logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়াৰ আইকনিক গ্লাছ কোম্পানীত কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত ৰঙিয়াৰ আইকণিক গ্লাছ কোম্পানীত উত্তাল প্ৰতিবাদ।কাৰখানাটোত কৰ্মৰত একাংশ কৰ্মচাৰীয়ে বন্ধ কৰিলে কাম ।দীৰ্ঘদিন ধৰি কৰ্মচাৰীক বঞ্চনাৰ অভিযোগ ।PF ESI ৰ লগতে সময়মতে নহয় দৰমহা ।শতাধিক কৰ্মচাৰীৰ প্ৰতিবাদ কাৰখানাটোৰ বাহিৰত । চিকিৎসাৰ ব্যৱস্থাকে ধৰি পৰ্যাপ্ত সুবিধা নথকাৰ অভিযোগ কৰ্মচাৰী সকলৰ।

5 hrs ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
5 hrs ago

ৰঙিয়াৰ আইকনিক গ্লাছ কোম্পানীত কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত ৰঙিয়াৰ আইকণিক গ্লাছ কোম্পানীত উত্তাল প্ৰতিবাদ।কাৰখানাটোত কৰ্মৰত একাংশ কৰ্মচাৰীয়ে বন্ধ কৰিলে কাম ।দীৰ্ঘদিন ধৰি কৰ্মচাৰীক বঞ্চনাৰ অভিযোগ ।PF ESI ৰ লগতে সময়মতে নহয় দৰমহা ।শতাধিক কৰ্মচাৰীৰ প্ৰতিবাদ কাৰখানাটোৰ বাহিৰত । চিকিৎসাৰ ব্যৱস্থাকে ধৰি পৰ্যাপ্ত সুবিধা নথকাৰ অভিযোগ কৰ্মচাৰী সকলৰ।

More news from Kamrup Metro and nearby areas
  • LoP ko dekhna chahiye! 🔥 Army Veteran slams Rahul Gandhi over Great Nicobar remarks” “Great Nicobar Project par garma-garmi! 💥 Army Veteran vs Rahul Gandhi face-off” “Security vs Politics? ⚡ Army Veteran ka bada jawab to Rahul Gandhi
    1
    LoP ko dekhna chahiye! 🔥 Army Veteran slams Rahul Gandhi over Great Nicobar remarks”
“Great Nicobar Project par garma-garmi! 💥 Army Veteran vs Rahul Gandhi face-off”
“Security vs Politics? ⚡ Army Veteran ka bada jawab to Rahul Gandhi
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    2 hrs ago
  • 📌সোণতলী স্বৰ্ণ সাহিত্য সভাৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা। 📌৮০ শতাংশৰ উৰ্ধ্বৰ  নম্বৰ প্ৰাপ্ত ১৮ গৰাকী শিক্ষাৰ্থীক ফুলাম গামোচা, জাপি, মমেণ্ট, আলোচনী অভিনন্দন পত্ৰ প্ৰদান।
    1
    📌সোণতলী স্বৰ্ণ সাহিত্য সভাৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা।
📌৮০ শতাংশৰ উৰ্ধ্বৰ  নম্বৰ প্ৰাপ্ত ১৮ গৰাকী শিক্ষাৰ্থীক ফুলাম গামোচা, জাপি, মমেণ্ট, আলোচনী অভিনন্দন পত্ৰ প্ৰদান।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    10 hrs ago
  • Post by Bitopan Rajbongshi
    1
    Post by Bitopan Rajbongshi
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    23 hrs ago
  • মহিলা সকলৰ বাবে ভাল খবৰ l আপুনি চিন্তা কৰিব নালাগে ময়োশ্ৰী ছাত্ৰী নিবাস আজিয়েই যোগাযোগ কৰিব পাৰে আপুনি যদি কোনো মহাবিদ্যালয়ত নামভৰ্তি কৰিছে তেনে হলে আপুনি থাকিব লৈ ছাত্ৰী নিবাস বিচাৰি আছে নেকি ? তেতিয়া হলে চিন্তা নাই উন্নতৰ মানৰ ছাত্ৰী নিবাস আছে আজিয়েই যোগাযোগ কৰিব পাৰে। মৰিগাঁও চহৰ পৰা মাত্ৰ ১০০মিটাৰ দূৰত অৱস্থিত এই ময়োশ্ৰী ছাত্ৰী নিবাস (P G) ছোৱালী আৰু কাম কৰা মহিলাৰ বাবে আজিয়েই যোগাযোগ কৰিব পাৰে মৰিগাঁও গছবাৰি গাওঁত অৱস্থিত এই ময়োশ্ৰী ছাত্ৰী নিবাসটো লৈ আপোনালোক স্বাগতম জনাইছো যোগাযোগৰ বাবে 7086630140/9365956751
    1
    মহিলা সকলৰ বাবে ভাল খবৰ  l   
আপুনি চিন্তা কৰিব নালাগে ময়োশ্ৰী ছাত্ৰী নিবাস 
আজিয়েই যোগাযোগ কৰিব পাৰে 
আপুনি যদি কোনো  মহাবিদ্যালয়ত নামভৰ্তি কৰিছে তেনে হলে আপুনি থাকিব লৈ ছাত্ৰী নিবাস বিচাৰি আছে নেকি ? তেতিয়া হলে চিন্তা নাই উন্নতৰ মানৰ ছাত্ৰী নিবাস আছে আজিয়েই যোগাযোগ কৰিব পাৰে। 
মৰিগাঁও চহৰ পৰা মাত্ৰ ১০০মিটাৰ দূৰত অৱস্থিত এই ময়োশ্ৰী ছাত্ৰী নিবাস (P G)
ছোৱালী আৰু কাম কৰা মহিলাৰ বাবে
আজিয়েই যোগাযোগ কৰিব পাৰে    
মৰিগাঁও গছবাৰি গাওঁত অৱস্থিত এই 
ময়োশ্ৰী ছাত্ৰী নিবাসটো লৈ আপোনালোক স্বাগতম জনাইছো
যোগাযোগৰ বাবে 7086630140/9365956751
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    9 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    9 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    10 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    22 hrs ago
  • ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বিনীত বৰাৰ বিদায় সম্ভাষণ
    1
    ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বিনীত বৰাৰ বিদায় সম্ভাষণ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    11 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.