Shuru
Apke Nagar Ki App…
হোজাই ক্ৰীড়া সন্থাৰ সভাপতি শিলাদিত্যৰ দেৱৰ বিৰুদ্ধে সংবাদমেল। সংবাদমেলত শিলাদিত্য দেৱৰ বিৰুদ্ধে একনায়কত্ববাদ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মনোৱাৰ হুছেইনে।
Jemir ahmed
হোজাই ক্ৰীড়া সন্থাৰ সভাপতি শিলাদিত্যৰ দেৱৰ বিৰুদ্ধে সংবাদমেল। সংবাদমেলত শিলাদিত্য দেৱৰ বিৰুদ্ধে একনায়কত্ববাদ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মনোৱাৰ হুছেইনে।
More news from Doboka and nearby areas
- কৰ্ডবা স্কুলৰ কণ কণ শিক্ষাৰ্থীয়ে ডবকাত বনালে আৰু এখন ডবকা।1
- বানৰ পিছতেই কামপুৰত জাপানিজ এনকেফেলাইটিছে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। কামপুৰ অঞ্চলত বৰ্তমানলৈকে দুজন লোকৰ লগত কৰুণ ঘটনা...1
- বানৰ পাছতে কঠিয়াতলীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ দ্বিতীয় গৰাকী ৰোগীৰ মৃত্যু হৈছে কঠিয়াতলীত ৷ মৃত্যু হোৱা মহিলা গৰাকী কঠিয়াতলী পশ্চিম কাৱৈমাৰীৰ মৰমী দেৱী বৰা বুলি জানিব পৰা গৈছে ৷ নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু মহিলা গৰাকীৰ ৷ ইফালে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আন তিনি গৰাকী ৰোগী বৰ্তমানো চিকিৎসাধীন ৷ চিকিৎসাধীন কামপুৰ তেতেলীসৰাৰ পল্লৱ হাজৰিকা, নিজ কঠিয়াতলীৰ আছান হ'ক আৰু ৰাঙলুৰ ৰহিমা খাতুন ৷ সম্প্ৰতি GMCH ত চিকিৎসাধীন অৱস্থাত আছে আক্ৰান্ত সকল ৷ স্বাস্থ্য বিভাগে গাঁৱে গাঁৱে ধোৱা দি ম'হ খেদাৰ বিশেষ ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হৈছে ৷1
- মাজুলীত প্ৰথমখন আয়ুৰ্বেদিক চিকিৎসালয় । মাজুলী ফুলনি।।1
- Raha News : ৰহা আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াৰ দাদাগিৰি ! N18V1
- জুৰীয়া চামধৰাত দুই যুৱকৰ পানীত ডুব গৈ মৃত্যু1
- কলিয়াবৰ , চিকনি চাহ বাগিছাত আটছাৰ আৰু চাহ শ্ৰমিক তীব্ৰ প্ৰতিবাদ ।1
- কলিয়াবৰত নতুনকৈ নিৰ্মাণ হ’বলগা চাৰিলেনযুক্ত পথৰ বিৰুদ্ধিতাৰে প্ৰতিবাদ চাহ শ্ৰমিক¸আটছাৰ। চিকনি চাহ বাগিছাত কলিয়াবৰ আটছাৰ উদ্যোগত বাগিছাখনৰ শ্ৰমিক ৰাইজে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে।1