Shuru
Apke Nagar Ki App…
মৰাণত অঘটন, মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত খটখটিত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।কোনো বাহনৰ খুন্দাত লোকজনৰ মৃতু হোবা বুলি সন্দেহ কৰা হৈছে । মৃত ব্যক্তিজনৰ বয়স ৪৫ বছৰ হব বুলি অনুমান কৰা হৈছে।বৰ্তমান মৃতদেহটো ৭২ ঘন্টাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰখা হব বুলি মৰাণ আৰক্ষীয়ে জানিব দিছে। ইফালে মৰাণ আৰক্ষীয়ে অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাত সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
Moran Dorpon

More news from অসম and nearby areas
- Post by Moran Dorpon1
- Post by Mustak ali1
- Post by Deepu gorh1
- কলীয়াপানীত দুগ্ধ সংসাধন প্ৰকল্পৰ ভিতৰত বৃহৎ অজগৰ উদ্ধাৰ1
- ডুমডুমাত আতংক! হনুমান মন্দিৰ কাষত অদ্ভূত দৃশ্য মাটিৰ তলৰ পৰা অবিৰত ভুৰ ভুৰণি সন্ধিয়া ৪ বজাৰ পৰা চলি আছে ঘটনা ৩ নং ৱাৰ্ডৰ নাগা পতিতত হাহাকাৰ পৰিস্থিতি স্থানীয় লোকক আঁতৰাই দিয়া হৈছে ঘটনাস্থলীৰ পৰা গেছ নিৰ্গমন নে অন্য কিবা? কাৰণ অজ্ঞাত1
- মোৰ মৰমৰ ৰঙানদী1
- Post by Charaideo news1
- Post by Moran Dorpon1
- Post by Mustak ali1