Shuru
Apke Nagar Ki App…
গোলকগঞ্জ ছাগলীয়াত ট্ৰাক ভৰ্ত্তি চোৰাং গৰু জব্দ :::: GOLAKGANJ BREAKING :::: 📌 অসম বংগ সীমান্তৰ ছাগলীয়াত ৩৭ টাকৈ চোৰাং গৰু জব্দ । 📌 আটক চালক হেণ্ডিমেন ৰূপী দুই গো-সৰবৰাহকাৰী । 📌 ধৃত চোৰাং গৰু সৰবৰাহকাৰী ৰফিকুল আলী আৰু মাজিদুল ইছলাম । 📌 পুষ্পা ষ্টাইলত আমৰ বাকচৰ তলত গোপন চেম্বাৰত আনিছিল গৰু সমূহ । 📌 পশ্চিমবংগৰ পৰা ছাগলীয়া ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বঙাইগাঁও গৈ আছিল বাহনখন । 📌 গোপন খবৰৰ ভিত্তিত ছাগলীয়া আৰক্ষীয়ে বাহনখন আটক কৰি তালাচী চলায় । 📌 আৰক্ষীৰ তালাচীত ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা ৩৭ টাকৈ গো-ধন ওলাই পৰে । 📌 অধিক তথ্যৰ বাবে দুয়োকে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । 📌 জব্দকৃত গো ভৰ্তি মালবাহী ট্ৰাকৰ নম্বৰ AS-01 UC-2045 ।
PRESS ANUP GOLAKGANJ

More news from অসম and nearby areas
- গোলকগঞ্জ ছাগলীয়াত ট্ৰাক ভৰ্ত্তি চোৰাং গৰু জব্দ :::: GOLAKGANJ BREAKING :::: 📌 অসম বংগ সীমান্তৰ ছাগলীয়াত ৩৭ টাকৈ চোৰাং গৰু জব্দ । 📌 আটক চালক হেণ্ডিমেন ৰূপী দুই গো-সৰবৰাহকাৰী । 📌 ধৃত চোৰাং গৰু সৰবৰাহকাৰী ৰফিকুল আলী আৰু মাজিদুল ইছলাম । 📌 পুষ্পা ষ্টাইলত আমৰ বাকচৰ তলত গোপন চেম্বাৰত আনিছিল গৰু সমূহ । 📌 পশ্চিমবংগৰ পৰা ছাগলীয়া ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বঙাইগাঁও গৈ আছিল বাহনখন । 📌 গোপন খবৰৰ ভিত্তিত ছাগলীয়া আৰক্ষীয়ে বাহনখন আটক কৰি তালাচী চলায় । 📌 আৰক্ষীৰ তালাচীত ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা ৩৭ টাকৈ গো-ধন ওলাই পৰে । 📌 অধিক তথ্যৰ বাবে দুয়োকে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । 📌 জব্দকৃত গো ভৰ্তি মালবাহী ট্ৰাকৰ নম্বৰ AS-01 UC-2045 ।1
- ধুবুৰী জিলাৰ আগমনি আৰক্ষী থানাৰ অন্তগত সত্ৰশালত বিলাসী বাহনত পাচটাকৈ গোধন জব্দ । জব্দকৃত বিলাসী বাহন খনৰ নম্বৰ হল AS17C-7506 ধুবুৰী জিলাৰ আগমনি আৰক্ষী থানাৰ অন্তগত সত্ৰশালত বিলাসী বাহনত পাচটাকৈ গোধন জব্দ । জব্দকৃত বিলাসী বাহন খনৰ নম্বৰ হল AS17C-75061
- ৰাস্তা বেয়া বহুত বেয়া বৰপেটা জিলাৰ কলগাচিয়া থানৰ অন্তৰ্গত লাংলাৰ ৰাস্তা ঘাট বহুত বেয়া হৈ আছে মুখ মন্ত্ৰীৰ তাত মোৰ এই প্ৰাৰ্থনা যে এই ৰাস্তা বিলাক ঠিক কৰা হয় যেন1
- ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতো কুলশী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলাৰ পিছতেই পুনৰ উত্তাল হৈ পৰিছে ছয়গাঁও1
- কুলশী জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা ৰমেন সিং ৰাভাৰ মন্তব্য1
- সিভো হাগল বান পানির কারণে অহিসে👈👈👈✅ , , , , , Bangla Dada Jiyarul MB News 24 Assam Bloger Jiyarul , , , , , , #photography #fbviralphoto #foryouシ #mbnews24assam #nonfollowers সিভো হাগল বান পানির কারণে অহিসে👈👈👈✅ , , , , , Bangla Dada Jiyarul MB News 24 Assam Bloger Jiyarul , , , , , , #photography #fbviralphoto #foryouシ #mbnews24assam #nonfollowers1