Shuru
Apke Nagar Ki App…
আজিৰে পৰা ৰামধেনু যুৱ মঞ্চৰ উদ্যোগত ৰঙালী বিহু উদযাপন। আজি চিত্ৰাঙ্কণ-ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত। কাইলৈ মুকলি বিহু। #NewsUpdate #AssamNews #dailynews #todaynews #assam #খবৰ২৪বিশ্বনাথ
KHABAR 24 BISWANATH
আজিৰে পৰা ৰামধেনু যুৱ মঞ্চৰ উদ্যোগত ৰঙালী বিহু উদযাপন। আজি চিত্ৰাঙ্কণ-ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত। কাইলৈ মুকলি বিহু। #NewsUpdate #AssamNews #dailynews #todaynews #assam #খবৰ২৪বিশ্বনাথ
More news from অসম and nearby areas
- Post by KHABAR 24 BISWANATH1
- তেজপুৰ ৰূপাজুলি চাহ বাগিচাত কিয় চাহ গছৰ পুলিক অসমীয়া গামোচাৰে সন্মান প্ৰদান কৰে। চাওঁ আহক।1
- Post by Saan Miya1
- Post by অঞ্জন শইকীয়া4
- Post by দিব্য জ্যোতি ভূঞা1
- হয়, এই দৃশ্য নুমলীগড়ৰ কাষৰীয়া "মৰঙি চাহ বাগিচাৰ"। ভাৰতীয় চাহ মজদুৰ সংঘৰ মৰঙি চাহ বাগিচা শাখাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত উদযাপন কৰা হয় শ্ৰমিক দিৱস। আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে চাহ বাগিচাখন গঢ় দিয়াত অন্যতম ভুমিকা পালন কৰা জ্যেষ্ঠ শ্ৰমিক সকলৰ হাত-ভৰি ধুৱাই, চৰণ চুই সেৱা জনোৱাৰ লগতে বিশেষভাৱে সম্বৰ্ধনা জনায়। তদুপৰি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থী সকলকো সম্বৰ্ধনা জনায়।3
- ২০১৩ চনত স্থাপিত এই বিদ্যালয়খনিয়ে শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। নিকা আৰু শান্ত পৰিবেশ, দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা—এই সকলো সুবিধাই বিদ্যালয়খনিক আনৰ পৰা পৃথক কৰি তুলিছে। ইয়াৰ লগতে দূৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত নিদানমূলক পাঠদান আৰু বিনামূলীয়া কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থাও আছে বিদ্যালয় খনিত। শিক্ষাৰ গুণগত মান বজাই ৰাখি এইবাৰো উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিদ্যালয়খনিয়ে উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত বহুতে লৈটাৰ নম্বৰসহ কৃতিত্বৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, আগন্তুক শিক্ষাবৰ্ষৰ বাবে বিদ্যালয়খনিত নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আগ্ৰহী অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে এই সুযোগ গ্ৰহণ কৰিব পাৰে। আহক বিদ্যালয় খনিৰ প্ৰসঙ্গত অধ্যক্ষ ছাহজাহান আলীৰ লগতে শিক্ষক সকলে কি কয় শুনো1
- Post by দিব্য জ্যোতি ভূঞা1