logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ সভানেত্ৰীলৈ টাইপাৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা। টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত চৰাইদেউ জিলা সমিতিৰ উদ্যোগত টাই আহোম মহিলা পৰিষদ আৰু চৰাইদেউবাসীৰ সহযোগত 30 এপ্ৰিল বৃহস্পতিবাৰে বীৰঙ্গনা মূলাগাভৰু ক্ষেত্ৰ চৰাইদেউ জিলাৰ সোণাৰি ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ক্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় । বিশিষ্ট সাংবাদিক প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ সভানেত্ৰী সংগীতা বৰুৱা পিছাৰটিক এইবাৰৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰে ।

1 hr ago
user_Charaideo news
Charaideo news
মাহমৰা, চৰাইদেউ, অসম•
1 hr ago

প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ সভানেত্ৰীলৈ টাইপাৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা। টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত চৰাইদেউ জিলা সমিতিৰ উদ্যোগত টাই আহোম মহিলা পৰিষদ আৰু চৰাইদেউবাসীৰ সহযোগত 30 এপ্ৰিল বৃহস্পতিবাৰে বীৰঙ্গনা মূলাগাভৰু ক্ষেত্ৰ চৰাইদেউ জিলাৰ সোণাৰি ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ক্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় । বিশিষ্ট সাংবাদিক প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ সভানেত্ৰী সংগীতা বৰুৱা পিছাৰটিক এইবাৰৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰে ।

More news from অসম and nearby areas
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    2 hrs ago
  • আজি বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হ'বলগীয়া স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'ব বঁটাটি। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি। আজিৰ অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া উপস্থিত থাকিব নিৰ্দিষ্ট বক্তা হিচাপে
    1
    আজি বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা  প্ৰদান কৰা হ'ব বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হ'বলগীয়া স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'ব বঁটাটি। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি। আজিৰ অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া উপস্থিত থাকিব নিৰ্দিষ্ট বক্তা হিচাপে
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    23 hrs ago
  • Post by Mustak ali
    1
    Post by Mustak ali
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    16 hrs ago
  • Post by Deepu gorh
    1
    Post by Deepu gorh
    user_Deepu gorh
    Deepu gorh
    বৰডুমচা, তিনিচুকীয়া, অসম•
    55 min ago
  • কলীয়াপানীত দুগ্ধ সংসাধন প্ৰকল্পৰ ভিতৰত বৃহৎ অজগৰ উদ্ধাৰ
    1
    কলীয়াপানীত দুগ্ধ সংসাধন প্ৰকল্পৰ ভিতৰত
বৃহৎ অজগৰ উদ্ধাৰ
    user_Smriti Rekha Lahon
    Smriti Rekha Lahon
    Local News Reporter টীয়ক, যোৰহাট, অসম•
    18 min ago
  • ডুমডুমাত আতংক! হনুমান মন্দিৰ কাষত অদ্ভূত দৃশ্য মাটিৰ তলৰ পৰা অবিৰত ভুৰ ভুৰণি সন্ধিয়া ৪ বজাৰ পৰা চলি আছে ঘটনা ৩ নং ৱাৰ্ডৰ নাগা পতিতত হাহাকাৰ পৰিস্থিতি স্থানীয় লোকক আঁতৰাই দিয়া হৈছে ঘটনাস্থলীৰ পৰা গেছ নিৰ্গমন নে অন্য কিবা? কাৰণ অজ্ঞাত
    1
    ডুমডুমাত আতংক!
হনুমান মন্দিৰ কাষত অদ্ভূত দৃশ্য
মাটিৰ তলৰ পৰা অবিৰত ভুৰ ভুৰণি
সন্ধিয়া ৪ বজাৰ পৰা চলি আছে ঘটনা
৩ নং ৱাৰ্ডৰ নাগা পতিতত হাহাকাৰ পৰিস্থিতি
স্থানীয় লোকক আঁতৰাই দিয়া হৈছে ঘটনাস্থলীৰ পৰা
গেছ নিৰ্গমন নে অন্য কিবা? কাৰণ অজ্ঞাত
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    13 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    14 hrs ago
  • Post by Deepu gorh
    4
    Post by Deepu gorh
    user_Deepu gorh
    Deepu gorh
    বৰডুমচা, তিনিচুকীয়া, অসম•
    1 hr ago
  • ⭕উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তিনিচুকীয়া জিলাৰ গোপনাৰীৰ দুগৰাকী ছাত্ৰী। ⭕আৰ ডি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা লিপিকা কুৰ্মীয়ে কলা শাখাত পাঁচটা বিষয়ত লেটাৰ সহ ৯০ শতাংশ লাভ কৰে ইপিনে মাকুম অশোক নগৰ স্থিত বিবেকানন্দ ইংলিছ একাডেমীৰ পৰা সংগিতা কুৰ্মীয়ে কলা শাখাত ৬৯ শতাংশ লাভ কৰিবলৈ সক্ষম হয়। ⭕গোপনাৰীৰ ব্যৱসায়ী তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া অৰ্থাৎ লিপিকাৰ বৰদেউতাক দেবাৰু কুৰ্মীয়ে পিতৃ হাৰা হোৱাৰ পাছত লিপিকাৰ সকলো দায়িত্ব গ্ৰহণ কৰিছিল, ইয়াৰ লগতে দিন হাজিৰা কৰিও সংগিতাৰ পিতৃয়ে সংগিতাৰ পঢ়াৰ ক্ষেত্ৰত কোনোধৰণৰ বাধা আহিব দিয়া হোৱা নাছিল। ⭕তিনিচুকীয়া জিলাৰ অতি ভিতৰুৱা অঞ্চলত এনেদৰে সুনাম কঢ়িয়াই অনাত তিনিচুকীয়া জিলাৰ কুৰ্মী সমাজ জিলাৰ সভাপতি প্ৰকাশ কুৰ্মী,অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া ৰাজু কুৰ্মী, মাকুম শাখা সমিতিৰ সভাপতি ৰবি কুৰ্মী,সম্পাদক দীপক কুৰ্মী,তিনিচুকীয়া জিলা মহিলা কুৰ্মী সমাজৰ জিলা সম্পাদিকা মূলেশ্বৰী কুৰ্মী প্ৰমুখ্যে কৰি গাঁও খনৰ ৰাইজে দুয়োগৰাকীকে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়।
    1
    ⭕উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তিনিচুকীয়া জিলাৰ গোপনাৰীৰ দুগৰাকী ছাত্ৰী।
⭕আৰ ডি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা লিপিকা কুৰ্মীয়ে কলা শাখাত পাঁচটা বিষয়ত লেটাৰ সহ ৯০ শতাংশ লাভ কৰে ইপিনে মাকুম অশোক নগৰ স্থিত বিবেকানন্দ ইংলিছ একাডেমীৰ পৰা সংগিতা কুৰ্মীয়ে কলা শাখাত ৬৯ শতাংশ লাভ কৰিবলৈ সক্ষম হয়।
⭕গোপনাৰীৰ ব্যৱসায়ী তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া অৰ্থাৎ লিপিকাৰ বৰদেউতাক দেবাৰু কুৰ্মীয়ে পিতৃ হাৰা হোৱাৰ পাছত লিপিকাৰ সকলো দায়িত্ব গ্ৰহণ কৰিছিল, ইয়াৰ লগতে দিন হাজিৰা কৰিও  সংগিতাৰ পিতৃয়ে সংগিতাৰ পঢ়াৰ ক্ষেত্ৰত কোনোধৰণৰ বাধা আহিব দিয়া হোৱা নাছিল।
⭕তিনিচুকীয়া জিলাৰ অতি ভিতৰুৱা অঞ্চলত এনেদৰে সুনাম  কঢ়িয়াই অনাত তিনিচুকীয়া জিলাৰ কুৰ্মী সমাজ জিলাৰ সভাপতি প্ৰকাশ কুৰ্মী,অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া ৰাজু কুৰ্মী, মাকুম শাখা সমিতিৰ সভাপতি ৰবি কুৰ্মী,সম্পাদক দীপক কুৰ্মী,তিনিচুকীয়া জিলা মহিলা কুৰ্মী সমাজৰ জিলা সম্পাদিকা মূলেশ্বৰী কুৰ্মী প্ৰমুখ্যে কৰি গাঁও খনৰ ৰাইজে দুয়োগৰাকীকে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.