logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত SFT টিমৰ অভিযান বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতেই প্রতি খন বাহনত চলাইছে পৰীক্ষা। লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত SFT টিমৰ অভিযান বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতেই প্রতি খন বাহনত চলাইছে পৰীক্ষা।

17 hrs ago
user_Palash Gogoi Press
Palash Gogoi Press
Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
17 hrs ago

লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত SFT টিমৰ অভিযান বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতেই প্রতি খন বাহনত চলাইছে পৰীক্ষা। লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত SFT টিমৰ অভিযান বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতেই প্রতি খন বাহনত চলাইছে পৰীক্ষা।

More news from অসম and nearby areas
  • লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত SFT টিমৰ অভিযান বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতেই প্রতি খন বাহনত চলাইছে পৰীক্ষা।
    1
    লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত SFT টিমৰ অভিযান
বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতেই
প্রতি খন বাহনত চলাইছে  পৰীক্ষা।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    17 hrs ago
  • সংকটজনক অৱস্থাত ২ জনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
    1
    সংকটজনক অৱস্থাত ২ জনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    2 hrs ago
  • গোলাঘাট সমষ্টি বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ প্ৰথম প্ৰতিক্ৰিয়া। উন্নয়ন বি জে পি চৰকাৰৰ প্ৰথম চিন্তা,যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি এখন সুন্দৰ গোলাঘাট গঢ় দিয়া এইবাৰ নিৰ্বাচনৰ মূল লক্ষ্য হব বুলি বৃহস্পতি বাৰে মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ
    1
    গোলাঘাট সমষ্টি বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ প্ৰথম  প্ৰতিক্ৰিয়া।
উন্নয়ন বি জে পি চৰকাৰৰ প্ৰথম চিন্তা,যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি এখন সুন্দৰ গোলাঘাট গঢ় দিয়া এইবাৰ নিৰ্বাচনৰ মূল লক্ষ্য হব বুলি বৃহস্পতি বাৰে মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    12 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    সাংবাদিক বিশ্বনাথ, বিশ্বনাথ, অসম•
    11 hrs ago
  • নিৰ্বাচনী বতাহে গৰম কৰি তোলা ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত এইবাৰ বিশেষ চৰ্চালৈ আহিছে ডিমৌ বিধানসভা সমষ্টি। ডিমৌত এতিয়া সক্ৰিয় ৰূপত দেখা গৈছে ৰাইজৰ দলক। আজি সমষ্টিটোত ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে এক উষ্ম পৰিৱেশৰ সৃষ্টি হয়। ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে আজিৰ পৰাই নিজৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ তীব্ৰতৰ কৰি তুলিছে।
    1
    নিৰ্বাচনী বতাহে গৰম কৰি তোলা ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত এইবাৰ বিশেষ চৰ্চালৈ আহিছে ডিমৌ বিধানসভা সমষ্টি। ডিমৌত এতিয়া সক্ৰিয় ৰূপত দেখা গৈছে ৰাইজৰ দলক। আজি সমষ্টিটোত ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে এক উষ্ম পৰিৱেশৰ সৃষ্টি হয়। ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে আজিৰ পৰাই নিজৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ তীব্ৰতৰ কৰি তুলিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    9 hrs ago
  • ছয় মাহ ওকলি যোৱাৰ পাছতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় নোপোৱা আৰু জুবিন ক্ষেত্ৰ বিশ্বৰ মানদণ্ডত প্ৰতিষ্ঠা কৰাৰ দাবী মৌন শিখা সমদল কাৰ্যসূচী ৰূপায়ণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
    1
    ছয় মাহ ওকলি যোৱাৰ পাছতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় নোপোৱা আৰু জুবিন ক্ষেত্ৰ বিশ্বৰ মানদণ্ডত প্ৰতিষ্ঠা কৰাৰ দাবী মৌন শিখা সমদল কাৰ্যসূচী ৰূপায়ণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    7 min ago
  • বিজেপিৰ নেতা সুৰুয দিহিঙ্গীয়াই মাহমৰা বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভৰ পাছতেই উৎফুল্লিত সমৰ্থক সকল। বিহুনাম জুৰিলে সমৰ্থকে। পিতৃয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ আনন্দত এপাক নাচিলে জিয়ৰীয়ে।
    1
    বিজেপিৰ নেতা সুৰুয দিহিঙ্গীয়াই মাহমৰা বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভৰ পাছতেই উৎফুল্লিত সমৰ্থক সকল। বিহুনাম জুৰিলে সমৰ্থকে। পিতৃয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ আনন্দত এপাক নাচিলে জিয়ৰীয়ে।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    2 hrs ago
  • ৰঙানদীৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতে বিশেষ পণ ল'লে যুৱনেতা ঋষিৰাজ হাজৰিকাই।
    1
    ৰঙানদীৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতে বিশেষ পণ ল'লে যুৱনেতা ঋষিৰাজ হাজৰিকাই।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    17 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.