logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বছৰটোৰ ব্যক্তি শীৰ্ষক বঁটা প্ৰদান ,,, জেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীয়ে প্ৰদান কৰিলে বঁটা ,,, কামৰূপ জিলাৰ ৫৮ সংখ্যক বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বছৰটোৰ ব্যক্তি শীৰ্ষক বঁটা প্ৰদান । বঁটা প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী মঃ ছামাদ আলীক । বকোৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰয়াত পিতৃ ৰত্নেশ্বৰ পাটোৱাৰী সোঁৱৰণী বঁটা আগবঢ়ায় জেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীয়ে ।

1 hr ago
user_অবিৰত বাৰ্তা
অবিৰত বাৰ্তা
বকো, কামৰূপ, অসম•
1 hr ago

বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বছৰটোৰ ব্যক্তি শীৰ্ষক বঁটা প্ৰদান ,,, জেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীয়ে প্ৰদান কৰিলে বঁটা ,,, কামৰূপ জিলাৰ ৫৮ সংখ্যক বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বছৰটোৰ ব্যক্তি শীৰ্ষক বঁটা প্ৰদান । বঁটা প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী মঃ ছামাদ আলীক । বকোৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰয়াত পিতৃ ৰত্নেশ্বৰ পাটোৱাৰী সোঁৱৰণী বঁটা আগবঢ়ায় জেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীয়ে ।

More news from অসম and nearby areas
  • কামৰূপ জিলাৰ ৫৮ সংখ্যক বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বছৰটোৰ ব্যক্তি শীৰ্ষক বঁটা প্ৰদান । বঁটা প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী মঃ ছামাদ আলীক । বকোৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰয়াত পিতৃ ৰত্নেশ্বৰ পাটোৱাৰী সোঁৱৰণী বঁটা আগবঢ়ায় জেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীয়ে ।
    1
    কামৰূপ জিলাৰ ৫৮ সংখ্যক বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বছৰটোৰ ব্যক্তি শীৰ্ষক বঁটা প্ৰদান । বঁটা প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী  মঃ ছামাদ আলীক । বকোৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰয়াত পিতৃ ৰত্নেশ্বৰ পাটোৱাৰী সোঁৱৰণী বঁটা আগবঢ়ায় জেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীয়ে ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    1 hr ago
  • Post by Bijoy mandal
    1
    Post by Bijoy mandal
    user_Bijoy mandal
    Bijoy mandal
    বকো, কামৰূপ, অসম•
    16 hrs ago
  • 4video.mmmmmmmmmmm
    4
    4video.mmmmmmmmmmm
    user_9864552610
    9864552610
    Security Guard মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    13 hrs ago
  • ৰঙিয়াত আটক দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন লোকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুধৰ্ষ চোৰ ছাদ্দামে কাটি লৈ যায় বিজুলী সংযোগ থকা বৰ্ড আৰু তাঁৰ । বিগত প্ৰায় এবছৰৰ পৰা ছাদ্দামে কৰি আহিছে এই চুৰিকাৰ্য্য । চুৰি কৰা বৰ্ড আৰু তাঁৰ ছাদ্দামে বিক্ৰী কৰে স্ক্ৰেবৰ দোকানত । কিন্ত ইলেক্ট্ৰিক মেন ছাদ্দামৰ এইবাৰ ফিউজ উৰিল । ৰঙিয়াৰ শৌলমাৰীত এঘৰত তাঁৰ কাটিব সোমাই ধৰা পৰিল ছাদ্দাম ।ঘৰৰ ভিতৰত ঘুটুং ঘাটাং শব্দ শুনি কোঠাৰ ভিতৰলৈ গৃহস্থ সোমাই দেখিলে লুকাই আছে ছাদ্দাম। আৰু তাৰ পিছৰ অৱস্থা এয়া ছাদ্দামৰ । পঘাৰে খুটাঁত বান্ধি ৰাইজে ছাদ্দামক দিলে ৰাজহুৱা হেয়াৰ কাট । অৱশ্যে প্ৰহাৰ নকৰি শোধাই দিলে আৰক্ষীক।
    1
    ৰঙিয়াত আটক দুধৰ্ষ চোৰ । দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন লোকৰ  ঘৰত কোনো নথকাৰ সুযোগ লৈ দুধৰ্ষ চোৰ ছাদ্দামে কাটি লৈ যায় বিজুলী সংযোগ থকা বৰ্ড আৰু তাঁৰ । বিগত প্ৰায় এবছৰৰ পৰা ছাদ্দামে কৰি আহিছে এই চুৰিকাৰ্য্য । চুৰি কৰা  বৰ্ড আৰু তাঁৰ  ছাদ্দামে বিক্ৰী কৰে স্ক্ৰেবৰ দোকানত ।
কিন্ত ইলেক্ট্ৰিক মেন ছাদ্দামৰ এইবাৰ ফিউজ উৰিল ।
ৰঙিয়াৰ শৌলমাৰীত এঘৰত তাঁৰ কাটিব সোমাই ধৰা পৰিল ছাদ্দাম ।ঘৰৰ ভিতৰত ঘুটুং ঘাটাং শব্দ শুনি কোঠাৰ ভিতৰলৈ গৃহস্থ  সোমাই দেখিলে লুকাই আছে ছাদ্দাম। 
আৰু তাৰ পিছৰ অৱস্থা এয়া ছাদ্দামৰ । 
পঘাৰে খুটাঁত বান্ধি ৰাইজে ছাদ্দামক দিলে ৰাজহুৱা হেয়াৰ কাট ।
অৱশ্যে  প্ৰহাৰ নকৰি শোধাই দিলে আৰক্ষীক।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    20 hrs ago
  • 📌মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী ঘটনা। 📌পৰ্যটকৰ বাহনলৈ তীব্ৰ চোঁচা এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ। 📌মানাহৰ বাঁহবাৰী ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা ।
    1
    📌মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী ঘটনা।
📌পৰ্যটকৰ বাহনলৈ তীব্ৰ চোঁচা এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ।
📌মানাহৰ বাঁহবাৰী ৰেঞ্জত সংঘটিত হৈছে এই ঘটনা ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    4 hrs ago
  • আনন্দ উল্লাসৰ মাজেৰে তামুলপুৰৰ অময়াপুৰস্থিত 'নিৰ্বাণা বৃদ্ধাৱাস'ত ৰঙালী বিহু উদযাপন।
    1
    আনন্দ উল্লাসৰ মাজেৰে 
তামুলপুৰৰ অময়াপুৰস্থিত 'নিৰ্বাণা বৃদ্ধাৱাস'ত ৰঙালী বিহু উদযাপন।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    5 hrs ago
  • ছিপাঝাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিচেই কাষতে থকা (মাত্ৰ ৪০০ মিঃ) নৰেন্দ্ৰ বৰুৱাৰ নঙলাৰ পৰা বাবুল বনিয়াৰ নঙলালৈ (প্ৰায় ২০০ দৈৰ্ঘ) পথছোৱা একেবাৰে পঁয়ালগা অৱস্থা হৈছে । বিগত বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক কৈ কৈ ভাগৰি গ'লোঁ , কোনো ধৰণৰ সঁহাৰি নাপালোঁ...
    1
    ছিপাঝাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিচেই কাষতে থকা (মাত্ৰ ৪০০ মিঃ) নৰেন্দ্ৰ বৰুৱাৰ নঙলাৰ পৰা বাবুল বনিয়াৰ নঙলালৈ (প্ৰায় ২০০ দৈৰ্ঘ) পথছোৱা একেবাৰে পঁয়ালগা অৱস্থা হৈছে । বিগত বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক কৈ কৈ ভাগৰি গ'লোঁ , কোনো ধৰণৰ সঁহাৰি নাপালোঁ...
    user_দিব্যজ্যোতি বনিয়া
    দিব্যজ্যোতি বনিয়া
    শিপাঝাৰ, দৰং, অসম•
    22 hrs ago
  • পহিলা বহাগৰ দিনটোত কামৰূপৰ বকো আঞ্চলিক ৰঙালী বিহুৰ মঞ্চৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ , কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ লগতে সংগীতজগতৰ পৰা হেৰায় যোৱা সকলো শিল্পীক সোঁৱৰিলে অসমৰ দৰদী কণ্ঠশিল্পী তৰালী শৰ্মাই । সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ পূৰ্বে প্ৰয়াত পিতৃৰ লগতে হেৰাই যোৱা শিল্পী সকলক সোঁৱৰণ কৰে কণ্ঠশিল্পী তৰালী শৰ্মাই ।
    1
    পহিলা বহাগৰ দিনটোত কামৰূপৰ বকো আঞ্চলিক ৰঙালী বিহুৰ মঞ্চৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ , কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ লগতে সংগীতজগতৰ পৰা হেৰায় যোৱা সকলো শিল্পীক সোঁৱৰিলে অসমৰ দৰদী কণ্ঠশিল্পী তৰালী শৰ্মাই । সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ পূৰ্বে প্ৰয়াত পিতৃৰ লগতে হেৰাই যোৱা শিল্পী সকলক সোঁৱৰণ কৰে কণ্ঠশিল্পী তৰালী শৰ্মাই ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.