logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চতিয়াৰ মালৰ গাওঁ যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় মুকলি বিহু।

2 hrs ago
user_অঞ্জন শ‌ইকীয়া
অঞ্জন শ‌ইকীয়া
না-দুৱাৰ, বিশ্বনাথ, অসম•
2 hrs ago

চতিয়াৰ মালৰ গাওঁ যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় মুকলি বিহু।

More news from অসম and nearby areas
  • এই নতুন বছৰটি আপোনাৰ কেনে যাব? ব্যৱসায় বানিজ্য, পাৰিবাৰিক সমস্যা, মেল মুকৰ্দ্দমা, গৃহদোষ, কালদোষ, ৰাহু, কেতু , শণিৰ প্ৰভাৱ পৰিব নেকি আহি থকা বছৰটিত? আপুনি যদি ইয়াকে লৈ সমস্যাত পৰিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষতে আছে Astrologer Sulman ওৰফে চুলমান কবিৰাজ।
    1
    এই নতুন বছৰটি আপোনাৰ কেনে যাব? ব্যৱসায় বানিজ্য, পাৰিবাৰিক সমস্যা, মেল মুকৰ্দ্দমা, গৃহদোষ, কালদোষ, ৰাহু, কেতু , শণিৰ প্ৰভাৱ পৰিব নেকি আহি থকা বছৰটিত? 
আপুনি যদি ইয়াকে লৈ সমস্যাত পৰিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষতে আছে Astrologer Sulman ওৰফে চুলমান কবিৰাজ।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    22 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত ছাগলী চোৰৰ সন্দেহত এগৰাকী যুৱকক আটক কৰি উত্তমমাধ্যম দিলে ৰাইজে ৷ যুৱকজনক উত্তমমাধ্যম দি পিছলৈ ঢেকীয়াজুলি আৰক্ষীক গতালে ক্ষোভিত ৰাইজে
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত ছাগলী চোৰৰ সন্দেহত এগৰাকী যুৱকক আটক কৰি উত্তমমাধ্যম দিলে ৰাইজে ৷ যুৱকজনক উত্তমমাধ্যম দি পিছলৈ ঢেকীয়াজুলি আৰক্ষীক গতালে ক্ষোভিত ৰাইজে
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    23 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    6 hrs ago
  • Majuli News ডাবলি চাপৰিত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। মাজুলী নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত যদিও  মাজুলীৰ পৰা বিচিন্ন ডাবলি চাপৰিত আজি এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে ডাবলি চাপৰি স্থানীয় ব্যক্তিয়ৰ  আজি ব্ৰহ্মপুত্ৰৰ সুতিত  এটা মৃতদেহ প্রত্যক্ষ কৰে আৰু ততাতৰিয়াকৈ আৰক্ষী খবৰ দিয়ে। নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে খবৰ পোৱা লগে লগে তাৎক্ষণিক ভাবে  আৰক্ষীৰ  দল আৰু এছ.ডি.আৰ.এফৰ  দল ঘটনাস্থলীত গৈ নীলা ৰঙৰ চুৰিদাৰ চুট পিন্ধি থকা মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো উদ্ধাৰ কৰি মাজুলী জিলা  গড়মূৰ স্থিত পীতাম্বৰদেৱ গোস্বামী অসামৰিক  জিলা চিকিৎসালয়ৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে। প্ৰাথমিক ভাবে অনুমান কৰা হৈছে যে মৃতদেহটো নৈৰ সোঁতৰ  আহি চাপৰি অঞ্চলত আহি লাগিছিল। আজি উদ্ধাৰ হোৱা মৃত  মহিলাগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। যদি কোনো ব্যক্তিয়ে এই সন্দৰ্ভত কিবা তথ্য পায়, তেন্তে  নয়াবজাৰ টহলদাৰী আৰক্ষী চকী  বা মাজুলী আৰক্ষীৰ সৈতে 6026900872 / 6026900869 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    1
    Majuli News
ডাবলি চাপৰিত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ।
মাজুলী নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত যদিও  মাজুলীৰ পৰা বিচিন্ন ডাবলি চাপৰিত আজি এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে ডাবলি চাপৰি স্থানীয় ব্যক্তিয়ৰ  আজি ব্ৰহ্মপুত্ৰৰ সুতিত  এটা মৃতদেহ প্রত্যক্ষ কৰে আৰু ততাতৰিয়াকৈ আৰক্ষী খবৰ দিয়ে। নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে খবৰ পোৱা লগে লগে তাৎক্ষণিক ভাবে  আৰক্ষীৰ  দল আৰু এছ.ডি.আৰ.এফৰ  দল ঘটনাস্থলীত গৈ নীলা ৰঙৰ চুৰিদাৰ চুট পিন্ধি থকা মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো উদ্ধাৰ কৰি মাজুলী জিলা  গড়মূৰ স্থিত পীতাম্বৰদেৱ গোস্বামী অসামৰিক  জিলা চিকিৎসালয়ৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে। প্ৰাথমিক ভাবে অনুমান কৰা হৈছে যে মৃতদেহটো নৈৰ সোঁতৰ  আহি চাপৰি অঞ্চলত আহি লাগিছিল। আজি উদ্ধাৰ হোৱা মৃত  মহিলাগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। যদি কোনো ব্যক্তিয়ে এই সন্দৰ্ভত কিবা তথ্য পায়, তেন্তে  নয়াবজাৰ টহলদাৰী আৰক্ষী চকী  বা মাজুলী আৰক্ষীৰ সৈতে 6026900872 / 6026900869 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    21 hrs ago
  • মাতৃৰ সৈতে এনেদৰে সময় কটাইছে অখিল গগৈয়ে, সামাজিক মাধ্যমত চেয়াৰ কৰিলে ভিডিঅ'
    1
    মাতৃৰ সৈতে এনেদৰে সময় কটাইছে অখিল গগৈয়ে, সামাজিক মাধ্যমত চেয়াৰ কৰিলে ভিডিঅ'
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    4 hrs ago
  • চিবিএছইৰ পৰীক্ষাত ৰঙিয়াৰ চাৰ্চ পাব্লিক স্কুলৰ সফলতা অৰ্জন। ৯০ শতাংশৰো অধিক নম্বৰ প্ৰাপ্তিৰে ৰঙিয়ালৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিলে ২১ গৰাকী শিক্ষাৰ্থীয়ে।বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনা কৃতি শিক্ষাৰ্থী সকলক আজি উষ্ম আদৰণি জনায় বিদ্যালয় কৰ্তৃপক্ষই।তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৯৭.২ শতাংশ নম্বৰ প্ৰাপ্ত উদিপ্ত নাথ , গীতাৰ্থ ডেকা,ধিমান শালৈ ,নিশিতা শালৈ প্ৰমুখ্যে আন আন কৃতিত্ব অৰ্জন কাৰী সকলকো বিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।ইয়াকে লৈ বিদ্যালয়খনত উছব মুখৰ পৰিবেশৰ সৃষ্টি হয়।উল্লেখ্য যে এইবেলি বিদ্যালয় খনৰ পৰা চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৭৭ গৰাকী শিক্ষাৰ্থী ।এশ শতাংশ উত্তীৰ্ণৰে বিদ্যালয় খনে পূৰ্বৰ সফলতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱাত ৰঙিয়াত স্বাভিৱিকতে সৃষ্টি হৈছে উছব মুখৰ পৰিবেশৰ।
    1
    চিবিএছইৰ পৰীক্ষাত ৰঙিয়াৰ চাৰ্চ পাব্লিক স্কুলৰ সফলতা অৰ্জন। ৯০ শতাংশৰো অধিক নম্বৰ প্ৰাপ্তিৰে ৰঙিয়ালৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিলে ২১ গৰাকী শিক্ষাৰ্থীয়ে।বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনা কৃতি শিক্ষাৰ্থী সকলক আজি উষ্ম আদৰণি জনায় বিদ্যালয় কৰ্তৃপক্ষই।তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৯৭.২ শতাংশ নম্বৰ প্ৰাপ্ত উদিপ্ত নাথ , গীতাৰ্থ ডেকা,ধিমান শালৈ ,নিশিতা শালৈ প্ৰমুখ্যে আন আন কৃতিত্ব অৰ্জন কাৰী সকলকো বিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।ইয়াকে লৈ বিদ্যালয়খনত উছব মুখৰ পৰিবেশৰ সৃষ্টি হয়।উল্লেখ্য যে এইবেলি বিদ্যালয় খনৰ পৰা চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৭৭ গৰাকী শিক্ষাৰ্থী ।এশ শতাংশ উত্তীৰ্ণৰে বিদ্যালয় খনে পূৰ্বৰ সফলতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱাত ৰঙিয়াত স্বাভিৱিকতে সৃষ্টি হৈছে উছব মুখৰ পৰিবেশৰ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    39 min ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    7 hrs ago
  • পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কি নিমন্ত্ৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
    1
    পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কি নিমন্ত্ৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    9 hrs ago
  • গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত মাকৈৰ বজাৰ মূল্য হ্ৰাস পোৱাত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
    1
    গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত মাকৈৰ বজাৰ মূল্য হ্ৰাস পোৱাত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
    user_Sangbad365
    Sangbad365
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    48 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.