logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজ নামৰ এজন ব্যক্তিয়ে পত্নী নুৰ জাহান খাতুন ওৰফে মইনাক বিচাৰি হাঁহাকাৰ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, নুৰ জাহান খাতুন প্ৰায় একমাহ পূৰ্বে কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱৰ গাঁও প্ৰধানৰ পৰা এখন প্ৰমাণ পত্ৰ আনিবলৈ গৈছিল আৰু তাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে। এই ঘটনাই ৰূপহীহাটৰ কাৱৈমাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তা কৰি আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ কাতৰ আহ্বান জনাইছে। তেওঁ আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিছে যদিও নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। সমগ্ৰ ঘটনা সন্দৰ্ভত কাৱৈমাৰী আৰক্ষী পহৰা চকীত এখন লিখিত জাননী দাখিল কৰা হৈছে। আব্দুল আজিজে সৰ্বসাধাৰণলৈ আহ্বান জনাইছে যে, কোনো সদাশয় ব্যক্তিয়ে যদি ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

1 hr ago
user_Daily Time
Daily Time
Newsagent ৰূপাহী, নগাঁও, অসম•
1 hr ago

ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজ নামৰ এজন ব্যক্তিয়ে পত্নী নুৰ জাহান খাতুন ওৰফে মইনাক বিচাৰি হাঁহাকাৰ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, নুৰ জাহান খাতুন প্ৰায় একমাহ পূৰ্বে কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱৰ গাঁও প্ৰধানৰ পৰা এখন প্ৰমাণ পত্ৰ আনিবলৈ গৈছিল আৰু তাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে। এই ঘটনাই ৰূপহীহাটৰ কাৱৈমাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তা কৰি আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ কাতৰ আহ্বান জনাইছে। তেওঁ আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিছে যদিও নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। সমগ্ৰ ঘটনা সন্দৰ্ভত কাৱৈমাৰী আৰক্ষী পহৰা চকীত এখন লিখিত জাননী দাখিল কৰা হৈছে। আব্দুল আজিজে সৰ্বসাধাৰণলৈ আহ্বান জনাইছে যে, কোনো সদাশয় ব্যক্তিয়ে যদি ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

More news from অসম and nearby areas
  • ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজৰ পত্নী নুৰ জাহান খাতুন ওৰফে মইনা বিগত একমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ফলত স্বামী আব্দুল আজিজে হাঁহাকাৰ কৰিছে। কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱত গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ যোৱাৰ পিছৰে পৰা তেওঁৰ সন্ধান নাই। নিজৰ একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তাত মগ্ন হৈ আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিও তেওঁলোকে নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। এই ঘটনা সন্দৰ্ভত আব্দুল আজিজে কাৱৈমাৰী আৰক্ষী পহৰা চকীত এক লিখিত জাননী দাখিল কৰিছে। তেওঁ জনাইছে যে, যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
    1
    ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজৰ পত্নী নুৰ জাহান খাতুন ওৰফে মইনা বিগত একমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ফলত স্বামী আব্দুল আজিজে হাঁহাকাৰ কৰিছে। কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱত গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ যোৱাৰ পিছৰে পৰা তেওঁৰ সন্ধান নাই।

নিজৰ একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তাত মগ্ন হৈ আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিও তেওঁলোকে নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। এই ঘটনা সন্দৰ্ভত আব্দুল আজিজে কাৱৈমাৰী আৰক্ষী পহৰা চকীত এক লিখিত জাননী দাখিল কৰিছে। তেওঁ জনাইছে যে, যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    40 min ago
  • ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত সমাজ সেৱক তথা নতুনকৈ কংগ্ৰেছত যোগদান কৰা নেতা নুৰুল আমিন চৌধুৰীক আজি গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত বিজেপি কৰ্মীসকলে খেদি পঠিয়ায়। অভিযোগ অনুসৰি, উন্নয়ন খণ্ডৰ সন্মুখত উপস্থিত হৈয়েই চৌধুৰীয়ে উচটনিমূলক মন্তব্য দিয়াৰ ফলত বিজেপি কৰ্মীসকল উত্তেজিত হৈ পৰে আৰু ইয়াৰ ফলতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে, চামগুৰি সমষ্টিৰ বিধায়ক তানজিল হুছেইনৰ আজি গড়াজান উন্নয়ন খণ্ডত এক পৰ্যালোচনা সভা অনুষ্ঠিত হোৱাৰ কথা আছিল। সভা আৰম্ভ হোৱাৰ পূৰ্বেই উন্নয়ন খণ্ডৰ সন্মুখভাগ উত্তপ্ত হৈ পৰে। পৰিস্থিতিৰ অধিক অৱনতি হোৱাত, দল বাগৰা নেতা তথা ন-কংগ্ৰেছী নুৰুল আমিন চৌধুৰী অৱশেষত ঘটনাস্থলীৰ পৰা পলাই পতং দিয়ে। চামগুৰি সমষ্টিৰ গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত সৃষ্টি হোৱা কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ এই তীব্ৰ সংঘাতে পৰিস্থিতি ভয়াৱহ কৰি তোলাত ৰূপহীহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
    1
    ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত সমাজ সেৱক তথা নতুনকৈ কংগ্ৰেছত যোগদান কৰা নেতা নুৰুল আমিন চৌধুৰীক আজি গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত বিজেপি কৰ্মীসকলে খেদি পঠিয়ায়। অভিযোগ অনুসৰি, উন্নয়ন খণ্ডৰ সন্মুখত উপস্থিত হৈয়েই চৌধুৰীয়ে উচটনিমূলক মন্তব্য দিয়াৰ ফলত বিজেপি কৰ্মীসকল উত্তেজিত হৈ পৰে আৰু ইয়াৰ ফলতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে, চামগুৰি সমষ্টিৰ বিধায়ক তানজিল হুছেইনৰ আজি গড়াজান উন্নয়ন খণ্ডত এক পৰ্যালোচনা সভা অনুষ্ঠিত হোৱাৰ কথা আছিল। সভা আৰম্ভ হোৱাৰ পূৰ্বেই উন্নয়ন খণ্ডৰ সন্মুখভাগ উত্তপ্ত হৈ পৰে। পৰিস্থিতিৰ অধিক অৱনতি হোৱাত, দল বাগৰা নেতা তথা ন-কংগ্ৰেছী নুৰুল আমিন চৌধুৰী অৱশেষত ঘটনাস্থলীৰ পৰা পলাই পতং দিয়ে। চামগুৰি সমষ্টিৰ গড়াজান উন্নয়ন খণ্ডৰ সন্মুখত সৃষ্টি হোৱা কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ এই তীব্ৰ সংঘাতে পৰিস্থিতি ভয়াৱহ কৰি তোলাত ৰূপহীহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    1 hr ago
  • ৰূপহীহাটৰ কাৱৈমাৰীত এগৰাকী এক সন্তানৰ মাতৃ বিগত এমাহ ধৰি নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পত্নী নিৰুদ্দেশ হোৱাত স্বামী আব্দুল আজিজে তেওঁক বিচাৰি হাঁহাকাৰ কৰিছে।
    1
    ৰূপহীহাটৰ কাৱৈমাৰীত এগৰাকী এক সন্তানৰ মাতৃ বিগত এমাহ ধৰি নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পত্নী নিৰুদ্দেশ হোৱাত স্বামী আব্দুল আজিজে তেওঁক বিচাৰি হাঁহাকাৰ কৰিছে।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    3 hrs ago
  • মৰিগাঁও ডায়েটত অনুষ্ঠিত এক সংবাদমেলযোগে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), মৰিগাঁৱৰ উদ্যোগত কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত অহা ৫ আৰু ৬ জুনত দুদিনীয়া আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই আলোচনা চক্ৰ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে অনুষ্ঠিত হ'ব। ইয়াৰ মূল বিষয়বস্তু হৈছে— "Environment at the Crossroads: Balancing Development with Sustainability" (সংকট ক্ষণত পৰিৱেশ: বহনক্ষমতাৰ সৈতে উন্নয়নৰ ভাৰসাম্য ৰক্ষা)। এই দুদিনীয়া কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে বৰ্ধিত উন্নয়ন আৰু পৰিৱেশ ধ্বংসৰ ফলত হ'ব পৰা সাম্ভাব্য পৰিৱৰ্তনসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰা আৰু এই সন্দৰ্ভত সুচিন্তিত গৱেষণাক উৎসাহিত কৰা। অনুষ্ঠানৰ বিষয়ববীয়াসকলে জনোৱা অনুসৰি, এই আলোচনা চক্ৰত অংশগ্ৰহণৰ বাবে বহিঃৰাষ্ট্ৰৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বহু সমল ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে।
    1
    মৰিগাঁও ডায়েটত অনুষ্ঠিত এক সংবাদমেলযোগে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), মৰিগাঁৱৰ উদ্যোগত কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত অহা ৫ আৰু ৬ জুনত দুদিনীয়া আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই আলোচনা চক্ৰ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে অনুষ্ঠিত হ'ব। ইয়াৰ মূল বিষয়বস্তু হৈছে— "Environment at the Crossroads: Balancing Development with Sustainability" (সংকট ক্ষণত পৰিৱেশ: বহনক্ষমতাৰ সৈতে উন্নয়নৰ ভাৰসাম্য ৰক্ষা)।

এই দুদিনীয়া কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে বৰ্ধিত উন্নয়ন আৰু পৰিৱেশ ধ্বংসৰ ফলত হ'ব পৰা সাম্ভাব্য পৰিৱৰ্তনসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰা আৰু এই সন্দৰ্ভত সুচিন্তিত গৱেষণাক উৎসাহিত কৰা। অনুষ্ঠানৰ বিষয়ববীয়াসকলে জনোৱা অনুসৰি, এই আলোচনা চক্ৰত অংশগ্ৰহণৰ বাবে বহিঃৰাষ্ট্ৰৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বহু সমল ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • অহা ৫ আৰু ৬ জুনত মৰিগাঁৱত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ৰ উদ্যোগত দুদিনীয়া এক ‘আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত হ'ব। এই বৃহৎ আয়োজনৰ সন্দৰ্ভত কৰ্তৃপক্ষই এক বিশেষ সংবাদ মেলৰ আয়োজন কৰিছিল।
    1
    অহা ৫ আৰু ৬ জুনত মৰিগাঁৱত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ৰ উদ্যোগত দুদিনীয়া এক ‘আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত হ'ব। এই বৃহৎ আয়োজনৰ সন্দৰ্ভত কৰ্তৃপক্ষই এক বিশেষ সংবাদ মেলৰ আয়োজন কৰিছিল।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    2 hrs ago
  • আজি ঢেকীয়াজুলি সমষ্টিৰ ভোটপাৰা ষ্টেডিয়ামত সদৌ অসম ভিত্তিত পেনচাক চিলাট প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰা হৈছে। এই প্ৰতিযোগিতাৰ শুভাৰম্ভণি ভোটপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হয়।
    1
    আজি ঢেকীয়াজুলি সমষ্টিৰ ভোটপাৰা ষ্টেডিয়ামত সদৌ অসম ভিত্তিত পেনচাক চিলাট প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰা হৈছে। এই প্ৰতিযোগিতাৰ শুভাৰম্ভণি ভোটপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হয়।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    5 hrs ago
  • আজি জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাই উত্তৰ ধৰমতুল গাঁও পঞ্চায়তত শিক্ষার্থীসকলক সম্বৰ্ধনা জনাই থকা সময়ছোৱাত পূব বিহুবড়ি জনজাতি নামঘৰৰ সমীপত স্থানীয় আই-মাতৃসকলৰ সৈতে ক্ষন্তেক সময়ৰ বাবে মত বিনিময় কৰে।
    1
    আজি জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাই উত্তৰ ধৰমতুল গাঁও পঞ্চায়তত শিক্ষার্থীসকলক সম্বৰ্ধনা জনাই থকা সময়ছোৱাত পূব বিহুবড়ি জনজাতি নামঘৰৰ সমীপত স্থানীয় আই-মাতৃসকলৰ সৈতে ক্ষন্তেক সময়ৰ বাবে মত বিনিময় কৰে।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    21 hrs ago
  • ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজ নামৰ এজন ব্যক্তিয়ে পত্নী নুৰ জাহান খাতুন ওৰফে মইনাক বিচাৰি হাঁহাকাৰ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, নুৰ জাহান খাতুন প্ৰায় একমাহ পূৰ্বে কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱৰ গাঁও প্ৰধানৰ পৰা এখন প্ৰমাণ পত্ৰ আনিবলৈ গৈছিল আৰু তাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে। এই ঘটনাই ৰূপহীহাটৰ কাৱৈমাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তা কৰি আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ কাতৰ আহ্বান জনাইছে। তেওঁ আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিছে যদিও নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। সমগ্ৰ ঘটনা সন্দৰ্ভত কাৱৈমাৰী আৰক্ষী পহৰা চকীত এখন লিখিত জাননী দাখিল কৰা হৈছে। আব্দুল আজিজে সৰ্বসাধাৰণলৈ আহ্বান জনাইছে যে, কোনো সদাশয় ব্যক্তিয়ে যদি ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    1
    ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজ নামৰ এজন ব্যক্তিয়ে পত্নী নুৰ জাহান খাতুন ওৰফে মইনাক বিচাৰি হাঁহাকাৰ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, নুৰ জাহান খাতুন প্ৰায় একমাহ পূৰ্বে কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱৰ গাঁও প্ৰধানৰ পৰা এখন প্ৰমাণ পত্ৰ আনিবলৈ গৈছিল আৰু তাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে। এই ঘটনাই ৰূপহীহাটৰ কাৱৈমাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তা কৰি আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ কাতৰ আহ্বান জনাইছে। তেওঁ আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিছে যদিও নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। সমগ্ৰ ঘটনা সন্দৰ্ভত কাৱৈমাৰী আৰক্ষী পহৰা চকীত এখন লিখিত জাননী দাখিল কৰা হৈছে।

আব্দুল আজিজে সৰ্বসাধাৰণলৈ আহ্বান জনাইছে যে, কোনো সদাশয় ব্যক্তিয়ে যদি ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.