logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰী চহৰৰ চৰমেইন ৰোড ত ফুটপাথ বেদখল, পুনৰ যানজঁটৰ সৃষ্টি ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:১১ মাৰ্চ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ধুবুৰী চৰমেইন ৰোড নতুন কৈ নিৰ্মাণ হোৱাত ৰাইজৰ মাজত আনন্দৰ সৃষ্টি হৈছিল যদিও পথ নিৰ্মাণ হোৱা ৰ লগে লগে একাংশ ব্যাৱসায়ী পথ ৰ দুয়োকাষে থকা ফুটপাথ ৰ ওপৰত‌ দোকান বহু ৱাই ৰাইজৰ যাতায়তৰ অহা যোৱা ৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। এইক্ষেত্ৰত স্থানীয় ৰাইজে পৌৰ কতৃপক্ষৰ ওচৰত সমষ্যাৰ‌ সমাধানৰ দাবী জনাইছে। প্ৰনৱাশীষ ৰয় ধুবুৰী

4 hrs ago
user_Pranabasish Roy
Pranabasish Roy
আঠানি, ধুবুৰী, অসম•
4 hrs ago
62335874-af79-44f2-a699-2f1fc10704bc
fb7c2ac2-c97f-4fcb-b1e3-aa0a2c5a8339

ধুবুৰী চহৰৰ চৰমেইন ৰোড ত ফুটপাথ বেদখল, পুনৰ যানজঁটৰ সৃষ্টি ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:১১ মাৰ্চ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ধুবুৰী চৰমেইন ৰোড নতুন কৈ নিৰ্মাণ হোৱাত ৰাইজৰ মাজত আনন্দৰ সৃষ্টি হৈছিল যদিও পথ নিৰ্মাণ হোৱা ৰ লগে লগে একাংশ ব্যাৱসায়ী পথ ৰ দুয়োকাষে থকা ফুটপাথ ৰ ওপৰত‌ দোকান বহু ৱাই ৰাইজৰ যাতায়তৰ অহা যোৱা ৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। এইক্ষেত্ৰত স্থানীয় ৰাইজে পৌৰ কতৃপক্ষৰ ওচৰত সমষ্যাৰ‌ সমাধানৰ দাবী জনাইছে। প্ৰনৱাশীষ ৰয় ধুবুৰী

More news from অসম and nearby areas
  • Dhubri district Assam Tamarhat News
    1
    Dhubri district Assam Tamarhat News
    user_Elious Ali Sheikh,,,?
    Elious Ali Sheikh,,,?
    Spa গৌৰীপুৰ, ধুবুৰী, অসম•
    2 hrs ago
  • ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:১১ মাৰ্চ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ধুবুৰী চৰমেইন ৰোড নতুন কৈ নিৰ্মাণ হোৱাত ৰাইজৰ মাজত আনন্দৰ সৃষ্টি হৈছিল যদিও পথ নিৰ্মাণ হোৱা ৰ লগে লগে একাংশ ব্যাৱসায়ী পথ ৰ দুয়োকাষে থকা ফুটপাথ ৰ ওপৰত‌ দোকান বহু ৱাই ৰাইজৰ যাতায়তৰ অহা যোৱা ৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। এইক্ষেত্ৰত স্থানীয় ৰাইজে পৌৰ কতৃপক্ষৰ ওচৰত সমষ্যাৰ‌ সমাধানৰ দাবী জনাইছে। প্ৰনৱাশীষ ৰয় ধুবুৰী
    3
    ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:১১ মাৰ্চ
দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ধুবুৰী চৰমেইন ৰোড নতুন কৈ নিৰ্মাণ হোৱাত ৰাইজৰ মাজত আনন্দৰ সৃষ্টি হৈছিল যদিও পথ নিৰ্মাণ হোৱা ৰ লগে লগে একাংশ ব্যাৱসায়ী পথ ৰ দুয়োকাষে থকা ফুটপাথ ৰ ওপৰত‌ দোকান বহু ৱাই ৰাইজৰ যাতায়তৰ অহা যোৱা ৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে।
এইক্ষেত্ৰত স্থানীয় ৰাইজে পৌৰ কতৃপক্ষৰ ওচৰত সমষ্যাৰ‌ সমাধানৰ দাবী জনাইছে।
প্ৰনৱাশীষ ৰয় ধুবুৰী
    user_Pranabasish Roy
    Pranabasish Roy
    আঠানি, ধুবুৰী, অসম•
    4 hrs ago
  • 📌মেঘালয়ৰ স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন স্থাগিত 📌মেঘালয়ৰ মুখ্য মন্ত্ৰী কৰ্নাৰ্ড ছাংমাৰ প্ৰতিক্ৰিয়া 📌মেঘালয়ৰ উত্তেজনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থগিত কৰিছে নিৰ্বাচন
    1
    📌মেঘালয়ৰ স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন স্থাগিত
📌মেঘালয়ৰ মুখ্য মন্ত্ৰী কৰ্নাৰ্ড ছাংমাৰ প্ৰতিক্ৰিয়া
📌মেঘালয়ৰ উত্তেজনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থগিত কৰিছে নিৰ্বাচন
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    6 hrs ago
  • এই প্ৰশিক্ষণ কেন্দ্ৰটোৱে বিশেষকৈ গ্ৰাম্য মহিলাসকলক স্বনির্ভৰ হোৱাৰ পথত আগুৱাই নিয়াৰ উদ্দেশ্যে আৰম্ভ কৰিছে। উদ্বোধনী অনুষ্ঠানত স্থানীয় গণ্যমান্য ব্যক্তি আৰু সমাজকৰ্মীসকলে অংশগ্ৰহণ কৰি এই পদক্ষেপক আদৰণি জনায়। তেওঁলোকে কয় যে এনে প্ৰশিক্ষণ কেন্দ্ৰই অঞ্চলটোৰ মহিলাসকলক দক্ষতা উন্নয়ন আৰু আত্মনির্ভৰশীল হোৱাত সহায় কৰিব। সজল ফাউণ্ডেশ্যনৰ এই পদক্ষেপে তামাৰহাট অঞ্চলত সামাজিক আৰু আৰ্থিক উন্নয়ন আনিবলৈ এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। #SajalFoundation #Tamarhat #UzanPetla #SkillDevelopment #WomenEmpowerment #Assam
    1
    এই প্ৰশিক্ষণ কেন্দ্ৰটোৱে বিশেষকৈ গ্ৰাম্য মহিলাসকলক স্বনির্ভৰ হোৱাৰ পথত আগুৱাই নিয়াৰ উদ্দেশ্যে আৰম্ভ কৰিছে।
উদ্বোধনী অনুষ্ঠানত স্থানীয় গণ্যমান্য ব্যক্তি আৰু সমাজকৰ্মীসকলে অংশগ্ৰহণ কৰি এই পদক্ষেপক আদৰণি জনায়।
তেওঁলোকে কয় যে এনে প্ৰশিক্ষণ কেন্দ্ৰই অঞ্চলটোৰ মহিলাসকলক দক্ষতা উন্নয়ন আৰু আত্মনির্ভৰশীল হোৱাত সহায় কৰিব।
সজল ফাউণ্ডেশ্যনৰ এই পদক্ষেপে তামাৰহাট অঞ্চলত সামাজিক আৰু আৰ্থিক উন্নয়ন আনিবলৈ এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
#SajalFoundation #Tamarhat #UzanPetla #SkillDevelopment #WomenEmpowerment #Assam
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    13 hrs ago
  • এআইইউডিএফ সমৰ্থিত পঞ্চায়ত গঠন হোৱাৰ বাবে বিজেপি বুথ সভাপতি আৰু মুখ্য অতিথিক গুৰুত্ব নিদিয়াৰ অভিযোগ। হাওৰাৰপাৰ গাওঁ পঞ্চয়তত সচিব বিদ্যুত কুণ্ডুৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ। এআইইউডিএফ কৰ্মীৰ মতে পঞ্চয়তত সচিব বিদ্যুত কুণ্ডুয়ে উঠা বহা কৰাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। মুখ্যমন্ত্ৰীৰ চৰকাৰী কাৰ্যসূচী চলি থকাৰ সময়তে মহিলা হিতাধিকাৰী সকলে উক্ত স্থান ত্যাগ কৰে। অভিযোগ মতে, এআইইউডিএফ সমৰ্থিত পঞ্চায়ত গঠন হোৱাৰ বাবে উক্ত পঞ্চায়তৰ বিজেপি বুথ সভাপতি আৰু অইন অইন কৰ্মকৰ্তা সকলে পঞ্চায়তখনৰ অৰ্ন্তগত বিভিন্ন অঞ্চলৰ পৰা মহিলা হিতাধিকাৰী সকলক হাওৰাৰপাৰ গাওঁ পঞ্চয়তত মুখ্যমন্ত্ৰীৰ অৰুনোদই ৩.০ ৰ ধনৰাশি বিতৰণৰ ভাৰ্চুৱেল কাৰ্যসূচী দেখিবলৈ লৈ আনিছে । কিন্তু পঞ্চায়তখনৰ সচিব বিদ্যুত কুণ্ডুয়ে মহিলা হিতাধিকাৰী সকলৰ বাবে বহিবলৈ পৰ্যাপ্ত পৰিমাণৰ চকীৰ ব্যৱস্থা নথকা সৰু দুটা কক্ষত মহিলা সকলক বহিবলৈ দিয়াৰ ফলত মহিলা হিতাধিকাৰী মহিলা সকলৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। চৰকাৰী কাৰ্যসূচীত হাওৰাৰপাৰ গাওঁ পঞ্চায়তৰ সচিব বিদ্যুত কুণ্ডুৰ ৰাজনৈতিক দল সমৰ্থন কৰি হিতাধিকাৰী মহিলা সকলৰ লগত কৰা এনে আচৰণ কৰা কাৰ্যক ধিক্কাৰ দিয়ে উক্ত অঞ্চলৰ সাধাৰণ ৰাইজে। পঞ্চায়তৰ সচিব বিদ্যুত কুণ্ডুৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।
    1
    এআইইউডিএফ সমৰ্থিত পঞ্চায়ত গঠন হোৱাৰ বাবে বিজেপি বুথ সভাপতি আৰু মুখ্য অতিথিক গুৰুত্ব নিদিয়াৰ অভিযোগ।
হাওৰাৰপাৰ গাওঁ পঞ্চয়তত সচিব বিদ্যুত কুণ্ডুৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ।
এআইইউডিএফ কৰ্মীৰ মতে পঞ্চয়তত সচিব বিদ্যুত কুণ্ডুয়ে উঠা বহা কৰাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ।
মুখ্যমন্ত্ৰীৰ চৰকাৰী কাৰ্যসূচী চলি থকাৰ সময়তে মহিলা হিতাধিকাৰী সকলে উক্ত স্থান ত্যাগ কৰে।
অভিযোগ মতে, এআইইউডিএফ সমৰ্থিত পঞ্চায়ত গঠন হোৱাৰ বাবে উক্ত পঞ্চায়তৰ বিজেপি বুথ সভাপতি আৰু অইন অইন কৰ্মকৰ্তা সকলে পঞ্চায়তখনৰ অৰ্ন্তগত বিভিন্ন অঞ্চলৰ পৰা মহিলা হিতাধিকাৰী সকলক হাওৰাৰপাৰ গাওঁ পঞ্চয়তত মুখ্যমন্ত্ৰীৰ অৰুনোদই ৩.০ ৰ ধনৰাশি বিতৰণৰ ভাৰ্চুৱেল কাৰ্যসূচী দেখিবলৈ লৈ আনিছে ।
কিন্তু পঞ্চায়তখনৰ সচিব বিদ্যুত কুণ্ডুয়ে মহিলা হিতাধিকাৰী সকলৰ বাবে বহিবলৈ পৰ্যাপ্ত পৰিমাণৰ চকীৰ ব্যৱস্থা নথকা সৰু দুটা কক্ষত মহিলা সকলক বহিবলৈ দিয়াৰ ফলত মহিলা হিতাধিকাৰী মহিলা সকলৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।
চৰকাৰী কাৰ্যসূচীত হাওৰাৰপাৰ গাওঁ পঞ্চায়তৰ সচিব বিদ্যুত কুণ্ডুৰ ৰাজনৈতিক দল সমৰ্থন কৰি হিতাধিকাৰী মহিলা সকলৰ লগত কৰা এনে আচৰণ কৰা কাৰ্যক ধিক্কাৰ দিয়ে উক্ত অঞ্চলৰ সাধাৰণ ৰাইজে। 
পঞ্চায়তৰ সচিব বিদ্যুত কুণ্ডুৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    18 hrs ago
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    5 hrs ago
  • কলগাছিয়াত প্ৰাক্তন সাংসদ আব্দুল খালেকৰ সংবাদমেল। বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হস্পিটালৰ নাম সলনিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ। ফখৰুদ্দিন আলি আহমেদৰ নাম সলনি কৰা কাৰ্যটো দুৰ্ভাগ্য জনক আখ্যা। বৰ্তমান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত যদি মেডিকেল কলেজ থাকিব পাৰে তেনেহলে ফখৰুদ্দিন আলি আহমেদৰ নামত কিয় মেডিকেল কলেজ থাকিব নোৱাৰে বুলি প্ৰশ্ন ? মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মহম্মদ বিন টোগলকৰ লগত তুলনা কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে নাম সলনিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী খালেকৰ।
    1
    কলগাছিয়াত প্ৰাক্তন সাংসদ আব্দুল খালেকৰ সংবাদমেল। 
বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হস্পিটালৰ নাম সলনিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ। 
ফখৰুদ্দিন আলি আহমেদৰ নাম সলনি কৰা কাৰ্যটো দুৰ্ভাগ্য জনক আখ্যা। 
বৰ্তমান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত যদি মেডিকেল কলেজ থাকিব পাৰে তেনেহলে ফখৰুদ্দিন আলি আহমেদৰ নামত কিয় মেডিকেল কলেজ থাকিব নোৱাৰে বুলি প্ৰশ্ন ?
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মহম্মদ বিন টোগলকৰ লগত তুলনা কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে 
নাম সলনিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী খালেকৰ।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    4 hrs ago
  • পঞ্চম বাৰৰ বাবে জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীত্ব লাভ। মন্দিয়া সমষ্টিত এ আই ইউ ডি এফৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব ডঃ হাফিজ ৰফিকুল ইছলামে। প্ৰাৰ্থীত্ব লাভ কৰি সমষ্টিত পদাৰ্পন ডঃ হাফিজ ৰফিকুল ইছলামৰ। মৌলানা বদৰুদ্দিন আজমলৰ লগতে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন। আল্লাহৰ দয়া আৰু ৰাইজৰ আৰ্শীবাদত এইবেলিও নিৰ্বাচনত জয়ী হ'ব বুলি মন্তব্য কৰে ডঃ হাফিজ ৰফিকুল ইছলামে। বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হস্পিটালৰ নাম পৰিবৰ্তনক তীব্ৰ ধিক্কাৰ জনাই পূৰ্বৰ নাম বাহাল ৰখাৰ দাবী জনায়
    1
    পঞ্চম বাৰৰ বাবে জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীত্ব লাভ।
মন্দিয়া সমষ্টিত এ আই ইউ ডি এফৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব ডঃ হাফিজ ৰফিকুল ইছলামে।
প্ৰাৰ্থীত্ব লাভ কৰি সমষ্টিত পদাৰ্পন ডঃ হাফিজ ৰফিকুল ইছলামৰ। 
মৌলানা বদৰুদ্দিন আজমলৰ লগতে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন।
আল্লাহৰ দয়া আৰু ৰাইজৰ আৰ্শীবাদত এইবেলিও নিৰ্বাচনত জয়ী হ'ব বুলি মন্তব্য কৰে ডঃ হাফিজ ৰফিকুল ইছলামে।
বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হস্পিটালৰ নাম পৰিবৰ্তনক তীব্ৰ ধিক্কাৰ জনাই পূৰ্বৰ নাম বাহাল ৰখাৰ দাবী জনায়
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.