Shuru
Apke Nagar Ki App…
সামাজিক মাধ্যমত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক হ/ত্যা/ৰ/ ভা/বু/কি! 🚨 সৰুপথাৰ ব্ৰেকিং 🛑 সামাজিক মাধ্যমত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক হ/ত্যা/ৰ/ ভা/বু/কি! 🛑 সৰুপথাৰৰ কৰ্দৈগুৰি গাঁৱৰ যুৱক দিপাংকৰ সন্দিকৈয়ে ফেচবুক পোষ্টৰ জৰিয়তে বিধায়ক বিশ্বজিৎ ফুকনক হ/ত্যা/ৰ/ ভা/বু/কি দিয়াৰ অভিযোগ। 🛑 বিধায়কগৰাকীৰ বিৰুদ্ধে অ/শ্লী/ল শব্দ ব্যৱহাৰ কৰি সন্মানহানি কৰাৰো অভিযোগ। 🛑 বৰপথাৰ মণ্ডল যুৱ মৰ্চাৰ এজাহাৰৰ ভিত্তিত সৰুপথাৰ সমজিলা আৰক্ষীয়ে দিপাংকৰ সন্দিকৈক গ্ৰে/প্তা/ৰ/ কৰে। গোলাঘাটৰ পৰা চিতা চুমু দত্তৰ ৰিপ’ৰ্ট। . . . . #MLA #nonfollowers #highlight #FocusAxom24 #BJPGovernment CMO Assam Himanta Biswa Sarma BJP Assam Pradesh Nasmin Pegu @topfans Pragati Live Assam 24×7
ভাস্কৰ জ্যোতি দত্ত
সামাজিক মাধ্যমত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক হ/ত্যা/ৰ/ ভা/বু/কি! 🚨 সৰুপথাৰ ব্ৰেকিং 🛑 সামাজিক মাধ্যমত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক হ/ত্যা/ৰ/ ভা/বু/কি! 🛑 সৰুপথাৰৰ কৰ্দৈগুৰি গাঁৱৰ যুৱক দিপাংকৰ সন্দিকৈয়ে ফেচবুক পোষ্টৰ জৰিয়তে বিধায়ক বিশ্বজিৎ ফুকনক হ/ত্যা/ৰ/ ভা/বু/কি দিয়াৰ অভিযোগ। 🛑 বিধায়কগৰাকীৰ বিৰুদ্ধে অ/শ্লী/ল শব্দ ব্যৱহাৰ কৰি সন্মানহানি কৰাৰো অভিযোগ। 🛑 বৰপথাৰ মণ্ডল যুৱ মৰ্চাৰ এজাহাৰৰ ভিত্তিত সৰুপথাৰ সমজিলা আৰক্ষীয়ে দিপাংকৰ সন্দিকৈক গ্ৰে/প্তা/ৰ/ কৰে। গোলাঘাটৰ পৰা চিতা চুমু দত্তৰ ৰিপ’ৰ্ট। . . . . #MLA #nonfollowers #highlight #FocusAxom24 #BJPGovernment CMO Assam Himanta Biswa Sarma BJP Assam Pradesh Nasmin Pegu @topfans Pragati Live Assam 24×7
More news from অসম and nearby areas
- কাৰ্বি আংলঙত বড়োসকলক ST মৰ্যাদাৰ পৰা বঞ্চিত নকৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান 🛑 কাৰ্বি আংলঙত বড়োসকলক ST মৰ্যাদাৰ পৰা বঞ্চিত নকৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান লোকপিয়লত বড়োসকলক জনজাতি হিচাপে অন্তৰ্ভুক্ত কৰাৰ দাবী অগ্ৰণী বড়ো সংগঠনসমূহৰ দাবী পূৰণ নহ’লে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ . . . . হাওৰাঘাটৰ পৰা ৰত্নকান্ত পাঠকৰ ৰিপ'ৰ্ট Focus axom 24 #FocusAxom24 #nonfollowers #highlightseveryone #everyonefollowers #facebookreels1
- বিশ্বনাথ চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজৰ শপত গ্ৰহণ। মূখ্য পৃষ্ঠপোষক বিধায়ক পল্লৱ লোচন দাস।1
- SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ* একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত। মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক। গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি। কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে। আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল। যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন। ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ* একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত। মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক। গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি। কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে। আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল। যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন। ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।1
- নগাঁৱত বাবা ভূতনাথ সমাজৰ বলবম যাত্ৰা সামৰণি অনুষ্ঠান সম্পন্ন নগাঁও জিলাৰ চকিটুপ সাৰ্বজনীন পূজাবাৰী ও সাংস্কৃতিক কেন্দ্ৰত বাবা ভূতনাথ সমাজৰ উদ্যোগত বলবম যাত্ৰাৰ সামৰণি অনুষ্ঠানটি উলহ-মালহেৰে সম্পন্ন হয়। ১৯৫১ চনত স্থাপিত এই পূজাবাৰীত আৰু ২০১৪ চনত স্থাপিত বাবা ভূতনাথ সমাজে প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰি নগাঁৱত বাবা ভূতনাথ সমাজৰ বলবম যাত্ৰা সামৰণি অনুষ্ঠান সম্পন্ন নগাঁও জিলাৰ চকিটুপ সাৰ্বজনীন পূজাবাৰী ও সাংস্কৃতিক কেন্দ্ৰত বাবা ভূতনাথ সমাজৰ উদ্যোগত বলবম যাত্ৰাৰ সামৰণি অনুষ্ঠানটি উলহ-মালহেৰে সম্পন্ন হয়। ১৯৫১ চনত স্থাপিত এই পূজাবাৰীত আৰু ২০১৪ চনত স্থাপিত বাবা ভূতনাথ সমাজে প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰি1
- মাগুৰমাৰী কুতুব খানাত ইলেক্ট্ৰনিক কেতলী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব1
- মেজিক চালকৰ গুণ্ডাগিৰি... ছাত্ৰীক বেয়া ব্যৱহাৰ এজন যুৱকৰ ভাড়া কৰি যোৱা গাড়ী চালকক ভাবুকি এই ঘটনা যোৰহাট টিয়কৰ মেজিক চালকৰ গুণ্ডাগিৰি... ছাত্ৰীক বেয়া ব্যৱহাৰ এজন যুৱকৰ ভাড়া কৰি যোৱা গাড়ী চালকক ভাবুকি এই ঘটনা যোৰহাট টিয়কৰ1
- হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জোৰদাৰ বিক্ষোভ সমদল উলিয়াই। হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জোৰদাৰ বিক্ষোভ সমদল উলিয়াই।1
- সামাজিক মাধ্যমত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক হ/ত্যা/ৰ/ ভা/বু/কি! 🚨 সৰুপথাৰ ব্ৰেকিং 🛑 সামাজিক মাধ্যমত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক হ/ত্যা/ৰ/ ভা/বু/কি! 🛑 সৰুপথাৰৰ কৰ্দৈগুৰি গাঁৱৰ যুৱক দিপাংকৰ সন্দিকৈয়ে ফেচবুক পোষ্টৰ জৰিয়তে বিধায়ক বিশ্বজিৎ ফুকনক হ/ত্যা/ৰ/ ভা/বু/কি দিয়াৰ অভিযোগ। 🛑 বিধায়কগৰাকীৰ বিৰুদ্ধে অ/শ্লী/ল শব্দ ব্যৱহাৰ কৰি সন্মানহানি কৰাৰো অভিযোগ। 🛑 বৰপথাৰ মণ্ডল যুৱ মৰ্চাৰ এজাহাৰৰ ভিত্তিত সৰুপথাৰ সমজিলা আৰক্ষীয়ে দিপাংকৰ সন্দিকৈক গ্ৰে/প্তা/ৰ/ কৰে। গোলাঘাটৰ পৰা চিতা চুমু দত্তৰ ৰিপ’ৰ্ট। . . . . #MLA #nonfollowers #highlight #FocusAxom24 #BJPGovernment CMO Assam Himanta Biswa Sarma BJP Assam Pradesh Nasmin Pegu @topfans Pragati Live Assam 24×71