বয়ৰ কথা উল্লেখ কৰাৰ বিপৰীতে ৰাজ্যসভাৰ সাংসদ তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক এজন স্বাৰ্থকেন্দ্ৰিক নেতা বুলি আখ্যা দি তীব্ৰ ভাষাৰে কটাক্ষ কৰি কয় যে পৰিষদীয় সদস্যৰ পৰা ৰাজ্যসভাৰ সাংসদ হোৱাৰ পিছত এতিয়া বিধায়ক হোৱাৰ সপোন দেখা প্ৰমোদ বড়োৱে সম্ভৱতঃ অনাগত দিনত পৌৰসভাৰ অধ্যক্ষ আৰু গাঁওবুঢ়াৰ দৰে পদৰ বাবেও প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিব। সংবিধানৰ ১২৫ অনুচ্ছেদ সংশোধন কৰিবলৈ বুলি ৰাজ্যসভালৈ যোৱা প্ৰমোদ বড়োৱে এতিয়া কেৱল ক্ষমতাৰ লালসাত নিম্নখাপৰ ৰাজনীতি কৰা বুলিও তেওঁ সমালোচনা কৰে। ইফালে, শান্তি-সম্প্ৰীতি আৰু একতাৰ ধ্বনিৰে বিটিচিৰ উন্নয়নৰ হকে কাম কৰা বিপিএফৰ বিপৰীতে ইউপিপিএলৰ নেতাসকলে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ টুপি পিন্ধি নাটক কৰা বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে। চাংগ্ৰাং ব্ৰহ্মৰ মতে, ৰাকেশ ব্ৰহ্ম বা প্ৰমোদ বড়োৱে পিন্ধা এই টুপি কেৱল ভোটৰ ৰাজনীতিহে; প্ৰকৃততে তেওঁলোকে জাতি-জনগোষ্ঠীসমূহক ভাগ ভাগ কৰি শাসন কৰিব বিচাৰিছে। আনহাতে, সভাত উপস্থিত থাকি বিপিএফ নেতা জিতেন মুছাহাৰীয়ে প্ৰমোদ বড়োক এগৰাকী 'মিছলীয়া' নেতা আখ্যা দি হাগ্ৰামা মহিলাৰীৰ কথা আৰু কামৰ মিল থকা বুলি মন্তব্য কৰে। তেওঁ কয় যে বিপিএফৰ পাঁচ গেৰাণ্টিয়েই হ’ব বিটিচিৰ উন্নয়নৰ মূল আধাৰ। উক্ত সভাত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দীপক ডেকাৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকি দলীয় কৰ্মীসকলক একগোট হৈ আগন্তুক নিৰ্বাচনত বিপিএফ তথা এনডিএৰ সমৰ্থিত প্ৰাৰ্থীক বিজয়ী কৰি প্ৰমোদ বড়োক উচিত শিক্ষা দিবলৈ আহ্বান জনায়। আনহাতে আজি আবেলি নিজ ডেফেলত বিপিএফ নেতা মুকুত নাৰ্জাৰীৰ সভাপতিত্বত আন এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। ব্লক বিপিএফৰ সাধাৰণ সম্পাদক ডেৰহাছাৰ বড়োই আদৰণি ভাষণ দিয়া সভাত বি এছ ইউৰ সভাপতি সৗগমচাৰ বসুমতাৰী, উপ-সভাপতি খেমচন্দ্ৰ ব্ৰহ্মসহ ৰাজেন বড়ো, মাধৱ দাস, খাম্পা ব্ৰহ্ম, পি এম বিৰ সদস্য বিমলেন্দ্ৰু ব্ৰহ্মসহ বিপিএফ দলৰ শীৰ্ষ নেতাৰ লগতে জিলা আৰু ব্লক সমিতিৰ কেবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে।###
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    8 hrs ago
  • 📌বিকাশৰ ধুমুহাত এসপ্তাহতে ফ্লাইঅভাৰ থৰক বৰক! 📌"বিজেপিৰ বিকাশ 📌মানে ৰাইজ বিনাশ"! 📌কংগ্ৰেছৰ মুখপাত্ৰ পলাক্ষী দাসে প্ৰস্তুত কৰা এক বিশেষ ভিডিঅ ' ভাইৰেল হৈ পৰিছে চছিয়েল মিডিয়াত
    1
    📌বিকাশৰ ধুমুহাত এসপ্তাহতে ফ্লাইঅভাৰ থৰক বৰক!
📌"বিজেপিৰ  বিকাশ
📌মানে ৰাইজ বিনাশ"!
📌কংগ্ৰেছৰ মুখপাত্ৰ পলাক্ষী দাসে প্ৰস্তুত কৰা এক বিশেষ ভিডিঅ ' ভাইৰেল হৈ পৰিছে চছিয়েল মিডিয়াত
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    7 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.