Shuru
Apke Nagar Ki App…
বিশ্বনাথ চাৰিআলিত কেন্দ্ৰীয় মে“ দিৱস উদযাপন, সাংস্কৃতিক শোভাযাত্ৰা সমগ্ৰ ৰাজ্যৰ লজতে আজি বিশ্বনাথতো বিশ্বনাথৰ চিপিআই (এম) কাৰ্যালয়ৰ ধৰণী ৰিজাল ভৱনত কেন্দ্ৰীয়ভাবে উদযাপন কৰা হয় ৷ পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণ শোভাযাত্ৰা সাংস্কৃতিক অনুষ্ঠান আদি কৰি উলহমালহৰে শ্ৰমিক দিৱস উদযাপন কৰা হয় ৷ বিশ্বনাথৰ চিপিআই(এম) কাৰ্যালয়ৰ ধৰণী ৰিজাল ভৱনৰ পৰা আৰম্ভ কৰি চাপ্লাই দি শান্তিপুৰ হৈ পুনৰ চিপিআই (এম) কাৰ্যালয়ত উপস্থিত হয়৷ এনেদৰে দিনজোৰা কাৰ্যসূচীৰে শ্ৰমিক দিৱস উদযাপন কৰে ৷
অঞ্জন শইকীয়া
বিশ্বনাথ চাৰিআলিত কেন্দ্ৰীয় মে“ দিৱস উদযাপন, সাংস্কৃতিক শোভাযাত্ৰা সমগ্ৰ ৰাজ্যৰ লজতে আজি বিশ্বনাথতো বিশ্বনাথৰ চিপিআই (এম) কাৰ্যালয়ৰ ধৰণী ৰিজাল ভৱনত কেন্দ্ৰীয়ভাবে উদযাপন কৰা হয় ৷ পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণ শোভাযাত্ৰা সাংস্কৃতিক অনুষ্ঠান আদি কৰি উলহমালহৰে শ্ৰমিক দিৱস উদযাপন কৰা হয় ৷ বিশ্বনাথৰ চিপিআই(এম) কাৰ্যালয়ৰ ধৰণী ৰিজাল ভৱনৰ পৰা আৰম্ভ কৰি চাপ্লাই দি শান্তিপুৰ হৈ পুনৰ চিপিআই (এম) কাৰ্যালয়ত উপস্থিত হয়৷ এনেদৰে দিনজোৰা কাৰ্যসূচীৰে শ্ৰমিক দিৱস উদযাপন কৰে ৷
More news from অসম and nearby areas
- Post by অঞ্জন শইকীয়া4
- Post by KHABAR 24 BISWANATH1
- তেজপুৰ ৰূপাজুলি চাহ বাগিচাত কিয় চাহ গছৰ পুলিক অসমীয়া গামোচাৰে সন্মান প্ৰদান কৰে। চাওঁ আহক।1
- Post by Saan Miya1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলশিৰি চাহ বাগিছাত আজি উদ্যাপন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ উল্লেখ্য যে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো বেলশিৰি চাহ বাগিছাত উদ্যাপন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ আজিৰ উক্ত শ্ৰমিক দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে শ্ৰমিক নেতা জছপাল টপ্ন ৷1
- ২০১৩ চনত স্থাপিত এই বিদ্যালয়খনিয়ে শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। নিকা আৰু শান্ত পৰিবেশ, দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা—এই সকলো সুবিধাই বিদ্যালয়খনিক আনৰ পৰা পৃথক কৰি তুলিছে। ইয়াৰ লগতে দূৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত নিদানমূলক পাঠদান আৰু বিনামূলীয়া কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থাও আছে বিদ্যালয় খনিত। শিক্ষাৰ গুণগত মান বজাই ৰাখি এইবাৰো উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিদ্যালয়খনিয়ে উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত বহুতে লৈটাৰ নম্বৰসহ কৃতিত্বৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, আগন্তুক শিক্ষাবৰ্ষৰ বাবে বিদ্যালয়খনিত নামভৰ্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আগ্ৰহী অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে এই সুযোগ গ্ৰহণ কৰিব পাৰে। আহক বিদ্যালয় খনিৰ প্ৰসঙ্গত অধ্যক্ষ ছাহজাহান আলীৰ লগতে শিক্ষক সকলে কি কয় শুনো1
- ব্যতিক্ৰমী কাৰ্যসূচীৰে নগাঁও জিলা আয়ুক্তৰ মে' দিৱস উদযাপন, কৃষক-শ্ৰমিকক সম্বৰ্দ্ধনা। আন্তৰাষ্ট্ৰীয় মে' দিৱসৰ দিনটো আজি নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অতি ব্যতিক্ৰমীভাবে উদযাপন কৰে। তেওঁ দিনটো কৃষক-শ্ৰমিকসকলৰ মাজত অতিবাহিত কৰাৰ লগতে তেওঁলোকক ফুলাম গামোচাৰে শুভেচ্ছাও জ্ঞাপন কৰে। আজি পুৱা শ্ৰম বিভাগৰ জৰিয়তে কেবাটাও শ্ৰমিক সংগঠনৰ সদস্যক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষলৈ মতাই আনি তেওঁলোকৰ সৈতে মে' দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰে। আয়ুক্ত গৰাকীয়ে দেশৰ উন্নয়নত শ্ৰমিক সকলৰ অপৰিহাৰ্য বৰঙণিৰ কথাও উল্লেখ কৰি সকলোৱে একেলগে হাতে হাত ধৰি আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে। তেওঁ এই প্ৰসঙ্গত সকলোৰে সৈতে ড: ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" গীতটি গাই অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত উপস্থিত থকা শ্ৰমিকসকলক তেওঁ ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু মে' দিৱসৰ ওলগ জনায়। ইয়াৰ পিছতে তেওঁ শেনচোৱাৰ শ্যামলী কৃষি পামৰ পথাৰলৈ গৈ অঞ্চলটোৰ কেবাজনো প্ৰগতিশীল কৃষককো ফুলাম গামোচাৰে ওলগ জনায়। ইয়াতো জিলা আয়ুক্ত গৰাকীয়ে শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য ব্যাখ্যা কৰি দেশৰ প্ৰগতিৰ কৃষকসকলৰ ভূমিকাৰ আন্তৰিক শলাগ লয়। এই অনুষ্ঠানত জিলা কৃষি বিষয়া নিখিল নাৰায়ন বৰুৱাও উপস্থিত থাকে।1
- নগাঁও জিলাৰ অন্যতম শিক্ষানুষ্ঠান ফালাহ গ্ৰুপ অফ ইনষ্টিটিউট চমুকৈ FGI শিক্ষানুষ্ঠানৰ ছাত্ৰী ,আজাদ নগৰৰ নিবাসী জাকীৰ হুছেইন ভূঞাৰ জেষ্ঠ কন্যা ওৱাসিমা আকতাৰা ভূঞাই বিজ্ঞান শাখাত ৮২.৮% শতাংশ নম্বৰ অৰ্জন কৰি সুখ্যাতিৰে সফলতা লাভ কৰাত পৰিয়ালবৰ্গ তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷ অতি পৰিতাপৰ বিষয় এই যে পৰীক্ষাৰ প্ৰাকক্ষণত প্রায় ছমাহ কাল চিকিৎসাজনীত কাৰণত পঢ়াশুনা কৰিব পৰা নাছিল যদিও যিখিনি সফলতা আৰ্জিলে তাক লৈয়ে পৰিয়াল বৰ্গ সুখী বুলি জানিব দিয়ে।1