Shuru
Apke Nagar Ki App…
Story : আমগুৰিত নিযুত মইনা আচঁনিৰ শুভ উদ্বোধন ।দেওবাৰে নিযুত মইনা আচঁনিৰ ‘চেক’ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় আমগুৰি মহাবিদ্যালয় পেক্ষাগৃহত । মুঠ ৪ খন শিক্ষানুষ্ঠানৰ ৩১৪ গৰাকী ছাত্ৰীক আজি নিযুত মাইনা আঁচনিৰ জৰিয়তে চেক বিতৰণ কৰা হয় । ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানত শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্তৰ লগতে মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিধায়ক প্ৰদীপ হাজৰিকা
Satyabrat koch

More news from Sivasagar and nearby areas
- শিৱসাগৰৰ ঐতিহাসিক ব’ৰ্ডিং খেলপথাৰত ১৫ অক্টোবৰৰ পৰা ‘খোজ’ৰ উদ্যোগত ‘শিৱসাগৰ গ্ৰন্থ উৎসৱ’ গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন...1
- আজি ৰাতিপুৱা ৯ মান বজাত শিৱসাগৰ যান-বাহন আৰক্ষীয়ে ৰাস্তাত দৌৰাত্ম চলাই ফুৰা ইটা ভৰ্তী নাম্বাৰ প্লেট বিহীন এখন Mahindra Balero pick-up বাহন জব্দ কৰে। জানিব পৰা মতে গাড়ী খনৰ কোনো নথি পত্ৰ নাই। ধন্যবাদ শিৱসাগৰ আৰক্ষী।#Assam police.1
- Story : আমগুৰিত নিযুত মইনা আচঁনিৰ শুভ উদ্বোধন ।দেওবাৰে নিযুত মইনা আচঁনিৰ ‘চেক’ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় আমগুৰি মহাবিদ্যালয় পেক্ষাগৃহত । মুঠ ৪ খন শিক্ষানুষ্ঠানৰ ৩১৪ গৰাকী ছাত্ৰীক আজি নিযুত মাইনা আঁচনিৰ জৰিয়তে চেক বিতৰণ কৰা হয় । ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানত শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্তৰ লগতে মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিধায়ক প্ৰদীপ হাজৰিকা1
- শিৱসাগৰৰ ব'ৰ্ডিং খেলপথাৰত অহা ১৫ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ খোজৰ উদ্যোগত শিৱসাগৰ গ্ৰন্থ উৎসৱ। দেওবাৰে এই উৎসৱৰ লাইখুঁটা স্থাপন কৰে বিশিষ্ট বুৰঞ্জীবিদ, সাহিত্যিক প্ৰেম গগৈয়ে। ৰাজ্যৰ লগতে দেশ-বিদেশৰ বহুকেইটা গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা প্ৰতিষ্ঠানে গ্ৰন্থ উৎসৱত যোগদান কৰিব।1
- শিৱসাগৰ পানবেচাত খেতিয়ক সকলৰ মাজত লাগিছে হাহাকাৰ...1
- শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন। দুৰ্গোৎসৱক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ অন্যান্য স্থানৰ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ ঐতিহাসিক দেৱী দৌলতো দুৰ্গা পূজাক লৈ ব্যাপক ব্যস্ততা।1
- প্ৰতিযোগীৰ নাম: কৌস্তৱ বৰঠাকুৰ বয়স- ১৯ ঠিকনা: হাঁহচৰা ঢেকেৰী গাঁও, শিৱসাগৰ1
- শিৱসাগৰ কে. পি. চাৰিআলিৰ শংকৰ মন্দিৰ পথৰ কাষত অনন্যা শইকীয়া আৰু স্বস্তিকা ভৰদ্বাজৰ 'HEARTY MEALS' ৰেষ্টোৰেণ্টৰ উদ্বোধনী অনুষ্ঠান।1