logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰৰ গৌৰৱ নগৰত বাৰ্ষিক নাম আৰু ভাগৱত পাঠ আৰম্ভ। শিৱসাগৰ নগৰৰ সমীপৰ গৌৰৱ নগৰ বৰ নামঘৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক নাম আৰু ভাগৱত পাঠ আৰম্ভ। আজিৰ কাৰ্যসূচী হিচাপে পুৱা ঊষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন। স্মৃতি তৰ্পনৰ পিছতে ভাগৱত ভ্ৰমণ কাৰ্যসূচী অনুষ্ঠিত হয়। ভাগৱত ভ্ৰমণ কাৰ্যসূচীত কেইবা শতাধিক পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰে। ৩ মে’ নিশা স্থানীয় শিশুসকলৰ দ্বাৰা একলব্য গুৰু দক্ষিণা নামৰ ভাওনা প্ৰদৰ্শন হব।

2 hrs ago
user_Mustak ali
Mustak ali
শিৱসাগৰ, শিৱসাগৰ, অসম•
2 hrs ago

শিৱসাগৰৰ গৌৰৱ নগৰত বাৰ্ষিক নাম আৰু ভাগৱত পাঠ আৰম্ভ। শিৱসাগৰ নগৰৰ সমীপৰ গৌৰৱ নগৰ বৰ নামঘৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক নাম আৰু ভাগৱত পাঠ আৰম্ভ। আজিৰ কাৰ্যসূচী হিচাপে পুৱা ঊষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন। স্মৃতি তৰ্পনৰ পিছতে ভাগৱত ভ্ৰমণ কাৰ্যসূচী অনুষ্ঠিত হয়। ভাগৱত ভ্ৰমণ কাৰ্যসূচীত কেইবা শতাধিক পুৰুষ-মহিলা, যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰে। ৩ মে’ নিশা স্থানীয় শিশুসকলৰ দ্বাৰা একলব্য গুৰু দক্ষিণা নামৰ ভাওনা প্ৰদৰ্শন হব।

More news from অসম and nearby areas
  • Post by Charaideo news
    1
    Post by Charaideo news
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    2 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    5 hrs ago
  • Post by দিব্য জ্যোতি ভূঞা
    1
    Post by দিব্য জ্যোতি ভূঞা
    user_দিব্য জ্যোতি ভূঞা
    দিব্য জ্যোতি ভূঞা
    Local News Reporter নাৰায়ণপুৰ, লখিমপুৰ, অসম•
    6 hrs ago
  • Post by Deepu gorh
    3
    Post by Deepu gorh
    user_Deepu gorh
    Deepu gorh
    বৰডুমচা, তিনিচুকীয়া, অসম•
    2 hrs ago
  • হয়, এই দৃশ্য নুমলীগড়ৰ কাষৰীয়া "মৰঙি চাহ বাগিচাৰ"। ভাৰতীয় চাহ মজদুৰ সংঘৰ মৰঙি চাহ বাগিচা শাখাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত উদযাপন কৰা হয় শ্ৰমিক দিৱস। আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে চাহ বাগিচাখন গঢ় দিয়াত অন্যতম ভুমিকা পালন কৰা জ্যেষ্ঠ শ্ৰমিক সকলৰ হাত-ভৰি ধুৱাই, চৰণ চুই সেৱা জনোৱাৰ লগতে বিশেষভাৱে সম্বৰ্ধনা জনায়। তদুপৰি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থী সকলকো সম্বৰ্ধনা জনায়।
    3
    হয়, এই দৃশ্য নুমলীগড়ৰ কাষৰীয়া "মৰঙি চাহ বাগিচাৰ"। ভাৰতীয় চাহ মজদুৰ সংঘৰ মৰঙি চাহ বাগিচা শাখাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত উদযাপন কৰা হয় শ্ৰমিক দিৱস। আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে চাহ বাগিচাখন গঢ় দিয়াত অন্যতম ভুমিকা পালন কৰা জ্যেষ্ঠ শ্ৰমিক সকলৰ হাত-ভৰি ধুৱাই, চৰণ চুই সেৱা জনোৱাৰ লগতে বিশেষভাৱে সম্বৰ্ধনা জনায়। তদুপৰি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থী সকলকো সম্বৰ্ধনা জনায়।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    4 hrs ago
  • ডুমডুমাত আতংক! হনুমান মন্দিৰ কাষত অদ্ভূত দৃশ্য মাটিৰ তলৰ পৰা অবিৰত ভুৰ ভুৰণি সন্ধিয়া ৪ বজাৰ পৰা চলি আছে ঘটনা ৩ নং ৱাৰ্ডৰ নাগা পতিতত হাহাকাৰ পৰিস্থিতি স্থানীয় লোকক আঁতৰাই দিয়া হৈছে ঘটনাস্থলীৰ পৰা গেছ নিৰ্গমন নে অন্য কিবা? কাৰণ অজ্ঞাত
    1
    ডুমডুমাত আতংক!
হনুমান মন্দিৰ কাষত অদ্ভূত দৃশ্য
মাটিৰ তলৰ পৰা অবিৰত ভুৰ ভুৰণি
সন্ধিয়া ৪ বজাৰ পৰা চলি আছে ঘটনা
৩ নং ৱাৰ্ডৰ নাগা পতিতত হাহাকাৰ পৰিস্থিতি
স্থানীয় লোকক আঁতৰাই দিয়া হৈছে ঘটনাস্থলীৰ পৰা
গেছ নিৰ্গমন নে অন্য কিবা? কাৰণ অজ্ঞাত
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    17 hrs ago
  • Post by Mustak ali
    1
    Post by Mustak ali
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত চৰাইদেউ জিলা সমিতিৰ উদ্যোগত টাই আহোম মহিলা পৰিষদ আৰু চৰাইদেউবাসীৰ সহযোগত 30 এপ্ৰিল বৃহস্পতিবাৰে বীৰঙ্গনা মূলাগাভৰু ক্ষেত্ৰ চৰাইদেউ জিলাৰ সোণাৰি ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ক্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় । বিশিষ্ট সাংবাদিক প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ সভানেত্ৰী সংগীতা বৰুৱা পিছাৰটিক এইবাৰৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰে ।
    1
    টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত চৰাইদেউ জিলা সমিতিৰ উদ্যোগত টাই আহোম মহিলা পৰিষদ আৰু চৰাইদেউবাসীৰ সহযোগত 30 এপ্ৰিল বৃহস্পতিবাৰে বীৰঙ্গনা মূলাগাভৰু ক্ষেত্ৰ চৰাইদেউ জিলাৰ সোণাৰি ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস  আৰু ক্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় । বিশিষ্ট সাংবাদিক প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ সভানেত্ৰী সংগীতা বৰুৱা পিছাৰটিক এইবাৰৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰে  ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    5 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.