Shuru
Apke Nagar Ki App…
গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত মাকৈৰ বজাৰ মূল্য হ্ৰাস পোৱাত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত মাকৈৰ বজাৰ মূল্য হ্ৰাস পোৱাত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
Sangbad365
গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত মাকৈৰ বজাৰ মূল্য হ্ৰাস পোৱাত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত মাকৈৰ বজাৰ মূল্য হ্ৰাস পোৱাত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
More news from অসম and nearby areas
- गुवाहाटी इस्लामपुर स्थित हाजी मुसाफिरखाना से 18 तारीख को पहले हाजियों का दल मक्का की और गुवाहाटी एयरपोर्ट से रवाना होंगे #Newsreport #NationalNews1
- গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত মাকৈৰ বজাৰ মূল্য হ্ৰাস পোৱাত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।1
- চিবিএছইৰ পৰীক্ষাত ৰঙিয়াৰ চাৰ্চ পাব্লিক স্কুলৰ সফলতা অৰ্জন। ৯০ শতাংশৰো অধিক নম্বৰ প্ৰাপ্তিৰে ৰঙিয়ালৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিলে ২১ গৰাকী শিক্ষাৰ্থীয়ে।বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনা কৃতি শিক্ষাৰ্থী সকলক আজি উষ্ম আদৰণি জনায় বিদ্যালয় কৰ্তৃপক্ষই।তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৯৭.২ শতাংশ নম্বৰ প্ৰাপ্ত উদিপ্ত নাথ , গীতাৰ্থ ডেকা,ধিমান শালৈ ,নিশিতা শালৈ প্ৰমুখ্যে আন আন কৃতিত্ব অৰ্জন কাৰী সকলকো বিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।ইয়াকে লৈ বিদ্যালয়খনত উছব মুখৰ পৰিবেশৰ সৃষ্টি হয়।উল্লেখ্য যে এইবেলি বিদ্যালয় খনৰ পৰা চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৭৭ গৰাকী শিক্ষাৰ্থী ।এশ শতাংশ উত্তীৰ্ণৰে বিদ্যালয় খনে পূৰ্বৰ সফলতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱাত ৰঙিয়াত স্বাভিৱিকতে সৃষ্টি হৈছে উছব মুখৰ পৰিবেশৰ।1
- কামৰূপ জিলাৰ ৫৮ সংখ্যক বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বছৰটোৰ ব্যক্তি শীৰ্ষক বঁটা প্ৰদান । বঁটা প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী মঃ ছামাদ আলীক । বকোৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰয়াত পিতৃ ৰত্নেশ্বৰ পাটোৱাৰী সোঁৱৰণী বঁটা আগবঢ়ায় জেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীয়ে ।1
- আনন্দ উল্লাসৰ মাজেৰে তামুলপুৰৰ অময়াপুৰস্থিত 'নিৰ্বাণা বৃদ্ধাৱাস'ত ৰঙালী বিহু উদযাপন।1
- Post by Bijoy mandal1
- 📌বিহুৰ অনুষ্ঠানত জুবিন গাৰ্গৰ গীত বিকৃত কৰি গোৱাক লৈ আছুৰ সভাপতি উৎপল শৰ্মাৰ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ৷ 📌নিজৰ শৈলীৰে গীত পৰিৱেশন কৰিবলৈ গৈ জুবিন গাৰ্গৰ গান, সৃষ্টি সমূহক বিকৃত কৰাৰ মৰসাহ আৰু ধৃষ্টতা কোনেও কৰিব নালাগে। মৰ্মিতা মিত্ৰৰ এয়াই শেষ ধৃষ্টতা হওক-উৎপল শৰ্মা৷1
- পহিলা বহাগৰ দিনটোত কামৰূপৰ বকো আঞ্চলিক ৰঙালী বিহুৰ মঞ্চৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ , কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ লগতে সংগীতজগতৰ পৰা হেৰায় যোৱা সকলো শিল্পীক সোঁৱৰিলে অসমৰ দৰদী কণ্ঠশিল্পী তৰালী শৰ্মাই । সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ পূৰ্বে প্ৰয়াত পিতৃৰ লগতে হেৰাই যোৱা শিল্পী সকলক সোঁৱৰণ কৰে কণ্ঠশিল্পী তৰালী শৰ্মাই ।1