আজিৰে পৰা তামুলপুৰৰ নাগ্ৰিজুলীত সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন আজিৰে পৰা তামুলপুৰৰ নাগ্ৰিজুলীত সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অধিবেশনৰ আজি মুখ্যদ্বাৰ উন্মোচনৰ পিছতে BTC ৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীয়ে উদ্বোধন কৰে প্ৰতিনিধি সভাৰ দুৱাৰ। আজিৰ এই প্ৰতিনিধি সভাতে নতুনকৈ গঠন কৰা হব কেন্দ্ৰীয় সমিতি। BTR অঞ্চলৰ পাঁচটা জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে অংশ লব এই অধিৱেশনত। ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কেতবোৰ গুৰুত্বপূৰ্ণ আলোচনাও অনুষ্ঠিত হব এই অধিৱেশনত। অহাকালি পুৱা পতাকা উত্তোলনৰ লগতে অনুষ্ঠিত হব মুকলি সভা। অহাকালি বিশ্বজিৎ দৈমাৰীয়ে উন্মোচন কৰিব সনা বিলাই নামৰ স্মৃতি গ্ৰন্থ।অহাকালিৰ অনুষ্ঠানত উপস্থিত থাকিব বিটিচিৰ উপ মুখ্য কাৰ্যবাহী ৰিহন দৈমাৰী,BTC ৰ কাৰ্যবাহী সদস্য গণেশ কছাৰী,লৌমশ্ৰও দৈমাৰী,ভাৰপ্ৰাপ্ত কাৰ্যবাহী সদস্য লক্ষী দাস, বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী,প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী সহ আন বহু বিশিষ্ট ব্যক্তি। BTR অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বিভিন্ন সমস্যা,অভিযোগ সমূহৰ ওপৰতো হব বিস্তৃত আলোচনা।

- Post by NAlive241
- ৰঙিয়াৰ আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়ত কাৰ্যালয়ত দুৰ্বৃত্তই চলালে তাণ্ডৱ । ৰঙিয়া নগৰৰ পৰা ৬ কিলʼমিটাৰ নিলগৰ তৰণীত শেহতীয়াকৈ সংঘটিত হৈ অহা চুৰি-ডকাইটিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বাবে নিদ্ৰাহৰণ হৈ আহিছে স্থানীয় ৰাইজৰ। যোৱা নিশা স্থানীয় আৰিমত্ত -বৈদ্যগড় গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত পুনৰ দুষ্কাৰ্য সংঘটিত কৰে দুৰ্বৃত্তৰ দলে।নিশাৰ অন্ধকাৰৰ সুযোগ লৈ দুৰ্বৃত্তই কাৰ্যালয়টোত প্ৰৱেশ কৰি বৈদ্যুতিক বাল্ব,তাৰ আদিৰ ব্যখপক ক্ষতিসাধন কৰে। সৌভাগ্যক্ৰমে কাৰ্যালয়টোৰ অন্তৰ্ভাগত প্ৰৱেশ কৰাৰ বিৰত থাকে দুষ্কৃতিকাৰী ।ফলত গুৰুত্বপূৰ্ণ নথি পত্ৰ আদি ক্ষতিসাধন হোৱাৰ পৰা ৰক্ষা পৰে ।আজি পুৱাৰ ভাগত কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰিকী উপস্থিত হৈ সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি হৈ চৈ লগাই । ইতিমধ্যে ঘটনা সন্দৰ্ভত তুলসীবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পঞ্চায়ত সভাপতি ৰামেশ্বৰ কলিতা আৰু সচিব নিবেদিতা তালুকদাৰে।এই ঘটনাৰ উপযুক্ত তদন্ত কৰি দোষীক কৰায়ত্ত কৰাৰ লগতে উচিত শাস্তি প্ৰদানৰ দাবী জনায় পঞ্চায়ত কৰ্তৃপক্ষই।1
- Post by Babul Barman1
- আপোনাৰ সন্তানক অকলে টিউচনলৈ পঠিয়াই দিয়ে নেকি? তেন্তে সাৱধান হওক কিয়নো ৰাজ্যখনত বৃদ্ধি পাইছে শিশু নিৰুদ্দেশৰ ঘটনা।1
- 🔴৫০ লাখ টকা ব্যয় সাপেক্ষে শালবাৰীত নিৰ্মাণ হ'ব' বড়ো সাহিত্য সভা ভৱন'। 🔴আধাৰশিলা স্থাপন কৰিলে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে।1
- Post by SAKINUR BHAI1
- বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰিলে এনেদৰে । ২ মাৰ্চৰ পৰা দৌল উৎসৱ আৰম্ভ আৰু দৌল উৎসৱৰ প্ৰাকক্ষণত বৰপেটা সত্ৰৰ কীৰ্ত্তন ঘৰৰ দালানৰ সন্মুখত ফাকুৰে জুবিন গাৰ্গৰ ছবি অংকন ।1
- Post by NAlive241