Shuru
Apke Nagar Ki App…
Dinjan hopwell hindi school at celebration international workers' day
Deepu gorh
Dinjan hopwell hindi school at celebration international workers' day
More news from অসম and nearby areas
- Post by Deepu gorh3
- ডুমডুমাত আতংক! হনুমান মন্দিৰ কাষত অদ্ভূত দৃশ্য মাটিৰ তলৰ পৰা অবিৰত ভুৰ ভুৰণি সন্ধিয়া ৪ বজাৰ পৰা চলি আছে ঘটনা ৩ নং ৱাৰ্ডৰ নাগা পতিতত হাহাকাৰ পৰিস্থিতি স্থানীয় লোকক আঁতৰাই দিয়া হৈছে ঘটনাস্থলীৰ পৰা গেছ নিৰ্গমন নে অন্য কিবা? কাৰণ অজ্ঞাত1
- Post by Charaideo news1
- Post by Moran Dorpon1
- সোণাৰিত বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হোৱা বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'য় বঁটাটি। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি।1
- জুয়ে পোৰা সোণ হৈ বাণিজ্যিক শাখাত যোৰহাটৰ ব্ৰিলীয়েঞ্চ একাডেমিৰ পৰা উজ্বলিল দক্ষিণ যোৰহাটৰ নাম জামুগুৰি অঞ্চলৰ জিণ্টু গগৈ উল্লেখযোগ্য যে নৱম শ্ৰেণীত দেউতাকক হেৰুৱাই মাকে কঠোৰ সংগ্ৰাম কৰি ব্ৰিলিয়েঞ্চ একাডেমি নামৰ ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰি বাণিজ্যিক শাখাৰ পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ 86 শতাংশ নম্বৰ লৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে জিণ্টু গগৈয়ে আৰ্থিক অনাটনৰ হাজাৰ বাধা নেউচি ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি মাতৃযে কঠোৰ সংগ্ৰামৰ মাজেৰে ঘৰৰ এক মাত্ৰ সন্তান জিন্টু গগৈৰ সাফল্যত উৎফুল্লিত ঘৰখনৰ লগতে স্থানীয় ৰাইজ। CBSE বৰ্ডৰ পৰা 75 শতাংশ নম্বৰ লৈ দুবছৰৰ আগতে উত্তীৰ্ণ হৈছিল জিণ্টু গগৈ। ভৱিষ্যতে এজন চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ সপোন বুকুত বান্ধি সপোন দেখিছে জিণ্টু গগৈ হয় যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ সহযোগত ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট1
- Post by Mustak ali1
- Post by Deepu gorh1