Shuru
Apke Nagar Ki App…
জুইয়ে পোৰা সোণ হৈ জিলিকিছে লাওঁখোৱাৰ কামাখ্যা চেটাৰ্জী আৰু মায়া চেটাৰ্জীৰ এক মাত্ৰ কন্যা সন্তান মিনাক্ষী চ্যাটাৰ্জী। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাত আটাই কেইটা বিষয়ত লেটাৰ মাৰ্ক সহ ৯২ শতাংশ উত্তীৰ্ণৰে লাওঁখোৱালৈ গৌৰৱ কঢ়িয়াই আনিছে পিতৃ হাৰা মিনাক্ষী চ্যাটাৰ্জীয়ে। ৫ বছৰ বয়সত পিতৃৰ মৃত্যু হোৱাৰ পিছত মাতৃয়ে কেতিয়াবা ইটা ভাটা কেতিয়াবা লোকৰ ঘৰত দিন হাজিৰা কৰিছিল। বৰ্তমান লাওঁখোৱা হাইস্কুলৰ সন্মুখত সৰু এটি দোকানৰ পৰা ঘৰখনৰ একমাত্ৰ কন্যা সন্তানৰ পঢ়াৰ খৰচ যোগান ধৰিছিল। ঘৰখনৰ একমাত্ৰ কন্যা সন্তান সন্তান মিনাক্ষী চ্যাটাৰ্জী। আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি আটাই কেইটা বিষয়ত লেটাৰ সহ ৯২ শতাংশ উত্তীৰ্ণৰে ফলাফলেৰে উজলি উঠিছে। সমগ্ৰ লাওঁখোৱা অঞ্চললৈ গৌৰব কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে লাওঁখোৱা বাসী।
AM News 24

More news from অসম and nearby areas
- দিন হাজিৰা কৰা পিতৃৰ মুখত হাঁহি বিৰিঙালে জয়মতী দাসে। ৰূপহীহাটৰ গঢ়াজান গাঁৱৰ দুখীয়া কৃষক ৰবীন্দ্ৰ দাস।দিন হাজিৰা কৰা শ্ৰমিকৰ গৰাকীৰ কন্যা জয়মতী দাসে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সোণ হৈ জিলিকি উঠিছে।ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰম থাকিলে আৰ্থিক অনাটন কেতিয়াও সফলতাৰ পথত কোনো বাধাই লক্ষ্যত উপনীত হোৱাত হেঙাৰ হ’ব নোৱাৰে। তাৰে প্ৰমাণ দিছে ৰূপহীহাটৰ দুখীয়া শ্ৰমিকৰ কন্যা জয়মতী দাসে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে জয়মতী দাসে।ৰূপহীহাটৰ ব্যাক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান এমবিশ্যন একাডেমীৰ পৰা জয়মতী দাসে আটাইকেইটা বিষয়ত লেটাৰসহ ৯১.৪ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। মেধাবী ছাত্রী গৰাকীয়ে তৰ্ক বিজ্ঞান বিষয়ত ৯৯ নম্বৰ লাভ কৰে। জয়মতী দাসে আইনত ভৰ্তি হৈ ভৱিষ্যতে ওকালতি কৰাৰ সপোন। ছাত্ৰী গৰাকীৰ এনে সাফল্যত ৰূপহী সংবাদ ক্লাবৰ সদস্য সকলে আজি গঢ়াজানত ছাত্ৰী গৰাকীৰ ঘৰত উপস্থিত হৈ ছাত্ৰী গৰাকীৰ লগতে পিতৃ-মাতৃকো সম্বৰ্দ্ধনা জনায়। ৰূপহী সংবাদ ক্লাবৰ সদস্য সকলে ছাত্রী গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।1
- Post by Mahesh kumar das1
- উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা নাগমা চুলতানাক সম্বৰ্ধনা গ্ৰেভিটি কনিষ্ঠ মহাবিদ্যালয়ৰ1
- Post by অঞ্জন শইকীয়া4
- Post by MAMTAZ BEGUM1
- Post by KHABAR 24 BISWANATH1
- ৰহাত চোৰৰ চকু বিদ্যালয়ত৷ ৰহাৰ মাজমজিয়াতে অৱস্থিত ৰহা মজলীয়া বিদ্যালয়ত নিশা চোৰে চলালে চাফাই অভিযান৷ যোৱা নিশা চোৰে বিদ্যালয়খনৰ ভেণ্টিলেটৰ ভাঙি চুৰ কৰিলে ৬খনকৈ ফেন৷ লণ্ড ভণ্ড কৰিলে আচবাব৷ পিচত আৰক্ষীক খবৰ দিয়াত ৰহা আৰক্ষীয়ে তদন্ত কৰিছে যদিও চোৰ ধৰিবলৈ কিমান সফল হ‘ব সেয়া সময়েহে ক’ব৷ ইয়াৰ পূৰ্বেও বিধানসভা নিৰ্বাচনৰ পিচদিনাই চোৰে বিদ্যালয়খনৰ পৰা চাৰিখনকৈ ফেন চুৰি কৰিছিল৷1
- Post by Mahesh kumar das1
- ইব্রাহিম আলী9