logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

জুয়ে পোৰা সোণ হৈ বাণিজ্যিক শাখাত যোৰহাটৰ ব্ৰিলীয়েঞ্চ একাডেমিৰ পৰা উজ্বলিল দক্ষিণ যোৰহাটৰ নাম জামুগুৰি অঞ্চলৰ জিণ্টু গগৈ জুয়ে পোৰা সোণ হৈ বাণিজ্যিক শাখাত যোৰহাটৰ ব্ৰিলীয়েঞ্চ একাডেমিৰ পৰা উজ্বলিল দক্ষিণ যোৰহাটৰ নাম জামুগুৰি অঞ্চলৰ জিণ্টু গগৈ উল্লেখযোগ্য যে নৱম শ্ৰেণীত দেউতাকক হেৰুৱাই মাকে কঠোৰ সংগ্ৰাম কৰি ব্ৰিলিয়েঞ্চ একাডেমি নামৰ ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰি বাণিজ্যিক শাখাৰ পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ 86 শতাংশ নম্বৰ লৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে জিণ্টু গগৈয়ে আৰ্থিক অনাটনৰ হাজাৰ বাধা নেউচি ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি মাতৃযে কঠোৰ সংগ্ৰামৰ মাজেৰে ঘৰৰ এক মাত্ৰ সন্তান জিন্টু গগৈৰ সাফল্যত উৎফুল্লিত ঘৰখনৰ লগতে স্থানীয় ৰাইজ। CBSE বৰ্ডৰ পৰা 75 শতাংশ নম্বৰ লৈ দুবছৰৰ আগতে উত্তীৰ্ণ হৈছিল জিণ্টু গগৈ। ভৱিষ্যতে এজন চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ সপোন বুকুত বান্ধি সপোন দেখিছে জিণ্টু গগৈ হয় যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ সহযোগত ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট

2 hrs ago
user_Huntu sen kachari
Huntu sen kachari
Dancer Dhemaji, Assam•
2 hrs ago

জুয়ে পোৰা সোণ হৈ বাণিজ্যিক শাখাত যোৰহাটৰ ব্ৰিলীয়েঞ্চ একাডেমিৰ পৰা উজ্বলিল দক্ষিণ যোৰহাটৰ নাম জামুগুৰি অঞ্চলৰ জিণ্টু গগৈ জুয়ে পোৰা সোণ হৈ বাণিজ্যিক শাখাত যোৰহাটৰ ব্ৰিলীয়েঞ্চ একাডেমিৰ পৰা উজ্বলিল দক্ষিণ যোৰহাটৰ নাম জামুগুৰি অঞ্চলৰ জিণ্টু গগৈ উল্লেখযোগ্য যে নৱম শ্ৰেণীত দেউতাকক হেৰুৱাই মাকে কঠোৰ সংগ্ৰাম কৰি ব্ৰিলিয়েঞ্চ একাডেমি নামৰ ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰি বাণিজ্যিক শাখাৰ পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ 86 শতাংশ নম্বৰ লৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে জিণ্টু গগৈয়ে আৰ্থিক অনাটনৰ হাজাৰ বাধা নেউচি ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি মাতৃযে কঠোৰ সংগ্ৰামৰ মাজেৰে ঘৰৰ এক মাত্ৰ সন্তান জিন্টু গগৈৰ সাফল্যত উৎফুল্লিত ঘৰখনৰ লগতে স্থানীয় ৰাইজ। CBSE বৰ্ডৰ পৰা 75 শতাংশ নম্বৰ লৈ দুবছৰৰ আগতে উত্তীৰ্ণ হৈছিল জিণ্টু গগৈ। ভৱিষ্যতে এজন চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ সপোন বুকুত বান্ধি সপোন দেখিছে জিণ্টু গগৈ হয় যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ সহযোগত ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট

More news from Assam and nearby areas
  • জুয়ে পোৰা সোণ হৈ বাণিজ্যিক শাখাত যোৰহাটৰ ব্ৰিলীয়েঞ্চ একাডেমিৰ পৰা উজ্বলিল দক্ষিণ যোৰহাটৰ নাম জামুগুৰি অঞ্চলৰ জিণ্টু গগৈ উল্লেখযোগ্য যে নৱম শ্ৰেণীত দেউতাকক হেৰুৱাই মাকে কঠোৰ সংগ্ৰাম কৰি ব্ৰিলিয়েঞ্চ একাডেমি নামৰ ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰি বাণিজ্যিক শাখাৰ পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ 86 শতাংশ নম্বৰ লৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে জিণ্টু গগৈয়ে আৰ্থিক অনাটনৰ হাজাৰ বাধা নেউচি ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি মাতৃযে কঠোৰ সংগ্ৰামৰ মাজেৰে ঘৰৰ এক মাত্ৰ সন্তান জিন্টু গগৈৰ সাফল্যত উৎফুল্লিত ঘৰখনৰ লগতে স্থানীয় ৰাইজ। CBSE বৰ্ডৰ পৰা 75 শতাংশ নম্বৰ লৈ দুবছৰৰ আগতে উত্তীৰ্ণ হৈছিল জিণ্টু গগৈ। ভৱিষ্যতে এজন চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ সপোন বুকুত বান্ধি সপোন দেখিছে জিণ্টু গগৈ হয় যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ সহযোগত ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    1
    জুয়ে পোৰা সোণ হৈ বাণিজ্যিক শাখাত যোৰহাটৰ ব্ৰিলীয়েঞ্চ একাডেমিৰ পৰা উজ্বলিল দক্ষিণ যোৰহাটৰ নাম জামুগুৰি অঞ্চলৰ জিণ্টু গগৈ
উল্লেখযোগ্য যে নৱম শ্ৰেণীত দেউতাকক হেৰুৱাই মাকে কঠোৰ সংগ্ৰাম কৰি ব্ৰিলিয়েঞ্চ একাডেমি নামৰ ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰি বাণিজ্যিক শাখাৰ পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ 86 শতাংশ নম্বৰ লৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে জিণ্টু গগৈয়ে
আৰ্থিক অনাটনৰ হাজাৰ বাধা নেউচি ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি মাতৃযে কঠোৰ সংগ্ৰামৰ মাজেৰে ঘৰৰ এক মাত্ৰ সন্তান জিন্টু গগৈৰ সাফল্যত উৎফুল্লিত ঘৰখনৰ লগতে স্থানীয় ৰাইজ।
CBSE বৰ্ডৰ পৰা 75 শতাংশ নম্বৰ লৈ দুবছৰৰ আগতে উত্তীৰ্ণ হৈছিল জিণ্টু গগৈ।
ভৱিষ্যতে এজন চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ সপোন বুকুত বান্ধি সপোন দেখিছে জিণ্টু গগৈ হয়
যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ সহযোগত ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    user_Huntu sen kachari
    Huntu sen kachari
    Dancer Dhemaji, Assam•
    2 hrs ago
  • টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত চৰাইদেউ জিলা সমিতিৰ উদ্যোগত টাই আহোম মহিলা পৰিষদ আৰু চৰাইদেউবাসীৰ সহযোগত 30 এপ্ৰিল বৃহস্পতিবাৰে বীৰঙ্গনা মূলাগাভৰু ক্ষেত্ৰ চৰাইদেউ জিলাৰ সোণাৰি ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ক্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় । বিশিষ্ট সাংবাদিক প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ সভানেত্ৰী সংগীতা বৰুৱা পিছাৰটিক এইবাৰৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰে ।
    1
    টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত চৰাইদেউ জিলা সমিতিৰ উদ্যোগত টাই আহোম মহিলা পৰিষদ আৰু চৰাইদেউবাসীৰ সহযোগত 30 এপ্ৰিল বৃহস্পতিবাৰে বীৰঙ্গনা মূলাগাভৰু ক্ষেত্ৰ চৰাইদেউ জিলাৰ সোণাৰি ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস  আৰু ক্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় । বিশিষ্ট সাংবাদিক প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ সভানেত্ৰী সংগীতা বৰুৱা পিছাৰটিক এইবাৰৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰে  ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    6 min ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    38 min ago
  • Post by Direct Khabar
    1
    Post by Direct Khabar
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    22 hrs ago
  • ​এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ কাৰ্যকালৰ সমাপ্তি উপলক্ষে আজি এক আড়ম্বৰপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। ২০২১ চনৰ নৱেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা সন্দিকৈয়ে সুদীৰ্ঘ সেৱাৰ অন্তত ২০২৬ চনৰ ৩০ এপ্ৰিলত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই বিশেষ দিনটোত তেওঁক চিন্তামণিগড় তিনিআলিৰ পৰা এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে হুঁচৰি দলে ঢোলে-দগৰে সন্মানেৰে আগুৱাই আনি কাৰ্যালয়লৈ আদৰি আনে। বিদায় অনুষ্ঠানত চিন্তামণিগড় আৰু বামুণ পুখুৰী গাঁও পঞ্চায়তৰ সভাপতিদ্বয়ৰ লগতে কলিয়াপানী খণ্ড উন্নয়ন বিষয়া, কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু ৱাৰ্ড সদস্যসকল উপস্থিত থাকি তেওঁৰ ভৱিষ্যৎ জীৱনৰ কুশল কামনা কৰে। উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বিদায়ী সচিবগৰাকীৰ নিষ্ঠা আৰু কৰ্মতৎপৰতাৰ শলাগ লৈ তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
    4
    ​এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ কাৰ্যকালৰ সমাপ্তি উপলক্ষে আজি এক আড়ম্বৰপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। ২০২১ চনৰ নৱেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা সন্দিকৈয়ে সুদীৰ্ঘ সেৱাৰ অন্তত ২০২৬ চনৰ ৩০ এপ্ৰিলত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই বিশেষ দিনটোত তেওঁক চিন্তামণিগড় তিনিআলিৰ পৰা এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে হুঁচৰি দলে ঢোলে-দগৰে সন্মানেৰে আগুৱাই আনি কাৰ্যালয়লৈ আদৰি আনে। বিদায় অনুষ্ঠানত চিন্তামণিগড় আৰু বামুণ পুখুৰী গাঁও পঞ্চায়তৰ সভাপতিদ্বয়ৰ লগতে কলিয়াপানী খণ্ড উন্নয়ন বিষয়া, কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু ৱাৰ্ড সদস্যসকল উপস্থিত থাকি তেওঁৰ ভৱিষ্যৎ জীৱনৰ কুশল কামনা কৰে। উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বিদায়ী সচিবগৰাকীৰ নিষ্ঠা আৰু কৰ্মতৎপৰতাৰ শলাগ লৈ তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    13 hrs ago
  • Post by Mustak ali
    1
    Post by Mustak ali
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    14 hrs ago
  • মোৰ মৰমৰ ৰঙানদী
    1
    মোৰ মৰমৰ ৰঙানদী
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    19 hrs ago
  • Post by Charaideo news
    1
    Post by Charaideo news
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    34 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.