logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিশ্ব শ্ৰমিক দিৱসৰ দিনাই চাকৰি হেৰুওৱা এগৰাকী শ্ৰমিকৰ কৰুণ কাহিনী ৷ পুঁজিপতি গোষ্ঠীৰ পৰা চৰম উপেক্ষিত - বঞ্চিত হৈ অৱশেষত সংবাদ মাধ্যমৰ কাষ চপা যুৱকজনৰ নাম ৰিদীৰ ডেকা ৷ নিজৰ অৰ্হতা আৰু পৰিয়ালৰ তাগিদাত নিয়োজিত আছিল প্ৰগতি হস্পিতেল এণ্ড ৰিচাৰ্জ চেন্টাৰত ৷ এগৰাকী প্ৰশাসনিক কাৰ্য্যালয়ৰ সহায়ক হিচাবে ২০১৪ চনৰ পৰা বিধিগত ভাৱে নিয়োজিত হৈ থকা ৰিদীপ ডেকাই চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বঞ্চিত হৈ আছে প্ৰাপ্য দৰমহাৰ পৰা ৷ আন নালাগে দৰমহা বিছাৰি যোৱা ৰিদীপ ডেকাক চিকিৎসালয় খনৰ অধীক্ষক গৰাকীয়ে সাক্ষাতৰ পৰা বিৰত থাকি চাকৰিৰ পৰা অব্যাহতি দিয়ে ৷ সমগ্ৰ ঘটনাৰ সম্পৰ্কত এগৰাকী দক্ষ শ্ৰমিক হিচাবে নিজৰ প্ৰাপ্য অধিকাৰ বিছাৰি জিলা শ্ৰম আয়ুক্তৰ কাৰ্য্যলয়ৰ কাষ চাপিছিল কিন্তু ন্যায় নাপালে ৷ অৱশেষত বিশ্ব শ্ৰমিক দিৱসৰ দিনাই সংবাদ মাধ্যমৰ কাষ চাপি ৰিদীপ ডেকাই উদঙাই দিলে বঞ্চনাৰ এক কৰুণ দস্তাবেজ ৷ বিশেষকৈ কেন্দ্ৰীয় শ্ৰম বিভাগে দক্ষ্য আৰু অদক্ষ্য শ্ৰমিকৰ বাবে নিৰ্ধাৰিত কৰা নিৰিখৰ পৰা চুড়ান্ত ভাৱে বঞ্চনা কৰি অহাৰ লগতে মানৱ অধিকাৰ হৰণ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷ ৰিদীপ ডেকাৰ স্পষ্ট মত, ৰিদীপ ডেকাই হওঁক পুঁজিপতি গোষ্ঠীৰ হাতত উপেক্ষিত অন্তিম জন শ্ৰমিক ৷

3 hrs ago
user_Mustak ali
Mustak ali
শিৱসাগৰ, শিৱসাগৰ, অসম•
3 hrs ago

বিশ্ব শ্ৰমিক দিৱসৰ দিনাই চাকৰি হেৰুওৱা এগৰাকী শ্ৰমিকৰ কৰুণ কাহিনী ৷ পুঁজিপতি গোষ্ঠীৰ পৰা চৰম উপেক্ষিত - বঞ্চিত হৈ অৱশেষত সংবাদ মাধ্যমৰ কাষ চপা যুৱকজনৰ নাম ৰিদীৰ ডেকা ৷ নিজৰ অৰ্হতা আৰু পৰিয়ালৰ তাগিদাত নিয়োজিত আছিল প্ৰগতি হস্পিতেল এণ্ড ৰিচাৰ্জ চেন্টাৰত ৷ এগৰাকী প্ৰশাসনিক কাৰ্য্যালয়ৰ সহায়ক হিচাবে ২০১৪ চনৰ পৰা বিধিগত ভাৱে নিয়োজিত হৈ থকা ৰিদীপ ডেকাই চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বঞ্চিত হৈ আছে প্ৰাপ্য দৰমহাৰ পৰা ৷ আন নালাগে দৰমহা বিছাৰি যোৱা ৰিদীপ ডেকাক চিকিৎসালয় খনৰ অধীক্ষক গৰাকীয়ে সাক্ষাতৰ পৰা বিৰত থাকি চাকৰিৰ পৰা অব্যাহতি দিয়ে ৷ সমগ্ৰ ঘটনাৰ সম্পৰ্কত এগৰাকী দক্ষ শ্ৰমিক হিচাবে নিজৰ প্ৰাপ্য অধিকাৰ বিছাৰি জিলা শ্ৰম আয়ুক্তৰ কাৰ্য্যলয়ৰ কাষ চাপিছিল কিন্তু ন্যায় নাপালে ৷ অৱশেষত বিশ্ব শ্ৰমিক দিৱসৰ দিনাই সংবাদ মাধ্যমৰ কাষ চাপি ৰিদীপ ডেকাই উদঙাই দিলে বঞ্চনাৰ এক কৰুণ দস্তাবেজ ৷ বিশেষকৈ কেন্দ্ৰীয় শ্ৰম বিভাগে দক্ষ্য আৰু অদক্ষ্য শ্ৰমিকৰ বাবে নিৰ্ধাৰিত কৰা নিৰিখৰ পৰা চুড়ান্ত ভাৱে বঞ্চনা কৰি অহাৰ লগতে মানৱ অধিকাৰ হৰণ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷ ৰিদীপ ডেকাৰ স্পষ্ট মত, ৰিদীপ ডেকাই হওঁক পুঁজিপতি গোষ্ঠীৰ হাতত উপেক্ষিত অন্তিম জন শ্ৰমিক ৷

More news from অসম and nearby areas
  • Post by Mustak ali
    1
    Post by Mustak ali
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    37 min ago
  • ​এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ কাৰ্যকালৰ সমাপ্তি উপলক্ষে আজি এক আড়ম্বৰপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। ২০২১ চনৰ নৱেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা সন্দিকৈয়ে সুদীৰ্ঘ সেৱাৰ অন্তত ২০২৬ চনৰ ৩০ এপ্ৰিলত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই বিশেষ দিনটোত তেওঁক চিন্তামণিগড় তিনিআলিৰ পৰা এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে হুঁচৰি দলে ঢোলে-দগৰে সন্মানেৰে আগুৱাই আনি কাৰ্যালয়লৈ আদৰি আনে। বিদায় অনুষ্ঠানত চিন্তামণিগড় আৰু বামুণ পুখুৰী গাঁও পঞ্চায়তৰ সভাপতিদ্বয়ৰ লগতে কলিয়াপানী খণ্ড উন্নয়ন বিষয়া, কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু ৱাৰ্ড সদস্যসকল উপস্থিত থাকি তেওঁৰ ভৱিষ্যৎ জীৱনৰ কুশল কামনা কৰে। উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বিদায়ী সচিবগৰাকীৰ নিষ্ঠা আৰু কৰ্মতৎপৰতাৰ শলাগ লৈ তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
    4
    ​এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ কাৰ্যকালৰ সমাপ্তি উপলক্ষে আজি এক আড়ম্বৰপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। ২০২১ চনৰ নৱেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা সন্দিকৈয়ে সুদীৰ্ঘ সেৱাৰ অন্তত ২০২৬ চনৰ ৩০ এপ্ৰিলত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই বিশেষ দিনটোত তেওঁক চিন্তামণিগড় তিনিআলিৰ পৰা এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে হুঁচৰি দলে ঢোলে-দগৰে সন্মানেৰে আগুৱাই আনি কাৰ্যালয়লৈ আদৰি আনে। বিদায় অনুষ্ঠানত চিন্তামণিগড় আৰু বামুণ পুখুৰী গাঁও পঞ্চায়তৰ সভাপতিদ্বয়ৰ লগতে কলিয়াপানী খণ্ড উন্নয়ন বিষয়া, কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু ৱাৰ্ড সদস্যসকল উপস্থিত থাকি তেওঁৰ ভৱিষ্যৎ জীৱনৰ কুশল কামনা কৰে। উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বিদায়ী সচিবগৰাকীৰ নিষ্ঠা আৰু কৰ্মতৎপৰতাৰ শলাগ লৈ তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    18 hrs ago
  • কলীয়াপানীত দুগ্ধ সংসাধন প্ৰকল্পৰ ভিতৰত বৃহৎ অজগৰ উদ্ধাৰ
    1
    কলীয়াপানীত দুগ্ধ সংসাধন প্ৰকল্পৰ ভিতৰত
বৃহৎ অজগৰ উদ্ধাৰ
    user_Smriti Rekha Lahon
    Smriti Rekha Lahon
    Local News Reporter টীয়ক, যোৰহাট, অসম•
    3 hrs ago
  • Post by Charaideo news
    1
    Post by Charaideo news
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    1 hr ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    4 hrs ago
  • সোণাৰিত বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হোৱা বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'য় বঁটাটি। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি।
    1
    সোণাৰিত বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা  প্ৰদান। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হোৱা বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'য় বঁটাটি।
বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান।
বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    9 hrs ago
  • জুয়ে পোৰা সোণ হৈ বাণিজ্যিক শাখাত যোৰহাটৰ ব্ৰিলীয়েঞ্চ একাডেমিৰ পৰা উজ্বলিল দক্ষিণ যোৰহাটৰ নাম জামুগুৰি অঞ্চলৰ জিণ্টু গগৈ উল্লেখযোগ্য যে নৱম শ্ৰেণীত দেউতাকক হেৰুৱাই মাকে কঠোৰ সংগ্ৰাম কৰি ব্ৰিলিয়েঞ্চ একাডেমি নামৰ ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰি বাণিজ্যিক শাখাৰ পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ 86 শতাংশ নম্বৰ লৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে জিণ্টু গগৈয়ে আৰ্থিক অনাটনৰ হাজাৰ বাধা নেউচি ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি মাতৃযে কঠোৰ সংগ্ৰামৰ মাজেৰে ঘৰৰ এক মাত্ৰ সন্তান জিন্টু গগৈৰ সাফল্যত উৎফুল্লিত ঘৰখনৰ লগতে স্থানীয় ৰাইজ। CBSE বৰ্ডৰ পৰা 75 শতাংশ নম্বৰ লৈ দুবছৰৰ আগতে উত্তীৰ্ণ হৈছিল জিণ্টু গগৈ। ভৱিষ্যতে এজন চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ সপোন বুকুত বান্ধি সপোন দেখিছে জিণ্টু গগৈ হয় যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ সহযোগত ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    1
    জুয়ে পোৰা সোণ হৈ বাণিজ্যিক শাখাত যোৰহাটৰ ব্ৰিলীয়েঞ্চ একাডেমিৰ পৰা উজ্বলিল দক্ষিণ যোৰহাটৰ নাম জামুগুৰি অঞ্চলৰ জিণ্টু গগৈ
উল্লেখযোগ্য যে নৱম শ্ৰেণীত দেউতাকক হেৰুৱাই মাকে কঠোৰ সংগ্ৰাম কৰি ব্ৰিলিয়েঞ্চ একাডেমি নামৰ ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰি বাণিজ্যিক শাখাৰ পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ 86 শতাংশ নম্বৰ লৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে জিণ্টু গগৈয়ে
আৰ্থিক অনাটনৰ হাজাৰ বাধা নেউচি ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি মাতৃযে কঠোৰ সংগ্ৰামৰ মাজেৰে ঘৰৰ এক মাত্ৰ সন্তান জিন্টু গগৈৰ সাফল্যত উৎফুল্লিত ঘৰখনৰ লগতে স্থানীয় ৰাইজ।
CBSE বৰ্ডৰ পৰা 75 শতাংশ নম্বৰ লৈ দুবছৰৰ আগতে উত্তীৰ্ণ হৈছিল জিণ্টু গগৈ।
ভৱিষ্যতে এজন চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ সপোন বুকুত বান্ধি সপোন দেখিছে জিণ্টু গগৈ হয়
যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ সহযোগত ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    user_Huntu sen kachari
    Huntu sen kachari
    Dancer Dhemaji, Assam•
    6 hrs ago
  • Post by Mustak ali
    1
    Post by Mustak ali
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.