Shuru
Apke Nagar Ki App…
শিৱসাগৰৰ ব'ৰ্ডিং খেলপথাৰত অহা ১৫ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ খোজৰ উদ্যোগত শিৱসাগৰ গ্ৰন্থ উৎসৱ। দেওবাৰে এই উৎসৱৰ লাইখুঁটা স্থাপন কৰে বিশিষ্ট বুৰঞ্জীবিদ, সাহিত্যিক প্ৰেম গগৈয়ে। ৰাজ্যৰ লগতে দেশ-বিদেশৰ বহুকেইটা গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা প্ৰতিষ্ঠানে গ্ৰন্থ উৎসৱত যোগদান কৰিব।
Samsul Haque
শিৱসাগৰৰ ব'ৰ্ডিং খেলপথাৰত অহা ১৫ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ খোজৰ উদ্যোগত শিৱসাগৰ গ্ৰন্থ উৎসৱ। দেওবাৰে এই উৎসৱৰ লাইখুঁটা স্থাপন কৰে বিশিষ্ট বুৰঞ্জীবিদ, সাহিত্যিক প্ৰেম গগৈয়ে। ৰাজ্যৰ লগতে দেশ-বিদেশৰ বহুকেইটা গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা প্ৰতিষ্ঠানে গ্ৰন্থ উৎসৱত যোগদান কৰিব।
More news from Sivasagar and nearby areas
- শিৱসাগৰৰ ঐতিহাসিক ব’ৰ্ডিং খেলপথাৰত ১৫ অক্টোবৰৰ পৰা ‘খোজ’ৰ উদ্যোগত ‘শিৱসাগৰ গ্ৰন্থ উৎসৱ’ গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন...1
- আজি ৰাতিপুৱা ৯ মান বজাত শিৱসাগৰ যান-বাহন আৰক্ষীয়ে ৰাস্তাত দৌৰাত্ম চলাই ফুৰা ইটা ভৰ্তী নাম্বাৰ প্লেট বিহীন এখন Mahindra Balero pick-up বাহন জব্দ কৰে। জানিব পৰা মতে গাড়ী খনৰ কোনো নথি পত্ৰ নাই। ধন্যবাদ শিৱসাগৰ আৰক্ষী।#Assam police.1
- Story : আমগুৰিত নিযুত মইনা আচঁনিৰ শুভ উদ্বোধন ।দেওবাৰে নিযুত মইনা আচঁনিৰ ‘চেক’ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় আমগুৰি মহাবিদ্যালয় পেক্ষাগৃহত । মুঠ ৪ খন শিক্ষানুষ্ঠানৰ ৩১৪ গৰাকী ছাত্ৰীক আজি নিযুত মাইনা আঁচনিৰ জৰিয়তে চেক বিতৰণ কৰা হয় । ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানত শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্তৰ লগতে মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিধায়ক প্ৰদীপ হাজৰিকা1
- শিৱসাগৰৰ ব'ৰ্ডিং খেলপথাৰত অহা ১৫ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ খোজৰ উদ্যোগত শিৱসাগৰ গ্ৰন্থ উৎসৱ। দেওবাৰে এই উৎসৱৰ লাইখুঁটা স্থাপন কৰে বিশিষ্ট বুৰঞ্জীবিদ, সাহিত্যিক প্ৰেম গগৈয়ে। ৰাজ্যৰ লগতে দেশ-বিদেশৰ বহুকেইটা গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা প্ৰতিষ্ঠানে গ্ৰন্থ উৎসৱত যোগদান কৰিব।1
- শিৱসাগৰ পানবেচাত খেতিয়ক সকলৰ মাজত লাগিছে হাহাকাৰ...1
- শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন। দুৰ্গোৎসৱক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ অন্যান্য স্থানৰ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ ঐতিহাসিক দেৱী দৌলতো দুৰ্গা পূজাক লৈ ব্যাপক ব্যস্ততা।1
- প্ৰতিযোগীৰ নাম: কৌস্তৱ বৰঠাকুৰ বয়স- ১৯ ঠিকনা: হাঁহচৰা ঢেকেৰী গাঁও, শিৱসাগৰ1
- শিৱসাগৰ কে. পি. চাৰিআলিৰ শংকৰ মন্দিৰ পথৰ কাষত অনন্যা শইকীয়া আৰু স্বস্তিকা ভৰদ্বাজৰ 'HEARTY MEALS' ৰেষ্টোৰেণ্টৰ উদ্বোধনী অনুষ্ঠান।1