অসম জাতীয়তাবাদী যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ ব'হাগৰ আদৰণি সংকল্প সংহতি যাত্ৰা। পুৱা পতাকা উত্তোলনেৰে আৰম্ভণি কৰা অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো জনাই শ্ৰদ্ধাঞ্জলি। লগতে উক্ত অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় হুচৰি আৰু জেংবিহুৰ। বিহুৰ সৈতে ওতপ্ৰোত সম্পৰ্ক থকা কপৌফুল, ভাটৌফুল নোহোৱা হৈ পৰাতো অসমীয়া জাতীয় জীৱনৰ বাবে অশনি সংকেত। বিহুৰ সময়ত বহিৰাজ্যৰ পৰা কপৌফুল আমদানি কৰিব লাগে। জাতিৰ স্বাভিমান জীয়াই ৰাখিবলৈ হলে এই সম্পদসমূহ সংৰক্ষণ কৰিব লাগিব বুলি মন্তব্য সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক উদয়ন গগৈৰ। আনহাতে জুবিন গাৰ্গ বিহীন প্ৰথমটো বিহু অসমীয়াই পালন কৰিবলগীয়া হৈছে বুলি দুখ প্ৰকাশ কৰি উদয়ন গগৈয়ে কয় চৰকাৰে যাতে ন্যায়ক লৈ হেতালি নেখেলে। চৰকাৰখনক অসমৰ ৰাইজক নচোৱাবলৈ চেষ্টা নকৰিবলে আহ্বান জনোৱাৰ লগতে ন্যায় প্ৰদান নকৰিলে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি উল্লেখ কৰে নেতাগৰাকীয়ে। শ্যামকানু মহন্তৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উদয়ন গগৈয়ে। তেখেতে কয়, শ্যামকানু মহন্তৰ ককায়েক অসমৰ এখন উচ্চ আসনত আছিল। চৰকাৰে শ্যামকানু মহন্তৰ প্ৰতি সহানুভূতি দেখোৱালে নহব। চৰকাৰী অনুদান কেনেকৈ পাইছিল শ্যামকানু মহন্তই তাৰ ওপৰতো পৰ্যালোচনা কৰিবলৈ দাবী জনাই চৰকাৰক। সংকল্প সংহতি অনুষ্ঠানত শিৱসাগৰৰ ভালেকেইজন বিশিষ্ট ব্যক্তিৰ লগতে কেইবাগৰাকীও সাংবাদিকক সংগঠনটোৱে জনাই সম্বৰ্দ্ধনা।

- এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ কাৰ্যকালৰ সমাপ্তি উপলক্ষে আজি এক আড়ম্বৰপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। ২০২১ চনৰ নৱেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা সন্দিকৈয়ে সুদীৰ্ঘ সেৱাৰ অন্তত ২০২৬ চনৰ ৩০ এপ্ৰিলত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই বিশেষ দিনটোত তেওঁক চিন্তামণিগড় তিনিআলিৰ পৰা এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে হুঁচৰি দলে ঢোলে-দগৰে সন্মানেৰে আগুৱাই আনি কাৰ্যালয়লৈ আদৰি আনে। বিদায় অনুষ্ঠানত চিন্তামণিগড় আৰু বামুণ পুখুৰী গাঁও পঞ্চায়তৰ সভাপতিদ্বয়ৰ লগতে কলিয়াপানী খণ্ড উন্নয়ন বিষয়া, কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু ৱাৰ্ড সদস্যসকল উপস্থিত থাকি তেওঁৰ ভৱিষ্যৎ জীৱনৰ কুশল কামনা কৰে। উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বিদায়ী সচিবগৰাকীৰ নিষ্ঠা আৰু কৰ্মতৎপৰতাৰ শলাগ লৈ তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।4
- Post by Mustak ali1
- Post by Moran Dorpon1
- আজি বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হ'বলগীয়া স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'ব বঁটাটি। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি। আজিৰ অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া উপস্থিত থাকিব নিৰ্দিষ্ট বক্তা হিচাপে1
- Post by Direct Khabar1
- Post by Assam Update1
- মোৰ মৰমৰ ৰঙানদী1
- Post by Mustak ali1