logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Goreswer CM election campaign. গোৰেশ্বৰ বিধানসভা সমষ্টিৰ শুক্লাইত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গোৰেশ্বৰ সমষ্টিৰ NDAৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বিজয় সংকল্প সমাৰোহত হিমন্ত বি Goreswer CM election campaign. গোৰেশ্বৰ বিধানসভা সমষ্টিৰ শুক্লাইত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গোৰেশ্বৰ সমষ্টিৰ NDAৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বিজয় সংকল্প সমাৰোহত হিমন্ত বিশ্ব শৰ্মা। সমাৰোহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভিক্টৰ কুমাৰ দাসক ভোট দিবলৈ আহ্বান জনায়।। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় লগতে যে বিটিচিত এতিয়া শান্তি অটুট আছে। এউপিপিএলৰ চৰকাৰ ক'ত আছে? বিটিচিত ইউপিপিএলৰ চৰকাৰ আছে নেকি? গতিকে ইউপিপিএলক ভোট দিলে কি হব? হাগ্ৰামা আৰু হিমন্ত লগ হলে গোৰেশ্বৰত কাম হব।‌ সমষ্টিৰ উন্নয়ন হব।গতিকে আমি বিটিচিৰ ১৫টা সমষ্টিয়ে জিকাব লাগিব। গোৰেশ্বৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবৰ বাবে ভিক্টৰ কুমাৰ দাসক জিকাব লাগিব। ১৫ আগষ্টত গোৰেশ্বৰক সম জিলা ঘোষণা কৰা হব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। তদুপৰি গোৰেশ্বৰত নতুনকৈ ১০হাজাৰক অৰুণোদয় দিব। ৰেচন কাৰ্ড থকা সকলক চাউল, দাইল, নিমখ,চেনীৰ লগতে এইবাৰ অতিৰিক্তভাব মিঠাতেল তেল দিব চৰকাৰে। আনহাতে বিজেপি চৰকাৰ আহিলে ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব চৰকাৰে ল'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। CMAAA জৰিয়তে ১০হাজাৰ ল'ৰা ছোৱালীক ব্যৱসায় কৰিবলৈ ২,লাখকৈ টকা দিব চৰকাৰে। নাওকাটাত ফায়াৰ ব্ৰিগেড , গোৰেশ্বৰত মিনি ষ্টেডিয়ামক পূৰ্ণাংগ ষ্টেডিয়ামলৈ উন্নতিতকৰণ কৰা হব বুলি প্ৰতিশ্ৰুতি দি প্ৰমোদ বড়ো, পবিত্ৰ কুমাৰ বড়োৱে চাউল -দাইল - নিমখ আদি দিব পাৰিব নেকি বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰি ইউপিপিএলৰ

2 hrs ago
user_Dhubri News AS
Dhubri News AS
Local News Reporter আঠানি, ধুবুৰী, অসম•
2 hrs ago

Goreswer CM election campaign. গোৰেশ্বৰ বিধানসভা সমষ্টিৰ শুক্লাইত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গোৰেশ্বৰ সমষ্টিৰ NDAৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বিজয় সংকল্প সমাৰোহত হিমন্ত বি Goreswer CM election campaign. গোৰেশ্বৰ বিধানসভা সমষ্টিৰ শুক্লাইত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গোৰেশ্বৰ সমষ্টিৰ NDAৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বিজয় সংকল্প সমাৰোহত হিমন্ত বিশ্ব শৰ্মা। সমাৰোহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভিক্টৰ কুমাৰ দাসক ভোট দিবলৈ আহ্বান জনায়।। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় লগতে যে বিটিচিত এতিয়া শান্তি অটুট আছে। এউপিপিএলৰ চৰকাৰ ক'ত আছে? বিটিচিত ইউপিপিএলৰ চৰকাৰ আছে নেকি? গতিকে ইউপিপিএলক ভোট দিলে কি হব? হাগ্ৰামা আৰু হিমন্ত লগ হলে গোৰেশ্বৰত কাম হব।‌ সমষ্টিৰ উন্নয়ন হব।গতিকে আমি বিটিচিৰ ১৫টা সমষ্টিয়ে জিকাব লাগিব। গোৰেশ্বৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবৰ বাবে ভিক্টৰ কুমাৰ দাসক জিকাব লাগিব। ১৫ আগষ্টত গোৰেশ্বৰক সম জিলা ঘোষণা কৰা হব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। তদুপৰি গোৰেশ্বৰত নতুনকৈ ১০হাজাৰক অৰুণোদয় দিব। ৰেচন কাৰ্ড থকা সকলক চাউল, দাইল, নিমখ,চেনীৰ লগতে এইবাৰ অতিৰিক্তভাব মিঠাতেল তেল দিব চৰকাৰে। আনহাতে বিজেপি চৰকাৰ আহিলে ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব চৰকাৰে ল'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। CMAAA জৰিয়তে ১০হাজাৰ ল'ৰা ছোৱালীক ব্যৱসায় কৰিবলৈ ২,লাখকৈ টকা দিব চৰকাৰে। নাওকাটাত ফায়াৰ ব্ৰিগেড , গোৰেশ্বৰত মিনি ষ্টেডিয়ামক পূৰ্ণাংগ ষ্টেডিয়ামলৈ উন্নতিতকৰণ কৰা হব বুলি প্ৰতিশ্ৰুতি দি প্ৰমোদ বড়ো, পবিত্ৰ কুমাৰ বড়োৱে চাউল -দাইল - নিমখ আদি দিব পাৰিব নেকি বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰি ইউপিপিএলৰ

More news from অসম and nearby areas
  • Goreswer CM election campaign. গোৰেশ্বৰ বিধানসভা সমষ্টিৰ শুক্লাইত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গোৰেশ্বৰ সমষ্টিৰ NDAৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বিজয় সংকল্প সমাৰোহত হিমন্ত বিশ্ব শৰ্মা। সমাৰোহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভিক্টৰ কুমাৰ দাসক ভোট দিবলৈ আহ্বান জনায়।। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় লগতে যে বিটিচিত এতিয়া শান্তি অটুট আছে। এউপিপিএলৰ চৰকাৰ ক'ত আছে? বিটিচিত ইউপিপিএলৰ চৰকাৰ আছে নেকি? গতিকে ইউপিপিএলক ভোট দিলে কি হব? হাগ্ৰামা আৰু হিমন্ত লগ হলে গোৰেশ্বৰত কাম হব।‌ সমষ্টিৰ উন্নয়ন হব।গতিকে আমি বিটিচিৰ ১৫টা সমষ্টিয়ে জিকাব লাগিব। গোৰেশ্বৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবৰ বাবে ভিক্টৰ কুমাৰ দাসক জিকাব লাগিব। ১৫ আগষ্টত গোৰেশ্বৰক সম জিলা ঘোষণা কৰা হব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। তদুপৰি গোৰেশ্বৰত নতুনকৈ ১০হাজাৰক অৰুণোদয় দিব। ৰেচন কাৰ্ড থকা সকলক চাউল, দাইল, নিমখ,চেনীৰ লগতে এইবাৰ অতিৰিক্তভাব মিঠাতেল তেল দিব চৰকাৰে। আনহাতে বিজেপি চৰকাৰ আহিলে ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব চৰকাৰে ল'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। CMAAA জৰিয়তে ১০হাজাৰ ল'ৰা ছোৱালীক ব্যৱসায় কৰিবলৈ ২,লাখকৈ টকা দিব চৰকাৰে। নাওকাটাত ফায়াৰ ব্ৰিগেড , গোৰেশ্বৰত মিনি ষ্টেডিয়ামক পূৰ্ণাংগ ষ্টেডিয়ামলৈ উন্নতিতকৰণ কৰা হব বুলি প্ৰতিশ্ৰুতি দি প্ৰমোদ বড়ো, পবিত্ৰ কুমাৰ বড়োৱে চাউল -দাইল - নিমখ আদি দিব পাৰিব নেকি বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰি ইউপিপিএলৰ
    1
    Goreswer CM election campaign.
গোৰেশ্বৰ বিধানসভা সমষ্টিৰ শুক্লাইত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
গোৰেশ্বৰ সমষ্টিৰ NDAৰ  প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বিজয় সংকল্প সমাৰোহত  হিমন্ত বিশ্ব শৰ্মা।
সমাৰোহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই  ভিক্টৰ কুমাৰ দাসক ভোট দিবলৈ আহ্বান জনায়।।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় লগতে যে বিটিচিত এতিয়া শান্তি অটুট আছে।  
এউপিপিএলৰ চৰকাৰ ক'ত আছে?
বিটিচিত ইউপিপিএলৰ চৰকাৰ আছে নেকি?
গতিকে ইউপিপিএলক ভোট দিলে কি হব?
হাগ্ৰামা আৰু হিমন্ত লগ হলে গোৰেশ্বৰত কাম হব।‌ সমষ্টিৰ উন্নয়ন হব।গতিকে আমি বিটিচিৰ ১৫টা সমষ্টিয়ে জিকাব লাগিব।
গোৰেশ্বৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবৰ বাবে ভিক্টৰ কুমাৰ দাসক জিকাব লাগিব।
১৫ আগষ্টত গোৰেশ্বৰক  সম জিলা ঘোষণা কৰা হব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।
তদুপৰি গোৰেশ্বৰত নতুনকৈ  ১০হাজাৰক অৰুণোদয় দিব। ৰেচন কাৰ্ড থকা সকলক  
চাউল, দাইল, নিমখ,চেনীৰ লগতে এইবাৰ অতিৰিক্তভাব মিঠাতেল তেল দিব চৰকাৰে।
আনহাতে বিজেপি চৰকাৰ আহিলে ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব চৰকাৰে ল'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
CMAAA জৰিয়তে ১০হাজাৰ ল'ৰা ছোৱালীক ব্যৱসায় কৰিবলৈ ২,লাখকৈ টকা দিব চৰকাৰে। 
নাওকাটাত ফায়াৰ ব্ৰিগেড , গোৰেশ্বৰত মিনি ষ্টেডিয়ামক পূৰ্ণাংগ ষ্টেডিয়ামলৈ উন্নতিতকৰণ কৰা হব বুলি প্ৰতিশ্ৰুতি দি 
প্ৰমোদ বড়ো, পবিত্ৰ কুমাৰ বড়োৱে চাউল -দাইল - নিমখ আদি দিব পাৰিব নেকি বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰি ইউপিপিএলৰ
    user_Dhubri News AS
    Dhubri News AS
    Local News Reporter আঠানি, ধুবুৰী, অসম•
    2 hrs ago
  • প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ;১ এপ্ৰিল নিৰ্বাচন সমাগত এই সময়ত বিভিন্ন ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থী সকলে বিভিন্ন প্ৰচাৰ অভিযান চলাই থকাৰ সময়তে ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী উত্তম কুমাৰ প্ৰসাদ আদাবাৰী অঞ্চলত প্ৰচাৰ অভিযান চলায়। সাংবাদিক ৰ সৈতে কথা বতৰাত এই দৰে কয়।। প্ৰনৱাশীষ ৰয় ধুবুৰী
    1
    প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ;১ এপ্ৰিল 
নিৰ্বাচন সমাগত এই সময়ত বিভিন্ন ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থী সকলে বিভিন্ন প্ৰচাৰ অভিযান চলাই থকাৰ সময়তে ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী উত্তম কুমাৰ প্ৰসাদ আদাবাৰী অঞ্চলত প্ৰচাৰ অভিযান চলায়। সাংবাদিক ৰ সৈতে কথা বতৰাত এই দৰে কয়।।
প্ৰনৱাশীষ ৰয় ধুবুৰী
    user_Pranabasish Roy
    Pranabasish Roy
    আঠানি, ধুবুৰী, অসম•
    13 hrs ago
  • Dhubri district Assam News video Day Alokjhari Bgp gulganj
    1
    Dhubri district Assam News video Day 
Alokjhari Bgp  gulganj
    user_Elious Ali Sheikh,,,?
    Elious Ali Sheikh,,,?
    Spa গৌৰীপুৰ, ধুবুৰী, অসম•
    13 hrs ago
  • Post by Jahan Uddin
    2
    Post by Jahan Uddin
    user_Jahan Uddin
    Jahan Uddin
    লক্ষীপুৰ, গোৱালপাৰা, অসম•
    17 hrs ago
  • 👉 ১৬ নং অভয়াপুৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰৰ উপস্থিতিত লালমাটিৰ বহু সংখ্যক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। 👉 নিৰ্বাচনৰ আগতেই সমষ্টিটোত কংগ্ৰেছৰ সমৰ্থন বৃদ্ধি পোৱা বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে। #Abhayapuri #PradipSarkar #Congress #AssamPolitics #Election2026 #JoiningCongress #PoliticalNews #AssamNews #BreakingNews #Lalmati #GrassrootSupport #CongressWave #ElectionUpdate #NewsUpdate #AssamPortalNews 🔴📺
    1
    👉 ১৬ নং অভয়াপুৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰৰ উপস্থিতিত লালমাটিৰ বহু সংখ্যক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে।
👉 নিৰ্বাচনৰ আগতেই সমষ্টিটোত কংগ্ৰেছৰ সমৰ্থন বৃদ্ধি পোৱা বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে।
#Abhayapuri #PradipSarkar #Congress #AssamPolitics #Election2026 #JoiningCongress #PoliticalNews #AssamNews #BreakingNews #Lalmati #GrassrootSupport #CongressWave #ElectionUpdate #NewsUpdate #AssamPortalNews 🔴📺
    user_Assam Portal News
    Assam Portal News
    Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    6 hrs ago
  • বৰপেটা নিৰ্বাচনী জিলাৰ পাকাবেতবাৰী সমষ্টিত এআইইউডিএফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব সাংসদ তথা এআইএমএম দলৰ নেতা আছাদুদ্দিন ওৱেইছি । ইয়াৰ বাবে সমষ্টিটোৰ কয়াকুছিত ব্যাপক আয়োজন কৰিছে বুলি জানিব দিয়ে এআইইউডিএফৰ নেত্ৰী মিনাক্ষী ৰহমানে ।‌ সমষ্টিটোৰ এআইইউডিএফৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানে আজি সংবাদমাধ্যমৰ আগত সদৰী কৰে যে বদৰুদ্দিন আজমলো উপস্থিত থাকিবলগীয়া সভাখনত ৫০-৬০ হাজাৰ লোক উপস্থিত থাকিব । ইপিনে ওৱেইছিৰ জৰিয়তে এআইইউডিএফে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰা বুলি সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে কৰা মন্তব্যৰো মিনাক্ষী ৰহমানে প্ৰত্যুত্তৰ দিয়ে ।তেও কয় যে ওৱেইছিয়ে ধৰ্মীয় সংখ্যালঘু লোকৰ স্বাৰ্থৰ হকে মাত মাতি আহিছে ।এটা সম্প্ৰদায়ৰ স্বাৰ্থত মাত মতাটো কোনো কাৰণতে ধৰ্মীয় মেৰুকৰণ হ'ব নোৱাৰে ।প্ৰত্যুত্তৰত তেও এইবুলিও কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত জাকিৰ হুছেইন শিকদাৰৰ ঘনিষ্ঠ সম্পৰ্ক আছে । সেইকাৰণে মুখ্যমন্ত্ৰীয়ে যি কথা কৈ আহিছে সেয়াই শিকদাৰে আওৰাই আছে । সমষ্টিটোত নিজৰ জয়ৰ সম্ভাৱনী‌তাক লৈ মিনাক্ষী ৰহমানে কয় যে ৰাইজৰ ওপৰত সকলো এৰি‌ দিছে ।
    1
    বৰপেটা নিৰ্বাচনী জিলাৰ পাকাবেতবাৰী সমষ্টিত এআইইউডিএফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব সাংসদ তথা এআইএমএম  দলৰ নেতা আছাদুদ্দিন ওৱেইছি ।
ইয়াৰ বাবে সমষ্টিটোৰ কয়াকুছিত ব্যাপক আয়োজন কৰিছে বুলি জানিব দিয়ে এআইইউডিএফৰ নেত্ৰী মিনাক্ষী ৰহমানে ।‌ সমষ্টিটোৰ এআইইউডিএফৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানে আজি সংবাদমাধ্যমৰ আগত সদৰী কৰে যে বদৰুদ্দিন আজমলো উপস্থিত থাকিবলগীয়া সভাখনত ৫০-৬০ হাজাৰ লোক উপস্থিত থাকিব । ইপিনে ওৱেইছিৰ জৰিয়তে এআইইউডিএফে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰা বুলি সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে কৰা মন্তব্যৰো মিনাক্ষী ৰহমানে প্ৰত্যুত্তৰ দিয়ে ।তেও কয় যে ওৱেইছিয়ে ধৰ্মীয় সংখ্যালঘু লোকৰ স্বাৰ্থৰ হকে মাত মাতি আহিছে ।এটা সম্প্ৰদায়ৰ স্বাৰ্থত মাত মতাটো কোনো কাৰণতে ধৰ্মীয় মেৰুকৰণ হ'ব নোৱাৰে ।প্ৰত্যুত্তৰত তেও এইবুলিও কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত জাকিৰ হুছেইন শিকদাৰৰ ঘনিষ্ঠ সম্পৰ্ক আছে । সেইকাৰণে মুখ্যমন্ত্ৰীয়ে যি কথা কৈ আহিছে সেয়াই শিকদাৰে আওৰাই আছে । সমষ্টিটোত নিজৰ জয়ৰ সম্ভাৱনী‌তাক লৈ মিনাক্ষী ৰহমানে কয় যে ৰাইজৰ ওপৰত সকলো এৰি‌ দিছে ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    1 hr ago
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    14 hrs ago
  • 👉 গুৱাহাটীত IPL সংঘৰ্ষৰ মাজতে বিতৰ্ক! 👉 “জয় জুবিন দা” লিখা গামোচা ষ্টেডিয়ামত নিষিদ্ধ গুৱাহাটী IPL খেলৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত “জয় জুবিন দা” লিখা গামোচা দেখুওৱাত নিৰাপত্তাৰক্ষীয়ে সেইটো কাঢ়ি লোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। সংগীতশিল্পী Zubeen Garg-ৰ সমৰ্থনত এই পদক্ষেপক লৈ ৰাইজৰ মাজত তীব্ৰ আলোচনা চলিছে। #Guwahati #IPL #ZubeenGarg #JoyZubeenDa #AssamNews #BreakingNews #ViralNews #StadiumIssue #Security #Trending #Assam
    1
    👉 গুৱাহাটীত IPL সংঘৰ্ষৰ মাজতে বিতৰ্ক!
👉 “জয় জুবিন দা” লিখা গামোচা ষ্টেডিয়ামত নিষিদ্ধ
গুৱাহাটী IPL খেলৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত “জয় জুবিন দা” লিখা গামোচা দেখুওৱাত নিৰাপত্তাৰক্ষীয়ে সেইটো কাঢ়ি লোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। সংগীতশিল্পী Zubeen Garg-ৰ সমৰ্থনত এই পদক্ষেপক লৈ ৰাইজৰ মাজত তীব্ৰ আলোচনা চলিছে।
#Guwahati #IPL #ZubeenGarg #JoyZubeenDa #AssamNews #BreakingNews #ViralNews #StadiumIssue #Security #Trending #Assam
    user_Assam Portal News
    Assam Portal News
    Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.