logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ হেঙাৰ হব নোৱাৰে। বিশ্বনাথ চাৰিআলিৰ আমবাৰী সেউজপুৰ নিবাসী পিতৃ মহম্মদ ৰুবুল আলি আৰু মাতৃ শ্বাহিদা বেগমৰ জীয়ৰী ৰুকছানা বেগমে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই মেধাবী ছাত্ৰী গৰাকীয়ে প্ৰথমে চাৰিআলি নগৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰি বিশ্বনাথ চাৰিআলী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণী উৰ্ত্তীণ হৈ ৰুকছানা বেগমে তৰুণচন্দ্ৰ চিনিয়ৰ চেকেণ্ডৰি স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮৭ শতাংশ নম্বৰত উৰ্ত্তীণ হৈছে। দেউতাকে সেউজপুৰত ভাৰা ঘৰত থাকি মনিহাৰী ব্যৱসায় ফেৰি কৰি জীয়ৰী ৰুকছানা বেগমক বহু কষ্টৰ মাজত পঢ়াইছিল। যদিও ৰুকছানা বেগমে সৰু সৰু ছাত্ৰ ছাত্ৰীক টিউচন কৰাই নিজৰ পঢ়াশুনাৰ বাবে খৰচ উলিয়াই কিতাপ বহি কিনি শিক্ষা গ্ৰহণ কি আহিছে বুলি ভাৱ প্ৰকাশ কৰে। যাৰ ভিতৰত ইংৰাজীত ৭৭ , অসমীয়া ৮৭ জিঅগ্ৰাফিত ৯৪ কেমেষ্ট্ৰি ছাইঞ্চত ৯১ ৰাজনীতি বিজ্ঞানত ৮৭ ইডোকেছনত ৭৫ নম্বৰত উৰ্ত্তীণ হৈছে।

11 hrs ago
user_অঞ্জন শ‌ইকীয়া
অঞ্জন শ‌ইকীয়া
না-দুৱাৰ, বিশ্বনাথ, অসম•
11 hrs ago

দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ হেঙাৰ হব নোৱাৰে। বিশ্বনাথ চাৰিআলিৰ আমবাৰী সেউজপুৰ নিবাসী পিতৃ মহম্মদ ৰুবুল আলি আৰু মাতৃ শ্বাহিদা বেগমৰ জীয়ৰী ৰুকছানা বেগমে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই মেধাবী ছাত্ৰী গৰাকীয়ে প্ৰথমে

চাৰিআলি নগৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰি বিশ্বনাথ চাৰিআলী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণী উৰ্ত্তীণ হৈ ৰুকছানা বেগমে তৰুণচন্দ্ৰ চিনিয়ৰ চেকেণ্ডৰি স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮৭ শতাংশ নম্বৰত উৰ্ত্তীণ হৈছে।

দেউতাকে সেউজপুৰত ভাৰা ঘৰত থাকি মনিহাৰী ব্যৱসায় ফেৰি কৰি জীয়ৰী ৰুকছানা বেগমক বহু কষ্টৰ মাজত পঢ়াইছিল। যদিও ৰুকছানা বেগমে সৰু সৰু ছাত্ৰ ছাত্ৰীক টিউচন কৰাই নিজৰ পঢ়াশুনাৰ বাবে

খৰচ উলিয়াই কিতাপ বহি কিনি শিক্ষা গ্ৰহণ কি আহিছে বুলি ভাৱ প্ৰকাশ কৰে। যাৰ ভিতৰত ইংৰাজীত ৭৭ , অসমীয়া ৮৭ জিঅগ্ৰাফিত ৯৪ কেমেষ্ট্ৰি ছাইঞ্চত ৯১ ৰাজনীতি বিজ্ঞানত ৮৭ ইডোকেছনত ৭৫ নম্বৰত উৰ্ত্তীণ হৈছে।

More news from অসম and nearby areas
  • নগাঁৱত এইবাৰ বিদ্যালয়ত লুটপাত চলাই মদৰ পাৰ্টী কৰিলে চোৰে নগাঁও চহৰৰ আৰ কে ৰোডৰ নগাঁও বাঙ্গালী প্ৰাথমিক বিদ্যালয়ত বুধবাৰে নিশা সংঘটিত হ’ল চুৰিকাণ্ড বিদ্যালয় কোঠাৰ তলা ভাঙি চোৰে ৰান্ধনী ঘৰৰ সকলো বাচন-বৰ্তন, বিদ্যালয়ত থকা পিতলৰ বহু সামগ্ৰীৰ লগতে আন মুল্যবান বস্তু চোৰে চুৰি কৰি নিয়ে বিদ্যালয়ৰ কোঠাত সিঁচৰতি হৈ থকা গিলাচ প্ৰত্যক্ষ কৰি চুৰিকাণ্ড সংঘটিত কৰা চোৰে বিদ্যালয়ৰ ভিতৰতে মদৰ পাৰ্টী কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে পুৱা বিদ্যালয়লৈ অহা শিক্ষকে চুৰি হোৱাৰ উমান পাই খবৰ দিয়ে ইটাচালী আৰক্ষী চকীত
    1
    নগাঁৱত এইবাৰ বিদ্যালয়ত লুটপাত চলাই মদৰ পাৰ্টী কৰিলে চোৰে
নগাঁও চহৰৰ আৰ কে ৰোডৰ নগাঁও বাঙ্গালী প্ৰাথমিক বিদ্যালয়ত বুধবাৰে নিশা সংঘটিত হ’ল চুৰিকাণ্ড
বিদ্যালয় কোঠাৰ তলা ভাঙি চোৰে ৰান্ধনী ঘৰৰ সকলো বাচন-বৰ্তন, বিদ্যালয়ত থকা পিতলৰ বহু সামগ্ৰীৰ লগতে আন মুল্যবান বস্তু চোৰে চুৰি কৰি নিয়ে
বিদ্যালয়ৰ কোঠাত সিঁচৰতি হৈ থকা গিলাচ প্ৰত্যক্ষ কৰি চুৰিকাণ্ড সংঘটিত কৰা চোৰে বিদ্যালয়ৰ ভিতৰতে মদৰ পাৰ্টী কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে
পুৱা বিদ্যালয়লৈ অহা শিক্ষকে চুৰি হোৱাৰ উমান পাই খবৰ দিয়ে  ইটাচালী আৰক্ষী চকীত
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    3 hrs ago
  • চাপৰৰ শ্ৰী গ্ৰাম অঞ্চলত অবৈধ বাবে লাল মাটি কৰিওৱা ডাম্পাৰৰ দৌৰাত্ম্য। দিনে নিশাই চলি আছে অবৈধ বাবে লাল মাটিৰ খনন কাৰ্য্য। শালকোচা বন বিভাগৰ কাৰ্যালয়ৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগত এনে দৰে চলাই আছে লাল মাটিৰ খনন কাৰ্য্য। জানিব পৰা মতে ধুবুৰীৰ ডিয়েপু আৰু শালকোচা বন বিষয়া গৰাকীৰ লগতে মাটি মাফিয়া ইষ্টিপিনৰ লগত বৃহৎ অংকৰ টকাৰ লেনদেন হোৱা বুলিও অভিযোগ উত্থাপন হৈছে। দীৰ্ঘদিনৰ পৰাই উক্ত গাঁৱৰ জিয়াউৰ ৰহমান অৰফে ইষ্টিপিন নামৰ ব্যাক্তি জনৰ নেতৃত্বত চলি আছে অবৈধ বাবে লাল মাটিৰ ৰমৰমীয়া বেহা। মাটি মাফিয়া ইষ্টিপিনে কাক কাক মেনেজ কৰি চলাই আছে লাল মাটিৰ খনন কাৰ্য্য। শুনক স্থানীয় ৰাইজৰ মুখৰ পৰা।
    1
    চাপৰৰ শ্ৰী গ্ৰাম অঞ্চলত অবৈধ বাবে লাল মাটি কৰিওৱা ডাম্পাৰৰ দৌৰাত্ম্য।
দিনে নিশাই চলি আছে অবৈধ বাবে লাল মাটিৰ খনন কাৰ্য্য।
শালকোচা বন বিভাগৰ কাৰ্যালয়ৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগত এনে দৰে চলাই আছে লাল মাটিৰ খনন কাৰ্য্য।
জানিব পৰা মতে ধুবুৰীৰ ডিয়েপু আৰু শালকোচা বন বিষয়া গৰাকীৰ লগতে মাটি মাফিয়া ইষ্টিপিনৰ লগত বৃহৎ অংকৰ টকাৰ লেনদেন হোৱা বুলিও অভিযোগ উত্থাপন হৈছে।
দীৰ্ঘদিনৰ পৰাই উক্ত গাঁৱৰ জিয়াউৰ ৰহমান অৰফে ইষ্টিপিন নামৰ ব্যাক্তি জনৰ নেতৃত্বত চলি আছে অবৈধ বাবে লাল মাটিৰ ৰমৰমীয়া বেহা।
মাটি মাফিয়া ইষ্টিপিনে কাক কাক মেনেজ কৰি চলাই আছে লাল মাটিৰ খনন কাৰ্য্য। শুনক স্থানীয় ৰাইজৰ মুখৰ পৰা।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    9 hrs ago
  • Post by MAMTAZ BEGUM
    1
    Post by MAMTAZ BEGUM
    user_MAMTAZ BEGUM
    MAMTAZ BEGUM
    Pharmacist দলগাঁও (পিটি), দৰং, অসম•
    12 hrs ago
  • Post by Khipro Jyoti bhuyan
    1
    Post by Khipro Jyoti bhuyan
    user_Khipro Jyoti bhuyan
    Khipro Jyoti bhuyan
    বিহপুৰীয়া, লখিমপুৰ, অসম•
    17 hrs ago
  • মৰিগাঁৱত আইদেউ সন্দিকৈ শাখা লেখিকা সংস্থাৰ উদ্যোগত আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠান
    1
    মৰিগাঁৱত আইদেউ সন্দিকৈ শাখা লেখিকা সংস্থাৰ উদ্যোগত আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠান
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    7 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    8 hrs ago
  • ৰহাত চোৰৰ চকু বিদ্যালয়ত৷ ৰহাৰ মাজমজিয়াতে অৱস্থিত ৰহা মজলীয়া বিদ্যালয়ত নিশা চোৰে চলালে চাফাই অভিযান৷ যোৱা নিশা চোৰে বিদ্যালয়খনৰ ভেণ্টিলেটৰ ভাঙি চুৰ কৰিলে ৬খনকৈ ফেন৷ লণ্ড ভণ্ড কৰিলে আচবাব৷ পিচত আৰক্ষীক খবৰ দিয়াত ৰহা আৰক্ষীয়ে তদন্ত কৰিছে যদিও চোৰ ধৰিবলৈ কিমান সফল হ‘ব সেয়া সময়েহে ক’ব৷ ইয়াৰ পূৰ্বেও বিধানসভা নিৰ্বাচনৰ পিচদিনাই চোৰে বিদ্যালয়খনৰ পৰা চাৰিখনকৈ ফেন চুৰি কৰিছিল৷
    1
    ৰহাত চোৰৰ চকু বিদ্যালয়ত৷ ৰহাৰ মাজমজিয়াতে অৱস্থিত ৰহা মজলীয়া বিদ্যালয়ত নিশা চোৰে চলালে চাফাই অভিযান৷ যোৱা নিশা চোৰে বিদ্যালয়খনৰ ভেণ্টিলেটৰ ভাঙি চুৰ কৰিলে ৬খনকৈ ফেন৷ লণ্ড ভণ্ড কৰিলে আচবাব৷ পিচত আৰক্ষীক খবৰ দিয়াত ৰহা আৰক্ষীয়ে তদন্ত কৰিছে যদিও চোৰ ধৰিবলৈ কিমান সফল হ‘ব সেয়া সময়েহে ক’ব৷ ইয়াৰ পূৰ্বেও বিধানসভা নিৰ্বাচনৰ পিচদিনাই চোৰে বিদ্যালয়খনৰ পৰা চাৰিখনকৈ ফেন চুৰি কৰিছিল৷
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    3 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    11 hrs ago
  • Post by Pratidin Sarupathar
    1
    Post by Pratidin Sarupathar
    user_Pratidin Sarupathar
    Pratidin Sarupathar
    Sarupathar, Golaghat•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.