logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

6 days ago
user_JUMAR ALi
JUMAR ALi
মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
6 days ago
c59de3d3-7765-427c-b0e4-f3005ccea139

More news from মেঘালয় and nearby areas
  • Post by Bimal Mandal
    1
    Post by Bimal Mandal
    user_Bimal Mandal
    Bimal Mandal
    মাওথাড্ৰাইছান, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    11 hrs ago
  • এফালে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা, আনফালে জুবিন গাৰ্গৰ ন্যায়াৰ দাবীত ৰাজপথত জনতা।
    1
    এফালে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা, আনফালে জুবিন গাৰ্গৰ ন্যায়াৰ দাবীত ৰাজপথত জনতা।
    user_Sangbad365
    Sangbad365
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    12 hrs ago
  • আজি ধুবুৰী গোলকগঞ্জ ১৬১৫ নং মধ্য ৰায়পুৰ এল, পি, স্কুলৰ প্ৰাঙ্গণত এখন শক্তিশালী পূৰ্ণাংগ কমিটি গঠনৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় বজৰং দল, আন্ত ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু মহিলা পৰিষদ ধুবুৰী জিলা আদি কৰি এখন সভাৰ আয়োজন কৰে উক্ত সভাত ৰাষ্ট্ৰীয় বজৰং দল, আন্তঃ ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু মহিলা পৰিষদ ধুবুৰী জিলাৰ কৰ্মকৰ্তাৰ প্ৰস্তাৱ মৰ্মে ধুবুৰী জিলা ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি হিচাপে হৰিশয় ৰায়ক সমৰ্থন কৰে আৰু সভাৰ সভাপতিয়ে হৰিশয় ৰায়ক ৰাষ্ট্ৰীয় বজৰং দলৰ ধুবুৰী জিলাৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে দীপাংকৰ ৰায়ক দায়িত্ব ভাৰ অৰ্পণ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ধুবুৰী জিলাৰ সভাপতি হিচাপে অৰ্পণ ৰায় আৰু সম্পাদক হিচাপে নন্দ ৰায় লগতে মহিলা পৰিষদ ধুবুৰী জিলা সভানেত্ৰী বিভা ৰাণী ৰায় আৰু সম্পাদিকা ৰিনা বৰ্মনক আৰু বাকী থকা পদ সমূহ কাৰ্য্যকৰ্তা সকলোৰ মাজত বিভিন্ন পদত দায়িত্ব ভাৰ অৰ্পণ কৰি পূৰ্ণাঙ্গ কমিটী গঠন কৰে। ৰাষ্ট্ৰীয় বজৰং দল ধুবৰী জিলা সভাপতি হৰিশয় ৰায় উপ সভাপতি কৃষ্ণ দাস সাধাৰণ সম্পাদক দীপাংকৰ ৰায় সহ সম্পাদক বাবুল ৰায় সহ সম্পাদক নিৰ্মল ৰায় সুৰক্ষা প্ৰমূখ প্ৰতিব ৰায় গো ৰক্ষা প্ৰমূখ অনুপ মালাকাৰ হিন্দু কেন্দ্ৰ প্ৰমুখ বিপুল মালাকাৰ বিত্ত সম্পাদক অপুৰ্ব কৰ্মকাৰ আৰু আন্তৰাষ্ট্ৰীয় হিন্দু ৰাষ্ট্ৰীয় পৰিষদ ধুবুৰী জিলাৰ সভাপতি অৰ্পণ ৰায় উপ সভাপতি ভোলানাথ কৰ্মকাৰ আৰু অনো কৰ্মকাৰ । সম্পাদক নন্দ ৰায় সহ: সম্পাদক নৰোত্তম ৰায় আৰু দুলাল ৰায়, কাৰ্যকাৰী সভাপতি প্ৰকাশ মালি মহিলা পৰিষদ ধুবুৰী জিলা সভানেত্ৰী বিভা ৰায় উপ সভানেত্ৰী কণিকা কৰ্মকাৰ আৰু ৰত্না ৰায়। সম্পাদিকা ৰীণা বৰ্মন সহ সম্পাদিকা সৰিতা চৌধুৰী ক দায়িত্ব অৰ্পন কৰে।
    4
    আজি ধুবুৰী গোলকগঞ্জ ১৬১৫ নং মধ্য ৰায়পুৰ এল, পি, স্কুলৰ প্ৰাঙ্গণত এখন শক্তিশালী পূৰ্ণাংগ কমিটি গঠনৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় বজৰং দল, আন্ত ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু মহিলা পৰিষদ ধুবুৰী জিলা  আদি কৰি এখন সভাৰ আয়োজন কৰে
উক্ত সভাত ৰাষ্ট্ৰীয় বজৰং দল, আন্তঃ ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু মহিলা পৰিষদ ধুবুৰী জিলাৰ কৰ্মকৰ্তাৰ প্ৰস্তাৱ মৰ্মে ধুবুৰী জিলা ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি হিচাপে হৰিশয় ৰায়ক সমৰ্থন কৰে আৰু সভাৰ সভাপতিয়ে হৰিশয় ৰায়ক ৰাষ্ট্ৰীয় বজৰং দলৰ ধুবুৰী জিলাৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে দীপাংকৰ ৰায়ক দায়িত্ব ভাৰ অৰ্পণ কৰে আৰু 
আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ধুবুৰী জিলাৰ সভাপতি হিচাপে অৰ্পণ ৰায় আৰু সম্পাদক হিচাপে নন্দ ৰায়
লগতে মহিলা পৰিষদ ধুবুৰী জিলা সভানেত্ৰী বিভা ৰাণী ৰায় আৰু সম্পাদিকা ৰিনা বৰ্মনক আৰু বাকী থকা পদ সমূহ কাৰ্য্যকৰ্তা সকলোৰ মাজত বিভিন্ন পদত দায়িত্ব ভাৰ অৰ্পণ কৰি পূৰ্ণাঙ্গ কমিটী গঠন কৰে।
ৰাষ্ট্ৰীয় বজৰং দল ধুবৰী জিলা
সভাপতি হৰিশয় ৰায় উপ সভাপতি কৃষ্ণ দাস সাধাৰণ সম্পাদক দীপাংকৰ ৰায় সহ  সম্পাদক বাবুল ৰায় সহ সম্পাদক নিৰ্মল ৰায় 
সুৰক্ষা প্ৰমূখ প্ৰতিব ৰায় গো ৰক্ষা প্ৰমূখ অনুপ মালাকাৰ
হিন্দু কেন্দ্ৰ প্ৰমুখ বিপুল মালাকাৰ বিত্ত সম্পাদক অপুৰ্ব কৰ্মকাৰ 
আৰু আন্তৰাষ্ট্ৰীয় হিন্দু ৰাষ্ট্ৰীয় পৰিষদ ধুবুৰী জিলাৰ সভাপতি অৰ্পণ ৰায় উপ সভাপতি ভোলানাথ কৰ্মকাৰ আৰু অনো কৰ্মকাৰ । সম্পাদক নন্দ ৰায় সহ: সম্পাদক নৰোত্তম ৰায় আৰু দুলাল ৰায়, কাৰ্যকাৰী সভাপতি প্ৰকাশ মালি 
মহিলা পৰিষদ ধুবুৰী জিলা
সভানেত্ৰী বিভা ৰায় উপ সভানেত্ৰী কণিকা কৰ্মকাৰ আৰু ৰত্না ৰায়। সম্পাদিকা ৰীণা বৰ্মন সহ সম্পাদিকা সৰিতা চৌধুৰী ক দায়িত্ব অৰ্পন কৰে।
    user_Subal Biswas
    Subal Biswas
    Guwahati, Kamrup Metro•
    22 hrs ago
  • কাকা কি বলে
    1
    কাকা কি বলে
    user_Hafiz asrafulalamin
    Hafiz asrafulalamin
    বকো, কামৰূপ, অসম•
    23 hrs ago
  • উত্তর 24পরগনা এই ধরনের ঘটনার তদন্ত রিপোর্ট প্রকাশ করেছেন তাদের জন্য ধন্যবাদ ভাই এটাই স্বাভাবিক ভাবেই প্রশ্ন ছিল হিটারির আমার এই লেখার উদ্দেশ্য ছিল তার স্বপ্নের সাধ ছিল এই রকম আরও অনেক কিছুর জন্যই প্রযোজ্য ছিল তার বয়স হয়েছিল এই ধরনের তারাই প্রচণ্ড মারধর করেন তাদের এই সব বন্ধুদের কাছ থেকেই আমার পথের আড়াল করার অভিযোগ উঠল তৃণমূলের লোকজন এই লেখার
    1
    উত্তর 24পরগনা এই ধরনের ঘটনার তদন্ত রিপোর্ট প্রকাশ করেছেন তাদের জন্য ধন্যবাদ ভাই এটাই স্বাভাবিক ভাবেই প্রশ্ন ছিল হিটারির আমার এই লেখার উদ্দেশ্য ছিল তার স্বপ্নের সাধ ছিল এই রকম আরও অনেক কিছুর জন্যই প্রযোজ্য ছিল তার বয়স হয়েছিল এই ধরনের তারাই প্রচণ্ড মারধর করেন তাদের এই সব বন্ধুদের কাছ থেকেই আমার পথের আড়াল করার অভিযোগ উঠল তৃণমূলের লোকজন এই লেখার
    user_আবুল হোসেন মন্ডল
    আবুল হোসেন মন্ডল
    Nurse ডংকা, পশ্চিম কাৰ্বি আংলং, অসম•
    31 min ago
  • #kinnapper #saladora #viral #trending
    1
    #kinnapper #saladora #viral #trending
    user_Shariful Islam
    Shariful Islam
    Wedding service বৰপেটা, বৰপেটা, অসম•
    1 hr ago
  • ৰঙিয়া ৰেল জংচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আজি আটক কৰিবলৈ সক্ষম হয় ৰেল আৰক্ষী। গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত আৰক্ষীয়ে শান্তনু কুমাৰ নামৰ যুৱক জনক তালাচি চলাই তিনিটা পেকেটত থকা নিষিদ্ধ হেৰ'ইন জব্দ কৰে। ধৃত যুৱকজনে ৰেলেৰে বদৰপুৰৰ পৰা বিহাৰলৈ ড্ৰাগছখিনি সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ হাতত আটক হয় ।জব্দকৃত ড্ৰাগছ খিনিৰ মূল্য দহ লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে।
    1
    ৰঙিয়া ৰেল জংচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আজি আটক কৰিবলৈ সক্ষম হয় ৰেল আৰক্ষী।
গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত আৰক্ষীয়ে শান্তনু কুমাৰ নামৰ যুৱক জনক তালাচি চলাই  তিনিটা পেকেটত থকা নিষিদ্ধ হেৰ'ইন জব্দ কৰে।
ধৃত যুৱকজনে ৰেলেৰে বদৰপুৰৰ পৰা বিহাৰলৈ ড্ৰাগছখিনি সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ হাতত আটক হয় ।জব্দকৃত ড্ৰাগছ খিনিৰ মূল্য দহ লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    14 hrs ago
  • Post by Altaf Hussain
    1
    Post by Altaf Hussain
    user_Altaf Hussain
    Altaf Hussain
    Bajali (Pt), Assam•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.