logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৰঙি চাহ বাগিচাত "শ্ৰমিক দিৱস" উদযাপন। জেষ্ঠজনৰ হাত-ভৰি ধুৱাই, চৰণ চুই সেৱা জনায়। হয়, এই দৃশ্য নুমলীগড়ৰ কাষৰীয়া "মৰঙি চাহ বাগিচাৰ"। ভাৰতীয় চাহ মজদুৰ সংঘৰ মৰঙি চাহ বাগিচা শাখাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত উদযাপন কৰা হয় শ্ৰমিক দিৱস। আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে চাহ বাগিচাখন গঢ় দিয়াত অন্যতম ভুমিকা পালন কৰা জ্যেষ্ঠ শ্ৰমিক সকলৰ হাত-ভৰি ধুৱাই, চৰণ চুই সেৱা জনোৱাৰ লগতে বিশেষভাৱে সম্বৰ্ধনা জনায়। তদুপৰি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থী সকলকো সম্বৰ্ধনা জনায়।

3 hrs ago
user_D B
D B
সাংবাদিক মৰঙী, গোলাঘাট, অসম•

More news from অসম and nearby areas
  • হয়, এই দৃশ্য নুমলীগড়ৰ কাষৰীয়া "মৰঙি চাহ বাগিচাৰ"। ভাৰতীয় চাহ মজদুৰ সংঘৰ মৰঙি চাহ বাগিচা শাখাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত উদযাপন কৰা হয় শ্ৰমিক দিৱস। আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে চাহ বাগিচাখন গঢ় দিয়াত অন্যতম ভুমিকা পালন কৰা জ্যেষ্ঠ শ্ৰমিক সকলৰ হাত-ভৰি ধুৱাই, চৰণ চুই সেৱা জনোৱাৰ লগতে বিশেষভাৱে সম্বৰ্ধনা জনায়। তদুপৰি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থী সকলকো সম্বৰ্ধনা জনায়।
    3
    হয়, এই দৃশ্য নুমলীগড়ৰ কাষৰীয়া "মৰঙি চাহ বাগিচাৰ"। ভাৰতীয় চাহ মজদুৰ সংঘৰ মৰঙি চাহ বাগিচা শাখাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত উদযাপন কৰা হয় শ্ৰমিক দিৱস। আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে চাহ বাগিচাখন গঢ় দিয়াত অন্যতম ভুমিকা পালন কৰা জ্যেষ্ঠ শ্ৰমিক সকলৰ হাত-ভৰি ধুৱাই, চৰণ চুই সেৱা জনোৱাৰ লগতে বিশেষভাৱে সম্বৰ্ধনা জনায়। তদুপৰি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থী সকলকো সম্বৰ্ধনা জনায়।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    3 hrs ago
  • Post by Pratidin Sarupathar
    1
    Post by Pratidin Sarupathar
    user_Pratidin Sarupathar
    Pratidin Sarupathar
    Sarupathar, Golaghat•
    21 hrs ago
  • Post by দিব্য জ্যোতি ভূঞা
    1
    Post by দিব্য জ্যোতি ভূঞা
    user_দিব্য জ্যোতি ভূঞা
    দিব্য জ্যোতি ভূঞা
    Local News Reporter নাৰায়ণপুৰ, লখিমপুৰ, অসম•
    4 hrs ago
  • কলীয়াপানীত দুগ্ধ সংসাধন প্ৰকল্পৰ ভিতৰত বৃহৎ অজগৰ উদ্ধাৰ
    1
    কলীয়াপানীত দুগ্ধ সংসাধন প্ৰকল্পৰ ভিতৰত
বৃহৎ অজগৰ উদ্ধাৰ
    user_Smriti Rekha Lahon
    Smriti Rekha Lahon
    Local News Reporter টীয়ক, যোৰহাট, অসম•
    2 hrs ago
  • Post by Saan Miya
    1
    Post by Saan Miya
    user_Saan Miya
    Saan Miya
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    7 hrs ago
  • মোৰ মৰমৰ ৰঙানদী
    1
    মোৰ মৰমৰ ৰঙানদী
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    22 hrs ago
  • Post by Mustak ali
    1
    Post by Mustak ali
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    19 min ago
  • Post by দিব্য জ্যোতি ভূঞা
    1
    Post by দিব্য জ্যোতি ভূঞা
    user_দিব্য জ্যোতি ভূঞা
    দিব্য জ্যোতি ভূঞা
    Local News Reporter নাৰায়ণপুৰ, লখিমপুৰ, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.