logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

সোণাৰিত বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান সোণাৰিত বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হোৱা বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'য় বঁটাটি। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি।

2 hrs ago
user_Charaideo News & Entertainment
Charaideo News & Entertainment
সোণাৰি, চৰাইদেউ, অসম•
2 hrs ago

সোণাৰিত বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান সোণাৰিত বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হোৱা বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'য় বঁটাটি। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি।

More news from অসম and nearby areas
  • সোণাৰিত বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হোৱা বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'য় বঁটাটি। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি।
    1
    সোণাৰিত বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা  প্ৰদান। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হোৱা বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'য় বঁটাটি।
বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান।
বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    2 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    11 hrs ago
  • Post by Direct Khabar
    1
    Post by Direct Khabar
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    20 hrs ago
  • ​এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ কাৰ্যকালৰ সমাপ্তি উপলক্ষে আজি এক আড়ম্বৰপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। ২০২১ চনৰ নৱেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা সন্দিকৈয়ে সুদীৰ্ঘ সেৱাৰ অন্তত ২০২৬ চনৰ ৩০ এপ্ৰিলত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই বিশেষ দিনটোত তেওঁক চিন্তামণিগড় তিনিআলিৰ পৰা এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে হুঁচৰি দলে ঢোলে-দগৰে সন্মানেৰে আগুৱাই আনি কাৰ্যালয়লৈ আদৰি আনে। বিদায় অনুষ্ঠানত চিন্তামণিগড় আৰু বামুণ পুখুৰী গাঁও পঞ্চায়তৰ সভাপতিদ্বয়ৰ লগতে কলিয়াপানী খণ্ড উন্নয়ন বিষয়া, কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু ৱাৰ্ড সদস্যসকল উপস্থিত থাকি তেওঁৰ ভৱিষ্যৎ জীৱনৰ কুশল কামনা কৰে। উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বিদায়ী সচিবগৰাকীৰ নিষ্ঠা আৰু কৰ্মতৎপৰতাৰ শলাগ লৈ তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
    4
    ​এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ কাৰ্যকালৰ সমাপ্তি উপলক্ষে আজি এক আড়ম্বৰপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। ২০২১ চনৰ নৱেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা সন্দিকৈয়ে সুদীৰ্ঘ সেৱাৰ অন্তত ২০২৬ চনৰ ৩০ এপ্ৰিলত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই বিশেষ দিনটোত তেওঁক চিন্তামণিগড় তিনিআলিৰ পৰা এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে হুঁচৰি দলে ঢোলে-দগৰে সন্মানেৰে আগুৱাই আনি কাৰ্যালয়লৈ আদৰি আনে। বিদায় অনুষ্ঠানত চিন্তামণিগড় আৰু বামুণ পুখুৰী গাঁও পঞ্চায়তৰ সভাপতিদ্বয়ৰ লগতে কলিয়াপানী খণ্ড উন্নয়ন বিষয়া, কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু ৱাৰ্ড সদস্যসকল উপস্থিত থাকি তেওঁৰ ভৱিষ্যৎ জীৱনৰ কুশল কামনা কৰে। উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বিদায়ী সচিবগৰাকীৰ নিষ্ঠা আৰু কৰ্মতৎপৰতাৰ শলাগ লৈ তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    12 hrs ago
  • Post by Mustak ali
    1
    Post by Mustak ali
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    12 hrs ago
  • জুয়ে পোৰা সোণ হৈ বাণিজ্যিক শাখাত যোৰহাটৰ ব্ৰিলীয়েঞ্চ একাডেমিৰ পৰা উজ্বলিল দক্ষিণ যোৰহাটৰ নাম জামুগুৰি অঞ্চলৰ জিণ্টু গগৈ উল্লেখযোগ্য যে নৱম শ্ৰেণীত দেউতাকক হেৰুৱাই মাকে কঠোৰ সংগ্ৰাম কৰি ব্ৰিলিয়েঞ্চ একাডেমি নামৰ ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰি বাণিজ্যিক শাখাৰ পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ 86 শতাংশ নম্বৰ লৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে জিণ্টু গগৈয়ে আৰ্থিক অনাটনৰ হাজাৰ বাধা নেউচি ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি মাতৃযে কঠোৰ সংগ্ৰামৰ মাজেৰে ঘৰৰ এক মাত্ৰ সন্তান জিন্টু গগৈৰ সাফল্যত উৎফুল্লিত ঘৰখনৰ লগতে স্থানীয় ৰাইজ। CBSE বৰ্ডৰ পৰা 75 শতাংশ নম্বৰ লৈ দুবছৰৰ আগতে উত্তীৰ্ণ হৈছিল জিণ্টু গগৈ। ভৱিষ্যতে এজন চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ সপোন বুকুত বান্ধি সপোন দেখিছে জিণ্টু গগৈ হয় যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ সহযোগত ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    1
    জুয়ে পোৰা সোণ হৈ বাণিজ্যিক শাখাত যোৰহাটৰ ব্ৰিলীয়েঞ্চ একাডেমিৰ পৰা উজ্বলিল দক্ষিণ যোৰহাটৰ নাম জামুগুৰি অঞ্চলৰ জিণ্টু গগৈ
উল্লেখযোগ্য যে নৱম শ্ৰেণীত দেউতাকক হেৰুৱাই মাকে কঠোৰ সংগ্ৰাম কৰি ব্ৰিলিয়েঞ্চ একাডেমি নামৰ ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰি বাণিজ্যিক শাখাৰ পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ 86 শতাংশ নম্বৰ লৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে জিণ্টু গগৈয়ে
আৰ্থিক অনাটনৰ হাজাৰ বাধা নেউচি ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি মাতৃযে কঠোৰ সংগ্ৰামৰ মাজেৰে ঘৰৰ এক মাত্ৰ সন্তান জিন্টু গগৈৰ সাফল্যত উৎফুল্লিত ঘৰখনৰ লগতে স্থানীয় ৰাইজ।
CBSE বৰ্ডৰ পৰা 75 শতাংশ নম্বৰ লৈ দুবছৰৰ আগতে উত্তীৰ্ণ হৈছিল জিণ্টু গগৈ।
ভৱিষ্যতে এজন চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ সপোন বুকুত বান্ধি সপোন দেখিছে জিণ্টু গগৈ হয়
যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ সহযোগত ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    user_Huntu sen kachari
    Huntu sen kachari
    Dancer Dhemaji, Assam•
    30 min ago
  • যোৱা কালি লিডু শিঙৰীগাওঁত দ্বিতীয় যুদ্ধৰ পুৰণি মামৰ লগোৱা বোমা উদ্ধাৰ কৰা আজি সেনা বাহিনীৰ দ্বাৰা গাওঁৰ পিছ পিনে গাত খান্দি দিস্ফাছ কুৰি দিয়া হৈ উক্ত অস্থা নত লিডু আৰক্ষী চকী তথা গাওঁৰক্ষী বাহিনী উপস্থিত থাকে মই উমসংকৰ দেৱ মৌনভ অধিকাৰ মিডিয়া দিপুটি বিউৰো চীফ তিনিচুকীয়া অসম
    1
    যোৱা কালি লিডু  শিঙৰীগাওঁত দ্বিতীয় যুদ্ধৰ পুৰণি মামৰ লগোৱা বোমা উদ্ধাৰ কৰা আজি  সেনা বাহিনীৰ দ্বাৰা গাওঁৰ পিছ পিনে গাত খান্দি  দিস্ফাছ কুৰি দিয়া হৈ   উক্ত অস্থা নত লিডু আৰক্ষী চকী তথা গাওঁৰক্ষী বাহিনী উপস্থিত থাকে মই উমসংকৰ দেৱ মৌনভ অধিকাৰ মিডিয়া  দিপুটি বিউৰো চীফ তিনিচুকীয়া অসম
    user_Umasankar Deb
    Umasankar Deb
    Acoustical consultant মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    20 hrs ago
  • আজি বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হ'বলগীয়া স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'ব বঁটাটি। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি। আজিৰ অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া উপস্থিত থাকিব নিৰ্দিষ্ট বক্তা হিচাপে
    1
    আজি বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা  প্ৰদান কৰা হ'ব বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হ'বলগীয়া স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'ব বঁটাটি। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি। আজিৰ অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া উপস্থিত থাকিব নিৰ্দিষ্ট বক্তা হিচাপে
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.