logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ* একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত। মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক। গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি। কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে। আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল। যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন। ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ* একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত। মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক। গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি। কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে। আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল। যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন। ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।

1 hr ago
user_SANJIT SAIKIA
SANJIT SAIKIA
Video Creator মাজুলী, মাজুলী, অসম•

More news from অসম and nearby areas
  • SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ* একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত। মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক। গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি। কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে। আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল। যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন। ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ* একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত। মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক। গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি। কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে। আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল। যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন। ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।
    1
    SLUG: মাজুলীত ভূতৰ আতংক / অদৃশ্য শক্তিৰ শিলগুটি নিক্ষেপ*

একবিংশ শতিকা... বিজ্ঞানে চন্দ্ৰত, মংগলত ভৰি থৈছে... কিন্তু মাজুলীত আজিও ভূতৰ আতংক! হয়, শুনি আচৰিত যেন লাগিলেও এয়াই সত্য। মাজুলীৰ গায়ন গাঁৱত এতিয়া ভূতৰ সন্ত্ৰাস। এসপ্তাহ ধৰি এটা অদৃশ্য শক্তিয়ে জ্বলাকলা কৰিছে গাঁওখনৰ এটা চুবুৰীত।

মাজুলীৰ ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত গায়ন গাঁৱত যোৱা প্ৰায় এসপ্তাহ ধৰি গাঁওখনৰ এটা চুবুৰীত বিৰাজ কৰিছে চাঞ্চল্য আৰু আতংক।

গাঁওখনৰ প্ৰায় ৭ টা পৰিয়ালৰ ঘৰলৈ অদৃশ্য শক্তিয়ে নিক্ষেপ কৰিছে শিলগুটি। মানুহৰ গাতো আহি পৰিছে এই অদৃশ্য শিলগুটি।

কোনোবা ঘৰত গ্লাচ ভাঙিছে, কোনোবা ঘৰত শিলগুটি নিক্ষেপ... আন কোনোবা ঘৰত আকৌ বিচনাৰ লেপ তুলি ফালি তহিলং কৰিছে এই অদৃশ্য শক্তিয়ে।

আটাইতকৈ আচৰিত কথা... ৰাতি হ'লেই কান্দে এই অদৃশ্য শক্তিটোৱে। সেই কান্দোন শুনি এতিয়া ঘৰত থাকিবলৈকে ভয় কৰা হৈছে গায়ন গাঁৱৰ এটৱ চুবুৰীৰ এই লোকসকল।

যি সময়ত বিজ্ঞানে মহাকাশত অৱতৰণ কৰিছে, চন্দ্ৰত, মংগলত মহাকাশচাৰী পঠিয়াইছে, তেনে সময়তে মাজুলীৰ এই ঘটনাই প্ৰমাণ কৰিছে যে আজিও মানুহ অন্ধবিশ্বাসৰ কবলত। এইয়া ভূত নে ভ্ৰম? নে ইয়াৰ আঁৰত আছে কোনো দুষ্ট চক্ৰ? এতিয়া সকলোৰে মনত একেই প্ৰশ্ন।

ফুলনি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।

  • হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জোৰদাৰ বিক্ষোভ সমদল উলিয়াই। হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জোৰদাৰ বিক্ষোভ সমদল উলিয়াই।
    1
    হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জোৰদাৰ বিক্ষোভ সমদল উলিয়াই।
হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জোৰদাৰ বিক্ষোভ সমদল উলিয়াই।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    21 hrs ago
  • যোৰহাটৰ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ যোৰহাট সদৰ থানাত আত্মসমৰ্পণ | যোৰহাটৰ য়শ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীক যোৱা কালি যোৰহাট সদৰ থানাত আত্মসমৰ্পণ কৰে আৰু তাৰ পাছত আজি যোৰহাট সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । য়শ ধনুকাৰ পৰা চুৰি সোণ এখন জুৱেলাৰীত বিক্ৰী কৰিছিল । উল্লেখ্য যে, চুৰি সোণ লোৱাৰ অপৰাধত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । কিছু সময়ৰ আগতে যোৰহাট আৰক্ষীয়ে দুজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।
    2
    যোৰহাটৰ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ যোৰহাট সদৰ থানাত আত্মসমৰ্পণ | 
যোৰহাটৰ য়শ ধনুকা কাণ্ডৰ লগত জড়িত জুৱেলাৰীৰ স্বত্বাধিকাৰীক যোৱা কালি যোৰহাট সদৰ থানাত আত্মসমৰ্পণ কৰে আৰু তাৰ পাছত আজি যোৰহাট সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । য়শ ধনুকাৰ পৰা চুৰি সোণ এখন জুৱেলাৰীত বিক্ৰী কৰিছিল । উল্লেখ্য যে, চুৰি সোণ লোৱাৰ অপৰাধত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । কিছু সময়ৰ আগতে যোৰহাট আৰক্ষীয়ে দুজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • বানৰ পিছত জ্ঞানজ্যোতি একাডেমীলৈ আম আদমি পাৰ্টীৰ কম্পিউটাৰ প্ৰদান বানৰ বিভীষিকাই চৰাইদেউ জিলাৰ লগতে শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বিধ্বস্ত কৰাৰ পিছত লাকুৱাৰ জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আম আদমি পাৰ্টীয়ে কেইবাটাও কম্পিউটাৰ প্ৰদান কৰে। চৰাইদেউ জিলাৰ লাকুৱাৰ চটাইছিগাস্থিত জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত আম আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী শ্ৰী ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, ৰাজ্যিক সামাজিক মাধ্যম সভাপতি অংকুৰ কলিতা, শিৱসাগৰ জিলা সভাপতি হিমাদ্ৰী জ্যোতি দত্ত, শিৱসাগৰ জিলা সম্পাদক দূৰ্লভ কুমাৰ বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য দেবেন্দ্ৰ নাথ বৰা আৰু নাজিৰা সমষ্টি সভাপতি অৰিন্দম খাটনিয়াৰৰ উপস্থিতিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে কম্পিউটাৰসমূহ প্ৰদান কৰা হয়
    1
    বানৰ পিছত জ্ঞানজ্যোতি একাডেমীলৈ আম আদমি পাৰ্টীৰ কম্পিউটাৰ প্ৰদান

বানৰ বিভীষিকাই চৰাইদেউ জিলাৰ লগতে শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বিধ্বস্ত কৰাৰ পিছত লাকুৱাৰ জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আম আদমি পাৰ্টীয়ে কেইবাটাও কম্পিউটাৰ প্ৰদান কৰে।

চৰাইদেউ জিলাৰ লাকুৱাৰ চটাইছিগাস্থিত জ্ঞানজ্যোতি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত আম আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী শ্ৰী ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, ৰাজ্যিক সামাজিক মাধ্যম সভাপতি অংকুৰ কলিতা, শিৱসাগৰ জিলা সভাপতি হিমাদ্ৰী জ্যোতি দত্ত, শিৱসাগৰ জিলা সম্পাদক দূৰ্লভ কুমাৰ বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য দেবেন্দ্ৰ নাথ বৰা আৰু নাজিৰা সমষ্টি সভাপতি অৰিন্দম খাটনিয়াৰৰ উপস্থিতিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে কম্পিউটাৰসমূহ প্ৰদান কৰা হয়
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    19 hrs ago
  • কাৰ্বি আংলঙত বড়োসকলক ST মৰ্যাদাৰ পৰা বঞ্চিত নকৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান 🛑 কাৰ্বি আংলঙত বড়োসকলক ST মৰ্যাদাৰ পৰা বঞ্চিত নকৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান লোকপিয়লত বড়োসকলক জনজাতি হিচাপে অন্তৰ্ভুক্ত কৰাৰ দাবী অগ্ৰণী বড়ো সংগঠনসমূহৰ দাবী পূৰণ নহ’লে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ . . . . হাওৰাঘাটৰ পৰা ৰত্নকান্ত পাঠকৰ ৰিপ'ৰ্ট Focus axom 24 #FocusAxom24 #nonfollowers #highlightseveryone #everyonefollowers #facebookreels
    1
    কাৰ্বি আংলঙত বড়োসকলক ST মৰ্যাদাৰ পৰা বঞ্চিত নকৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান

🛑 কাৰ্বি আংলঙত বড়োসকলক ST মৰ্যাদাৰ পৰা বঞ্চিত নকৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান
লোকপিয়লত বড়োসকলক জনজাতি হিচাপে অন্তৰ্ভুক্ত কৰাৰ দাবী অগ্ৰণী বড়ো সংগঠনসমূহৰ
দাবী পূৰণ নহ’লে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ
.
.
. 
.
হাওৰাঘাটৰ পৰা ৰত্নকান্ত পাঠকৰ ৰিপ'ৰ্ট 
Focus axom 24 
#FocusAxom24 #nonfollowers #highlightseveryone #everyonefollowers #facebookreels
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    11 min ago
  • এটা মাহ হৈ যোৱাৰ পাছতো মৰাণৰ মাছ ব্যৱসায়ীসকলে প্ৰশাসনৰ নিৰ্দেশ গুৰুত্ব প্ৰদান নকৰাত আজি মৰাণ প্ৰশাসনৰ এটা দলে মৰাণ দৈনিক বজাৰত অভিযান চলায় প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰা ১১ গৰাকী মাছ ব্যৱসায়ীৰ ওপৰত জৰিমনা বিহে ।
    1
    এটা মাহ হৈ যোৱাৰ পাছতো মৰাণৰ মাছ ব্যৱসায়ীসকলে প্ৰশাসনৰ নিৰ্দেশ গুৰুত্ব প্ৰদান নকৰাত আজি মৰাণ প্ৰশাসনৰ এটা দলে মৰাণ দৈনিক বজাৰত অভিযান চলায় প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰা ১১ গৰাকী মাছ ব্যৱসায়ীৰ ওপৰত জৰিমনা বিহে ।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    22 hrs ago
  • JO HAM KAR RAHE HAIN YE MILAD-UN-NABI NAHI YE TO BE-DEENI HAI ALLAH HAMARE NAUJAWANO KO HIDAYAT ATA FARMAI. JO HAM KAR RAHE HAIN YE MILAD-UN-NABI NAHI YE TO BE-DEENI HAI ALLAH HAMARE NAUJAWANO KO HIDAYAT ATA FARMAI.
    1
    JO HAM KAR RAHE HAIN YE MILAD-UN-NABI NAHI YE TO BE-DEENI HAI ALLAH HAMARE NAUJAWANO KO HIDAYAT ATA FARMAI. 
JO HAM KAR RAHE HAIN YE MILAD-UN-NABI NAHI YE TO BE-DEENI HAI ALLAH HAMARE NAUJAWANO KO HIDAYAT ATA FARMAI.
    user_MUHAMMAD MANSOOR ALAM
    MUHAMMAD MANSOOR ALAM
    Business management consultant জিৰো এইচকিউ, ল'ৱাৰ চুবানচিৰি, অৰুণাচল প্ৰদেশ•
    1 day ago
  • মাজুলীৰ স্বাস্থ্যখণ্ডৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে : মাজুলীৰ পৰা ওলোৱা চিকিৎসকক জিলাখনতে ২-৩ বছৰ সেৱাৰ চিন্তা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰী ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী অশোক সিংহল। কালি সন্ধিয়া আহি মাজুলীত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে আজি দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে মাজুলীৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। মন্ত্ৰী অশোক সিংহলে মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। চিকিৎসালয়খনৰ চলিত চিকিৎসা সেৱা, আন্তঃগাঁথনি আৰু অন্যান্য সামগ্ৰিক দিশৰ বুজ লোৱাৰ লগতে চিকিৎসক, স্বাস্থ্যকৰ্মী, ৰোগী আৰু অভিভাৱকসকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰে। তেওঁলোকৰ চিকিৎসা-অভিজ্ঞতা, সমস্যাৰাজি আৰু প্ৰয়োজনীয়তাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বুজ লয়। পৰিদৰ্শনৰ সময়ত দৃষ্টিগোচৰ হোৱা সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। মাজুলীৰ প্ৰতিগৰাকী নাগৰিকে যাতে নিজৰ জিলাতে উন্নত আৰু মানসম্পন্ন স্বাস্থ্যসেৱা লাভ কৰে, সেই লক্ষ্যৰে স্বাস্থ্য বিভাগে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিব বুলিও তেওঁ উল্লেখ কৰে। জিলা চিকিৎসালয় পৰিদৰ্শনৰ পিছতে মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। বৈঠক অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মাজুলীৰ স্বাস্থ্যখণ্ডৰ এক গুৰুত্বপূৰ্ণ সমস্যাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে মাজুলীলৈ চিকিৎসক আহে যদিও বহু সময়ত দুই-তিনি মাহতকৈ অধিক দিন নাথাকে। এই সমস্যা সমাধানৰ বাবে মাজুলীৰ বিধায়কক এখন তালিকা প্ৰস্তুত কৰিবলৈ কোৱা হৈছে, য’ত মাজুলীৰ পৰা ওলোৱা চিকিৎসকসকলক চিনাক্ত কৰি তেওঁলোকক মাজুলীতে দুই-তিনি বছৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বিষয়ত চিন্তা-চৰ্চা চলি আছে। ইয়াৰ পিছতহে তেওঁলোকক অন্য স্থানত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ বিষয়তো আলাপ-আলোচনা চলি থকা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। লগতে শীঘ্ৰেই মাজুলীৰ জিলা চিকিৎসালয়খনলৈ এগৰাকী চৰ্মৰোগ বিশেষজ্ঞ (Dermatologist) নিযুক্তি দিয়া হ’ব বুলিও ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। মাজুলীৰ স্বাস্থ্যখণ্ডৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে : মাজুলীৰ পৰা ওলোৱা চিকিৎসকক জিলাখনতে ২-৩ বছৰ সেৱাৰ চিন্তা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰী ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী অশোক সিংহল। কালি সন্ধিয়া আহি মাজুলীত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে আজি দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে মাজুলীৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। মন্ত্ৰী অশোক সিংহলে মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। চিকিৎসালয়খনৰ চলিত চিকিৎসা সেৱা, আন্তঃগাঁথনি আৰু অন্যান্য সামগ্ৰিক দিশৰ বুজ লোৱাৰ লগতে চিকিৎসক, স্বাস্থ্যকৰ্মী, ৰোগী আৰু অভিভাৱকসকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰে। তেওঁলোকৰ চিকিৎসা-অভিজ্ঞতা, সমস্যাৰাজি আৰু প্ৰয়োজনীয়তাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বুজ লয়। পৰিদৰ্শনৰ সময়ত দৃষ্টিগোচৰ হোৱা সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। মাজুলীৰ প্ৰতিগৰাকী নাগৰিকে যাতে নিজৰ জিলাতে উন্নত আৰু মানসম্পন্ন স্বাস্থ্যসেৱা লাভ কৰে, সেই লক্ষ্যৰে স্বাস্থ্য বিভাগে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিব বুলিও তেওঁ উল্লেখ কৰে। জিলা চিকিৎসালয় পৰিদৰ্শনৰ পিছতে মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। বৈঠক অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মাজুলীৰ স্বাস্থ্যখণ্ডৰ এক গুৰুত্বপূৰ্ণ সমস্যাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে মাজুলীলৈ চিকিৎসক আহে যদিও বহু সময়ত দুই-তিনি মাহতকৈ অধিক দিন নাথাকে। এই সমস্যা সমাধানৰ বাবে মাজুলীৰ বিধায়কক এখন তালিকা প্ৰস্তুত কৰিবলৈ কোৱা হৈছে, য’ত মাজুলীৰ পৰা ওলোৱা চিকিৎসকসকলক চিনাক্ত কৰি তেওঁলোকক মাজুলীতে দুই-তিনি বছৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বিষয়ত চিন্তা-চৰ্চা চলি আছে। ইয়াৰ পিছতহে তেওঁলোকক অন্য স্থানত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ বিষয়তো আলাপ-আলোচনা চলি থকা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। লগতে শীঘ্ৰেই মাজুলীৰ জিলা চিকিৎসালয়খনলৈ এগৰাকী চৰ্মৰোগ বিশেষজ্ঞ (Dermatologist) নিযুক্তি দিয়া হ’ব বুলিও ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
    1
    মাজুলীৰ স্বাস্থ্যখণ্ডৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে : 

মাজুলীৰ পৰা ওলোৱা চিকিৎসকক জিলাখনতে ২-৩ বছৰ সেৱাৰ চিন্তা 

 মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰী ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী অশোক সিংহল।

 কালি সন্ধিয়া আহি মাজুলীত উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে আজি দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে মাজুলীৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। 

 মন্ত্ৰী অশোক সিংহলে মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। চিকিৎসালয়খনৰ চলিত চিকিৎসা সেৱা, আন্তঃগাঁথনি আৰু অন্যান্য সামগ্ৰিক দিশৰ বুজ লোৱাৰ লগতে চিকিৎসক, স্বাস্থ্যকৰ্মী, ৰোগী আৰু অভিভাৱকসকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰে। তেওঁলোকৰ চিকিৎসা-অভিজ্ঞতা, সমস্যাৰাজি আৰু প্ৰয়োজনীয়তাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বুজ লয়। পৰিদৰ্শনৰ সময়ত দৃষ্টিগোচৰ হোৱা সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। মাজুলীৰ প্ৰতিগৰাকী নাগৰিকে যাতে নিজৰ জিলাতে উন্নত আৰু মানসম্পন্ন স্বাস্থ্যসেৱা লাভ কৰে, সেই লক্ষ্যৰে স্বাস্থ্য বিভাগে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিব বুলিও তেওঁ উল্লেখ কৰে।

 জিলা চিকিৎসালয় পৰিদৰ্শনৰ পিছতে মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। বৈঠক অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মাজুলীৰ স্বাস্থ্যখণ্ডৰ এক গুৰুত্বপূৰ্ণ সমস্যাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে মাজুলীলৈ চিকিৎসক আহে যদিও বহু সময়ত দুই-তিনি মাহতকৈ অধিক দিন নাথাকে। এই সমস্যা সমাধানৰ বাবে মাজুলীৰ বিধায়কক এখন তালিকা প্ৰস্তুত কৰিবলৈ কোৱা হৈছে, য’ত মাজুলীৰ পৰা ওলোৱা চিকিৎসকসকলক চিনাক্ত কৰি তেওঁলোকক মাজুলীতে দুই-তিনি বছৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বিষয়ত চিন্তা-চৰ্চা চলি আছে। ইয়াৰ পিছতহে তেওঁলোকক অন্য স্থানত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ বিষয়তো আলাপ-আলোচনা চলি থকা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। লগতে শীঘ্ৰেই মাজুলীৰ জিলা চিকিৎসালয়খনলৈ এগৰাকী চৰ্মৰোগ বিশেষজ্ঞ (Dermatologist) নিযুক্তি দিয়া হ’ব বুলিও ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। 

View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.