logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

3 দিন ধরি একে রাহে বরপেটা জিলার কঠলীজার গাওত প্রচুর শিল বরষুণ হৈ আছে । আপোনালোকে শিল বরষুণর সময়ত বাহিরত উলাই নাহিব ঘরের ভিতরত থাকিব । লাইক শেয়ার কমেন্ট করুন প্লিজ

on 15 March
user_Shariful Islam
Shariful Islam
Wedding service বৰপেটা, বৰপেটা, অসম•
on 15 March

3 দিন ধরি একে রাহে বরপেটা জিলার কঠলীজার গাওত প্রচুর শিল বরষুণ হৈ আছে । আপোনালোকে শিল বরষুণর সময়ত বাহিরত উলাই নাহিব ঘরের ভিতরত থাকিব । লাইক শেয়ার কমেন্ট করুন প্লিজ

  • user_Local Boy Sani
    Local Boy Sani
    বৰপেটা, বৰপেটা, অসম
    ok
    on 15 March
More news from অসম and nearby areas
  • গৰু বিহুৰ দিনাই কৃষ্ণাইৰ ভোজমালাত অঘটন গৰু গা ধোৱাবলৈ গৈ কৃষ্ণাই নৈত নিৰুদ্দেশ যমজ ভাতৃ নিৰুদ্দেশ দীপাংকৰ নাথ আৰু দেৱাশীস নাথ টেঙাবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা
    1
    গৰু বিহুৰ দিনাই কৃষ্ণাইৰ ভোজমালাত অঘটন
গৰু গা ধোৱাবলৈ গৈ কৃষ্ণাই নৈত নিৰুদ্দেশ যমজ ভাতৃ নিৰুদ্দেশ দীপাংকৰ নাথ আৰু দেৱাশীস নাথ টেঙাবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা
    user_Ismail Hussain
    Ismail Hussain
    বালিজানা, গোৱালপাৰা, অসম•
    14 hrs ago
  • Post by Uttam Dutta
    1
    Post by Uttam Dutta
    user_Uttam Dutta
    Uttam Dutta
    উত্তৰ গুৱাহাটী (পিটি), কামৰূপ, অসম•
    11 hrs ago
  • AIUDF के सुप्रीमो मौलाना बदरुद्दीन अजमल चुनाव के मतदान के बाद पत्रकारों से की खास बातचीत #News report
    1
    AIUDF के सुप्रीमो मौलाना बदरुद्दीन अजमल चुनाव के मतदान के बाद पत्रकारों से की खास बातचीत
#News report
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    16 hrs ago
  • Post by Foridul lslam
    4
    Post by Foridul lslam
    user_Foridul lslam
    Foridul lslam
    মাওথাড্ৰাইছান, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    20 hrs ago
  • ধুবুৰীত কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ ৭৭ সংখ্যক বিহু উদযাপন। সমগ্ৰ অসমৰ লগতে ধুবুৰীতো উলহ মালহেৰে ৰঙালী বিহু উদযাপন কৰা হয়। গৰু বিহু দিনাৰ পৰাই ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে আজি ১৪ এপ্ৰিল তাৰিখে ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত বিহু সমিতিৰ পতাকা উত্তোলনেৰে বিহু কাৰ্যসুচীৰ আৰম্ভণি ঘটে। আজিৰ এই কার্যসূচীত ধুবুৰী জিলা জেষ্ঠ আৰক্ষী অধীক্ষক দেৱশীষ বৰা উপস্থিত থাকি স্মৃতি তৰ্পন কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে আমি যত থাকো সেয়াই আমাৰ ঘৰ হৈ পৰে আৰু আমি থকা এই ঘৰখিনিতে স্থানীয় লোকৰ সৈতে বিহু উদযাপন কৰো। ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে আজিৰ এই কাৰ্যসূচীৰ পিছতে অহা ৯ আৰু ১০ মে'ত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ ব্যৱস্থা কৰা হোৱা বুলি সদৰী কৰে।
    1
    ধুবুৰীত কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ ৭৭ সংখ্যক বিহু উদযাপন।
সমগ্ৰ অসমৰ লগতে ধুবুৰীতো উলহ মালহেৰে ৰঙালী বিহু উদযাপন কৰা হয়। 
গৰু বিহু দিনাৰ পৰাই ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে আজি ১৪ এপ্ৰিল তাৰিখে ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত বিহু সমিতিৰ পতাকা উত্তোলনেৰে বিহু কাৰ্যসুচীৰ আৰম্ভণি ঘটে। 
আজিৰ এই কার্যসূচীত ধুবুৰী জিলা জেষ্ঠ আৰক্ষী অধীক্ষক দেৱশীষ বৰা উপস্থিত থাকি স্মৃতি তৰ্পন কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে আমি যত থাকো সেয়াই আমাৰ ঘৰ হৈ পৰে আৰু আমি থকা এই ঘৰখিনিতে স্থানীয় লোকৰ সৈতে বিহু উদযাপন কৰো।
ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে আজিৰ এই কাৰ্যসূচীৰ পিছতে অহা ৯ আৰু ১০ মে'ত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ ব্যৱস্থা কৰা হোৱা বুলি সদৰী কৰে।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    7 hrs ago
  • ধুবুৰী জিলাত আৰম্ভ হ’বলৈ লৈছে এক পৱিত্ৰ আৰু ঐতিহ্যবাহী ধৰ্মীয় উৎসৱ। মেছপাৰা-বৰজান গাঁৱস্থিত মা মহামায়া ধামত আয়োজন কৰা হৈছে ১০৬ তম মা মহামায়া পূজা আৰু সাত বেষমাৰ মেলা। অহা ৪, ৫ আৰু ৬ বহাগ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই পৱিত্ৰ পূজা আৰু মেলা। ইতিমধ্যে অনুষ্ঠানটোক লৈ অঞ্চলজুৰি দেখা গৈছে ব্যাপক উৎসাহ আৰু প্ৰস্তুতি। আয়োজক সমিতিয়ে জনোৱা অনুসৰি, এই পূজা উপলক্ষে ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ লগতে প্ৰতিদিনে সন্ধিয়া থাকিব নাচ-গান আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। এই পৱিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মা মহামায়াৰ শ্ৰীচৰণত প্ৰণাম জনাই আশীৰ্বাদ লাভ কৰিবলৈ সকলো ভক্তবৃন্দ আৰু ৰাইজলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে।
    1
    ধুবুৰী জিলাত আৰম্ভ হ’বলৈ লৈছে এক পৱিত্ৰ আৰু ঐতিহ্যবাহী ধৰ্মীয় উৎসৱ। মেছপাৰা-বৰজান গাঁৱস্থিত মা মহামায়া ধামত আয়োজন কৰা হৈছে ১০৬ তম মা মহামায়া পূজা আৰু সাত বেষমাৰ মেলা।
অহা ৪, ৫ আৰু ৬ বহাগ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই পৱিত্ৰ পূজা আৰু মেলা। ইতিমধ্যে অনুষ্ঠানটোক লৈ অঞ্চলজুৰি দেখা গৈছে ব্যাপক উৎসাহ আৰু প্ৰস্তুতি।
আয়োজক সমিতিয়ে জনোৱা অনুসৰি, এই পূজা উপলক্ষে ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ লগতে প্ৰতিদিনে সন্ধিয়া থাকিব নাচ-গান আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী।
এই পৱিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মা মহামায়াৰ শ্ৰীচৰণত প্ৰণাম জনাই আশীৰ্বাদ লাভ কৰিবলৈ সকলো ভক্তবৃন্দ আৰু ৰাইজলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে।
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    11 hrs ago
  • असम गौरव जुबीन गर्ग के पत्नी गरिमा गर्ग 9 अप्रैल को मतदान करने पहुंची बीमारी के बाद भी
    1
    असम गौरव जुबीन गर्ग के पत्नी गरिमा गर्ग 9 अप्रैल को मतदान करने पहुंची बीमारी के बाद भी
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    17 hrs ago
  • ধুবুৰীৰ পৰা বিহাৰলৈ জীৱিকাৰ সন্ধানত যোৱা শ্ৰমিক উভতি আহিল এক ভয়ংকৰ দুস্বপ্ন লৈ। বিহাৰৰ এখন ইটা ভাটাৰ পৰা উদ্ধাৰ কৰি নিজ গৃহলৈ অনা হৈছে ধুবুৰী জিলাৰ ৪৭ গৰাকীকৈ শ্ৰমিকক। গুলিবিদ্ধ হোৱা শ্ৰমিক মালেকা বিবি নামৰ মহিলা গৰাকীও আছে লগত। এইসকলৰ ভিতৰত পুৰুষ, মহিলা আৰু শিশু অন্তৰ্ভুক্ত, যিসকলে মাহৰ পাছত মাহ অমানৱীয় পৰিস্থিতিত আবদ্ধ হৈ কাম কৰিবলৈ বাধ্য হৈছিল। ঘটনা ইয়াতে শেষ নহয়। একেই স্থানৰ পৰা উদ্ধাৰ হোৱা সাতগৰাকী নাবালিকা ছোৱালী এতিয়াও বিহাৰ প্ৰশাসনৰ জিম্মাত আছে বুলি শ্ৰমিক সকলৰ পৰা জানিব পৰা গৈছে। অভিযোগ অনুসৰি, এই ছোৱালীসকলৰ ওপৰত চলিছিল ভয়ংকৰ যৌন নিৰ্যাতন, যিয়ে সমগ্ৰ ঘটনাটো অধিক শিহৰণকাৰী কৰি তুলিছে। অভিযুক্ত এম ডি ওৱাইছ কাৰ্নী ওৰফে চুন্না মুখিয়াই শ্ৰমিক সকলৰ লগত চলাইছিল নিৰ্যাতন। নিৰ্যাতন চলোৱাত বাধা আৰোপ কৰাত শ্ৰমিক মালেকা বিবিক সোঁ-ভৰিত গুলীয়াই আঘাত কৰে যদিও বৰ্তমান সুস্থ অৱস্থাত ধুবুৰীলৈ আহি পাইছে। প্ৰায় সাত মাহ পূৰ্বে ধুবুৰীৰ পৰা জীৱিকা উপাৰ্জনৰ আশাত যোৱা এইসকল শ্ৰমিক বিহাৰৰ সাহাৰছা জিলাৰ কাহাৰা থানাৰ ধামচাইনীত অৱস্থিত “ষ্টাৰ মাৰ্কা ইটা ভাট্টা”ত আবদ্ধ হৈ পৰে। তাত তেওঁলোকক মজুৰি নিদিয়াকৈ জোৰ কৰি কাম কৰোৱা হৈছিল আৰু দৈনন্দিন জীৱন পৰিণত হৈছিল নিৰ্যাতন আৰু আতংকৰ মাজত। শ্ৰমিকৰ লগত অহা শ্ৰম বিষয়া ৰবীন্দ্ৰ কুমাৰ শৰ্মাই জনোৱা মতে, উদ্ধাৰ কৰা ৪৭ গৰাকীকৈ শ্ৰমিক আৰু তেওঁলোকৰ সন্তানক নিৰাপদে ধুবুৰীলৈ অনা হৈছে। সাতগৰাকী ছোৱালী বৰ্তমান সাহাৰছা, বিহাৰৰ এখন শিশুগৃহত আছে আৰু তেওঁলোকৰ যত্ন আৰু সুৰক্ষা নিশ্চিত কৰা হৈছে। ঘটনাটোৰ মূল অভিযুক্ত এম ডি ওৱাইছ কাৰ্নী ওৰফে চুন্না মুখিয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে। উদ্ধাৰ অভিযানত বিহাৰ আৰক্ষীৰ সাহাৰছা থানাৰ এটি দলে সহযোগিতা কৰি দুটা বাছত শ্ৰমিকসকলক নিৰপদে ধুবুৰীলৈ অনা হয় আৰু ধুবুৰী জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গতাই দিয়া হব বুলি জানিবলৈ দিয়ে। এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে জীৱিকা সন্ধানত বাহিৰলৈ যোৱা বহু শ্ৰমিক এতিয়াও ভয়ংকৰ শোষণ আৰু নিৰ্যাতনৰ সন্মুখীন হৈছে। বাইট : ১) শ্ৰম বিষয়া ৰবীন্দ্ৰ কুমাৰ শৰ্মা, বিহাৰ। বাইট ২) শ্ৰমিক।
    1
    ধুবুৰীৰ পৰা বিহাৰলৈ জীৱিকাৰ সন্ধানত যোৱা শ্ৰমিক উভতি আহিল এক ভয়ংকৰ দুস্বপ্ন লৈ।
বিহাৰৰ এখন ইটা ভাটাৰ পৰা উদ্ধাৰ কৰি নিজ গৃহলৈ অনা হৈছে ধুবুৰী জিলাৰ ৪৭ গৰাকীকৈ শ্ৰমিকক।
গুলিবিদ্ধ হোৱা শ্ৰমিক মালেকা বিবি নামৰ মহিলা গৰাকীও আছে লগত।
এইসকলৰ ভিতৰত পুৰুষ, মহিলা আৰু শিশু অন্তৰ্ভুক্ত, যিসকলে মাহৰ পাছত মাহ অমানৱীয় পৰিস্থিতিত আবদ্ধ হৈ কাম কৰিবলৈ বাধ্য হৈছিল।
ঘটনা ইয়াতে শেষ নহয়। একেই স্থানৰ পৰা উদ্ধাৰ হোৱা সাতগৰাকী নাবালিকা ছোৱালী এতিয়াও বিহাৰ প্ৰশাসনৰ জিম্মাত আছে বুলি শ্ৰমিক সকলৰ পৰা জানিব পৰা গৈছে। 
অভিযোগ অনুসৰি, এই ছোৱালীসকলৰ ওপৰত চলিছিল ভয়ংকৰ যৌন নিৰ্যাতন, যিয়ে সমগ্ৰ ঘটনাটো অধিক শিহৰণকাৰী কৰি তুলিছে।
অভিযুক্ত এম ডি ওৱাইছ কাৰ্নী ওৰফে চুন্না মুখিয়াই শ্ৰমিক সকলৰ লগত চলাইছিল নিৰ্যাতন। নিৰ্যাতন চলোৱাত বাধা আৰোপ কৰাত শ্ৰমিক মালেকা বিবিক সোঁ-ভৰিত গুলীয়াই আঘাত কৰে যদিও বৰ্তমান সুস্থ অৱস্থাত ধুবুৰীলৈ আহি পাইছে।
প্ৰায় সাত মাহ পূৰ্বে ধুবুৰীৰ পৰা জীৱিকা উপাৰ্জনৰ আশাত যোৱা এইসকল শ্ৰমিক বিহাৰৰ সাহাৰছা জিলাৰ কাহাৰা থানাৰ ধামচাইনীত অৱস্থিত “ষ্টাৰ মাৰ্কা ইটা ভাট্টা”ত আবদ্ধ হৈ পৰে। তাত তেওঁলোকক মজুৰি নিদিয়াকৈ জোৰ কৰি কাম কৰোৱা হৈছিল আৰু দৈনন্দিন জীৱন পৰিণত হৈছিল নিৰ্যাতন আৰু আতংকৰ মাজত।
শ্ৰমিকৰ লগত অহা শ্ৰম বিষয়া ৰবীন্দ্ৰ কুমাৰ শৰ্মাই জনোৱা মতে, উদ্ধাৰ কৰা ৪৭ গৰাকীকৈ শ্ৰমিক আৰু তেওঁলোকৰ সন্তানক নিৰাপদে ধুবুৰীলৈ অনা হৈছে। সাতগৰাকী ছোৱালী বৰ্তমান সাহাৰছা, বিহাৰৰ এখন শিশুগৃহত আছে আৰু তেওঁলোকৰ যত্ন আৰু সুৰক্ষা নিশ্চিত কৰা হৈছে।
ঘটনাটোৰ মূল অভিযুক্ত এম ডি ওৱাইছ কাৰ্নী ওৰফে চুন্না মুখিয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।
উদ্ধাৰ অভিযানত বিহাৰ আৰক্ষীৰ সাহাৰছা থানাৰ এটি দলে সহযোগিতা কৰি দুটা বাছত শ্ৰমিকসকলক নিৰপদে ধুবুৰীলৈ অনা হয় আৰু ধুবুৰী জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গতাই দিয়া হব বুলি জানিবলৈ দিয়ে।
এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে জীৱিকা সন্ধানত বাহিৰলৈ যোৱা বহু শ্ৰমিক এতিয়াও ভয়ংকৰ শোষণ আৰু নিৰ্যাতনৰ সন্মুখীন হৈছে।
বাইট : ১) শ্ৰম বিষয়া ৰবীন্দ্ৰ কুমাৰ শৰ্মা,
বিহাৰ।
বাইট ২) শ্ৰমিক।
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    10 hrs ago
  • Post by Eakupall
    1
    Post by Eakupall
    user_Eakupall
    Eakupall
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.