logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নগাঁও চহৰৰ আৰ কে ৰোডৰ নগাঁও বাঙ্গালী প্ৰাথমিক বিদ্যালয়ত চোৰে চলালে চাফাই অভিযান, চোৰে বিদ্যালয়ৰ ভিতৰতে কৰে মদৰ পাৰ্টী নগাঁৱত এইবাৰ বিদ্যালয়ত লুটপাত চলাই মদৰ পাৰ্টী কৰিলে চোৰে নগাঁও চহৰৰ আৰ কে ৰোডৰ নগাঁও বাঙ্গালী প্ৰাথমিক বিদ্যালয়ত বুধবাৰে নিশা সংঘটিত হ’ল চুৰিকাণ্ড বিদ্যালয় কোঠাৰ তলা ভাঙি চোৰে ৰান্ধনী ঘৰৰ সকলো বাচন-বৰ্তন, বিদ্যালয়ত থকা পিতলৰ বহু সামগ্ৰীৰ লগতে আন মুল্যবান বস্তু চোৰে চুৰি কৰি নিয়ে বিদ্যালয়ৰ কোঠাত সিঁচৰতি হৈ থকা গিলাচ প্ৰত্যক্ষ কৰি চুৰিকাণ্ড সংঘটিত কৰা চোৰে বিদ্যালয়ৰ ভিতৰতে মদৰ পাৰ্টী কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে পুৱা বিদ্যালয়লৈ অহা শিক্ষকে চুৰি হোৱাৰ উমান পাই খবৰ দিয়ে ইটাচালী আৰক্ষী চকীত

1 hr ago
user_Pranjal Bora
Pranjal Bora
Local News Reporter নগাঁও, নগাঁও, অসম•
1 hr ago

নগাঁও চহৰৰ আৰ কে ৰোডৰ নগাঁও বাঙ্গালী প্ৰাথমিক বিদ্যালয়ত চোৰে চলালে চাফাই অভিযান, চোৰে বিদ্যালয়ৰ ভিতৰতে কৰে মদৰ পাৰ্টী নগাঁৱত এইবাৰ বিদ্যালয়ত লুটপাত চলাই মদৰ পাৰ্টী কৰিলে চোৰে নগাঁও চহৰৰ আৰ কে ৰোডৰ নগাঁও বাঙ্গালী প্ৰাথমিক বিদ্যালয়ত বুধবাৰে নিশা সংঘটিত হ’ল চুৰিকাণ্ড বিদ্যালয় কোঠাৰ তলা ভাঙি চোৰে ৰান্ধনী ঘৰৰ সকলো বাচন-বৰ্তন, বিদ্যালয়ত থকা পিতলৰ বহু সামগ্ৰীৰ লগতে আন মুল্যবান বস্তু চোৰে চুৰি কৰি নিয়ে বিদ্যালয়ৰ কোঠাত সিঁচৰতি হৈ থকা গিলাচ প্ৰত্যক্ষ কৰি চুৰিকাণ্ড সংঘটিত কৰা চোৰে বিদ্যালয়ৰ ভিতৰতে মদৰ পাৰ্টী কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে পুৱা বিদ্যালয়লৈ অহা শিক্ষকে চুৰি হোৱাৰ উমান পাই খবৰ দিয়ে ইটাচালী আৰক্ষী চকীত

More news from অসম and nearby areas
  • দিন হাজিৰা কৰা পিতৃৰ মুখত হাঁহি বিৰিঙালে জয়মতী দাসে। ৰূপহীহাটৰ গঢ়াজান গাঁৱৰ দুখীয়া কৃষক ৰবীন্দ্ৰ দাস।দিন হাজিৰা কৰা শ্ৰমিকৰ গৰাকীৰ কন্যা জয়মতী দাসে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সোণ হৈ জিলিকি উঠিছে।ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰম থাকিলে আৰ্থিক অনাটন কেতিয়াও সফলতাৰ পথত কোনো বাধাই লক্ষ্যত উপনীত হোৱাত হেঙাৰ হ’ব নোৱাৰে। তাৰে প্ৰমাণ দিছে ৰূপহীহাটৰ দুখীয়া শ্ৰমিকৰ কন্যা জয়মতী দাসে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে জয়মতী দাসে।ৰূপহীহাটৰ ব্যাক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান এমবিশ্যন একাডেমীৰ পৰা জয়মতী দাসে আটাইকেইটা বিষয়ত লেটাৰসহ ৯১.৪ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। মেধাবী ছাত্রী গৰাকীয়ে তৰ্ক বিজ্ঞান বিষয়ত ৯৯ নম্বৰ লাভ কৰে। জয়মতী দাসে আইনত ভৰ্তি হৈ ভৱিষ্যতে ওকালতি কৰাৰ সপোন। ছাত্ৰী গৰাকীৰ এনে সাফল্যত ৰূপহী সংবাদ ক্লাবৰ সদস্য সকলে আজি গঢ়াজানত ছাত্ৰী গৰাকীৰ ঘৰত উপস্থিত হৈ ছাত্ৰী গৰাকীৰ লগতে পিতৃ-মাতৃকো সম্বৰ্দ্ধনা জনায়। ৰূপহী সংবাদ ক্লাবৰ সদস্য সকলে ছাত্রী গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।
    1
    দিন হাজিৰা কৰা পিতৃৰ মুখত হাঁহি বিৰিঙালে জয়মতী দাসে।
ৰূপহীহাটৰ গঢ়াজান গাঁৱৰ দুখীয়া কৃষক ৰবীন্দ্ৰ দাস।দিন হাজিৰা কৰা শ্ৰমিকৰ  গৰাকীৰ কন্যা জয়মতী দাসে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সোণ হৈ জিলিকি উঠিছে।ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰম থাকিলে আৰ্থিক অনাটন কেতিয়াও সফলতাৰ পথত কোনো বাধাই লক্ষ্যত উপনীত হোৱাত হেঙাৰ হ’ব নোৱাৰে। 
তাৰে প্ৰমাণ দিছে ৰূপহীহাটৰ  দুখীয়া শ্ৰমিকৰ কন্যা জয়মতী দাসে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে জয়মতী দাসে।ৰূপহীহাটৰ ব্যাক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান এমবিশ্যন একাডেমীৰ পৰা জয়মতী দাসে আটাইকেইটা বিষয়ত লেটাৰসহ ৯১.৪ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। মেধাবী ছাত্রী গৰাকীয়ে তৰ্ক বিজ্ঞান  বিষয়ত ৯৯ নম্বৰ লাভ কৰে। জয়মতী দাসে আইনত ভৰ্তি হৈ ভৱিষ্যতে ওকালতি কৰাৰ সপোন। ছাত্ৰী গৰাকীৰ এনে সাফল্যত ৰূপহী সংবাদ ক্লাবৰ সদস্য সকলে আজি গঢ়াজানত ছাত্ৰী গৰাকীৰ ঘৰত উপস্থিত হৈ ছাত্ৰী গৰাকীৰ লগতে পিতৃ-মাতৃকো সম্বৰ্দ্ধনা জনায়। ৰূপহী সংবাদ ক্লাবৰ সদস্য সকলে ছাত্রী গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    8 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    9 hrs ago
  • Post by MAMTAZ BEGUM
    1
    Post by MAMTAZ BEGUM
    user_MAMTAZ BEGUM
    MAMTAZ BEGUM
    Pharmacist দলগাঁও (পিটি), দৰং, অসম•
    10 hrs ago
  • উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা নাগমা চুলতানাক সম্বৰ্ধনা গ্ৰেভিটি কনিষ্ঠ মহাবিদ্যালয়ৰ
    1
    উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা নাগমা চুলতানাক সম্বৰ্ধনা গ্ৰেভিটি কনিষ্ঠ মহাবিদ্যালয়ৰ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    17 hrs ago
  • Post by অঞ্জন শ‌ইকীয়া
    4
    Post by অঞ্জন শ‌ইকীয়া
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    10 hrs ago
  • ইব্রাহিম আলী
    9
    ইব্রাহিম আলী
    user_Ebrahim Ali
    Ebrahim Ali
    মঙলদৈ (পিটি), দৰং, অসম•
    13 hrs ago
  • ৰহাত চোৰৰ চকু বিদ্যালয়ত৷ ৰহাৰ মাজমজিয়াতে অৱস্থিত ৰহা মজলীয়া বিদ্যালয়ত নিশা চোৰে চলালে চাফাই অভিযান৷ যোৱা নিশা চোৰে বিদ্যালয়খনৰ ভেণ্টিলেটৰ ভাঙি চুৰ কৰিলে ৬খনকৈ ফেন৷ লণ্ড ভণ্ড কৰিলে আচবাব৷ পিচত আৰক্ষীক খবৰ দিয়াত ৰহা আৰক্ষীয়ে তদন্ত কৰিছে যদিও চোৰ ধৰিবলৈ কিমান সফল হ‘ব সেয়া সময়েহে ক’ব৷ ইয়াৰ পূৰ্বেও বিধানসভা নিৰ্বাচনৰ পিচদিনাই চোৰে বিদ্যালয়খনৰ পৰা চাৰিখনকৈ ফেন চুৰি কৰিছিল৷
    1
    ৰহাত চোৰৰ চকু বিদ্যালয়ত৷ ৰহাৰ মাজমজিয়াতে অৱস্থিত ৰহা মজলীয়া বিদ্যালয়ত নিশা চোৰে চলালে চাফাই অভিযান৷ যোৱা নিশা চোৰে বিদ্যালয়খনৰ ভেণ্টিলেটৰ ভাঙি চুৰ কৰিলে ৬খনকৈ ফেন৷ লণ্ড ভণ্ড কৰিলে আচবাব৷ পিচত আৰক্ষীক খবৰ দিয়াত ৰহা আৰক্ষীয়ে তদন্ত কৰিছে যদিও চোৰ ধৰিবলৈ কিমান সফল হ‘ব সেয়া সময়েহে ক’ব৷ ইয়াৰ পূৰ্বেও বিধানসভা নিৰ্বাচনৰ পিচদিনাই চোৰে বিদ্যালয়খনৰ পৰা চাৰিখনকৈ ফেন চুৰি কৰিছিল৷
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    1 hr ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    9 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.