Shuru
Apke Nagar Ki App…
ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বিনীত বৰাৰ বিদায় সম্ভাষণ ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বিনীত বৰাৰ বিদায় সম্ভাষণ
Assam sangbad 24
ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বিনীত বৰাৰ বিদায় সম্ভাষণ ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বিনীত বৰাৰ বিদায় সম্ভাষণ
More news from অসম and nearby areas
- Post by Mustafa SalimAhmed1
- Post by Mahesh kumar das1
- বৰঙাবাৰীত শ্ৰীশ্ৰী ৰামআতা সত্ৰৰ মণিকূট আৰু কীৰ্তনঘৰ প্ৰতিষ্ঠা উৎসৱ উদযাপন মৰিগাঁও জিলাৰ বৰঙাবাৰীত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ৰামআতা সত্ৰত মণিকূট আৰু কীৰ্তনঘৰ প্ৰতিষ্ঠা উৎসৱ আজিৰে পৰা আৰম্ভ হয়। ১৭২৬ খ্ৰীষ্টাব্দত গুৰুজনাৰ শিষ্য শ্ৰীশ্ৰী ৰামআতাই প্ৰতিষ্ঠা কৰা এই সত্ৰখনৰ ৩০০ বছৰীয়া পৰিক্ৰমা সম্পূৰ্ণ হোৱাৰ উপলক্ষে এই বিশেষ উৎসৱৰ আয়োজন কৰা হয়।* *দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা সত্ৰখন চৰকাৰ আৰু ভক্ত-বৈষ্ণৱ ৰাইজৰ সহযোগত পুনৰ নিৰ্মাণ কৰি নৱ ৰূপত সজাই তোলা হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰতিষ্ঠা উৎসৱৰ আজি প্ৰথম দিনটোত পুৱা জল যাত্ৰা অনুষ্ঠিত হয়। তাৰ পিছতে সত্ৰাধিকাৰ যজ্ঞদেৱ মহন্তই গুৰু আসন প্ৰতিষ্ঠা কৰে আৰু নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কীৰ্তনঘৰ উদ্বোধন কৰে।* *ইয়াৰ পিছতে কীৰ্তন পাঠ,খোল প্ৰসংগ আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। ভক্তসকলে নাম-কীৰ্তনত অংশ লৈ সমগ্ৰ অঞ্চলটো ভক্তিময় কৰি তোলে। নিশালৈ অংকীয়া ভাওনা “ৰাম বিজয়” নাট মঞ্চস্থ হ’ব।* *আয়োজক সমিতিয়ে জনোৱা মতে, এই তিনিদিনীয়া অনুষ্ঠানত জিলাবাসী আৰু অঞ্চলবাসীৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছে* মৰিগাঁও পৰা ধীৰেন মেধি প্ৰতিবেদন1
- ব্যতিক্ৰমী কাৰ্যসূচীৰে নগাঁও জিলা আয়ুক্তৰ মে' দিৱস উদযাপন, কৃষক-শ্ৰমিকক সম্বৰ্দ্ধনা। আন্তৰাষ্ট্ৰীয় মে' দিৱসৰ দিনটো আজি নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অতি ব্যতিক্ৰমীভাবে উদযাপন কৰে। তেওঁ দিনটো কৃষক-শ্ৰমিকসকলৰ মাজত অতিবাহিত কৰাৰ লগতে তেওঁলোকক ফুলাম গামোচাৰে শুভেচ্ছাও জ্ঞাপন কৰে। আজি পুৱা শ্ৰম বিভাগৰ জৰিয়তে কেবাটাও শ্ৰমিক সংগঠনৰ সদস্যক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষলৈ মতাই আনি তেওঁলোকৰ সৈতে মে' দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰে। আয়ুক্ত গৰাকীয়ে দেশৰ উন্নয়নত শ্ৰমিক সকলৰ অপৰিহাৰ্য বৰঙণিৰ কথাও উল্লেখ কৰি সকলোৱে একেলগে হাতে হাত ধৰি আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে। তেওঁ এই প্ৰসঙ্গত সকলোৰে সৈতে ড: ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" গীতটি গাই অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত উপস্থিত থকা শ্ৰমিকসকলক তেওঁ ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু মে' দিৱসৰ ওলগ জনায়। ইয়াৰ পিছতে তেওঁ শেনচোৱাৰ শ্যামলী কৃষি পামৰ পথাৰলৈ গৈ অঞ্চলটোৰ কেবাজনো প্ৰগতিশীল কৃষককো ফুলাম গামোচাৰে ওলগ জনায়। ইয়াতো জিলা আয়ুক্ত গৰাকীয়ে শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য ব্যাখ্যা কৰি দেশৰ প্ৰগতিৰ কৃষকসকলৰ ভূমিকাৰ আন্তৰিক শলাগ লয়। এই অনুষ্ঠানত জিলা কৃষি বিষয়া নিখিল নাৰায়ন বৰুৱাও উপস্থিত থাকে।1
- Post by KHABAR 24 BISWANATH1
- #জয়_আই_অসম1
- Post by Mustafa SalimAhmed1
- Post by Mahesh kumar das1
- বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত বটদ্ৰৱাত সতী ৰাধিকা মহোৎসৱ উৎযাপন।1