অসমত প্ৰথম বাৰ নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰিব আছাদুদ্দিন ওৱেইছি । বৃহস্পতিবাৰে পাকাবেতবাৰী সমষ্টিত এআইইউডিএফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব এআইএমএম দলৰ নেতা আছাদুদ্দিন ওৱেইছি । বৰপেটা নিৰ্বাচনী জিলাৰ পাকাবেতবাৰী সমষ্টিত এআইইউডিএফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব সাংসদ তথা এআইএমএম দলৰ নেতা আছাদুদ্দিন ওৱেইছি । ইয়াৰ বাবে সমষ্টিটোৰ কয়াকুছিত ব্যাপক আয়োজন কৰিছে বুলি জানিব দিয়ে এআইইউডিএফৰ নেত্ৰী মিনাক্ষী ৰহমানে । সমষ্টিটোৰ এআইইউডিএফৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানে আজি সংবাদমাধ্যমৰ আগত সদৰী কৰে যে বদৰুদ্দিন আজমলো উপস্থিত থাকিবলগীয়া সভাখনত ৫০-৬০ হাজাৰ লোক উপস্থিত থাকিব । ইপিনে ওৱেইছিৰ জৰিয়তে এআইইউডিএফে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰা বুলি সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে কৰা মন্তব্যৰো মিনাক্ষী ৰহমানে প্ৰত্যুত্তৰ দিয়ে ।তেও কয় যে ওৱেইছিয়ে ধৰ্মীয় সংখ্যালঘু লোকৰ স্বাৰ্থৰ হকে মাত মাতি আহিছে ।এটা সম্প্ৰদায়ৰ স্বাৰ্থত মাত মতাটো কোনো কাৰণতে ধৰ্মীয় মেৰুকৰণ হ'ব নোৱাৰে ।প্ৰত্যুত্তৰত তেও এইবুলিও কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত জাকিৰ হুছেইন শিকদাৰৰ ঘনিষ্ঠ সম্পৰ্ক আছে । সেইকাৰণে মুখ্যমন্ত্ৰীয়ে যি কথা কৈ আহিছে সেয়াই শিকদাৰে আওৰাই আছে । সমষ্টিটোত নিজৰ জয়ৰ সম্ভাৱনীতাক লৈ মিনাক্ষী ৰহমানে কয় যে ৰাইজৰ ওপৰত সকলো এৰি দিছে ।

- বৰপেটা নিৰ্বাচনী জিলাৰ পাকাবেতবাৰী সমষ্টিত এআইইউডিএফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব সাংসদ তথা এআইএমএম দলৰ নেতা আছাদুদ্দিন ওৱেইছি । ইয়াৰ বাবে সমষ্টিটোৰ কয়াকুছিত ব্যাপক আয়োজন কৰিছে বুলি জানিব দিয়ে এআইইউডিএফৰ নেত্ৰী মিনাক্ষী ৰহমানে । সমষ্টিটোৰ এআইইউডিএফৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানে আজি সংবাদমাধ্যমৰ আগত সদৰী কৰে যে বদৰুদ্দিন আজমলো উপস্থিত থাকিবলগীয়া সভাখনত ৫০-৬০ হাজাৰ লোক উপস্থিত থাকিব । ইপিনে ওৱেইছিৰ জৰিয়তে এআইইউডিএফে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰা বুলি সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে কৰা মন্তব্যৰো মিনাক্ষী ৰহমানে প্ৰত্যুত্তৰ দিয়ে ।তেও কয় যে ওৱেইছিয়ে ধৰ্মীয় সংখ্যালঘু লোকৰ স্বাৰ্থৰ হকে মাত মাতি আহিছে ।এটা সম্প্ৰদায়ৰ স্বাৰ্থত মাত মতাটো কোনো কাৰণতে ধৰ্মীয় মেৰুকৰণ হ'ব নোৱাৰে ।প্ৰত্যুত্তৰত তেও এইবুলিও কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত জাকিৰ হুছেইন শিকদাৰৰ ঘনিষ্ঠ সম্পৰ্ক আছে । সেইকাৰণে মুখ্যমন্ত্ৰীয়ে যি কথা কৈ আহিছে সেয়াই শিকদাৰে আওৰাই আছে । সমষ্টিটোত নিজৰ জয়ৰ সম্ভাৱনীতাক লৈ মিনাক্ষী ৰহমানে কয় যে ৰাইজৰ ওপৰত সকলো এৰি দিছে ।1
- Post by Arshad Ali1
- 🚨 BPF দলত বৃহৎ যোগদান কাৰ্যসূচী। 🚨 বাক্সা জিলা জামাত উলেমা কাউন্সিলৰ এক বৃহৎ দলে আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে।1
- অষ্টম নগর বাজারে1
- 👉 ১৬ নং অভয়াপুৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰৰ উপস্থিতিত লালমাটিৰ বহু সংখ্যক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। 👉 নিৰ্বাচনৰ আগতেই সমষ্টিটোত কংগ্ৰেছৰ সমৰ্থন বৃদ্ধি পোৱা বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে। #Abhayapuri #PradipSarkar #Congress #AssamPolitics #Election2026 #JoiningCongress #PoliticalNews #AssamNews #BreakingNews #Lalmati #GrassrootSupport #CongressWave #ElectionUpdate #NewsUpdate #AssamPortalNews 🔴📺1
- নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ব্যাপক হাৰত বৃদ্ধি পাইছে ২৩ নং চেঙা সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ জনপ্ৰিয়তা।1
- 📌তামোল বিক্ৰী কৰাক কেন্দ্ৰ কৰি বাক্সাত চাঞ্চল্যকৰ হত্যাকাণ্ড। 📌বাক্সাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত দাওধাৰাত পিতৃৰ আক্ৰমনত পুত্ৰৰ কৰুণ মৃত্যু। 📌ঘাতক পিতৃ গনেশ গয়াৰী শিমলা আৰক্ষীৰ জালত। 📌পিতৃৰ কোৰ'ৰ আক্ৰমনত মৃত্যু হোৱা পুত্ৰৰ নাম আওদা গয়াৰী।1
- যে বিজেপি চাও সে লাল দিল ভেজে,, যে কংগ্রেসকে চাও সে কমেন্ট করো1