Shuru
Apke Nagar Ki App…
মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়ত্ৰীৰ।
Direct Khabar
মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়ত্ৰীৰ।
More news from অসম and nearby areas
- Post by Moran Dorpon1
- Post by Direct Khabar1
- আজি বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হ'বলগীয়া স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'ব বঁটাটি। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি। আজিৰ অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া উপস্থিত থাকিব নিৰ্দিষ্ট বক্তা হিচাপে1
- এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ কাৰ্যকালৰ সমাপ্তি উপলক্ষে আজি এক আড়ম্বৰপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। ২০২১ চনৰ নৱেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা সন্দিকৈয়ে সুদীৰ্ঘ সেৱাৰ অন্তত ২০২৬ চনৰ ৩০ এপ্ৰিলত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই বিশেষ দিনটোত তেওঁক চিন্তামণিগড় তিনিআলিৰ পৰা এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে হুঁচৰি দলে ঢোলে-দগৰে সন্মানেৰে আগুৱাই আনি কাৰ্যালয়লৈ আদৰি আনে। বিদায় অনুষ্ঠানত চিন্তামণিগড় আৰু বামুণ পুখুৰী গাঁও পঞ্চায়তৰ সভাপতিদ্বয়ৰ লগতে কলিয়াপানী খণ্ড উন্নয়ন বিষয়া, কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু ৱাৰ্ড সদস্যসকল উপস্থিত থাকি তেওঁৰ ভৱিষ্যৎ জীৱনৰ কুশল কামনা কৰে। উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বিদায়ী সচিবগৰাকীৰ নিষ্ঠা আৰু কৰ্মতৎপৰতাৰ শলাগ লৈ তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।4
- Post by Mustak ali1
- Post by Assam Update1
- ডুমডুমাত আতংক! হনুমান মন্দিৰ কাষত অদ্ভূত দৃশ্য মাটিৰ তলৰ পৰা অবিৰত ভুৰ ভুৰণি সন্ধিয়া ৪ বজাৰ পৰা চলি আছে ঘটনা ৩ নং ৱাৰ্ডৰ নাগা পতিতত হাহাকাৰ পৰিস্থিতি স্থানীয় লোকক আঁতৰাই দিয়া হৈছে ঘটনাস্থলীৰ পৰা গেছ নিৰ্গমন নে অন্য কিবা? কাৰণ অজ্ঞাত1
- Post by Moran Dorpon1